TIME8ৰ ষ্টুডিঅ'ত দিনহাজিৰা কৰা পিতৃৰ কন্যা ৰুকচানা পাৰবীনৰ কণ্ঠত ইটোৰ পিছত সিটো গীত।

Поділитися
Вставка
  • Опубліковано 3 жов 2024
  • TIME8ত দিনহাজিৰা কৰা পিতৃৰ কন্যা ৰুকচানা পাৰবীনৰ কণ্ঠত ইটোৰ পিছত সিটো গীত। আৰ্থিক সমস্যাৰে সৈতে সহবাস কৰা ৰুকচানাৰ সংগীতৰ নাই কোনো আনুষ্ঠানিক শিক্ষা। আছে মাথোঁ আমছুয়ে উপহাৰ দিয়া এখন হাৰমনিয়াম। ইয়াৰ পিছতো শিল্পীগৰাকীৰ কণ্ঠত প্ৰাণ পাই উঠিছে লোকগীত, বিহুৰ পৰা আধুনিক সকলোধৰণৰ গীত। ৰুকচানাৰ যাদুকৰী কণ্ঠই নিশ্চিতভাৱে মোহিত আপোনাক।

КОМЕНТАРІ • 496