ASA TUMI || ZUBEEN GARG || TANIYA KASHYAP || ZUBEEN GARG MUSIC
Вставка
- Опубліковано 29 сер 2024
- CREDITS:
Lyrics & Composition- Tuhin Kashyap Deb
Male Vocal- Zubeen Garg
Female Vocal- Taniya Kashyap Deb
Music Production/ Keys / Orchestration- Manash Jyoti Borah (Bubu)
Music Supervised By- Tuhin Kashyap Deb.
Guitar- Braj Kumar Phukan
Tabla- Amlan Jyoti Bordoloi & Naba Jyoti Chutia
Flute- Simanta Saikia
Recorded @ Studio Chikmik by Sibabrata Sarma (Bablu) and Audio World, Jorhat by Manash Jyoti Borah (Bubu)
Mix & Mastering- Kaustav Saikia
Video Animation Credits:
Paper Thoughts
#ZubeenGarg #ZubeenGargMusic
----------------------------------------------------------------
🔔TURN ON THE BELL ICON on the channel for new alerts! 🔔
Subscribe for more such videos:
UA-cam: / @zubeengargmusic4594
Follow ZubeenGargMusic on:
Instagram: / zubeengargmusic
Facebook: / zubeengargmusicofficial
Twitter: / zubeengargmusic
আকাশত বহুত তৰা আছে কিন্তু জোন এটাই আছে গায়ক বহুত আছে কিন্তু জুবিন গাৰ্গ এজনেই আছে i love you Zubeen Da 🫶💗
দুদিন চিকাৰ নকৰিলে সিংহ কেতিয়াও বুঢ়া হৈ নাজাই, জংঘলৰ ৰজা সদাই সিংহয়ে,ঠিক তেনেদৰে দুদিন গান নাগালে জুবিন দা তললৈ নামি নাজাই কাৰণ,সংগীতৰ ৰজা সদাই জুবিন দা য়ে ....!সিংহ শান্ত হৈ থাকিলে বেছি ভয় লাগে কাৰণ next চিকাৰ টো কিবা ডাঙৰ চিকাৰ কৰিব,ঠিক তেনেকৈ আমাৰ জুবিন দাই দুদিন গান নগুৱাকৈ শান্ত হৈ থাকিলে বুজিব যে,কিবা এটা ডাঙৰ হবলৈ গৈ আছে, জয় জুবিন দা ..❤❤
অসমৰ অসমীয়াৰ গৌৰৱ জুবিনদাৰ বাবে এটা like❤😊
ভগবান ❤ জুবিন দা
সদায় যেন ভালে ৰাখে ওপৰত থকা জনে😢❤
আমাৰ আবেগ, অনুভুতি বোৰৰ ঘাইশিপাডাল আপোনাৰ পৰা আৰম্ভ আৰু আপোনাতে অন্ত পৰিব ❤❤❤😢😢
শ শ বছৰ পিছত ভগবানে জুবিন দাৰ দৰে মানুহ এজন পৃথিবীলৈ পঠিয়াই ❤❤
ভগবানৰ অমীয়া সৃষ্টিৰ সুন্দৰ নিদৰ্শন আপুনি দাদা ❤❤❤❤❤
জুবিন দা প্ৰেমী সকলে মোৰ কমেন্তত এটাকৈ তিপ চহী মাৰি যাব 😍❤️
জুবিন দাক অপমান কৰা মানেই সংগীতক অপমান কৰা। যিয়ে জুবিন দাক বেয়া পাই সিহঁতে সংগীতো বেয়া পায়। তেওঁ অসমৰ সম্পদ তেওঁ সদায় আমাৰ প্ৰিয়।
শব্দ, কথাবোৰ যে ইমান ধুনীয়া... Facebook ত নিলিখাকৈ নোৱাৰিলোঁ।
