মানৱীয়তা আজিও জীয়াই আছে

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 1,1 тис.

  • @duduborah5874
    @duduborah5874 5 років тому +320

    এয়াই ভাল মানুহৰ কাম। "মানুহে মানুহৰ বাবে" সচাই বহুত ভাল লাগিল।

  • @prahlad46official20
    @prahlad46official20 5 років тому +151

    হচাকে আজি ভূপেন হাজৰিকাৰ হেই গীততোলৈ মনত পৰিছে........
    মানুহে মানুহৰ বাবে

  • @sarukalita9509
    @sarukalita9509 5 років тому +41

    snigdha U R great...
    Also. Your papa..
    তোমালোকৰ দৰে মানুহে মানুহৰ বাবে অলপ ভাবে৷god bles U.

  • @arupbarman8115
    @arupbarman8115 5 років тому +1

    মানৱ জীৱনত অকল টকা উপাৰ্জন কৰি বেলেগক ঠগি খোৱা দাঙৰ নহয়, বৰঞ্চ
    মানৱতা থকাটো মহৎ গুণ আৰু তাৰেই প্ৰমাণ এইজন ৰজাৰ,👈 মই ৰজা বুলি কৈছোঁ তেওঁক ।।
    আৰু এইখন অসমতে আজিও ৰজা দৰে মহান ব্যক্তি আছে,
    দুয়োজনী ছোৱালীৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ যাতে ভবিষ্যতে সফল ব্যক্তিয়েই নহয় তেখেতৰ দৰে মহান হয়, ।

  • @paragjyotirajkhowa5241
    @paragjyotirajkhowa5241 5 років тому +71

    দুযো গৰাকী মহান , তোওলোকৰ উন্নতি কামনা কৰিলো ।

  • @hrishikeshborgohain1928
    @hrishikeshborgohain1928 5 років тому +125

    দুয়োগৰাকী ছাত্রীৰ উজ্জ্ল ভৱিষ্যত কামনা কৰিলো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @GirijaNandaDas
    @GirijaNandaDas 5 років тому +153

    মানুহে মানুহৰ বাবে আপোনালোকৰ পৰিয়ালে আজি দেখুৱাই দিলে ৷ দুয়োজনী ছোৱালীৰ জীৱনটো অগ্ৰগতিৰে আগবাঢ়ি যাওঁক তাকেই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছো ৷

  • @sabirahmedofficial8525
    @sabirahmedofficial8525 5 років тому +30

    Thanks for she's help.
    God bless of all.
    মানুহে মানুহৰ বাবে সহায়ৰ হাত আগবাঢ়ি যোৱাই হৈছে মানুহৰ প্ৰদান কৰ্তব্য৷
    ধন্যবাদ সবাইকে৷

  • @sahidulhoque5198
    @sahidulhoque5198 5 років тому +147

    মানুহজন সছাই ভালদেই...দাদা আপোনাক ধন্যবাদ.

    • @duduborah5874
      @duduborah5874 5 років тому +3

      ঠিক কৈছে আপুনি। ভাল মানুহৰ অভাব হোৱা নাই।

    • @siminkakati1469
      @siminkakati1469 5 років тому

      Thanks dili ki bal hb..poisa di

  • @manjilkumardas2988
    @manjilkumardas2988 5 років тому +39

    আজিৰ দিনত এইটো বিৰল ঘটনা.... 51,000/- টকা সাহার্য্য দিয়া স্নিগ্ধালৈ হিয়াভৰা ধন্যবাদ.... উজ্জ্বল ভৱিষ্যত কামণা কৰিছো

  • @ddentertainment5646
    @ddentertainment5646 5 років тому +8

    তেওঁৰ এই কাৰ্য সঁচাই শলাগ ল’বলগীয়া৷ দুয়োগৰাকী আৰু ভালদৰে আগবাঢ়ি যাওক তাৰেই কামনা কৰিছো৷

  • @localassam1017
    @localassam1017 5 років тому

    এই মহান ব্যক্তিগৰাকীক শতকোটি চালাম আৰু ধন্যবাদ৷ এই মহান লোকজনৰ ব্যৱসায় বাণিজ্য হাজাৰ গুণ বৃদ্ধি হওক তাৰে কামনা কৰিছো৷ লগতে দুখিয়া ছাত্ৰী গৰাকীৰো ভৱিচ্ছৎ উৎজ্জল কামনা কৰিলো৷

