তিক্ত হৈ পৰিছে অগপ-বিজেপিৰ বন্ধুত্বৰ সম্পৰ্ক

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • ‪@HimantaBiswaSarma‬ ‪@bjp‬

КОМЕНТАРІ • 60

  • @UjjalBhatta-x8f
    @UjjalBhatta-x8f 2 місяці тому +9

    অতুল কেশাবে মন্ত্ৰীৰ সোৱাদ লৈ থাকিলেই ডাঙৰ আঞ্চলিক দল হৈ থাকিব।দল টোক এটা কোম্পানী লৈ ৰূপান্তৰ কৰিলে দুইজন মিলি।

  • @ngogoi9229
    @ngogoi9229 2 місяці тому +2

    দেখিয়েই হৈছে সোনকালেই বিচ্ছেদ কৰক

  • @pradipsarma9199
    @pradipsarma9199 2 місяці тому +20

    অতুল,কেশৱ মানে অগপ নেকি।এই বাৰ বঙাইগাঁও যাব,চাই থাকক।

  • @pdas5189
    @pdas5189 2 місяці тому +3

    দৰকাৰ হলে অতুল, কেশব বাদ দিয়া হব, নহলে বঙাইগাঁও যাব এইবাৰ

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh 2 місяці тому +14

    অগপ দলৰ শেষ, বাতৰি পৰিৱেশন কৰি লাভ নাই।

  • @probinkumarkakati6151
    @probinkumarkakati6151 2 місяці тому

    নিবনুৱাক আৰু ৰাইজক ঠগা দলৰ অৱস্থা এনেকুৱাই হয় ?মোৰ বোধেৰে দেৰি হে হৈছে ?

  • @eldrinkoch3656
    @eldrinkoch3656 2 місяці тому +1

    পাত চেলেকা বোৰৰ কাৰনেই অগপ ৰ আজি এই অবস্থা

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 2 місяці тому +7

    অগপ ই নিজৰ অঞ্চালিকতাবাদি চৰিত্ৰ বজাই ৰাখি মিত্ৰতা কৰা উচিত আছিল। আজি কিন্তু অগপ ই বিজেপিৰ ওচৰত সম্পুৰ্ণ আত্মসমৰ্পন কৰিছে। সেইবাবেই বিজেপিৰ কৰ্মী সকলে ভাবে যে বিজেপি নহলে অগপ শূণ্য। অতুল, কেশৱ ,,এই দুজনেই সৰ্বেসৰ্বা । অগপ ৰাইজে বনোৱা দল হৈ থকা নাই।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 місяці тому +1

      সমালোচনা কৰি লাভ নাই দৰকাৰ হলে বিজেপিত যোগদান কৰিম তথাপি চকী নেৰো ।

    • @TulikaboraKkp
      @TulikaboraKkp 2 місяці тому +1

      জোতা মাৰে চেণ্ডেল মাৰে মাৰক কি ডাঙৰ কথা আচল কথা মন্ত্ৰী 😂😂😂৷

  • @bapiprayag9110
    @bapiprayag9110 2 місяці тому

    নিজৰ নিজৰ কাম বিলাক পূৰণ কৰিব পাৰিছেনে যদি পাৰিছে তাতেই ক্ষান্ত থাকক আৰু কাম নাই😮

  • @pdas5189
    @pdas5189 2 місяці тому +2

    বিজেপিৰ লগ এৰি দিয়া, সময় থাকতে

  • @CharbeshRabha-qk4ye
    @CharbeshRabha-qk4ye 2 місяці тому +1

    আপুনি সাংবাদিকতা কৰাৰ কিমান অভিগতা হৈছে গুৱাহাটী ‌-পশচিম সমষ্টিৰ বিধায়ক জন শ্ৰীযুত ৰমেন্দ্ৰনাৰায়ণ কলিতাহে আপুনি কৈছে চৌধুৰী অলপ সচেতন হ'বনে নে নাজানে । অগপ ক ইতিমধ্যেই অতুল আৰু কেশৱে মন্ত্ৰীত্বৰ লাহ- বিলাসতে ভৰিৰ পৰা গললৈ বিজেপিক গিলিবলৈ দিলে ইতিয়া প্ৰায় শেষেই অগপক বচাব লাগিলে এই দুয়োজনকেই হয়
    ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়ক নহ'লে বিজেপি লৈ পহু খেদা দি খেদি দিয়ক তাৰ গুইতন্টৰ নাই এতিয়া ।

