#Bhagwat_Path

Поділитися
Вставка
  • Опубліковано 5 лют 2025
  • ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে। ১২/১২/২০২০

КОМЕНТАРІ • 217

  • @assmesvideo6000
    @assmesvideo6000 4 роки тому +5

    ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ আটাইতকৈ শ্ৰেষ্ঠ ভক্ত গুণেৰে ভৰা মধুবানীৰে ভাগৱতৰ অমৃত বিলুৱা বাপ গুৰু জনলৈ মোৰ সহস্ৰ শতকোতি সেৱা আগবঢ়ায়ছো সকলোকে আপ্লুত কৰাইছে ধন্য ধন্য আমাৰো অজ্ঞানতা অভক্ত অন্ধকাত পৰি থকা সকলক ভক্তি প্ৰেমৰে উপচি পৰে যেন এই আশীৰ্বাদ মাগিছো কৃপা কৰি অমৃত বৰষে যেন। কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম

    • @ripabania9370
      @ripabania9370 4 роки тому

      অমৃত বাণী শুনি বৰ আনন্দ পালো।

  • @pramilabor8704
    @pramilabor8704 4 роки тому +1

    গুৰু যি আপোনাক অমি প্ৰথনা কৰিছোঁ আমাৰ হেৱা আদৰেৰে লব গুৰু জি জয শ্ৰী ৰাম আপুনি ইমান ভাল লাগিছে ভাগৱত পাঠ কৰিলে আমি ৰাতি পুৱাতেই হুনু গুৰু জি আমাৰ ঘৰ বামুনী আমাৰ জীৱনৰ ব্যাট দেখালে গুৰু জি ভাগৱত কথা ৰাধেয় ৰাধেয় ৰাম ৰাম ৰাম

  • @hirandas2056
    @hirandas2056 4 роки тому +3

    কৃষ্ণ কৃষ্ণ। প্ৰভু । শত কোটি প্ৰনাম জনালো ।

  • @dipendrakalita6224
    @dipendrakalita6224 2 роки тому

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏

  • @banamalimedhi5097
    @banamalimedhi5097 4 роки тому +2

    কৃষ্ণ প্রভু প্রণাম কৃষ্ণ |

  • @a.nexperimenty.t306
    @a.nexperimenty.t306 4 роки тому +1

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত ভক্তিভাৱেৰে শতকোটী ‌সেৱা, কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏

  • @ranjanarabha4608
    @ranjanarabha4608 4 роки тому +2

    কৃষ্ণ কৃষ্ণ দেউতা আপোনাৰ শ্ৰীমুখে এনে সুন্দৰ ভাগৱত পাঠ ব্যাখ্যা হয় ।পবিত্ৰ গংগা যেনেভাৱে এখন্তেকো ৰৈনথকাকৈ বৈ থাকে,ৰ লাগি চাই থাকিবৰ মন যায়। তেনেভাৱেই আপোনাৰ পাঠ ব্যাখ্যাও পবিত্ৰ হৃদয়ৰ পৰা আপোনাৰ শ্ৰীমুখে বৈ আছে প্ৰভু। অনায়াসে শুনি থাকিবলৈ মন যায় প্ৰভু দেউতা। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sarajonisardar429
    @sarajonisardar429 4 роки тому +5

    Krishna Krishna Krishna 🙏🙏🙏

  • @mnath7444
    @mnath7444 4 роки тому +5

    কৃষ্ণ কৃষ্ণ প্ৰভূ । সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ ।

  • @rupalibora6650
    @rupalibora6650 4 роки тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @gitalineog6489
    @gitalineog6489 3 роки тому

    Krishna Prabhu krishna pronam Prabhu 🙏🙏🙏🙏🙏🙏🙏🙏

  • @bontiborah5014
    @bontiborah5014 4 роки тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @aadya2910
    @aadya2910 4 роки тому +2

    Pronam provu ,jai jai Krishna

  • @mantuvallagilkalita1969
    @mantuvallagilkalita1969 4 роки тому +1

    Krishna krishna krishna .