  • @gayatrri1
    @gayatrri1 5 років тому +78

    SNIGDHA'S FAMILY IS THE EXAMPLE OF GOOD HUMAN BEING. GARG,ZUBIN must help. WHERE IS HIMONTA BISWA SHARMA, BLOODY. HE CAN GIVE CRORS OF RS TO PRIYANKA CHOPRA. CAN'T HE GIVE FUNDS TO THIS POOR BRILIENT TOPPER 👧? WHERE ARE ASSAMESE POLITICIANS AND RICH PEOPLE? GIVE ME HER AC NO. I DON'T LIVE IN ASSAM. BUT I CAN DO ONLY BANK TRANSACTIONS

  • @RahulGupta-gq7xf
    @RahulGupta-gq7xf 5 років тому +1

    Good job. ... val lagil. .. hune. ..

  • @jayantabora3719
    @jayantabora3719 5 років тому +14

    ছোৱালী হলে এনেকোৱা হৱ লাগে.যিয়ে আনৰ দুখ বোজিব পাৰে....ধনবাদ ভণি

  • @lakshmikalita2470
    @lakshmikalita2470 5 років тому

    স্নিগ্ধা আৰু তেওঁৰ পিতৃ মাতৃক বহুত বহুত ধন্যবাদ জনালোঁ । স্নিগ্ধা আৰু দীপাঞ্জলী তোমালোক দুয়োজনীএ ভাল কলেজ এখনত নাম লগাই ভালকৈ পঢ়া । বৰ্তমান দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালীক চৰকাৰী কলেজত পইচা নোলোৱাকৈ এডমিচন দিয়া হৈছে । তেনেবিলাক চৰকাৰী সুবিধা পালেও বহুত সকাহ পায়। আশাকৰো আমাৰ অন্যান্য লোক সকলেও তোমাক/তোমালোকক সহায় কৰিব । ---- দুয়োজনীৰ ভবিষ্যত জীৱনৰ মঙ্গল কামনা কৰিলো ।

  • @jogennath9381
    @jogennath9381 5 років тому +14

    চকুপানী ওলাই গল।।উজ্জ্বল ভৱিষ্যৎ হওক দুয়োৰে।সমানে আগুৱাই যাওক দুয়ো।ভগৱানে আশীৰ্বাদ কৰক দুয়োজনীকে।। কি মহানুভৱতা!!🙏🙏🙏

  • @brajendeka8793
    @brajendeka8793 5 років тому

    মানুহে মানুহৰ বাবে ,,,,, কথাষাৰ প্ৰমানিত হ'ল,, ভাল লাগিল.... স্নিগ্দ্ধা ৰ দেউতাকৰ লগতে নিউজ চেনেলটোলৈ বহুত ধন্যবাদ থাকিল!!!

  • @pritomsaikiadas1433
    @pritomsaikiadas1433 5 років тому +55

    এয়া আমাৰ অসম যত আছে মানবীয়

  • @ratnamoran6527
    @ratnamoran6527 5 років тому

    খুড়া আপুনি সচাই ধনী মানুহ বহুত বহুত ধন্যবাদ খুড়া আপোনাৰ চিন্তা ধাৰাক আৰু আগবাঢ়ি যাওক আপুনি লগতে ভন্টি দুই গৰাকীও ..........

  • @birbalboro1790
    @birbalboro1790 5 років тому +70

    1stly Credit goes to time 8 ... duing great job... keep it up

  • @ranjitbharali8106
    @ranjitbharali8106 5 років тому

    স্নিগ্ধাৰ পৰিয়ালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো । তোমালোকৰ দৰে মানুহ আজিৰ দিনত পাবলে টান হৈছে।

  • @dsassam9887
    @dsassam9887 5 років тому +10

    Bahut val lagise aru snikdha aru tair deotaloi bahut bahut dhanyabad disu anekuwa ata hahay agborhuwar babe

  • @kapildas2944
    @kapildas2944 5 років тому +1

    Snighdha tumak bhut dhnyabad jonaisu .2 tai aguwai juwa. Vnti tomalok

  • @hupandi
    @hupandi 5 років тому +6

    Such a great family! My utmost respect and love to you all...

