মনজ্যোৎস্না মহন্ত গোস্বামীৰ এটা চিৰসেউজ গীত। বাইদেউৰ গায়কীৰ অতি উচ্চ মানদণ্ডৰ। থিতাতে কঁপাই তুলিব পৰা গুণ খুউব কম সংখ্যক শিল্পীৰ হে আছে। তেখেতৰ বেছিভাগ গীতেই শ্ৰোতাৰ অতি আদৰৰ।
Very heart touching song. She has God gifted talent to sing with perfect feel. I repeatedly listen to this song but every time I listen I get more and more attracted to this. 👍
মনজ্যোৎস্না মহন্ত গোস্বামীৰ এটা চিৰসেউজ গীত। বাইদেউৰ গায়কীৰ অতি উচ্চ মানদণ্ডৰ। থিতাতে কঁপাই তুলিব পৰা গুণ খুউব কম সংখ্যক শিল্পীৰ হে আছে। তেখেতৰ বেছিভাগ গীতেই শ্ৰোতাৰ অতি আদৰৰ।
Baideo gaan bur mur atikoi prio , baa protitu ganey muk abegik kori tule ,
মনজ্যোৎস্না বাইদেউৰ গান বোৰ ইমান অন্তৰ চুই যোৱা
উষাৰ শেৱালী সৰে পুৱতিক কন্দুৱাই,সপোন মৰহি মৰে---এটি অতি প্ৰিয় গীত।
বাইদেউ,
সেৱা গ্ৰহণ কৰিব ।আপোনাৰ এই গীতটি শুনি জীৱন চাহাৰা ,মৰূদ্যানত পৰিণত হোৱা যেন অনুভব কৰিছো ।ধন্যবাদ ।
Mor.val..loga.geet..ate..akau..abar..sunilo
Aaji rati moi gan tu 20bar xunisu🙏🙏
শব্দ বোৰ ভালদৰে উচ্ছাৰণ হোৱা নাই। গানৰ লিখকহে ধন্যবাদৰ পাত্ৰ।
আপোনাৰ গীত মোক মোৰ বান্ধৱী এগৰাকীৰ পৰা শুনিব পাইছিলো
...আহিনৰ নিয়ৰৰ
......
তেতিয়াৰ পৰাই নিতৌ শুনো...দুবৰিৰ দলিচাত দুটি ফুল এটি পাত চকুত নপৰে কাৰো হায়
..উফ❤❤❤❤❤❤
❤❤
❤️ সুন্দৰ হৈছে। মোৰ প্ৰিয় গান ❤️
Mur lifeor priyo geet🎉🎉🎉🎉
Mon paroxa oti huola konthoshor,hunile huni thakibor mon jai.
অতি সুন্দৰ
Very heart touching song. She has God gifted talent to sing with perfect feel. I repeatedly listen to this song but every time I listen I get more and more attracted to this. 👍
Awesome awesome awesome 😊❤❤❤❤❤❤❤❤❤
Radiot xunilu bhut..
Siro jugomiya....
মনজ্যোৎস্না বা ❤❤❤👏👏👏🌹🌹🌹🌹🌹❤❤❤
❤❤
Bahut Val lagil huni.
❤❤❤
..
❤Amazing🎉
Nice song
কি সুন্দৰ গীত শুনি শুনি হেপাহ নপলাই কথা আৰু সুৰ আপোনাৰ কণ্ঠ লগত❤❤❤❤❤
Best song.
All time favorite ❤️
Emaan Sundar geet manpran Hari niye.kiman artha bah❤❤❤😮
A very good song _thank you baidew
সুন্দৰ গীতৰ কথা । শুনি ভাল লাগিল
Bor sundor .
সুন্দৰ গীত 🕊️
সুমধুৰ গান ৷
God bless you
Evergreen
Evergreen song.
ll)