LAHI LAHI || OFFICIAL MUSIC VIDEO || ZUBEEN GARG || DR. ADITI DAS || ZUBEEN GARG MUSIC

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Lahi Lahi a romantic number penned by maestro Zubeen Garg. The song says about passion of love. Zubeen Garg and Dr.Aditi Das rendered their melodious voice on the composition of Sibabrata Sharma(Bablu).
    Audio credits:
    COMPOSITION & MUSIC PRODUCTION - BABLU SIBABRATA SHARMA
    SINGER - ZUBEEN GARG, DR. ADITI DAS
    LYRICS - ZUBEEN GARG.
    MIXED & MASTERED BY - DIGANTA SHARMA
    Video credits:
    CAST: HIMANGSHU GOGOI, SMRITA RANI BORA.
    FEATURING: ZUBEEN GARG, DR.ADITI DAS
    DIRECTED BY: BITOPAN KASHYAP
    DIRECTOR OF PHOTOGRAPHY: GYAN GAUTAM
    AERIAL PHOTOGRAPHY: CHANDAN BHUYAN
    ASST. DIRECTOR: SURAJIT PHUKAN
    EDITING- BITOPAN KASHYAP
    D.I.: RAJESH YADAV
    VISUAL PROMOTION: BITOPAN KASHYAP
    PRODUCTION DESIGN: RHITU PRAYAG GARG (MON)
    MAKE UP - BHASKARJYOTI DUTTA, KARISHMA BURAGOHAIN
    LINE PRODUCER - MANOJ KR MISHRA.
    #LahiLahi #OfficialMusicVideo #ZubeenGarg #DrAditiDas #HimangshuGogoi #SmritaRaniBora #ZubeenGargMusic
    ----------------------------------------------------------------
    🔔TURN ON THE BELL ICON on the channel for new alerts! 🔔
    Subscribe for more such videos:
    UA-cam: / @zubeengargmusic4594
    Follow ZubeenGargMusic on:
    Instagram: / zubeengargmusic
    Facebook: / zubeengargmusicofficial
    Twitter: / zubeengargmusic

КОМЕНТАРІ • 891

  • @BhimmAZ
    @BhimmAZ Рік тому +171

    ৫০ বছৰ বয়সত এনেকুৱা উতপাত কন্ঠ আজিলৈ কোনো গায়কৰ শুনা নাই বয়সৰ ক্ৰমে কন্ঠস্বৰ বাহি গৈছে। এই কন্ঠ ঈশ্বৰৰ দান ভগৱানে আপোনাক আৰু আশীৰ্বাদ কৰক আৰু দীৰ্ঘায়ু কৰক। আপোনাৰ এজন অনুৰাগী হিচাপে বহুত মৰম আৰু শুভকামনা যাছিলো। ❤️🙏🙏

    • @HirakHkentertaining
      @HirakHkentertaining Рік тому +3

      কন্ঠটো বহুত বেয়া হৈছে এতিয়া ষ্টেজ প্ৰগ্ৰেম চালে গম পাই

    • @riyan5211
      @riyan5211 Рік тому

      @@HirakHkentertaining Kun sdrvy toi

    • @SHANZGEDITZ
      @SHANZGEDITZ Рік тому +3

      @@HirakHkentertaining হয় নেকি। তোমাৰ টো খুব ধুনীয়া ন

    • @bjpatowary2780
      @bjpatowary2780 Рік тому

      @@HirakHkentertaining absolutely right agor kontho aru xur brtmn nai. Kiman gabo aru bohut gale

    • @bhrigumonikalita5942
      @bhrigumonikalita5942 Рік тому +1

      @@HirakHkentertaining tumar toh bahut val badhai nah 🤣.......

