Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
অতি সুন্দৰ বৰ ভাল লাগিল কলা সংস্কৃতি সাহিত্য সভাৰ জীয়াই ৰখাৰ বাবে আপোনাসবলৈ জনালোঁ শত সহস্ৰ প্ৰণিপাত ।কৃষ্ণ
মহেন্দ্ৰ চুতিয়া ওজা, আপোনাৰ ওজাঢোল চালোঁ। ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ। জগন্নাথ মহন্ত, কলিয়াবৰ।
শাস্ত্ৰত উল্লেখিত ভৱিষ্যত বাণীসমূহ আজি বাস্তৱত দেখা পোৱা হৈছে। আপোনালোকলৈ অশেষ ধন্যবাদ।
Ucchakamal Chetia ধন্যবাদ
সুন্দৰ ।মহেন্দ্ৰৰ দা ।
Apuranta morom Mohen da r logte xongk..bor bhaal upostapon...🙏🙏🙏👏👏
সুন্দৰ ঢো লৰ চে ও। ভাল লাগিছে।❤❤❤
শ্ৰদ্ধাৰ মহেন্দ্ৰ ওজা ডাঙৰীয়া ' আপোনি ঢোল বাদনৰ যোগেদি অসমীয়াৰ ভাষা ও কলা-সংস্কৃতি অতি সুন্দৰ ভাবে প্ৰদৰ্শন কৰাৰ বাবে অশেষ ধন্যবাদ ।আপোনাৰ এনে প্ৰশংসনীয় প্ৰচেষ্ঠা অবিৰাম গতিত চলি থকাৰ আশা থাকিল ।
X
1
সময় উপযোগী কৈ উপস্থাপন কৰা বাবে আপোনাক অশেষ ধন্যবাদ দিছোঁ! লগতে ৰঙালী বিহুৰ ওলগ জনাইছোঁ ।
চাপৰ খিনি খুব ভাল লাগিল । আপোনাৰ কণ্ঠ ও খুব সুন্দৰ
Bor Val lagil apunalukar bihukhini. Suni God bless you
🙏
❤❤❤Hosakoie bohot dhunia dada
ভাল লাগিল....প্ৰথমৰ পৰা শেষলৈ...বাস্তৱৰ কথাই পালো....।।
ঢোল বাদ্য পৰিবেশনৰ এই ধ্বনি বিশ্ব ব্ৰহ্মাণ্ডত বিয়পাই দিয়াৰ বাবে অশেষ ধন্যবাদ ।
সুন্দৰ বাস্তৱিক উপস্থাপন, খুব ভাল লাগিল
Xosa...kotha ..Val lagil sai..
Xundor... Apunalukor guteikaita video bhut dhuniya hoise...
শ্ৰদ্ধাৰ শ্ৰীযুত মহেন্দ্ৰ ওজা ঢ়োল বাদন আৰু সংলাপ খুউব ভাল লাগিছে। দেশ আৰু জাতিৰ অস্তিত্ব প্ৰতি সংবেদনশীল তেখেতৰ শিল্পী সুলভ উপস্থাপনক শ্ৰদ্ধাৰ সহ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। 🙏 হেমেন শইকীয়া, তিতাবৰ।
আপোনাৰ অনুষ্ঠান ২০১৫ চনত তিতাবৰত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত দেখা পাইছিলো | খুব ভাল লাগিছিল | হাহিঁত ৰ'ব নোৱাৰে হৈছিলো | ধন্যবাদ |
সুন্দৰ ! সময়োপযোগী শিল্পকলা পৰিবেশন ,আপোনাৰ আপোনালোকৰ পৰিবেশনত সঁচা জাতীয়তাবাদ প্ৰকাশ পাইছে !! চৰ্চা ৰাখক শিপাত থাকক ! সবাকে গভীৰ শ্ৰদ্ধা নিবেদিলোঁজয় আই অসম ধন্য ধন্য ভাৰত ভূমি !!
অতি সুন্দৰ উপস্থাপন ! সচাঁ কথাৰ গুণানুকীৰ্তন !
বহুত ভাল লাগিল
ধুনীয়া লাগিছে.
সুন্দৰ উপস্থাপনবহুত ভাল লাগিল
🌹😍😊😂😀😗😁🤣🤩🍆😘🤗😊😉😆😀😁🤣😃😅🤩😘🙂😎😎😎😎☺️😋😋😋🙂😎
সচা কথা কৈছে আপোনাৰঢোলৰ জৰিয়তে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈকে জিলিকি থকা শুভেচ্ছাৰে 🙏
হয় ।ভাল লাগিল ।বহুত বহুত ধন্যবাদ
ভাল লাগিল দাদা....আপোনাৰ অনুষ্ঠানটো চাই.......👌👌
Khub bhal lagil. Many thanks. God will bless you.
