GT/PGT পৰীক্ষাৰ Cut off Marks সম্পৰ্কে বিশ্লেষণ।। GT/PGT Cut off কিমান যাব।। by
Вставка
- Опубліковано 8 лют 2025
- GT/PGT পৰীক্ষাৰ Cut off Marks সম্পৰ্কে বিশ্লেষণ।। GT/PGT Cut off কিমান যাব।। Expected Cut off।। by@alisir985
#alisirassam#alisirassam
#gt/pgt পৰীক্ষাৰ cut off marks সম্পৰ্কে বিশ্লেষণ
#gt/pgt cut off কিমান যাব
#gt/pgt expected cut off
#GT/PGT ত কম নম্বৰ পোৱা সকলেও লাভ কৰিব চাকৰি
100% right kotha Dada apuni thik kotha koise,
Thank you
Thank you
Plz subscribe my channel & support me
Good analysis sir,go ahead
@@SamiranBegum-h8s thank you
Very good analysis
@@kharshedaliahmed9234 thank you
Analysis ভালে কৰিলে কিন্তু cutoff 70+ যাব final
@@N1991-t9d okay
Thank you
Najai o Baba 82 to 90
65 to 75 bhitorot thakibo UR GT
Okay
Gt arts 67 , chance ase ne powar
আশাবাদী হৈ থাকক gt ত পোৱাৰ chance থাকিব। আৰু কিবা জানিব লগা হলে মোক comment কৰিব।অনুগ্ৰহ কৰি মোৰ channel টো subscribe কৰিব।
Thank you
Sir assamese pgt kimn pale chance thakibo jonabo sun plz. Plzz
PGT ত Assamese ৰ cut off বহুত কম যাব। PGT Assamese ত postor সংখ্যাও যথেষ্ট পৰিমাণে আছে। আপুনি কিমান পাব সেইটো জনালে মোৰ তথ্য সংগ্ৰহ কৰাত সহায় হব। অনুগ্ৰহ কৰি মোৰ channel টো subscribe কৰিব।
Thank you
75-80pm..emn vl nhl.plz reply kribo sir
@kasturibarman9403 আপুনি পাব, হতাশ নহব। সেই বিষয়ে কালি এটা সঠিক analysis video লৈ আহিম। এইবাৰ চাকৰি পোৱাৰ এটা সুবৰ্ণ সুযোগ আপোনালোকৰ বাবে। কম নম্বৰতে পাই যাব।
অনুগ্ৰহ কৰি মোৰ channel টো subscribe কৰিব
Thank you
@@alisir985 thank you sir . Bhut kasta krilo
হিন্দী ৰ candidate কিমান আছে আনুমানিক
G T ৰ
@@jintumonibhuyan7554 হিন্দীৰ Candidates ও
ইমান বেছি নাই।
হিন্দীৰ Candidates বিলাকে post কম নম্বৰত পাই যাব। অনুগ্ৰহ কৰি মোৰ channel টো subscribe কৰিব
Thank you
@@jintumonibhuyan7554 GT ত ও হিন্দীৰ Candidates ইমান বেছি নাই
82 km number kenekoi hl,falumi kra nk..june bhut valkoi study krise hihteo 82 napai
@@mehfijarahman5972আপুনি অনুগ্ৰহ কৰি next video টো চাব, তাত কম cut off marks ওপৰত details আলোচনা কৰা হৈছে ।
80 r uport najai likhi rakhak
@@monujmala1118 Okay,
Thank you
Good analysis.
Thank you, plz subscribe my channel and also support me
Gt 65 pgt 70 pabo Niki, moi obc, Bengali subject, cachar
@@sudipanath1684 আপুনি পাই যাব।
আজি analysis Video লৈ আহিম সেইটো চাব আপোনাৰ doubt clear হৈ যাব
Thank you
অনুগ্ৰহ কৰি মোৰ channel টো subscribe কৰিব
Nice analysis 👍 👌
Thank you very much, plz subscribe my channel & support me
Bht voy lgse
নাই,ভয় কৰিব লগা নাই
এইবাৰ বহুত কম নম্বৰে চাকৰি পাব । অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব
50+ pam pwd candidate hou.
Chance asene?
আপোনাৰ কাৰণে chance আছে
অনুগ্ৰহ কৰি মোৰ channel টো subscribe কৰিব
Thank you
Gt t arts 50+ jabo obc kiba chance ase ne
অলপ আশাবাদী হৈ থাকক। হতাশ নহব
অনুগ্ৰহ কৰি মোৰ channel টো subscribe কৰিব
G.T 64 chance asaynaki
Arts নে science
জনাব
👌
@itz_arman_99 thank you
Pgt sanskrit r cutt off kiman hbo pare?