  • @zubeenismyemotion8782
    @zubeenismyemotion8782 5 років тому

    সচাকৈ বহুত ভাল লাগিল । মানবীয়তা যে এটিয়াও জীয়াই আছে তাৰেই প্ৰমাণ দিছা।
    দুয়ো জনৰে ভবিষ্যত উজ্জ্বল হওঁক; ভবিষ্যতেও যাতে এনেকুৱা আদৰ্শৰে আগবাঢ়ি যোৱা তাৰেই কামনা কৰিলো ।

  • @bishnubaruah9983
    @bishnubaruah9983 5 років тому +45

    এইয়া মহান মানৱতাৰ নিদৰ্শণ।।।

  • @IntrovertGuy07
    @IntrovertGuy07 5 років тому

    এয়াই হৈছে মানৱীয়তা । দুয়োগৰাকী আমাৰ অসমৰ গৌৰৱ হৈ জিলিকি ৰও‍ঁক।লগতে দুয়োগৰাকী কে ভৱিষ্যত জীৱনৰ শুভকামনা জনালোঁ। এনেকৈয়ে আগবাঢ়ি গৈ থাকা।।

  • @palashibaruah1841
    @palashibaruah1841 5 років тому +5

    Bohut bhal lagil.God bless you

  • @benalpegu7409
    @benalpegu7409 5 років тому

    Bhal lagil... Ajir dinoti manuhe... Manohik sinta dhara... Manuhor prati Iman morom.... God bless you...

  • @munmuntalukdar9248
    @munmuntalukdar9248 5 років тому +12

    Thnx Bhut vl porssce. God bless you. apunalke ai dhukhiya suwali jnir mukht hahi ghurai ahisy. aji Kali tenkua antor Manuh Bhut kom asy

  • @pranabkalita8157
    @pranabkalita8157 5 років тому +1

    খুবেই ভাল লাগিছে.এনেকুৱা দৰিদ্ৰ শিক্ষাৰ্থীক সহায়ৰ হাত আগবঢ়াইছে..তুমি আগবাঢ়ি যোৱা মাইনা.নিজৰ সফল প্ৰাপ্তিৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নোৱাৰে..নিজস্ব একাগ্ৰতা আৰু চেষ্টাৰে নিজৰ লক্ষ্যত উপনীত হবৰ বাবে চেষ্টা কৰা...দুয়োজনী ছোৱালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো .এই চেগতে time8 চেনেলকো ধন্যবাদ জনালো ..
    ময়ো বৰ্তমান M.sc (Chemistry )অধ্যয়নৰত..কিন্ত দুৰ্ভাগ্য এয়াই যে মোৰ দেউতাই দিন হাজিৰা কৰি আমাক পোহ পাল ৰ লগতে পঢ়ুৱাই আছে..আধুনিকতাৰ এই দিনটো আমাৰ ঘৰত পানীপাম্পৰ ব্যৱস্হা কৰিব পৰা নাই.নিজস্ব চেষ্টা আৰু একাগ্ৰতাৰে লক্ষ্য প্ৰাপ্তি হয় নে নহয় মই নাজানো কাৰণ আমি দৰিদ্ৰ তথাপি নিজৰ চেষ্টা হেৰুৱা নাই

  • @rishabpradhan3948
    @rishabpradhan3948 5 років тому +38

    I THINK being An ex student Of SALT BROOK ACADEMY..
    SALT BROOK must PROVIDE free seat To her....

  • @nijushree8861
    @nijushree8861 5 років тому

    সচাই চকুপানী বৈ আহিল ৷ বহুত ভাল লাগিল ৷ এই ভন্তী জনীৰ মানৱীয়তা দেখি মন গৈছিল তাইকো কিবা এটি উপহাৰ দিবলৈ। তোমালোক দুয়োজনীলৈ শুভেচ্ছা থাকিল যাতে তোমালোক আগবাঢ়ি গৈ ভৱিষ্যতে সুনাম অৰ্জন কৰা ৷

  • @tyhhyufg3337
    @tyhhyufg3337 5 років тому +7

    Aiya Amar vonti...dujonoku utjol vobisho kamona korilu

  • @debanishbaruah7488
    @debanishbaruah7488 5 років тому

    মানবতা আমাৰ সমাজত আজিও জীয়াই আছে । দুয়ো গৰাকী ছাত্ৰীৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো। তোমালোক আৰু আগুৱাই যোৱা

  • @dipjyotibarman9685
    @dipjyotibarman9685 5 років тому +7

    Bhut val lagil ....duwore uzzal bhobisawat kamona krilu

  • @hirenphukon5201
    @hirenphukon5201 5 років тому

    salute snigdha .....ajir prithibit tumar dore hridoiban suali bisari puatu tan......tumi hosakoi a mohan......isware tumak adin prithibir homaj jiwanot ak hukiya sthan dibo.