Bihu dina hunixu Amar papai nasi ase d j logai dixu🥰🥰🤩🤩🤟🤟 bhot hundr lagese from (Golaghat) furkating
ATI xundar hoise
Bohut bochor murot eman dhunia ujapali sunilu montu bor bhal lagil
moja lagise.....nice
অতি সুন্দৰ । অভিনন্দন জনাইছোঁ
P
Pp
Ppppp
Bahut bahut excellent.
আপোনালোকলৈ বহুতো ধন্যবাদ থাকিল ।
Bhahut val lagil sir
সুন্দৰ 💕
বহুত সুন্দৰকৈ উপস্থাপন, ধন্যবাদ সকলোলৈকে
সঁচা অৰ্থত এইয়াই প্ৰকৃত অসমীয়াৰ পৰিচয়।
Bohut vl lgil😍😍😀😀
সুন্দৰ লাগিছে
Aoti hundor hoise dei
বৰ ভাল লাগিল। হৃদয়ঙ্গম কৰি দুখো
দুখো লাগিল।উপায় কি হ'ব সঁচাকৈ।দিন কাল সলনি হৈ একো ভাল হোৱা নাই। ধন্যবাদ।
Hundor hoise
অতুলনীয় আৰু আদৰণীয় ।বৰ ভাল লাগিল ।
Joi aai axom
সুন্দৰ বৰ ভাল লাগিল
Pranaw Hazarika dhoinyobad
Moja
Xundor
বহুত ভাল লাগিল।
ভাল হৈছে। শুভেচ্ছা জনালো।
বহু ভাল লাগিল । ধন্যবাদ
Bohut bohut val lagil ❤️🙏
বৰ সুন্দৰ লাগিল।
Val lagil Dada
Xundar
আপোনাক লৈ আমি যোৰহাটৰ ৰাইজে গৌৰৱ কৰো।
Amlan H.Baruah বহুত ধন্যবাদ.. যোৰহাটবাসীৰ মৰমেহে মোক জীয়াই ৰাখিছে
অনাগত দিনটো আপোনাৰ পৰা আৰু বহুত আশা কৰিছোঁ।
চাপৰ খিনি ভাল লাগিল।
So Nice.....বহুত ভাল লাগিল।
BISHWAJIT BOROO dhoinyobad
সুন্দৰ, 💯 %সচা কথা কলে ।
Moza
ধুনীয়া হুন্দৰ প্ৰগ্ৰাম কৰিছে অৰু ভাল লগিছে শাস্ত্ৰৰ কথা এনেদৰে জিয়াই ৰাখক মৰমৰ অসম অমাৰ ধ্যন্যৱাদ
Hundor Hoisa
Moja ❤️❤️🙏
Bhut val lage apunar gan sune.....
Vl lgil
ভাল লাগিল ।
Hundor hoise. Dumuni sapor to bojai deok sun
বহুত সূন্দৰ ।
বহুত ভাল লাগিলে সকলো সছা কথা কলে আপোনালোকে
সুন্দৰ
bhut bhut vl lagil de sai
জয় আই অসম
সুন্দৰ হৈছে
ভাল লাগিল আপোনাৰ অনুষ্ঠান বিলাক মই প্ৰায়েই চাওঁ, বহুত ভাল লাগে।
বহুত বহুত ধন্যবাদ থাকিল শিল্পী গৰাকীলৈ ।
Bor dhuniya lagise Love you sirApunaluke ai bihu git tir joriote amar bastob xomajor sobi khon oti hundor koi dangi dhorise...Dhoinnobad sir....
জয় আই অসম দাদা সকল
Apunar para luhuribatha hat sunim buli asha karilu u t
Bastobt ji hodai ghoti ase takei koise vl lgil hunil😍
অতি সুন্দৰ খুব ভাল লাগিল
অতি সুন্দৰ ককাই, এইটো কি গান বুলি কোৱা হয়?
Hundr hoise Dada
ধন্যবাদ
Thenkeu dangoria
Heartiest congratulation.God bless them.
