Bebejia Police News : থানাৰ ভিতৰত দৰ্জা খিৰিকী বন্ধ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ যুৱকক | N18V
Вставка
- Опубліковано 8 лют 2025
- Bebejia Police News : পুনৰ আৰক্ষীৰ গুণ্ডাগিৰি ৷ থানাৰ ভিতৰত দৰ্জা খিৰিকী বন্ধ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে এজন যুৱকক । আৰক্ষীৰ গুণ্ডাগিৰি বাতৰিয়ে শিৰোনাম দখল কৰি থকাৰ পাছতো শুদ্ধ হোৱা নাই একাংশ আৰক্ষী ৷ পুনৰ নগাঁৱৰ কঠিয়াতলী উপ আৰক্ষী চকীৰ অন্তৰ্গত জ্যোতি নগৰৰ বিকাশ শৰ্মা নামৰ এজন যুৱকক থানালৈ নি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ কঠিয়াতলী আৰক্ষীৰ বিৰুদ্ধে ৷
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#bebejianews #bebejiapolice
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
আইন ৰক্ষকে গুৰুতৰ অপৰাধ কৰিছে, ৰাইজে লʼৰাটোক পূৰ্ণ সহযোগীতা কৰক
আপুনি আইনী ব্যবস্থা লওক আৰু মুখ্যমন্ত্রী তথা প্ৰধান মন্ত্ৰীক সকলো জনাওক।
Assamese language bologe to asam ke bad asam ke bahar nahin jaega asam ke andar hi rahega😂 Assamese language chhodo Hindi mein news ke samne bolo😂
একো বিচাৰ নকৰে।
@@anilgoswami2238 police accountability commission, human right commission etc.
Murdersud hoi ihot apuniuu hat uthabo lagisil louraa police
@@Qari_ajmol-fg9nowhy did you insult our language,
কেইদিন মানৰ পৰা এই জহৰা পুলিচবোৰৰ হৈছে কি মানে 🙄🙄
Wife joniye koli hoise
Kaidin mann nohoi bohut agor pora hoi aasil kintu highlight huwa nasil atiya highlight hbo dhoril
C.m sir k kisuman pulice jani buji bodnam kori ase jen dharona hoi
Ehotok dhori pitib lage bujisa
@@anantabordoloi4568 yesss
মাইকি জনী পুলিচৰ লগত লিলিমাই আছে।
100% 👍
Vitamin pai ase rati rati 💦
গুন্দাগিৰি আৰক্ষী বিষয়াসকল আমাৰ দৰে দুখীয়া মানুহৰ বাবে নহয় নেকি
তোমাক বুজি নোপোৱা কেনে মাইকী আনিলি অ বোপাই,তাইয়ে কলি।😢😢বেয়া লাগিছে অ
সাধাৰণ মানুহবোৰ অসম এৰি পলাব লাগিব যেন পাওঁ . এইবোৰ কি হৈছে ?
থানাখনৰ যি কেইজন পুলিচ বেছি গৰম দেখাই থাকে সিহঁতক অতি সোনকালে ব্যৱস্থা কৰক
পুলিচকেইটাৰ ওপৰত তদন্ত হ'ব লাগে । কিন্তু মূল কথা হ'ল আপোনাৰ তিৰি য'ত কূটৰ ঘাই ।
🤣
তুমি তোমাক মাৰপিত কৰা পুলিচ জনৰ ওপৰত সেই থানাতে এটা কেচ ৰেজিষ্ট্ৰাৰ কৰা। লগতে সেই কেচটো জিলা আৰক্ষী অধীক্ষক দিয়া আৰু এটা কপি ডিজিপি লৈ দিয়া। বচ তাৰ পিছত তামাচা চাই থকা।
হয় নেকি । পুলিচৰ ওপৰত ব্যৱস্থালোৱাতো বহুত সহজ দেখোন মই জনা নাচিলো ।
