New Koch Rajbongshi Song 2024 | Kushan Gaan| Baby Bhuyan| Official MV |

Поділитися
Вставка
  • Опубліковано 6 кві 2024
  • ৰামায়ণৰ কাহিনীৰে সমৃদ্ধ "কুশান “লোক-নাট্যানুষ্ঠানটি গোৱালপাৰীয়া লোকসংস্কৃতিৰ তথা নামনি অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ মাজত বহুলভাৱে প্ৰচলিত এটি চহকী তথা জনপ্ৰিয় সংগীতানুস্হান ৷অংকীয়া-নাটৰ দৰে কুশানো এক বিশেষ ক্ৰমৰ মাধ্যমৰে পৰিবেশন কৰা হয় ৷আমি মাথো চুকুৰী প্ৰবেশৰ গীত-নৃত্যএটিহে পৰিবেশন কৰাৰ প্ৰয়াস কৰিছোঁ আৰু কুশান-গুৰু প্ৰয়াত ভূবন চন্দ্ৰ ৰায়লৈ শ্ৰদ্ধাঞ্জলী জনাই আপোনালোকৰ মাজলৈ এৰি দিছো ৷সংগীতত সহযোগ কৰা দোতোৰাৰ উত্তম ৰায়,খোলৰ অনিল ৰায়,চাৰিন্দাৰ অমৰেন্দ্ৰ ৰায় দাদা,বাহীৰ নিকুঞ্জ পাঠক দাদা,নৃত্যশিল্পী ইলোৰা বৰুৱা,অনামিকা ৰায়,পম্পী দাস; জ্যোতিচিত্ৰনত গীতকেইটাৰ শব্দ-গ্ৰহণ কৰাৰ লগতে সজাই তোলা বিজয় নাথ আৰুআমাক সকলোধৰণৰে সহযোগিতা আগবঢ়োৱা দীপক দত্ত ,মেক-আপ শিল্পী মানস ৰাভা ,তথা গীতটিৰ ভিডিঅ সুন্দৰকৈ সজাই তোলা চিনেমেট’গ্ৰাফাৰ ভাস্কৰ ভূঞা আৰু দেবাশীষ ডেকাৰ সম্পাদনা অবিহনে আমাৰ এই প্ৰয়াস কেতিয়াও সম্পূৰ্ণ নহলহেঁতেন ৷ আন্তৰিকতাৰে মই সকলোকে মোৰ কৃতজ্ঞতা জনাইছোঁ 🙏🙏
    #prastutiporasor #beharbarioutpostcomedyvideo #pragnews #assamesenewstoday #assamesevideo #bts #jollywood #kochrajbongshicomedyvideo #nalbari #news18assamnortheast
    #kochrajbongshisong
    #bhawaiya_song
    #goalpariya
    Instagram:- nibirnirav

КОМЕНТАРІ •