সাম্প্ৰতিক কালত ভাওনাৰ "স্বৰূপ"||বক্তা-অধ্যাপক তুৱাৰাম খনিকৰ ছাৰ|Tuwaram khonikar bakhan|Vauna|
Вставка
- Опубліковано 8 лют 2025
- সাম্প্ৰতিক কালত ভাওনাৰ "স্বৰূপ"
বক্তা-অধ্যাপক তুৱাৰাম খনিকৰ ছাৰ MA ,BT
স্থান-সদৌ অসম ভাওনা সন্মিলন, প্ৰথম বাৰ্ষিক অভিৱৰ্তন,
আউনীআটী সত্ৰ, কলীয়াপানী, টীয়ক, যোৰহাট
#Tuwaramkhonikar#Vauna#lecture #bhauna
#bhaunavideo
#auniatisatra
মহামান্য বিজ্ঞজনাৰ ভাষণ শুনি বৰ ভাল লাগিল ৷ গুণী,জ্ঞানী ,বিজ্ঞসকলৰ গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ নিশ্চয় সকলোৰে অন্তৰ স্পৰ্শ কৰিছে ৷ আশা কৰোঁ দেখি থকা আসন্ন সমস্যাবোৰ সমাধান কৰাত সকলোৱে সহযোগিতা কৰিব ৷
জয় গুৰু শংকৰ ৷ শত কোটি প্ৰণাম ৷ইষ্টদেৱৰ শ্ৰী চৰণত সেৱাৰে সকলোৰে মঙ্গল কামনা কৰিলোঁ ৷
🙏
সময়োপযোগী সুন্দৰ বক্তৃতা ছাৰ🙏
বাস্তৱ সত্য কথা কৈছে ছাৰ। গুৰু দুজনাৰ অনুপম সৃষ্টিক আজি বিচাৰক নামৰ ব্যৱসায়ী সকলে ভাল উপাৰ্জন কৰিছে।
🙏
আপোনাৰ চৰনত শতকোটিবাৰ সেৱা জনালো। আপোনাৰদৰে মহৎ লোকৰ বহুত প্ৰয়োজন হৈছে, গুৰুজনাৰ ভাওনাৰ উদেশ্যেৰ বিষয়ে ব্যক্তব্য আগবঢ়োৱা প্ৰথম শুনিলো। মনটো ভাল লাগিল।
🙏
সুন্দৰ বক্তব্য, ,সচাকৈ এখন ভাওনা ক লৈ এখন সংবিধান অতি আবশ্যক, তেতিয়াহে আমাৰ গুৰুজনাৰ সংস্কৃতি জীয়াই থাকিব,,
বহুত ভাল কথা কৈইছে
প্ৰভূজনালৈ ভক্তি ভৰা সেৱা জনালোঁ। আপোনালোকৰ দৰে
পথ প্ৰদৰ্শক এতিয়াও আমাৰ সমাজত আছে সকলোৱে আশ্ৰয় লবলৈ আগবাঢ়ি গ'লে বহুত লাভ হ'ব বুলি ধাৰণা কৰিছোঁ। আমি আশা কৰো
বাতৰি কাকতৰ যোগেদি লিখি
সমাজত দি উপকৃত কৰে যেন।
নহ'লে এৰা গছেই বৰ গছ হ'ব।
কৃষ্ণ।
🙏
চাৰ বতমান মাতৃ ভাষাৰ ভাওনাৰ পৰা মাজৰ সুত্ৰ সমুহ হেৰাই যোৱাটো বৰ দুখৰ বিষয়। শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে ভাওনাৰ নাটকত প্ৰথম সুত্ৰৰ যোগেদি অতি পক্ষৰ আৰু জ্ঞানী জনৰ কাৰণে প্ৰথম সুত্ৰ সৃষ্টি কৰিছে।আৰু দ্বিতীয় পক্ষৰ আৰু জ্ঞানী জনৰ কাৰণে মাজৰ সুত্ৰ সৃষ্টি কৰিছিল। তৃতীয় পক্ষৰ আৰু জ্ঞানী জনৰ কাৰণে গোটেই নাটক খন লেখিছিল বা চাবলৈ দিছিল। তাৰ লগে লগে গুৰু জনে সময় আৰু সাৰাংশা ওপৰত গুৰুত্ব দিছিল। যিহেতু প্ৰথম সুত্ৰৰ মাজেদি আৰু মাজৰ সুত্ৰ মাজেদি সাৰাংশাটো কৈ ললে কথা বোৰ সোনকালে মনত থাকে তাকো গুৰু জনে তেতিয়াই উপলদ্ধি কৰিছিল। যিটো কথা স্কেকপিয়েৰেও নাটকত চিন্তা কৰা নাছিল। যি জনক বিশ্ব শ্ৰেষ্ঠ নাট্যকাৰ বুলি কয়। কেৱল আমাৰ অজ্ঞ তা অভাৱৰ বাবে আজিও বিশ্ব দৰবাৰত প্ৰথম শ্ৰেষ্ঠ নাট্যকাৰ বুলি প্ৰতিষ্ঠা কৰিব পৰা নাই। যি জন গুৰুৱে সকলো জাতিক এক কৰিছিল তেওঁ ধুকুৱাৰ পাছতে তেওঁ ধৰ্মক চাৰি সংঘটিত ভাগ কৰিলে তাতেই ক্ষান্ত নাথাকি কততা ভাগ কৰিলে বিশ্ব অভিলেখ ভংগ কৰিলে ।কেৱল নেতৃত্ব আৰু বৈষম্যৰ বাবেই ভাগ ভাগ কৰি গুৰু জনৰ আত্মাক কষ্ট দিছো নেকি আমি আত্ম সমালোচনা কৰিব সময় হ'ল । আমি সকলোৱে এক হৈ গুৰু জনক বিশ্ব দৰবাৰত শ্ৰেষ্ঠ নাট্যকাৰ বুলি চিনাকি কৰাই দিব লাগে। লগতে তেখেত এজন সব্ৰগুণাকৰ গুৰু। তেখেতৰ দৰে সব্ৰগুণাকৰ গুৰু অতিতটো কতো জন্ম গ্ৰহণ কৰা নাই বতমানেও জন্মা নাই ভৱিষ্যতেও যে তেনে গুৰু এই পৃথিৱী জন্ম হ'ব তাৰো কোনো নিশ্চয়তা নাই।
