Assam Congress News: অসম প্ৰদেশ কংগ্ৰেছৰ ভাল দিন আহিছে নেকি?
Вставка
- Опубліковано 9 лип 2024
- অসম প্ৰদেশ কংগ্ৰেছৰ ভাল দিন আহিছে নেকি? নিৰ্বাচনী বতাহ নথকা অৱস্থাতো প্ৰদেশ কংগ্ৰেছত চলিছে অবিৰত যোগদান কাৰ্যসূচী। শীঘ্ৰেই প্ৰদেশ কংগ্ৰেছলৈ উভতি আহিব দল এৰি যোৱা একাংশ জ্যেষ্ঠ কংগ্ৰেছী। ১৭ জুলাইৰ পাছত দিল্লীত শীৰ্ষ নেতৃত্বৰ সন্মুখত যোগদান কৰিব নেতাসকলে। পিছে বিজেপিলৈ যোৱা কংগ্ৰেছীৰ ৰাজীৱ ভৱনত ভৰি থবলৈ দিয়া নহব বুলিও ঘোষণা টীম ভূপেন বৰাৰ।
#assam #nd24news #nd24live #nd24assamese #livenews #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
খুব সাৱধান। ভালকৈ চাই চিন্তিহে আগবাঢ়িব। অবশ্যে ৰিপুন বৰা বৰ্তমান অলপ দোমোজাত আছে। তেওঁ আহিব খুজিলে আহিব দিব। কাৰন সেই সময়ত তেওঁ যোৱাটো যুক্ত সংগত আছিল ।
QQ
Only Gaurav gogoi zindabad
Now Congress is powerful🎉❤
খুব সাবধানে কামটো কৰিব।তাত যাতে চোৰাংচোৱা হৈ কোনোবা নাহে।কোনোবাই ইজাতকে নোৱাৰি সি জাতকেও আহিব পাৰে।অৰ্থাৎ ন-বিজেপিৰ পৰাও কোনোবা চোৰাংচোৱা হৈ আহিব পাৰে বা পঠিয়াব পাৰে! যেনেকৈ আলফালৈ চোৰাংচোৱা হিচাবে গৈছিল!
মইও জৈন কৰিম।সমূহিয়া ভাবে।
only for Gaurav Gogoi
Good news👍🎉
Good...
Welcome
কংগ্ৰেছৰ লগত বন্ধুত্ব কৰি ভাল হৈছে জানো।অসমখনত দহ বাৰজন ব্যক্তি লৈ বিজেপি অহা নাই,নল মৰিলে গজালি উঠিব।বিজেপি জিন্দাবাদ
নীলা শিয়াল বিলাক ললে ককাইদেউ কিন্তু বিপদ অনিবাৰ্য আৰু ওপৰৰ মাল বিলাক ওভতাই নলব
Joy hind Congress zindabad
Congress zindabad
Super 🎉🎉
Only time will tell.
আগতে কংগ্ৰেছৰ oposasonor বাবে বিজেপি ক পাতি পাৰি বহুৱালো। কংগ্ৰেছৰ পণ্ডিত সকল বিজেপি লৈ লৰ মাৰি অসম লুটি পুতি খাইছে। আকৌ কংগ্ৰেছ আহিলে যোৱা পণ্ডিত বোৰ কংগ্ৰেছ লৈ আহিব। আকৌ ভোটাৰে জিকাব, সেই অপগণ্ড ভোটাৰৰ বাবে আমাৰ মৰণ মিলিব। ৰাইজ অবস্থা একেই থাকিব আমাৰ, উন্নতি নহয়।
mjaa
Axom india lage❤
কিখুৱাবি যোগদান ত।
Jug biyog orr majot ai xolise aaru xolibo ai prithivi 😊
Jibilak netay congress eri bjp t goisil..khihotor obostha na ghat ka Raha na paar ka..eh mozaaa
Koch Rajbongshi janogosthi ba 6th Community r issue 2 loi zorder Vabe Congress Dall e Aandolan korok Delhi Dispur t tetia hoi toh 2026 t Kiba Ekta hbo Karon BJP r oprt 6th Community r Asha vorosa nai Kia hoise
Most crucial .
ৰানা আৰু কানাক নলব।
Ripon Bora Murdabad not entry
এই বিলাক আয়াৰাম আৰু গয়াৰাম নেতা।এই বিলাক নেতা স্বাৰ্থলোভী।এইবিলাক নেতাৰ যোগদানে দলত কোনো প্ৰভাৱ নেপেলায়।
@@nurjamalhoque6398 সত্য কথা।
কংগ্ৰেছ জিন্দা বাদ ভুপেন বৰা ডাঙৰীয়া জিন্দা বাদ ।
Purona congresse mla mp kejonok jodi loi aapunalukore aakou bjp dore hobo sai thakok
পুরান,, বড়,, মাল, , ও,, আবার,
Congress e ujonit okol oxygen labh kora nai😂...2026 t pura axom te labh koribo ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ভুপেন বৰা থকা লৈকে কংগ্ৰেছ আধোৰুৱা।
Toi naho ki tetiya
RAJIB BHOBON TU BIBAH BHOBON NOHOBO NI
Fake news
borhiya
Welcome