@qwcgrtyiopzx6xc মোৰ লগৰ বন্ধু এজনে এই দৰে কেচ দি এগৰাকী DSP ৰ নিলম্বন হৈছিল বেলেগ এটা বিষয়ৰ কেচত আৰু মোৰ লগৰ জনৰ লগত নিজে comprise কৰিব বিচাৰিছিল।
@@qwcgrtyiopzx6xc বিধি বিধান আছে। চেষ্টা কৰক অন্যথা এনেকৈ চৰ গোৰ খাই আওমৰনে মৰিব লাগিব।
বাকী যি নহওঁক আপোনাৰ মাইকী জনীয়ে শান্তি পাইছে দিয়ক। আপুনি আইনি যুঁজ কৰক নিশ্চয় সফল হ'ব।
মূখ্যমন্ত্ৰী কথাত কঠোৰ হোৱা যেন দেখুৱালেও কামত কঠোৰ হোৱা নাই।
আইন ৰক্ষকে শান্তি শৃংখলা বজাই ৰখাৰ নামত শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰিবলৈ কোনে অধিকাৰ দিলে।অসম আৰক্ষী দায়বদ্ধতা আয়োগত গোচৰ দিব লাগে। আৰু মানব অধিকাৰ আয়োগত গোচৰ দিব লাগে। মানসিক অত্যাচাৰ কৰিবলৈ কৰিবলৈ কোনে অধিকাৰ দিলে। ল'ৰা জনৰ চিকিৎসাৰ সমুদায় খৰছ বহন কৰিব লাগে আৰু এককালীন ক্ষতি পুৰণ দিব লাগে
অসমৰ এটা নিজস্ব বৈশিষ্ট আছে যে এটা বিষয় গলে এটা বিষয় tranding ত আহে। ..... কেইদিন মানৰ আগতে চুমি-বিশাল ৰ trading tranding আৰু এতিয়া police ৰ বিষয়টো tranding ত আছে 😊
অসমৰ পুলিচ বোৰ বলিয়া হ'ল নেকি ? ইহঁতৰ অতপালি বেছি হৈছে ।
আজিকালি মাইকী বোৰৰ অতপালি বাৰি গৈছে।ইহতকো দমনকৰা আইন লাগিব ।
এই পুলিচতোক ৰেহায় দিব নালাগে৷ধৰম নষ্ট কৰিছে৷সেই মাইকি গৰাকী লগত পুলিচটোৰ কিবা গোপন সম্পক আছে নে ধনৰ লেন দেন আছে ৷ৰাইজৰ মেলত বিচাৰ কৰি তাক দুগুণ বেছিকৈ শাস্তিদি চাকৰি কৰিব নোৱাৰা কৰিদিব লাগে ৷আজি কালি পুলিচৰ যিহে উৎপাত দেখিছো ৰাইজ মেল পাতি কঠোৰ শাস্তি দিব লাগে৷
মিচেচে ভালকৈ মালটো খোৱাই দিলে গুৰুলা গুৰুলকৈ দিবলৈ ১০০% ☝️
Yoes
তুমি sp ক সেইজন পুলিিচৰ বিৰদ্ধে আবেদন যোগে জনোৱা আৰু ফটোোস্টট কপিতreciept no লিখি আনিবা।
অসমত অপৰাধীতকৈ পুলিচ হয়তো বেছি হৈছে। সেয়েহে কাম নোহোৱা পুলিচে কাম বিচাৰি নিজৰ মতে আইন বনাই কাম কৰিবলৈ লৈছে ।
লগুণ খুলিব সাহস কত পালে কেলা ইহঁতে
High court to case diok
Vua encounter homorthon korene?
@@pallmukukanad2796 Nokoru,
এই পুলিচ বিষয়া জনৰ ওপৰত তদন্ত হ'ব লাগে। এনেদৰে মাৰপিত কৰিবলৈ পুলিচ বিষয়া জনে কত অধিকাৰ কত পালে।আইনে অধিকাৰ দিছে নেকি? ঘটনাটো গুৰুত্বসহকাৰে ল'ব লাগে নহ'লে এনে পুলিচ বিষয়াৰ উদ্ভন্দালি দিনে দিনে বাঢ়ি যাব।
ৰাইজেক মাৰিবলৈ নিয়োগ কৰিছে নেকি চৰকাৰে।।
প্ৰেমত পৰিব লৈ দেৰি নালাগে কাৰণ মই নিজেই ও পাই থৈছো ধন্যবাদ 😮😮😮😮😮😮😮😮
নিলম্বন ইয়াৰ উপায়।
Terminate koribo lage suspension korile 50% salary pai