  • @entity8370
    @entity8370 5 років тому +6

    আগুৱাই যোৱা ভণ্টী তোমাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো।

  • @crazyplayer5637
    @crazyplayer5637 5 років тому

    সচাকৈ মানৱীয়তা আজিও জীয়াই আছে । বহুত ভাল কাম কৰিছা Snigdha তুমি । ভালে থাকা দুইজনিয়ে আৰু আগোৱাই যোৱা তোমালোকে ।

  • @Rekhasvlog1515
    @Rekhasvlog1515 5 років тому +10

    Bohut val helper dada jon thanks God bless you 👍👍👍

  • @biswajitnath6806
    @biswajitnath6806 5 років тому

    Chinikdha aaru yer poriyalor manosikota sai khubei val lagil ......duyore udjol vobishad kamona koriluu

  • @deepzang4489
    @deepzang4489 5 років тому +8

    Speechless...hundar kam dil khush ho gaya ❤

  • @majulirdeka4857
    @majulirdeka4857 5 років тому

    কি কম....
    @আজিৰ যুগতো এনেকুৱা মানুহৰ বিশেষ প্ৰয়োজন.. .
    বহুত বহুত ধন্যবাদ জ্ঞাপন জনাইছো Time 18.. ক.. গৈ সোমাই আহিম যদি ভৱিষ্যতে তিনিচুকীয়া জিলাত যোৱা হয়,মানুহৰ মাননীয়তা ত কৈ আৰু কি হব পাৰে ডাঙৰ বস্তু.

  • @nitubhai7763
    @nitubhai7763 5 років тому +7

    Ane kua manu lage.june anor duk Sai aag Bari ahe good sir apuni hukhi thakok

  • @anupolgayan4307
    @anupolgayan4307 5 років тому

    Bht val lgil..kothae bujabo nuara..xosakoi..bht bht val lgil...

  • @pallabivlogs426
    @pallabivlogs426 5 років тому +4

    Thank you Bohut help korila.. God bless you sister

  • @kabiratnanath3806
    @kabiratnanath3806 5 років тому

    manobiota porisoy aeya.....hofol nagorik hoba tumaluk adin.....All The Best.....jibonot aguai jua

  • @rupamsarma5664
    @rupamsarma5664 5 років тому +4

    এয়াই কনকলতাৰ দেশৰ ছোৱালী আমি সচাই গৌৰাম্বিত।।।।ভাল হওক দুয়োজনীৰে।।

  • @dipankarnath1556
    @dipankarnath1556 5 років тому

    All The Best Both Of You.....Aguwai juwa aru nijor khopun bur puron kora...

  • @sumanjyotideka2472
    @sumanjyotideka2472 5 років тому +8

    xsai manabota ajio jiai ase...bohut val krisa 2mi..

  • @bhesojbaruah8725
    @bhesojbaruah8725 5 років тому

    সচাই ভাল লাগিছে ,সহোদৰ নহৈও তাতকৈ কোনো গুনে কম নহয় আৰু নিজৰ ছোৱালীৰ দৰে ভাৱি তেওঁ দেখুওৱা মহানুভৱতা ও শলাগনীয় ......মানুহে মানুহৰ বাবে ......

  • @riyagogoi557
    @riyagogoi557 5 років тому +8

    wow tq ..tumi hosake bohut val kam korisa ..