  • @hiyalaldas2323
    @hiyalaldas2323 4 роки тому +1

    Krishna Krishna Krishna bap

  • @gopagogoi7958
    @gopagogoi7958 4 роки тому +3

    Krishna Krishna bap

  • @ajitkalita5472
    @ajitkalita5472 4 роки тому +1

    ৰাম হৰি ৰাম হৰি ।

  • @nabajyotidas6117
    @nabajyotidas6117 2 роки тому +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @archanasaikiadas9058
    @archanasaikiadas9058 4 роки тому +1

    Ram krishan bap. apunar saranat hewahe.

  • @binandadas9675
    @binandadas9675 4 роки тому +1

    🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ প্ৰভু কোটি কোটি প্ৰনাম ।আপোনাৰ কুশল মঙ্গল কামনা কৰিলোঁ ।ঈশ্বৰে কূপা কৰক প্ৰভু পুনৰ সেৱা জনালোঁ 🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।

  • @anishkalita3693
    @anishkalita3693 4 роки тому +1

    কৃষ্ণ বাপ সেৱা আগবঢ়াইছোঁ 🌼🌼🌼🌼🙏🙏🙏🙏👏👏👏

  • @lakusaikia6882
    @lakusaikia6882 4 роки тому +1

    কৃষ্ণ কৃষ্ণ।জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ।বাপ প্ৰভুজনাৰ চৰণত নতশিৰে সেৱা জনালো।

  • @lakhenboruah3183
    @lakhenboruah3183 3 роки тому

    কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏

  • @name5041
    @name5041 4 місяці тому +1

    Krishna ❤

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 роки тому +2

    কৃষ্ণ প্রভু সেৱা নিবেদিলো। ভাগৱতৰ অমৃত ৰস পান কৰি বহুত আনন্দিত হলো প্রভু। এইদৰে আমিশ্রৱন কৰি থাকিবলৈ ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক তাৰ কামনাৰে কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @dibyajyotihneog5699
    @dibyajyotihneog5699 4 роки тому +1

    কৃষ্ণ বাপ আপোনাৰ এই ভাগৱতৰ বাখ্যা শুনি আপ্লুত হৈছো। নিজৰ জীৱন ৰ গতিও সলনি হৈ গৈছে।

  • @anjalibharali954
    @anjalibharali954 4 роки тому +1

    প্ৰভু ভগৱন্তই আপোনাৰ দীৰ্ঘায়ু কৰক

  • @hemantidas9051
    @hemantidas9051 4 роки тому +3

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @sabitrimedhi6564
    @sabitrimedhi6564 4 роки тому +2

    কৃষ্ণ°কৃষ্ণ°জয় শ্ৰীশ্ৰীশঙ্কৰ-মাধৱদেৱগুৰু দুজনাৰ পদপঙ্কজত শীৰণত হৈ শ্ৰীভাগৱতৰ অমৃতধাৰাৰ হৃদয়স্পৰ্শিত ব্যাখ্যা কৰা কৃপালু শ্ৰীআচাৰ্যদেৱৰ শ্ৰীচৰণত কাতৰে কৃতাঞ্জলী বোলাইছোঁ লগতে আপোনাৰ শ্ৰীচৰণত এগৰাকী ভীতিগ্ৰস্ত অজ্ঞ সেৱিকাই ক্ষমা প্ৰাৰ্থনা সেৱিছোঁ প্ৰভূঈশ্বৰ । কৃষ্ণ°ৰাম কৃষ্ণ°ৰাম°কৃষ্ণ°ৰাম°°

  • @urmilachamuah8785
    @urmilachamuah8785 3 роки тому

    হে প্ৰভৃ তোমাৰ ভক্তিত অটুত থাকিবলৈ শক্তি দিয়া আমাৰ অপবিত্ৰ আত্মা তোমাৰ নামেৰে পবিত্ৰ কৰা ।।হে গুৰু আপোনাক চৰনত শতকুটি বাৰ প্ৰণাম জনালো।