  • @chandanphukan8318
    @chandanphukan8318 2 місяці тому +3

    AGP private Ltd . মিত্ৰতা ভংগ কৰিবলৈ অতুল বৰা কেশৱ মহন্তৰ দম নাই ৷

  • @purbakantabarman431
    @purbakantabarman431 2 місяці тому +7

    এতিয়া কেশৱ মহন্ত , অতুল বৰাই বৰাবৰ বিজেপি দলত চামিল হোৱা উচিত নহ'লে মন্ত্ৰীত্ব হেৰুৱাব লাগিব।

  • @asomiaasom6008
    @asomiaasom6008 2 місяці тому +1

    বৰ্তমান অগপ হিমন্তৰ ঠেং চেলেকি বহতীয়া ভৃত্য দল

  • @milanray8776
    @milanray8776 2 місяці тому

    কলিয়াবৰ আৰু বোকাখাট ৰক্ষাৰ স্বাৰ্থত কেশৱ আৰু অতুলে বঢ়মপুৰ,লখিমপুৰ, কমলপুৰ,নগাঁও,পাটাছাৰকুছি (বজালী), বিশ্বনাথ, নাহৰকটীয়া এৰি দিছিল ২০২১ চনত। এইবাৰ বঙাইগাঁও বিজেপিক‌ এৰি দিবলৈ সাজু অতুল-কেশৱ।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 місяці тому +3

    এতিয়া আৰু বিজেপিৰ লগত অগপ ই সমপৰক তিক্ত কৰিব পৰা অবস্থাত নাই। যি নিৰ্দেশ বিজেপিয়ে দিব তাকে মানিব লাগিব ।

  • @utpalgoswami1990
    @utpalgoswami1990 2 місяці тому +1

    অতুল বৰা তোমালোকৰ ৮৫৫ জনৰ তেজ খায় এৰিব পৰা হোৱা নাই ? মিছলিয়া বি জে পিত যোগ দিয়া । নহ'লে তোমালোকৰ নিস্তাৰ নায় ।

  • @ramenborah3207
    @ramenborah3207 2 місяці тому +1

    হেৰ অতুল -কেশৱ কেনে লাগিছে এতিয়া ?

  • @akborali3857
    @akborali3857 2 місяці тому

    Ooo tmmm

  • @pdas5189
    @pdas5189 2 місяці тому

    বঢ়মপুৰ এজিপি ক দিব লাগে

  • @_axomia_lora_2624
    @_axomia_lora_2624 2 місяці тому +1

    এদিন অসমৰ ৰাইজৰ হিয়াৰ আমঠু অগপ এতিয়া ৰাইজৰ পদলেহনত

  • @ShamerAli-u9x
    @ShamerAli-u9x 2 місяці тому +2

    Vhorit pori jaba nohole uliai dib

  • @dr.robindrakumarsharma741
    @dr.robindrakumarsharma741 2 місяці тому

    Dr. Himanta Bisha Sarma' s B.J.P.played tactical game to grap power at Dispur & took help of A.G.P. Gradually Assam B.J.P.increased the party activities & increased their seats to a comfortable position. Now A.J.P. has became powerless.In the same way B.J.P.is going to grap power at Bodoland. So it is high time that Pramud Bodo & Hagrama Mahilary should start political dilogue to form single party to retain power in regional party.

  • @bijoydeka9134
    @bijoydeka9134 2 місяці тому +2

    Mami r gida seleki thakibo diyok. Atul keshab ক

  • @sultanmamud9072
    @sultanmamud9072 2 місяці тому

    Navange dada chinta koribo nalage vangile amar Atul da hot ki koribo kowk chon.

