দিহানামৰ প্ৰতিযোগিতাত আচলতে কি হৈছে ' বিচাৰক সমূহে কিয় এনে কৰিছে ,ইয়াৰ ওপৰত আপোনাৰ মন্তব্য কি ?

Поділитися
Вставка
  • Опубліковано 28 січ 2025

КОМЕНТАРІ • 16

  • @KamalGogoi-o7w
    @KamalGogoi-o7w Місяць тому +6

    Hori namot bhengusali

  • @brothersglobe5706
    @brothersglobe5706 Місяць тому +1

    বিচাৰকৰ নামত ফটোৱামি যেনহে লাগিছে। তামোল-পাণৰ পাগত ভালকৈ কথা পাতিবলৈ অসুবিধা হৈছে। নাম বা ভক্তি মূলক গীতৰ প্ৰতিযোগিতা যেন নহয়, কিবা ইণ্ডিয়ান আইডলহে হৈছে। ইয়াকে কয় বোলে অল্প বিদ্যা ভয়ঙ্কৰ। শাস্ত্ৰীয় বচনতো আছে বোলে ' নিজকে জ্ঞানী বুলি জহাই ফুৰা লোক দেখিচানে? তাতকৈ অজ্ঞানৰ অধিক আশা আছে। "

  • @amiyabaruah3534
    @amiyabaruah3534 Місяць тому +2

    হে বাপ আইসকলক আলোচনা কৰাতকৈ নিজৰগৰাকী ক সধিবছোন ৷

  • @pranjoldutta7038
    @pranjoldutta7038 Місяць тому

    বিচাৰকে নামৰ কথা ক'ব লাগে, চেহেৰা, সেন্দুৰ, পথাৰত চাহ দিয়া এদিনত ডাঙৰি কিমাম দায়। এইবোৰ কথা কৈ আছে যে, নামৰ বিশ্লেষণ কৰিব লাগে নে এইবোৰ বিচাৰ কৰিব লাগে।।।

  • @nehasaikia16
    @nehasaikia16 Місяць тому

    এইকেইজন বিচাৰকক আমাৰ ফালেও পঠাই দিবচোন।। 😊😊

  • @rudrashingharajkhowa2930
    @rudrashingharajkhowa2930 Місяць тому

    কেনে বিচাৰক এই সকল দিহা নামৰ নিয়ম প্ৰণালীৰ বিষয়ে কব লাগে কৈছে অদৰকাৰী বিষয় কিছুমান ।

  • @NirugogoiDutta
    @NirugogoiDutta Місяць тому

    কিছুমান বিচাৰকৰ মন্তব্য শুনিলে নামৰ একো মহিমা নাই যেন লাগে

  • @Gyanom380
    @Gyanom380 Місяць тому

    কোন বিচাৰক এইজন?অৱনদ্ধ নহয় হেৰৌ আনদ্ধ বাদ্য। কোনে বিচাৰক বনায় এইবোৰক।

  • @nirodsaikia4850
    @nirodsaikia4850 Місяць тому

    Bicharakara tamul pan pag bhal haisa. Baki suranta phatuwa.

  • @bontimagogoi
    @bontimagogoi Місяць тому +1

    Val loga na kothabur

  • @jagotchdutta9526
    @jagotchdutta9526 Місяць тому

    faltu bisarok maikir lagot chupati mara jen lagil bapu

  • @jayantanath6998
    @jayantanath6998 Місяць тому

    কি আজে বাজে কথা কৈ আছে