  • @utpalsaikia9513
    @utpalsaikia9513 5 років тому

    দোয়োগৰাকি জোনৰ দৰে উজ্বল হোৱা । লগতে ইমান ডাঙৰ উপকাৰ কৰা খুৰা লৈ বহুত বহুত ধন‍্যবাদ থাকিল । ভবিষ্যত উজ্বল কামনা ও ভগৱানৰ ওচৰত পাৰ্থনা জনালো ।

  • @biplovloying4602
    @biplovloying4602 5 років тому +19

    Congratulatoins nd great person snighdha's family nd god bless u

  • @hasinakhan1911
    @hasinakhan1911 5 років тому

    সচাকৈ বহুত ভাল লাগিছে দুয়োজনী বান্ধৱীৰ মৰম দেখি ।। congratulations....👍👍👍👍

  • @A-Zs
    @A-Zs 5 років тому +13

    Excellent Work done by Snigdha, congratulations Snigdha.

  • @rupamgamingff8313
    @rupamgamingff8313 5 років тому

    দুখীয়া দূখ বুজি পোৱা জনেহে আছল বন্ধু দুয়ো গৰাকী ভনীক উজ্জ্বল ভবিষ্যত কামনা কৰিলো

  • @rikugogoi739
    @rikugogoi739 5 років тому +8

    Good job uncle. Tnx for help Dipanjali ...

  • @roktimdhmedrb6686
    @roktimdhmedrb6686 5 років тому +2

    বহুত ভাল লগিল দাদা সচাই আপুনি মহান । ছোৱালী জনীক এনেদৰে সহায় কৰাৰ বাবে আপোনাক ধন্যবাদ ।

  • @ronginaxomentertainment3422
    @ronginaxomentertainment3422 5 років тому +25

    আপোনাৰ দৰে এদিন এজন ভাল মানুহ সম বুলি মই ও প্ৰতিচুতি দিলো । এতিয়া আপুনি যিমান খিনি পাৰিছে মই হিমান খিনি দিব নোৱাৰিম আৰ্শীবাদ দিম যাতে দুইজনি ছোৱালী ৰ ভৱিষ্যত জীৱন আগবাহি যাই।

  • @moynulhoque3619
    @moynulhoque3619 5 років тому

    বহুত ভাল লাগিল। দুয়োলৈ শুভেচ্ছা থাকিল।

  • @susmitapritam2492
    @susmitapritam2492 5 років тому +7

    Manuhor mon buji puwatuei hoi vogoban. I supported uncle .

  • @ahmotivation5685
    @ahmotivation5685 4 роки тому +2

    ভণ্টি দুয়োজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ। আশাকৰোঁ আপোনালোকে ভালদৰে পঢ়া-শুনা কৰি আমাৰ অসমৰ সুনাম গোটেই বিশ্বত জিলিকাই তুলিব বুলি।

  • @independentchannel844
    @independentchannel844 5 років тому +10

    মানুহে মানুহৰ বাবে
    যদিহে অকণো নাভাবে
    অকণো সহানুভূতিৰে
    ভাবিব কোনেনো কোৱাঁ? সমনীয়া?

  • @tiloksonowal8063
    @tiloksonowal8063 5 років тому

    আমাৰ সমাজত এনেকুৱা হে মানুহ লাগে দাদা আপোনা লৈ বহুত বহুত ধন্যবাদ জনালোঁ আৰু দুই গৰাকীৰ লৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @hungertolearn8547
    @hungertolearn8547 5 років тому +5

    Congratulations 🎊 my sister don't warry one day you will be a financially strong 💪 and help other... I pary for ur bright future.....

  • @zubeelandzgargmusic2220
    @zubeelandzgargmusic2220 5 років тому

    Shnigdha tomaar logote tomaar maa deutak bahut bahut dhanyabaad jonaicu ! Tomalok duyore ujjwal vabisyat kamona karilu !

  • @abhijitnarah7471
    @abhijitnarah7471 5 років тому +11

    সহানুভুতি দিব নোৱাৰাত মই দুখিত অনুভৱ কৰিছো পাৰিলে account no নাম আৰু ifsc code টো দিলে 500 বা 1000 হলেও সহায় কৰিব পাৰিলো হয়

  • @nittyaroy9900
    @nittyaroy9900 5 років тому

    কষ্টৰ ফল মিঠা যে পিছত হে গম পোৱা যায়, আৰু এনেকৈ যদি সহায় কৰে মানুহে তেনেহলে আমি আৰু বেছিকৈ আগবাঢ়ি যাব পাৰিম, কিছুমান লৰা ছোৱালী বিশেষ অভাৱৰ কাৰণে পঢ়িবই নাপাও, বহুত ভাল লাগিল সহায় কৰাৰ কাৰনে, মানুহে মানুহৰ বাবে এনে কৱা নাই ভূপেনদাই,