পুলিচবোৰ সচাকৈয়ে মানুহ নহয় নেকি? আইন অনুসৰি কাম নকৰিলে সিহঁতৰ ওপৰত কিয় আইন প্ৰয়োগ নহয়? এইবোৰ কাৰণতে চাগৈ ৰাইজে আইন হাতত তুলি লয় যিটো আইনসন্মত নহয়৷ সমাজ এখনৰ শান্তিৰ বাবেই আইন আদালত আৰক্ষী আছে৷ মানৱ অধিকাৰ আয়োগে চকু দিয়ক অলপ৷ আইনৰ মাজেৰে বিচাৰ প্ৰক্ৰিয়াৰ শেষত দোষীয়ে শাস্তি পাওক৷
Ai tur uport Human Rights ot case diyok
Number one manuh jani
এই বোৰ কাৰোবাৰ আদেশতে হৈ থকা নিচিনা লাগিছে। মানুহক issue এটাত ব্যস্ত কৰি ৰাখিবলৈ। যিহেতু চৰকাৰ যাৰ আইন তাৰেই, যি মন যায় কৰিব পাৰে।
হিমন্ত ই যে এতিয়ালৈকে পুলিচৰ ওপৰত একো কঠোৰ ব্যৱস্থা লোৱা নাই সেইটো হে আচৰিত। হিমন্ত ই পুলিচে ওপৰত কঠোৰ হ'লে ওলোটাই পুলিচেই তাৰ বিৰুদ্ধে কঠোৰ হ'ব বুলি ভয় খাই আছে হবলা।
Val hoise
প্ৰথমে আপুনি আইনী ব্যৱস্থা লওক । আৰু মাননীয় মুখ্যমন্ত্ৰী মন্ত্ৰীক অৱগত কৰক।
অসমত পুলিচ ৰাজ চলিছে নেকী?এই কেই দিন পুলিছৰ কি হয়ছে?নিউজ ওলাৱ নোৱাৰে পূলিচৰ আভৰ্দামি ওলায় ।ৰাম ৰাম ৰাম কি হৰ অসম
মাইকী জনী হাৰামী
❤
মেইন তিৰিতো কালপ্ৰিত।
Axom Police, Pokorot eman dom ase jodi ja na Manipur, tat Dom dekha, Mani jam tohotok
DGP Singয়ে খবৰ পায় নে?
আৰক্ষী য়ে নিজকে মানুহ বুলি ভাৱে নে। যদি নিজকে মানুহ বুলি ভাৱে তেতিয়া হলে মানুহৰ দৰে আচৰণ কৰিলে হেতেন।। নিজৰ আৰক্ষী ৰ পোছাক যোৰ পিন্ধি দাদাগিৰি বেছি কৰা হৈছে। এইবোৰ ভালৰ লক্ষণ নহয়।
আৰু এটা নতুন আৰ্টিকেল আনিব লাগে কাৰণ পুলিচ কেইটাৰ যি গুণ্ডা গিৰি চলিছে, বিনা কাৰণত/কাৰণ নকোয়া কৈ/কোৰ্ট ত আদেশ নোহোৱাকৈ......./....
মাৰিলে ওলোটাই মাৰিব পৰা অধিকাৰ দিব লাগে জনতাক
এই বিষয়টোৰ ওপৰত ভাল বিচাৰ হ'ব লাগে।
অসমৰ ৰাইজ পুলিচ এতিয়া আমাৰ যমদূত! সাৱধান!নিজৰ লৰাবোৰক এতিয়া ঘৰৰ পৰা ওলাব দিবলৈ ভয় হল !পুলিচে পালে জানিব যমে পালে!
Raij hosag howk .Police manai mohapapi jen lagise
C. M. Bamun hoi jodi bamunor ai obostha hoi tatke ajmalak C. M. Patai val.
এতিয়া অসমত অৰাজকতাই বিৰাজ কৰিছে ।
Dinok dine eman jhora hoi goi ase police kio??
আইনী ব্যৱস্থা গ্ৰহণ কৰক ।
আমাৰ এই খাকি পোচাক ধাৰি কেইজনমানে নিজকে বহুত উপৰৰ মাল বুলি ভাৱে।
C. M Sir ok janaok.
Chief minister ae eyar byabostha lobo lagae.
Ourat kaa shockor babu bhaiya 😢
ৰেন্দী পুলিচ কেলা , নাগালেণ্ড পুলিচৰ ওচৰত ভিজা মেকুৰী।
চৰকাৰে পুলিচবোৰক অকল মানুহ মাৰিবলে ৰাখিছে নেকি সেই পুলিচজনক উচিত হাস্তি দিব লাগে।
Immediately action lobo lage
কোন পুলিচ আৰক্ষী সেইজনক অতি সোনকালে নিলম্বিত কৰি জেলত ভৰাব লাগে।
FIR should be logged again police personnel
Pulic বোৰৰ কি হৈছে
Sei police keitar uporot case diok.