  • @duludas3345
    @duludas3345 4 роки тому +2

    Krishna Krishna🙏🙏🙏

  • @Request_motivation
    @Request_motivation 2 роки тому

    Krishna 🙏🙏🙏 bappp xhewa jonaluuu bapp krishna 🙏🙏🙏

  • @rajenchetia869
    @rajenchetia869 4 роки тому +1

    কৃষ্ণ কৃষ্ণ প্রভুজনা প্রণাম জনালো

  • @pulinrabha1564
    @pulinrabha1564 4 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা ধৰিলো

  • @binapanidas6368
    @binapanidas6368 4 роки тому +1

    বাপ প্ৰভু ঈশ্বৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ ৷ কৃষ্ণ কৃষ্ণ

  • @padminikonwar34
    @padminikonwar34 4 роки тому +1

    Krishna baapjona kouti kouti pranam.dhanya hoisu apunar mulyaban tattogadhur byakhya xuni.mongalmoi houk.xuva rattri.

  • @jadabborah1447
    @jadabborah1447 4 роки тому +5

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।

  • @PaurabKhamon100million
    @PaurabKhamon100million 4 місяці тому

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mamonisaikia3727
    @mamonisaikia3727 4 роки тому +2

    Jai Krishna guru🙏

  • @madhusmitadas2305
    @madhusmitadas2305 4 роки тому

    কৃষ্ণ শঙ্কৰগুৰু মাধৱ , কৃষ্ণ প্ৰভূ আমি আমাৰ গুৰুজনাক নেদেখিলো সেইহে ঈশ্বৰে আপোনক স্বয়ং গুৰু ৰূপেই আমাৰ মাজলৈ কিজানি পঠিয়াইছে আৰু ৰত্নস্বৰূপ জ্ঞান পাবলে আমাৰো ভাগ্য মিলিছে প্ৰভূ । পৰম কিপালু ঈশ্বৰে আপোনাকো গুৰুজনাৰ দৰেই সদাই পৃথীবিত এগচি বন্তীৰ দৰে ঊজ্বলাই ৰাখক ।সদায় প্ৰাথনা কৰিম ।

  • @pinkudas6167
    @pinkudas6167 Рік тому

    Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @LakhimiGohain
    @LakhimiGohain 4 місяці тому

    Krishna Krishna Ram Ram ❤❤❤❤

  • @krishnatamang7248
    @krishnatamang7248 4 роки тому +2

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏সেৱাঁ ভাগি গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাৰ শ্রীমুখে অমৃতময় বাণী শ্রৱণ কৰিবলৈ পাই আনন্দিত হলোঁ। ভগৱন্তই আপোনাক কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @saratdas7966
    @saratdas7966 4 роки тому +2

    Krishna bap

  • @mantunath4880
    @mantunath4880 4 роки тому +3

    কৃষ্ণ, জয় গুৰু শঙ্কৰ, সেৱা জনাইছোঁ , আপোনাৰ কৃপাত এনে হেন ভক্তি ৰস পায়।

  • @manjulanath2645
    @manjulanath2645 4 роки тому +1

    কৃষ্ণ কৃষ্ণ,, বাপ । ভকতেই ভগৱন্ত যাৰ নাই আদি অন্ত ,, হেন জানি সত্ৰাধিকাৰ প্ৰভুজনাৰ চৰণে প্ৰণিপাত জনালোঁ । মাধৱ 🙏

  • @manashidevi9262
    @manashidevi9262 2 роки тому

    Joi guru Sankar 🙏🙏🙏🙏🙏

  • @lakheswarthakuria2550
    @lakheswarthakuria2550 4 роки тому +1

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 4 роки тому +5

    ক়্ষ্ণ ক়্ষ্ণ প্ৰভু সেৱাভাগ জনালোঁ ! 🙏🙏🙏

  • @gopalchandradas4871
    @gopalchandradas4871 3 роки тому +1

    Pranam Prabhu

  • @sarujandas121
    @sarujandas121 4 роки тому +1

    Krishna Baap Parnam 🙏🙏🙏🙏

  • @dulugogoi2350
    @dulugogoi2350 4 роки тому +2

    শুনি বহত ধন্য হলোঁ

  • @junupravasaikia1816
    @junupravasaikia1816 4 роки тому +1

    সেৱা জনালো বাপ ।বহুত ভাল লাগিছে।

  • @rukminitalukdar425
    @rukminitalukdar425 4 роки тому +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @nilimapathak4964
    @nilimapathak4964 4 роки тому +1