  • @dimbeswartaye190
    @dimbeswartaye190 5 років тому +4

    ভাল মানুহৰ ভাল কাম🙏🙏🙏 মোৰ প্ৰাৰ্থনা আৰু মোৰ কামনা ।

  • @dipikaboruah2272
    @dipikaboruah2272 5 років тому

    Hosakoi bohut val lagil 2goraki vontiloi antorek hovaisa jonalo aro agoloi ag bahi jabo boli asa rakilo

  • @rajibulrh2431
    @rajibulrh2431 5 років тому +12

    Time8 good job heart touch story....

  • @dilipmog9962
    @dilipmog9962 5 років тому

    সচাই বহুত ভাল লাগিছে ,এয়াই ভাল মানুহৰ পৰিচয় দুয়ো গৰাকী লৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @pranabtales
    @pranabtales 5 років тому +5

    আনৰ দুখত দুখী হোৱা জন হে প্ৰকৃত শিক্ষিত ।

  • @divyajyotibora778
    @divyajyotibora778 5 років тому

    সছাকৈ আজিৰ পৃথিৱীতো যে মানৱীয়তা আছে,সেয়া দেখি বহুতো আনন্দিত হলো। তাৰ লগতে দুয়ো গৰাকী ছাত্ৰীৰ উজ্জল ভৱিষ্যত কামনা কৰিলো।

  • @chandanrabha8734
    @chandanrabha8734 5 років тому +8

    Great work.Snigdha and her family.

  • @azadchowdhury786
    @azadchowdhury786 5 років тому

    Worked very well
    স্নেগ্ধা God bless you

  • @rubulgogoi9558
    @rubulgogoi9558 5 років тому +13

    Heijon dadaloy bohut bohut dhoyniobad ji jon dadai 51000 toka di hohai korisey

  • @M17-f5l
    @M17-f5l Рік тому +1

    মানবীয়তা আজিও জীয়াই আছে৷ এই মিনবীয়তা আছে বাবেই যেন আমি সমাজত চলি থাকিব পাৰিছো৷ দুয়ো গৰাকী ছাত্ৰীলৈ শভকামনা থাকিল৷❤🎉

  • @deepsvlogs2150
    @deepsvlogs2150 5 років тому +7

    ভাল লাগিল সহায় কৰা দেখি। মইয়ো দিব পাৰিলো হেতেন নিশ্চিতভাৱে কিন্তু কি কৰিম মইয়ো এজন ছাত্ৰ দুখীয়া পৰিয়ালৰ 😢😢😢
    যি কি নহওক দিপাঞ্জলীৰ লগতে সহায় কৰিব ওলাই অহা পৰিয়ালটোৰ যাতে আৰু অধিক উন্নতি সাধন হয় তাৰেই প্ৰাথৰ্না কৰিছো ।

    • @ujjaldeka115
      @ujjaldeka115 5 років тому +1

      Tumiu val heart r mnuh ...
      God bless

  • @chandantechnical1452
    @chandantechnical1452 5 років тому

    Bht bht val lgise agg bahri jua bohu agoloi mor falor pora huveshya thkil ....

  • @bishakhachetia6815
    @bishakhachetia6815 5 років тому +3

    Congratulations to both the students on their praiseworthy results in HSLC. I am a teacher at Salt Brook Academy B. Com Programme. I, with utmost happiness, would like to inform you that there are 10 free seats for economically backward students in Science stream of Salt Brook Academy. Further, there are 2 free seats in Commerce and Arts stream respectively. You can apply for those seats. We, at Salt Brook family, would love to have such precious gems added to our family.

    • @10MSubscribers16MViews
      @10MSubscribers16MViews 5 років тому

      Highly appreciated Mam..Thank you so much Mam for informing.. I am requesting all of you to kindly share this Msg to everywhere so it can rich to Dipanjali Family.