🙏
প্ৰকৃত ভাওনা প্ৰেমীৰ মনৰ কথা ❤।
সময় উপযোগী বক্তব্য। চাৰৰ কথা খিনিৰ গুৰুত্ব নিশ্চয়ই ভাওনাৰ লগত জড়িত সকলে প্ৰদান কৰিব।
🙏🙏🙏
সুন্দৰ বক্তব্য
শ্ৰৱণ কৰি বৰ আনন্দ পালো ৷ এনে বিদগ্ধ জেষ্ঠ তথা অভিজ্ঞ সকলক গুৰুত্ব নিদিলে আমি বিপথে গতি কৰা হব ৷ গুৰুত্ব দিব লগা কথা ৷ আপোনাৰ সুস্বাস্থ্য কামনা কৰি চৰণ কমলত সেৱা জনালো ৷
🙏🙏🙏
হৃদয়স্পৰ্শী বক্তৃতা❤
🙏
Krishna ATI hundor
বৰ উপকৃত হলো ভাষণ টোৰ জৰিয়তে।
কৃষ্ণ কৃষ্ণ
🙏
কৃষ্ণ শ্ৰদ্ধাৰ বাপ জনে অতি বাস্তৱ কথাটোৱে উল্লেখ কৰিছে । আমাৰ উত্তৰ পুৰুষ সকলে কথা খিনি বিবেচনা কৰিলে হে ভাওনা সংস্কৃতি টো বাচি থাকিব । কৃষ্ণ কৃষ্ণ
🙏
থিকেই কৈছে, ভাওনাত আধুনিক পোহৰ আৰু শব্দযন্ত্ৰিয়ে অত্যাচাৰ কৰিছে।
Val lagil bortta kothakhini
Sar bhut bhut val lagile
Vauna akol toka pisale gol. Agor natr boson naye. Tuty pyar lesari bilap aibu naykiya hol
Hundor boktreeta.
Bhauna (vauna)k modern koribo juwa hakole,, vauna business hisape luwa hakole aru vauna premy raije kotha khinir pora jothesta upokrito hobo.......🤟🙏
🙏
ভৱিষ্যতে ভাওনা কৰি চলি যাম বুলি যেতিয়া আমাৰ শিল্পী সকলে ভাবি ললে তেতিয়া পৰাই আধ্যত্মিকতা কোনোবা জেগাত উফৰি যোৱা যেন লাগে, প্ৰথমে ভাওনা পেচাৰ পৰা নিচালৈ নিব লাগিব আৰু আপোনাৰ এই তত্ত্বগধূৰ ভাষণে আমাৰ ৰাইজৰ আৰু সংস্কৃতি পথাৰলৈ আগৰ নিচিনাকৈ ভাওনা আকৌ ঘূৰি আহিব বুলি আমি আশাবাদী আৰু আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলো
কৃষ্ণ🙏🙏🙏
সুন্দৰ বিশ্লেষণ
Hampurn hasa katha ❤ krisna
সুন্দৰ ।
চাৰৰ কথা বিলাক সকলো অসমীয়াই উপলব্ধি কৰিবলৈ যত্ন কৰক।
সুন্দৰ ছাৰ।
🙏
🙏
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
সত্য কথা প্ৰকাশ কৰিছে, সকলো জানিও সত্য কথা বোৰ গুৰুত্ব নিদিয়ে।্
🙏
সুন্দৰ
ধন্যবাদ
Good knowledge sir
সুন্দৰ কথাৰ কৈচে ছাৰ❤
🙏
সঠিক বক্তব্য
🙏
Krishna ❤
এই অনুষ্ঠানতিত উপস্থিত থকা বিভিন্ন ব্যক্তিৰ ভাষণ শুনিলোঁ, কিন্তু এখেতৰ ভাষণত আচল মাদকটা উপলব্ধি কৰিলোঁ
🙏🙏🙏
❤❤good
সুন্দৰ ভাবে সকলোখিনি কথা কৈছে।ভাওনাত ব্যৱহৃত শব্দ যন্ত্ৰই সৃষ্টি কৰা হুলস্থুলীয়া পৰিবেশশটো ভাল নালাগে। 18:56
🙏
Aaha aaha praneshwari mai bilkul pasand nakaru 0/0..
sir durpodir bostra horonor ki buli kobo
কথাবোৰ একদম সঁচা।। মাইকৰ কথাটোও সচা কিন্তু কম চাউণ্ড দিলে চোন গায়ন-বায়নে যে চাউণ্ডটো বেয়া বুলি কয় আৰু তেওঁলোকে গীতে নাগায়।। সেই অপবাদৰ পৰা ৰক্ষা পাবলৈতো এজন মাইক চলোৱা ব্যত্তিয়ে চাউণ্ডৰ volume দিবই লাগিব নহয় জানো??
🙏
kishana mor monar kotha koise baap
a
🙏
সুন্দৰ
ধন্যবাদ