    Krishna pravu 🙏🙏

  • @mriduldehingia6544
    @mriduldehingia6544 4 роки тому +2

    Krishna krishna prabhu hewa nibedisu, apunar bani AMRIT MOY. krishna Ram

  • @japanidas6859
    @japanidas6859 2 роки тому +1

    কৃষ্ণ ৰাম নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ ৰাম কৃষ্ণ ৰাম বাপ

  • @pankajboruah3673
    @pankajboruah3673 4 роки тому

    কৃষ্ণ কৃষ্ণ গুৰুজন পুৱাৰ সেৱা জনালো কৃষ্ণ কৃষ্ণ🙏

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 роки тому +1

    Pranam Baap Ishwar🙏Krishna Krishna🙏

  • @shrutimanbayan7278
    @shrutimanbayan7278 4 роки тому +5

    প্ৰনাম প্ৰভু 🙏🙏

  • @entonideka5891
    @entonideka5891 2 роки тому

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @ranudas4561
    @ranudas4561 3 роки тому

    কৃষ্ণ কৃষ্ণ প্ৰভু🙏🙏🙏

  • @dipalidevi507
    @dipalidevi507 4 роки тому +2

    সেৱা জনাইছোঁ প্ৰভু জন ।

  • @joyadevi2447
    @joyadevi2447 4 роки тому +2

    কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহন কৰিব ।

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 роки тому +2

    প্ৰভূজন শতকোটি প্ৰনাম জনালো ।কৃষ্ণ

  • @bhubenthakuria9006
    @bhubenthakuria9006 4 роки тому

    কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম বাপ কৃষ্ণ।

  • @anjanarupadas6601
    @anjanarupadas6601 4 роки тому +6

    🙏কৃষ্ণ কৃষ্ণ প্ৰভু।

  • @debendutta3945
    @debendutta3945 4 роки тому +1

    প্ৰভু সেৱা লৱ । কৃষ্ণ।।

  • @jogeswarhaloi3073
    @jogeswarhaloi3073 4 роки тому +1

    Om Bhagabate Basudevah Namah

  • @atulokalita4134
    @atulokalita4134 4 роки тому

    Baap aponar ati sumadhur Bhagabat Katha sunibo pai thakim buli asha rakhisu. Ati sunder aadhyay. Krishna Krishna

  • @pujakalita8491
    @pujakalita8491 4 роки тому +5

    🙏OM🙏 krishna.

  • @kalpanasaikia4588
    @kalpanasaikia4588 4 роки тому +1

    কৃষ্ণ কৃষ্ণ আপোনাৰ চৰণত ভক্তিৰে সেৱা জনাইছোঁ🙏🙏🏼🙏

  • @renukakalita5620
    @renukakalita5620 4 роки тому +7

    কৃষ্ণবাপআমাকএনেকৈ
    ভাগৱত
    শুনাবলৈভগৱানেআপোনাক
    ভালেৰাখক
    কৃষ্ণকৃষ্ণ

  • @lukudas1209
    @lukudas1209 4 роки тому

    ৰাম ৰাম ৰাম কৃষ্ণ হৰি ৰাম

  • @ManishaChutia-x8q
    @ManishaChutia-x8q 4 роки тому +2

    কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @aswinikalita4243
    @aswinikalita4243 4 роки тому +5

    কৃষ্ণ বাপ ভক্তি ভৰা সেৱা জনালো । এই ভগৱতৰ আজি অধ্যায়ত অমৃত বাণী শুনি মন শুদ্ধ হৈছে ।আপোনাৰ মঙ্গল কামনা কৰিলো ।।

  • @gplus7793
    @gplus7793 4 роки тому +5

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব। আপোনাৰ এই ভাগৱতৰ অমৃত বানীয়ে আমাৰ মন প্ৰফুল্ল কৰিবলৈ আশীৰ্বাদ কৰিব।