একেবাৰে সত্য বানী
বহুত ভাল লাগিছে খুড়া
Dada bahut val lagil huni
Dhunia hoise
Bohut bhal lagil
Mojjaa
মজা লাগিলে . ঘেনখিতা হাতখনো দিব চোন
সুন্দৰ সচা কথা কৈছে
Apunak bohut val pau apunar usorot hikibo bohut mon asil kintu nuwarisu 🙏🏽🙏🏽 apunak guru mani agoloi bojai jam jiman paru
সুন্দৰ উপস্থাপন বৰ ভাল লাগিল
Boom lagisa
ভাল লাগিল শুনি আপোনালোকলৈ ধন্যবাদ থাকিল
Pankoz Saikia ধন্যবাদ
🙏Wow 🦋💖 Nice👌
Satya katha very good
Bor dhuniya lagise khura.i love u so mach
Bohut Val lagil
কি অপুৰ্ব সৃষ্টি
অপূৰ্ব,
অতি সুন্দৰ বৰ ভাল লাগিল কলা সংস্কৃতি সাহিত্য সভাৰ জীয়াই ৰখাৰ বাবে আপোনাসবলৈ জনালোঁ শত সহস্ৰ প্ৰণিপাত ।কৃষ্ণ
মহেন্দ্ৰ চুতিয়া ওজা, আপোনাৰ ওজাঢোল চালোঁ। ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ। জগন্নাথ মহন্ত, কলিয়াবৰ।
শাস্ত্ৰত উল্লেখিত ভৱিষ্যত বাণীসমূহ আজি বাস্তৱত দেখা পোৱা হৈছে। আপোনালোকলৈ অশেষ ধন্যবাদ।
Ucchakamal Chetia ধন্যবাদ
সুন্দৰ ।মহেন্দ্ৰৰ দা ।
Apuranta morom Mohen da r logte xongk..bor bhaal upostapon...🙏🙏🙏👏👏
সুন্দৰ ঢো লৰ চে ও। ভাল লাগিছে।❤❤❤
শ্ৰদ্ধাৰ মহেন্দ্ৰ ওজা ডাঙৰীয়া ' আপোনি ঢোল বাদনৰ যোগেদি অসমীয়াৰ ভাষা ও কলা-সংস্কৃতি অতি সুন্দৰ ভাবে প্ৰদৰ্শন কৰাৰ বাবে অশেষ ধন্যবাদ ।আপোনাৰ এনে প্ৰশংসনীয় প্ৰচেষ্ঠা অবিৰাম গতিত চলি থকাৰ আশা থাকিল ।
X
1
সময় উপযোগী কৈ উপস্থাপন কৰা বাবে আপোনাক অশেষ ধন্যবাদ দিছোঁ! লগতে
ৰঙালী বিহুৰ ওলগ জনাইছোঁ ।
চাপৰ খিনি খুব ভাল লাগিল । আপোনাৰ কণ্ঠ ও খুব সুন্দৰ
Bor Val lagil apunalukar bihukhini. Suni God bless you
🙏
❤❤❤Hosakoie bohot dhunia dada
ভাল লাগিল....প্ৰথমৰ পৰা শেষলৈ...বাস্তৱৰ কথাই পালো....।।
ঢোল বাদ্য পৰিবেশনৰ এই ধ্বনি বিশ্ব ব্ৰহ্মাণ্ডত বিয়পাই দিয়াৰ বাবে অশেষ ধন্যবাদ ।
সুন্দৰ বাস্তৱিক উপস্থাপন, খুব ভাল লাগিল
Xosa...kotha ..
Val lagil sai..
Xundor... Apunalukor guteikaita video bhut dhuniya hoise...
শ্ৰদ্ধাৰ শ্ৰীযুত মহেন্দ্ৰ ওজা ঢ়োল বাদন আৰু সংলাপ খুউব ভাল লাগিছে। দেশ আৰু জাতিৰ অস্তিত্ব প্ৰতি সংবেদনশীল তেখেতৰ শিল্পী সুলভ উপস্থাপনক শ্ৰদ্ধাৰ সহ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। 🙏 হেমেন শইকীয়া, তিতাবৰ।
আপোনাৰ অনুষ্ঠান ২০১৫ চনত তিতাবৰত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত দেখা পাইছিলো | খুব ভাল লাগিছিল | হাহিঁত ৰ'ব নোৱাৰে হৈছিলো | ধন্যবাদ |
সুন্দৰ !
সময়োপযোগী শিল্পকলা পৰিবেশন ,
আপোনাৰ আপোনালোকৰ পৰিবেশনত
সঁচা জাতীয়তাবাদ প্ৰকাশ পাইছে !!
চৰ্চা ৰাখক
শিপাত থাকক !
সবাকে গভীৰ শ্ৰদ্ধা নিবেদিলোঁ
জয় আই অসম
ধন্য ধন্য ভাৰত ভূমি !!
অতি সুন্দৰ উপস্থাপন ! সচাঁ কথাৰ গুণানুকীৰ্তন !
বহুত ভাল লাগিল
ধুনীয়া লাগিছে.