PGT Sanskrit ত বেছি নম্বৰ নাযায়। বেলেগ subject ৰ তুলনাত বহুত কম যাব
আপুনি কিমান পাব জনালে মোৰ তথ্য সংগ্ৰহ কৰাত সহায় হব। অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব।
ধন্যবাদ থাকিল আপোনালৈ
Sir, Biraat bhoi lagi ase..Ki hobo Sir..Moi bhoyot analysis video dekhar Hahok gotabo pora nai..Mur Haat bhori kopi thake analysis video dekhile...Sir, Aashirwad koribo..Dui haat bhori Ashirwad koribo Sir.... Dhanyavaad Sir 🙏🙏
@@durgalaxmi4444 May God bless you. ভগৱানে আপোনাৰ ভাল কৰক আশীৰ্বাদ থাকিল। অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব আৰু support কৰিব
@alisir985 Dhanyavaad Sir 🙏🙏
History PGT kimb
@@Popokatipetel PGT ত History বেছি নম্বৰ নাযায়। আন আন subject ৰ তুলনাত কম যাব। আপুনি কিমান পাব সেইটো জনালে মোৰ তথ্য সংগ্ৰহ কৰাত সহায় হব।
অনুগ্ৰহ কৰি মোৰ channel টো subscribe কৰিব
@alisir985 80 to 85 range t OBC
@@alisir985 reply fast
GT 73 UR women.. chance asy ne
@@kakalisharma4156হয়, chance আছে
Plz,মোৰ channel টো subscribe কৰিব
Pgt er kotha eku nokole dekhun...
@@esho_sikhi_eksathe PGT ৰ বাবে ভিডিও এটা লৈ আহিম বেলেগকৈ
Sir gt science obc 75 ..bohut tension t asu chance ase janu
@@madhurirajbongshi3314 GT Science ত আপোনাৰ চিন্তা নাই। আপুনি পোৱাটো নিশ্চিত। অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব আৰু support কৰিব
ধন্যবাদ থাকিল আপোনালৈ
GT bilak pgt t keneke jabo impossible
Exam separate ke hoisil
ঠিক আছে কথাটো হয়। কিন্তু PGT আবেদন কৰা বেছি ভাগেই gt ত আবেদন কৰিছে। সেইবাবে GT ত বেছি নম্বৰ পোৱা কেইটা এনেই PGT লৈ গুচি যাব। আপুনি এই কথাটো অলপ চিন্তা কৰি চাব।
ধন্যবাদ আপোনালৈ
Moi pgt Assamese 100 genral any chance @@alisir985
Gt 110 any chance.assamese.arts
@jemimaahmed5362 aponar 100% chance ase
@jemimaahmed5362 অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব
Thank you
Gt 78 general UR GT arts chance asea nehh
আপোনাৰ আশা আছে, হতাশ নহব। ইয়াৰ পিছত মই আৰু তথ্য সংগ্ৰহ কৰি এটা সঠিক বিশ্লেষণ আগবঢ়াম তেতিয়া আপোনাৰ doubt clear হৈ যাব
অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব আৰু লগৰ friends লৈ share কৰিব
Apuni je kole gt t val number pua hộKol pgt loi gusi jabo ….aeitu kenekoi hbo? Pgt exam r pra pgt t lobo aru gt r pra gt lobo ..aru ji hokole gt pgt duitat pabo hihot he pgt t gusi jbo
হয়, আপুনি ঠিকেই কৈছে। যিসকলে gt/pgt দুটাই পাব তেওঁলোকেহে pgt লৈ গুচি যাব। এটা কথা মনকৰক যিসকলে pgt পাব তেওঁলোকৰ বেছি ভাগেই gt ও পাব। সেইবাবে বেছি নম্বৰ থকা সকলে pgt লৈ এনেই গুচি যাব । এতিয়া clear হব কথাটো। ধন্যবাদ থাকিল আপোনালৈ। আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব
80 ketiyaw najabo sir
Okay, মই আৰু তথ্য সংগ্ৰহ কৰি আৰু এটা ভিডিও লৈ আহিম তেতিয়া নিশ্চিত ভাবে সঠিক তথ্য পোহৰলৈ আহিব
Thank you
GT science 67 , SC category, Hindi medium school r baabe apply korisilu . Chance ase neki kiba?
আপুনি Sc আৰু Science ৰ হয় আপোনাৰ বাবে সম্পূৰ্ণ আশা আছে। অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব আৰু লগৰ friends লৈ share কৰিব। আপোনালৈ ধন্যবাদ থাকিল
GT Val marks puwa khini pgt loi kenekoi gusi jabo bujai dibosun
Jijetu pgt r babe beleg question paper asile
Moiu aitu vabisu GT PGT complete seperate exam hoi goise
Okay, GT আৰু PGT বাবে বেলেগ question paper হয়। কিন্তু এটা কথা মন কৰিব যিসকলে PGT ত Apply কৰিছে তেওঁলোকে কিন্তু gt ও apply কৰিছে । যেতিয়া PGT ৰ কেইটাই ভাল নম্বৰ লাভ কৰিব। সেইকেইটা কিন্তু gt ত নাথাকে ultimately PGT লৈ গুচি যাব।
Thank you
Good job
@@hussainalibarpeta7566 thank you
Pwd krne kiman jbo pare
@@MousinaKhanam Kimn marks pabo apuni?