    • @rameshbaglari8876
      @rameshbaglari8876 Рік тому

      Vdo টো পালোঁ হ'য় কিন্তু ঠিকনা টো হে নাপালোঁ , জানিবৰ মন গ'ল ঠিকনাটো। উক্ত সহায়ৰ হাত আগবঢ়োৱা পৰিয়াললৈ বিশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যি পৰিয়ালে সহায়
      লাভ কৰিলে তেখেত সকলোয়েওঁ উক্ত সাহাৰ্য খিনিৰে বহুতো উপকৃত হ'ব বুলি আশা কৰিলোঁ , এই বাতৰি পৰিবেশক চেনেলটোলৈয়ো ধন্যবাদ থাকিল।

  • @mintuboruah2167
    @mintuboruah2167 5 років тому

    Bohut vl lagil...manuhr morom bur dekhi...congratulations tumaluke hodai agbahi jua...

  • @SanjayDas-dl9sl
    @SanjayDas-dl9sl 5 років тому +12

    Dipanjoli tumi iman dukh mane nathakiba..... Val hobo tumar

  • @sushilsaharia5160
    @sushilsaharia5160 5 років тому

    Time 8 লৈ বহুত বহুত ধন্যবাদ
    দুটা পৰিয়ালৰ দুতা মাহান পূন্য,
    স্নিগ্ধাৰ সৰলতা দেউতাকৰ মহান মনবীয়তাই বহুত আনন্দ দিলে
    সেয়েহে স্নিগ্ধালৈ বহুুত মৰম আৰ্শীদ তেওৰ মা দেউতাকলৈ বহুত বহুত ধন্যবাদ

  • @bhargabkumardeka9538
    @bhargabkumardeka9538 5 років тому +13

    Channel ho to eisaa..jo acchi news de kr lgoko help krta hain..n thnks to snigdha and her family to help that pretty girl..carry on time 8

  • @nirupamagogoi440
    @nirupamagogoi440 5 років тому

    দুয়ো গৰাকী ছাত্ৰীলৈ বহুত মৰম আৰু শুভেচ্ছা দিলো । তোমালোকৰ ভাল আদৰ্শ দেখি আৰু ভৱিষ্যৎ প্ৰজম্ম ভাল কাম কৰিবলৈ আগবাঢ়ি যাব ।

  • @gonesh1994
    @gonesh1994 5 років тому +21

    দুখ লাগিছে.. ভালো লাগিছে.. ময়ো দিলো হয়.. কিন্তু ময়ো দুখীয়া ০ 😭

  • @nituponboruah7618
    @nituponboruah7618 4 роки тому

    তোমালোক দুইজনী আগবাঢ়ি যোৱা ।আপোনালোক ভগৱানে সদায় চাৱ ।

  • @debojitmoran3671
    @debojitmoran3671 5 років тому +7

    Baru ji hok Val kamei korile god bless her

  • @Anupmam9458
    @Anupmam9458 5 років тому

    বাহ ভাল লাগিল ৷ এইয়াই মানৱতা ৷ এইয়াই বন্ধুত্ব । দুই জনকে বহুত বহুত ধন্যবাদ । আগুৱাই যোৱা তোমালোক।

  • @BabuBabu-ce9nt
    @BabuBabu-ce9nt 5 років тому +4

    আচল মানুহৰ পৰিচয় , এয়াই যেন এক সহায়।

  • @md.maashukahmed4205
    @md.maashukahmed4205 5 років тому

    Bohut val korice apuni aru g korice nitchoy adin earu purna pabo. thanks........ Manobota jiai ace ai prithvit.

  • @excursionistthakuria73
    @excursionistthakuria73 5 років тому +14

    Hosai bht vaal lagil, Snigdha ru Dipanjali duiugoraki, hokolure adorkho houk😊 Best of luck for future 😎

  • @ahoksaw4098
    @ahoksaw4098 5 років тому

    Wow bohut bhal kota de ajiwu je bhal manur jyai ase...

  • @nripennath8577
    @nripennath8577 5 років тому +12

    Good job sir.

  • @anjalidas210
    @anjalidas210 5 років тому

    Wow.. great ...snigdha & family .....Manuhe manuhar babe ......

  • @jyotikabharali9829
    @jyotikabharali9829 5 років тому +8

    Sir salt brook academy t 10 ta free seat ase tat apply kariba pare......

  • @radheshyamboro766
    @radheshyamboro766 5 років тому +2

    Good job ,never forget helping friend and parents,this history happened for the first time,school committee should give her free admission.