  • @prasantarai3921
    @prasantarai3921 2 місяці тому +4

    Agpr hatitu maril nahai,maout kita he bahi ase biri hopi hopi.

  • @RajibKashyap-yk8zc
    @RajibKashyap-yk8zc 2 місяці тому +2

    Kam nai AGP r pra Koch Rajbongshi janogosthi manuh khini ulai ahok AGP Dsll e Koch Rajbongshi janogosthi k bht khoti krise brihot Oxomia jati r ktha sinta krise Koch Rajbongshi Janogosthi r manuh khini kin2 AGP e Koch Rajbongshi janogosthi r msnuh k okol potorona he krise ketiao sme ST Status issue r oprt kuno ata staep loa ami dekha napalu

  • @narayansarmah76
    @narayansarmah76 Місяць тому

    AGP buli kolai kla khub piti o lge hat vory vangi juakoi..bhut kosto korisil axomor xadharin raine kin2 dui tinta mnor karone Aji Dol2 lukor Pukor seliki thakibo logia hoise

  • @juleassijargames5281
    @juleassijargames5281 Місяць тому

    A G P shake

  • @gh12138.
    @gh12138. 2 місяці тому

    Bjp=agp😢

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru 2 місяці тому +1

    AGP olai aahok BJP-2026 t 000 habo

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 місяці тому

      অ গ প হা হা হা ।চিন্তা নাই লাহেকৈ বিজেপি দলত যোগ দি মিনিষটাৰ হৈ থাকিব পাৰিলে নৌ টেনচন ।

  • @ShakahanAli-pr2nc
    @ShakahanAli-pr2nc 2 місяці тому +4

    Atul Bora porojibi kidal. Koribo pribo

  • @girishchtalukdar2574
    @girishchtalukdar2574 2 місяці тому +2

    If want to run smoothly AGP than give "bidai"keshav & atul

  • @ABHILASHRay-u1b
    @ABHILASHRay-u1b 2 місяці тому +10

    মৰি গলেওঁ agp ভোট নিদিওঁ

  • @dipondutta8315
    @dipondutta8315 2 місяці тому

    Assamet.Kishi.bibag.buli.kiba

  • @Mimbrangboro4589
    @Mimbrangboro4589 2 місяці тому

    Bitsed, ba joma thakok eko laabh nai.

  • @kanakkalita1816
    @kanakkalita1816 2 місяці тому

    A g p kesu khowa kal

  • @tafikurrahman-kc9pr
    @tafikurrahman-kc9pr 2 місяці тому

    Anchalik dol nalage in assam

  • @kishoridas6447
    @kishoridas6447 2 місяці тому +1

    AGP বুলি কোনো দল বৰ্তমান নাই। কেইজন মানৰ হে AGP দলটো। BJPয়ে যেনেকৈ ৰাখে তেনেকৈ থাকিব।মাত্ৰ MLA/MINISTER হ'ব পাৰিলেই হ'ল।

  • @dhrubalohkor2159
    @dhrubalohkor2159 2 місяці тому

    Sob natok! Manoohok boorbok bonabo loi......

  • @dharmeswarbaruah9797
    @dharmeswarbaruah9797 2 місяці тому +1

    AGP😂😂😂😂

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk 2 місяці тому +1

    Cartun,agp hahahaha

  • @tultuldihingia2470
    @tultuldihingia2470 2 місяці тому +1

    Election age ehotor natok aibur

  • @papulhazarikapapulhazarika4024
    @papulhazarikapapulhazarika4024 2 місяці тому

    বোকাখাট বিজেপিক নিদিলে ২৬ত অগপ বিদায় দিব ৰাইজে.. লাগিলে congrass ক দিব

  • @dhrubajyotiborah4718
    @dhrubajyotiborah4718 2 місяці тому +1

    2026 লৈ অগপ নিঃশেষ হৈ যাব

  • @jalildewan3696
    @jalildewan3696 2 місяці тому

    AGP means Agopo bastutu ki ?????
    Ata gahari ( Pig) neki ???????

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 місяці тому

      অগপক কোনোবাই ভোট দিব জানো ।