মামা লৰাবিলাকক চাইচিতি চাকৰি দিয়ক ৷
এইকেইদিন সাংবাদিক বোৰে অকল পুলিচৰ অপৰাধ দেখুৱাব 😂
আপুনি আইনী ব্যৱস্থা লওঁক
Smart johora police
#DGPASSAM
Police bilakor alp besi hoise mama ki Sai ase police bilakor uporot kba bibosta louk
কোন দিশে অসম আৰক্ষী 😮
পুলিচৰ অত্যাচাৰ বহুত বেছি হৈছে। আগৰ দিনত এনে হোৱা নাছিল।
FIR korok immediately with Registerd.
Police department tu actually Eman baya abosthala kio goi asa buja nai....... Sob akai han lga hoisa....Human Rights kot.. Direct case korok... Sir Sir koi labh nai.
Case korok,
পুলিচ মানে পইচা বাবা 😢😢
Lodge criminal case against the police at c j m court nagaon
তোমাৰ গাত দোষ আছে তুমি ইমান দিনৰ মূৰত ঘৰলৈ আহি মানুহজনীৰ লগত এদিন ফুৰিবলৈও যাব নোৱাৰা নে ?চাকৰীয়াল তাতে মাটিও কিনিছা অথচ আজিকালিৰ পুৰুষৰ অন্যৰ প্ৰেমত পৰিবলৈ দেৰি নালাগে মই নিজেই পাই থৈছো ধন্যবাদ থাকিল 😮😮😮😮
Police aneu val napaw .. aikaidin jibur news dhakhisu .. akebare ghin lagi goise.. ketiyau aru Policer uporot mur val vab nahe... vogobane lifet Police r hohai luwa aku bipod nanilei hoi aru🙏🏽
Hoi gol polic...
আইন প্ৰশাসন টকাৰ পিছত দমন, শাসন দুখীয়া দৰিদ্ৰৰ লগত হাইৰে হাই আইন।
Assam police ✖️ Assam gunda✔️
আজি কালি পুলিছে,দুখিক, সহায় কৰে নিদুখি,মানুহক, শাস্ত্ৰী,দিয়ে,আজি,কালি, সত্য ৰ,জিয়াই থাকিবলৈ,থাই,নাই,আৰু,সজা,বোৰক মিছা,কৰি,জেললৈ,পথাই
এইটো সাংবাদিক সকলে সম্পূৰ্ণ পোহৰ লৈ আনিব লাগে।
News 18 tumaluke dekhuwabo lage dei
Please do justice according to law of Indian constitution. Nobody is above the law .
police keijonr uporot case kori ditok
মুখ্য মন্ত্ৰীয়ে পুলিচক ভাল আচৰণ কৰিবলৈ কৈ থাকে। এতিয়া এনে গুণ্ডা পুলিচক কি কৰে তাকে অপেক্ষা কৰি আছোঁ। নে অকল নিলম্বন কৰি দোষ সামৰিব।
চোৰ ডকাইতলৈ ভয় কৰা পুলিচ
Case diok
C m sir ok ai bur police kotha
According to ur statements police involved in criminal activity ignoring our constitutional law. What happens I don't know in Assam but truth is never can be down because God is here to justify in humen heart. All country has law which under the humanity describes and written under all religious dictionary because we r special species in this world. So working on it but people who don't understand themselves how to perform their duty, responsibility, dignity, humanity and specialty by berth signs .
Police alop besi hoi ase apunaloke manu boli na babe neki
বৰ্তমান ৰাইজে সুৰক্ষা ৰ পৰা বঞ্চিত হৈছে,,, চৰকাৰে কিয় একো কৰিব পৰা নাই পুলিচ ক
মুছলিম পুলিচ গতিকে আনৰ তেৰাৰ লগত লিলিমাই আছে । তিৰিটো মহাপাপত ভুগিব । পুলিছ থানাখনৰ কালিকা লাগিছে ।
😢😢ki hoi ase o police bilakor
😭😭😭
থানা পুলিচ কেইজনক চাকৰি পৰা সেদাৱ লাগে ।
That's why it's required to establish "District level Police Accountability Commission" in every district, which should not be administrative control of so called IAS / IPS. The same should be shared by Judicial Officials or ex judicial officials with some domain experts related to social services.
Ajir sarkarar police bhai Gundam police bhogwane akhirbad korok
Ehotok sakori pora hotabo lage
মানুহ গৰাকী ক উচিত হাস্তি দিব লাগে।
শনি লাগিছে এই পুলিছ বোৰৰ.
o.c palishment diba lage
#cmassam