Moiu pwd candidate hou
50+
❤
Thank you
84 gt gen arts is there any chance
Yes, আপোনাৰ সম্পূৰ্ণ chance আছে
অনুগ্ৰহ কৰি মোৰ channel to subscribe কৰিব
No...ni chance...
Wrong analysis
Thank you
Emn cut of ketiyau nejai.gt arts 65-70 thakibo.gt arts
এইটো tentative Cut off হয়। ইয়াৰ অলপ ইফাল সিফাল হোৱাটো হব পাৰে।thank you
GT Science r kiman candidate appeared hoise. Jonabo...
সেই বিষয়ে তথ্য সংগ্ৰহ কৰি ভিডিও লৈ আহিম। কথাটো হল আপুনি কিমান পালে মই জানিব পাৰিলে তথ্য সংগ্ৰহ কৰাত সুবিধা হয়। অনুগ্ৰহ কৰি আপুনি আপোনাৰ নম্বৰ জনাব আৰু মোৰ চেনেলটো subscribe কৰিব আৰু support কৰিব। ধন্যবাদ থাকিল আপোনালৈ
@@alisir985mur GT Science 64 ahise kiba chance ase ne bhut voi lgi ase
Sakori napam de. 65 he pam pgt t
@@UtpalDas-fu7bt আপনাৰ সংস্কৃত আছে যে হতাশ নহব, সম্ভাৱনা থাকিব পাৰে
Pgt Assamese kiman jabo paare
@@mitalimalinikalita8279 PGT Assamese ৰ বাবে ইমান বেছি নাযাব। Assamese ত Post ৰ সংখ্যাও বেছি আছে আন আন sub ৰ তুলনাত । আপুনি কিমান পাব জনালে ভাল আছিল
অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব
Hindi t cutof kimn jbo gt sir
হিন্দীত কাট কম যাব। হিন্দীৰ ওপৰত বেলগ এটা ভিডিও লৈ আহিম। আপুনি কিমান পাব জনালে হিন্দীৰ বিষয়ে তথ্য সংগ্ৰহ কৰাত সহায় হব। লগতে অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব আৰু লগৰ friends লৈ share কৰিব , ধন্যবাদ থাকিল আপোনালৈ
@@alisir985 40+
Pgt physics kiman jbo UR
PGT ৰ বাবে আকৌ এটা ভিডিও লৈ আহিম। তেতিয়া সকলো তথ্য সংগ্ৰহ কৰি বিশ্লেষণ কৰিব পাৰিম, ধন্যবাদ থাকিল আপোনালৈ। আপুনি কিমান পাব জনালে মোৰ তথ্য সংগ্ৰহ কৰাত সুবিধা হয়। অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব
Hindit kiman jabo arst
@@swapanchsingha2404 সেই বিষয়ে পিছত এটা ভিডিও লৈ আহিম, মুঠতে হিন্দীত কম কাট যাব
আপুনি হিন্দীত কিমান পাব সেইটো জনালে মোৰ তথ্য সংগ্ৰহ কৰাত সহায় হব
Gt hindi 60..akha koribo pari ne?
Pgt Anthropology kiman Maan cut off jabo
@@alisir98550+ GT Hindi axa asene? Plz reply OKE??😊
Ur 68 science gt??
GT Science আপুনি আশাবাদী হৈ থাকক পাব বুলি। অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব আৰু support কৰিব আৰু তথ্য সংগ্ৰহ কৰি analysis video লৈ আহিম। ধন্যবাদ আপোনাক
Pgt Anthropology kiman maan jabo
PGT ৰ বাবে মই বেলেগ এটা ভিডিও লৈ আহিম। PGT anthroology ৰ বাবে আৰু অলপ তথ্য সংগ্ৰহ কৰিব লাগিব তাৰ পিছত সঠিক বিশ্লেষণ দাঙি ধৰিব পাৰিম। আপুনি কিমান পাব এইটো জনালে মোৰ তথ্য সংগ্ৰহ কৰাত অলপ সহায় হব। লগতে অনুগ্ৰহ কৰি মোৰ চেনেলটো subscribe কৰিব আৰু লগৰ friends লৈ share কৰিব। ধন্যবাদ
Dada ru student kiman maaney anthropology asile..heitu gom pale vhal asil
St p 68
Good analysis sir
Thank you
Very good analysis
Thank you
Very good analysis sir
@@MohidulIslam-x6d thank you
@@MohidulIslam-x6d thank you