  • @pareshbora816
    @pareshbora816 3 роки тому

    Krishna Krishna Prabhu🙏

  • @rajdeep5a348
    @rajdeep5a348 4 роки тому +1

    Jay srikrishna

  • @dipakborah1152
    @dipakborah1152 3 роки тому

    🙏🌺Krishna Baap🌺🙏Hor Hor Mohadeo🕉

  • @ranunayak3161
    @ranunayak3161 4 роки тому +1

    Krishna 🙏🙏

  • @bontigoswami5021
    @bontigoswami5021 4 роки тому +1

    কৃষ্ণকৃষ্ণ বাপ শুনি সন্তোষ পালোঁ ভগৱানে আপোনাক আৰু শক্তি দিয়ক

  • @pratibhapathak5602
    @pratibhapathak5602 4 роки тому +3

    Mukunda Murari 🙏 🙏

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 роки тому +2

    ৰাম কৃষ্ণ প্ৰভু

  • @dipikagogoi2840
    @dipikagogoi2840 4 роки тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু শত কৌটি সেৱা জনালো

  • @BikashDas-xh6xh
    @BikashDas-xh6xh 4 роки тому +1

    কৃষ্ণ
    🌼🌼🌸🌹🍀🍂কৃষ্ণ
    বাপ ইশ্বৰ সেৱা গ্ৰহন কৰিব আৰু আমাকো কৃপা কৰে যে যাতে এইদৰে হৰি কথাত আমিও ৰতি হৈ থাকিব পাৰু কৃষ্ণ 🌸🌸🌸🌸🌹🍀🍀🌷

  • @prafullabora5386
    @prafullabora5386 4 роки тому

    কৃষ্ণ কৃষ্ণ প্ৰভু । আন্তৰিক সেৱা আৰু সম্ভাষণ গ্ৰহণ কৰিব ।

  • @sanjeebkonwar853
    @sanjeebkonwar853 4 роки тому +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @bantipator8687
    @bantipator8687 4 роки тому +1

    "কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণিপাত জনালো।আইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ব্যাখ্যা দাঙি ধৰিছে কৃষ্ণ।''

  • @binadeka9674
    @binadeka9674 4 роки тому +2

    Krishna Krishna bap

  • @sashiprabhadas2661
    @sashiprabhadas2661 Рік тому

    কৃষ্ণ প্ৰভু সেৱা নিবেদিলোঁ।

  • @thanuramngatey6541
    @thanuramngatey6541 3 роки тому

    কৃষ্ণ প্ৰভু সহস্ৰ প্ৰণাম জনালোঁ কৃষ্ণ।

  • @চন্দন-হ২ধ
    @চন্দন-হ২ধ 4 роки тому +3

    কৃষ্ণ প্ৰভু ঈশ্বৰ🙏
    আপোনাৰ শ্ৰী চৰণত সেৱা
    এনেদৰে সদায় কৃপা কৰে যেন

  • @abhijitborah6673
    @abhijitborah6673 4 роки тому +5

    প্ৰণাম প্ৰভু ঈশ্বৰ, আমাৰ সেৱা জনালোঁ, আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ মংগল কামনা কৰিলো, কৃষ্ণ

  • @bantideka823
    @bantideka823 4 роки тому +1

    কৃষ্ণ বাপ সেৱাহে আপোনাক।

  • @mohonsaikia1433
    @mohonsaikia1433 4 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 বাপ ঈশ্বৰ কৃপা কৰিব আৰু আপোনাৰ লগতে ঘৰৰ সকলোৰে কোশল কামনা কৰিলো

  • @dipendutta4433
    @dipendutta4433 4 роки тому +5

    কৃষ্ণ বাপ। অতি বাস্তৱিক কথা জানিলো।আপোনাৰ দ্বাৰা বেকত অমৃত শ্ৰৱণ কৰি অতিশয় আনন্দিত হ'লো। সেৱা গ্ৰহণ কৰিব।

  • @NabaRajon
    @NabaRajon 4 роки тому

    কৃষ্ণ । বৰ ভাল লাগিল🙏

  • @manjulabhuyan5676
    @manjulabhuyan5676 4 роки тому

    Krishno 🙏🙏🙏

  • @elimonidas3557
    @elimonidas3557 3 роки тому

    Krishna Krishna Bap 🙏 pranam