জুবিন দাৰ কণ্ঠত মন মুগ্ধ ! তানিয়া কাশ্যপ বাইদেউয়েও সুন্দৰকৈ গীতটিত কণ্ঠদান কৰিছে , যাৰ ফলত সকলো ফালৰ পৰা মিলি গৈ এটি হৃদয় স্পৰ্শ কৰা গীত আমি উপহাৰ পালোঁ। তুহিন কাশ্যপ দা আপোনাক ধন্যবাদ ।।
ক'তেনো আছা তুমি
বুকুৰে মিঠা কোলাহল
ক'তেনো আছা তুমি
তোমাক বিচাৰি হিয়া চঞ্চল,
কলিজাৰ কোঁহে কোঁহে টোপাল সৰে
তোমাৰেই প্ৰেমৰ শিহৰণ,
এমুঠি সাগৰ নীলা আবেগৰে ঢল
তুমি অহাৰে পৰত
তুমি অহাৰে পৰত ।
ক'তেনো আছা তুমি
বুকুৰে মিঠা কোলাহল
ক'তেনো আছা তুমি
তোমাক বিচাৰি হিয়া চঞ্চল ।।
সুবাস বিলাম আজি ৰঙা গোলাপৰ
জাগি উঠিব হেঁপাহ মৰমৰ,
দুহাতত গুজি দিম তৰা আকাশৰ
দুচকুত আঁকি দিম ৰং সপোনৰ,
আহা দুয়ো মিলি যাওঁ আজি
কিনো ৰাগী এই প্ৰেমৰ,
আহা দুয়ো মিলি গাঁও আজি
এই গান জীৱনৰ ।
তুমি আছা বাবেই মোৰ মনত
বাজি উঠে গীত প্ৰেমৰ,
তুমি আছা বাবেই মোৰ মনত
জাগি উঠে শিহৰণ,
এমুঠি সাগৰ নীলা আবেগৰে ঢল
তুমি অহাৰে পৰত
তুমি অহাৰে পৰত ।।
তুমি যেন শৰতৰ শেৱালী
মোৰ মন আকাশৰ জোনালী ।
হৃদয়ৰ গোপন কথা মোৰ
আহা আজি শুনাহি ।
তোমাৰ বাবেই সাজো ৰামধেনু
আহা আজি কাষতে ৰোৱাহি ।
কলিজাৰ কোঁহে কোঁহে টোপাল সৰে
তোমাৰেই প্ৰেমৰ শিহৰণ ।
এমুঠি সাগৰ নীলা আবেগৰে ঢল
তুমি অহাৰে পৰত
তুমি অহাৰে পৰত ।
ক'তেনো আছা তুমি
বুকুৰে মিঠা কোলাহল ।
ক'তেনো আছা তুমি
তোমাক বিচাৰি হিয়া চঞ্চল ।।
আপোনাৰ ফালৰ পৰা আগতীয়াকৈ একো খা-খবৰ নোহোৱাকৈ হঠাৎ যে ? আচলতে উপহাৰবোৰ এনেকৈ নজনাকৈ হঠাৎ পালেই ভাল লাগে । ভাল পালোঁ গীতটি.... ভালে থাকক আপুনি ❤️
জুবিন দা আপোনাক মই ভাল পোৱাৰ বহুত কাৰণ আছে।❤
হেজাৰ অনুভৱৰ মেলা ..Zubeen Garg ৰ গীতবোৰ...❤️🥲
অসমৰ অসমীয়া গৌৰৱ জুবিন দা 😘❤️✨🍂💫
Bor hundor gieet. huni val lagil..❤ mur babeu dukhariman likhi gabasun...Zubeen..love you allowes....
জুবিন দা আপোনাৰ কণ্ঠৰ তুলনা নাই❤
সংগীতৰ ভগৱান জুবিন দা ❤❤ Joi zubeen da ❤️❤️❤️
উফ ❤কি সুমধুৰ কণ্ঠ জুবিন দা, হাজাৰ বাৰ শুনিলেও আমনি নালাগে। 🥺🥺
Sikaar film 📽️ khon sabor babe roi asu zubeen da
উফ দাদা আৱেগিক হৈ গৈছো গানটো শুনি😌🍁❤🎉
কিনো কম জুবিন দাৰ কন্ঠক লৈ মোৰ মাত হেৰাই গৈছে এই গানটো শুনি ❤
Zubeen daa ❤❤❤
মন জুৰ পৰি গ’ল❤❤❤❤
জয় জুবিন দা😊❤❤❤❤
Bohut vl lagil zubeen daa ❤️❤️
Boss ❤❤❤
Uff Voice🥺😍
Joy zubeen da ❤
l love you ❤️ Zubeen da King 👑❤
ZG🔥❤
Beautiful ❤ song, beautifully sung with serenity🥰🥰. Heart melts for legend Zubeen Garg.