সুন্দৰ উপস্থাপন
বহুত ভাল লাগিল
🌹😍😊😂😀😗😁🤣🤩🍆😘🤗😊😉😆😀😁🤣😃😅🤩😘🙂😎😎😎😎☺️😋😋😋🙂😎
সচা কথা কৈছে আপোনাৰঢোলৰ জৰিয়তে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈকে জিলিকি থকা শুভেচ্ছাৰে 🙏
হয় ।ভাল লাগিল ।বহুত বহুত ধন্যবাদ
ভাল লাগিল দাদা....আপোনাৰ অনুষ্ঠানটো চাই.......👌👌
Khub bhal lagil. Many thanks. God will bless you.
Bihu dina hunixu Amar papai nasi ase d j logai dixu🥰🥰🤩🤩🤟🤟 bhot hundr lagese from (Golaghat) furkating
ATI xundar hoise
Bohut bochor murot eman dhunia ujapali sunilu montu bor bhal lagil
moja lagise.....nice
অতি সুন্দৰ । অভিনন্দন জনাইছোঁ
P
Pp
Ppppp
Bahut bahut excellent.
আপোনালোকলৈ বহুতো ধন্যবাদ থাকিল ।
Bhahut val lagil sir
সুন্দৰ 💕
বহুত সুন্দৰকৈ উপস্থাপন, ধন্যবাদ সকলোলৈকে
সঁচা অৰ্থত এইয়াই প্ৰকৃত অসমীয়াৰ পৰিচয়।
Bohut vl lgil😍😍😀😀
সুন্দৰ লাগিছে
Aoti hundor hoise dei
বৰ ভাল লাগিল। হৃদয়ঙ্গম কৰি দুখো
দুখো লাগিল।উপায় কি হ'ব সঁচাকৈ।
দিন কাল সলনি হৈ একো ভাল হোৱা নাই। ধন্যবাদ।
Hundor hoise
অতুলনীয় আৰু আদৰণীয় ।বৰ ভাল লাগিল ।
Joi aai axom
সুন্দৰ বৰ ভাল লাগিল
Pranaw Hazarika dhoinyobad
Moja
Xundor
বহুত ভাল লাগিল।
ভাল হৈছে। শুভেচ্ছা জনালো।
বহু ভাল লাগিল । ধন্যবাদ
Bohut bohut val lagil ❤️🙏
বৰ সুন্দৰ লাগিল।
Val lagil Dada
Xundar
আপোনাক লৈ আমি যোৰহাটৰ ৰাইজে গৌৰৱ কৰো।
Amlan H.Baruah বহুত ধন্যবাদ.. যোৰহাটবাসীৰ মৰমেহে মোক জীয়াই ৰাখিছে
অনাগত দিনটো আপোনাৰ পৰা আৰু বহুত আশা কৰিছোঁ।
চাপৰ খিনি ভাল লাগিল।
So Nice.....বহুত ভাল লাগিল।
BISHWAJIT BOROO dhoinyobad
সুন্দৰ, 💯 %সচা কথা কলে ।
Moza
ধুনীয়া হুন্দৰ প্ৰগ্ৰাম কৰিছে অৰু ভাল লগিছে শাস্ত্ৰৰ কথা
এনেদৰে জিয়াই ৰাখক মৰমৰ অসম অমাৰ ধ্যন্যৱাদ
Hundor Hoisa
Moja ❤️❤️🙏
Bhut val lage apunar gan sune.....
Vl lgil
ভাল লাগিল ।
Hundor hoise. Dumuni sapor to bojai deok sun
বহুত সূন্দৰ ।
বহুত ভাল লাগিলে সকলো সছা কথা কলে আপোনালোকে
সুন্দৰ
bhut bhut vl lagil de sai
জয় আই অসম
Moja
সুন্দৰ হৈছে
ভাল লাগিল আপোনাৰ অনুষ্ঠান বিলাক মই প্ৰায়েই চাওঁ, বহুত ভাল লাগে।
বহুত বহুত ধন্যবাদ থাকিল শিল্পী গৰাকীলৈ ।
Bor dhuniya lagise
Love you sir
Apunaluke ai bihu git tir joriote amar bastob xomajor sobi khon oti hundor koi dangi dhorise...
Dhoinnobad sir....
জয় আই অসম দাদা সকল
Apunar para luhuribatha hat sunim buli asha karilu u t
Bastobt ji hodai ghoti ase takei koise vl lgil hunil😍
অতি সুন্দৰ খুব ভাল লাগিল
অতি সুন্দৰ ককাই, এইটো কি গান বুলি কোৱা হয়?
Hundr hoise Dada
ধন্যবাদ
Thenkeu dangoria
Heartiest congratulation.God bless them.
একেবাৰে সত্য বানী
বহুত ভাল লাগিছে খুড়া
Dada bahut val lagil huni
Dhunia hoise
Bohut bhal lagil
Mojjaa
মজা লাগিলে . ঘেনখিতা হাতখনো দিব চোন
সুন্দৰ
সচা কথা কৈছে