Bohot val lagise zubeen da❤❤
God gifted voice.. ❤❤ Always evergreen ZG
Love You boss ZG ❤❤❤
P।p,।pp
After long days I am listening a decent zubeen daa’s song.
Outstanding 🎉❤
Animation ot poisa khoros korise zubeen da ee❤❤
I really enjoy the melody of this song. It's soothing and beautiful .
Lord for a reason ❤
Nice song❤❤❤❤❤❤❤❤❤❤❤❤Love from Meghalaya ❤❤❤❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉
Zubeen Daa ❤❤❤ Enekoi a gai juwa 😊😊😊
Kela love you zubeen daa❤️🥺
I love zubeen dar geet ❤❤❤long live zubeen da
Aiss কি গাইছে ৰে বুজোৱা অসম্ভৱ ❤️👌👌
It's so personal 🥺❤
Love you Zubeen da ❤❤❤❤❤❤
Zubeen Da Legend button ❤️👈🏾
🔥🔥গাইছে জুবিন দাদা 💖💖
❤❤❤❤❤❤❤❤joi zubeen da ❤️ love you zubeen da ❤❤
1st view n like🎉❤
Joy zubeen daa ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ জুবিন অনুৰাগী
Excellent composition by a newcomer Tuhin Kasyap Deb. Zubeen Da did magic to his words and music. Awesome 👌
Both voices are great 🔥🔥
Boss main❤
jai zubaan daa🤟🤟
This was something special piece man❤❤
Fresh🎉
The female voice is different.fresh.and i am always speechless about Zubin.
Love this song and love this man ❤❤
You are my heart❤ love you zubeen da ❤❤❤❤❤
Love from barpeta zubeen da ❤
Eman dhuniya kokaidew 🙏❤️
Mine - World Is One Side And Zubeen Daa Is Every Side In My Life . ❤ Joy Zubeen Da 🔥🔥
Ufff voice dada ❤️😘
Joi zubeen daa
@zg mafia kapil
I ❤zubeen da
For Taniya it's 👏👏👏.
Love you Bossman❤
Evergreen💚💚💚💚
❤
Love you Zubeen da! ☺️
Zubeen daa 😌💝
Love you Zubeen da ❤
Nice gan valpuwa xakole like kora+
❤❤❤Mon Jai 🎸🎸🎶🎶🌈🌈🌎 love you brother and nice song
♥️♥️♥️
Love you Living Legend ❤️🙏❤
Joii Zubeen da ❤
Jubin da best 👍👍⭐
I Love You Zubeen Da ❤❤❤
❤️❤️❤️
The Voice❤
❤❤❤❤
Very very nice song zubeen dada ❤❤🎉
Zubeen Da❤❤❤
Amazing ❤❤❤❤
Love you zubeen da ❤❤❤
I love you Zubeen Da❤❤
THE LIVING LEGEND @ZUBEEN GARG 🙏 || ALWAYS FAVOURITE ZG DA ❤️ ||
Awesome song ❤️
Love you ZG da❤
Awesome voice ❤️
❤❤❤ Ufff
Zubeen da love you ❤
Uff Zubeen da ❤❤❤
উফ্ কণ্ঠ ❤
Mon jai zubeen daa❤❤❤❤..... bohut mon jai ..
Soo soothing and brilliant it was🎉🎉🎉keep it up, proud of you Taniya ❤❤
সুন্দৰ গীত
Zubeen da 😭😭😭❤❤❤❤
Emotiona voice❤
Beautiful❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Love you zubeen daa ❤❤😭
Lovely song❤