  • @bharatzg25
    @bharatzg25 Рік тому +53

    সৰুৰে পৰাই যাৰ সুৰত মুগ্ধ হৈ থাকোঁ বৰ্তমান সময়তো তেওঁৱেই প্ৰিয় যিজনৰ স্থান কোনোৱেই দখল কৰিব নোৱাৰে।। মৰমৰ ককাইদেউ💖🙏

  • @xonmonizg8068
    @xonmonizg8068 Рік тому +50

    মোক জীৱনত একো নালাগে ভগৱানে আপোনাক সদাই ভালে ৰাখক দাদা ❣️ আপুনি আমাৰ জীৱন দাদা❣️ হৃদয়ত আপুনি আছা❣️👑👑joi zubeen da

  • @____axomsamiran____7494
    @____axomsamiran____7494 Рік тому +47

    আপোনাৰ গানৰ মাজতেই লুকাই থাকে হ্ৰদয়ৰ নকোৱা কথাবোৰ 😌❤
    ______________🤍 জয় জুবিন দা 🤍 _______________

  • @barashadas5525
    @barashadas5525 Рік тому +11

    যিদিনা খন এই গীত টি শুনিছিলো..সিদিনাই গম পাইছিলো যে মোৰ প্ৰিয় গীতৰ তালিকাত এই গীত টি অন্তৰ্ভুক্ত হৱ।💚💙 আৰু এতিয়ালৈ কিমানবাৰ যে শুনিলো এই গীত টি তাৰ টিকনা নাই।...এই গীত টি আগবঢ়োৱাৰ বাবে জুবিন দা আৰু গীত টিৰ লগত জড়িত team টোক অশেষ ধন্যবাদ ।🙏🙏

  • @zubeengargjukebox
    @zubeengargjukebox Рік тому +93

    জীৱন মানেই জুবিন 😍
    তেওঁৰ কণ্ঠ অতুলনীয়
    তেওঁ আনতকৈ পৃথক
    তেওঁ মানৱ ৰূপী ভগৱান
    তেওঁৰ কণ্ঠত আছে এসাগৰ মৰম ভালপোৱা😍
    ভালে থাকক সদায় গানৰ ভগৱান জন 🙂❤️

    • @RjZubeenZG
      @RjZubeenZG Рік тому +5

      ❤️❤️

    • @zubeengargkaraokewithlyrics
      @zubeengargkaraokewithlyrics Рік тому +2

      🙂❤️

    • @AkashKumar-33
      @AkashKumar-33 Рік тому

      Besi hol olop bhai

    • @zubeengargjukebox
      @zubeengargjukebox Рік тому +1

      @@AkashKumar-33 একো বেছি হোৱা নাই 🙂❤️
      মোৰ বাবে তেওঁ ভগৱান এজন মানৱ ৰূপী ভগৱান

    • @MayabiniMou
      @MayabiniMou Рік тому +1

      @@AkashKumar-33 toi k bujibi ttyahole gaan ki bostu? Aajikalir thuunuk thanak burhe val pawo, heye2 mohan xilpik apoman kribole olopu bya nlagil, mohamurkhohat

  • @bhargavrajzero8617
    @bhargavrajzero8617 Рік тому +93

    প্ৰত্যেকটো গীতৰ দৰে এইটো গীতেও হৃদয় চুই গল 💞🥀 জয় জুবিন দা 💝💞

  • @uditnath289
    @uditnath289 Рік тому +35

    কি এই কণ্ঠ হেৰুৱালো মই সপোন বাটৰ ঠিকনা ❤️🔥 জয় জুবিন দা ❤️🔥

  • @sahidulalamkhan6368
    @sahidulalamkhan6368 Рік тому +91

    জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️

  • @kulajitbarman4668
    @kulajitbarman4668 Рік тому +30

    তেওঁ নিৰ্ভিক, তেওঁ আপোচ বিহীন, তেওঁ স্পষ্টবাদী, তেওঁ অদ্বিতীয়..🥰🥰

  • @tanujdekaofficial6483
    @tanujdekaofficial6483 Рік тому +38

    কোনে কোনে ভাৱে জুবিন দাৰ মাত ধুমুহাৰ সদৃশ । 🌪️🍂🥰

  • @kaushiktalukdar3135
    @kaushiktalukdar3135 Рік тому +51

    জুবিন দাৰ কণ্ঠ আবেগৰ অনুভূতি ...

  • @news8assamofficial
    @news8assamofficial Рік тому +35

    জয় জুবিন দা 😍
    জুবিন দাৰ কণ্ঠত প্ৰাণ পাই উঠে সকলো শব্দ এটা গীতলৈ 😍
    Love you Zubeen daa 🌸

  • @gabindaroy641
    @gabindaroy641 Рік тому +21

    🔹 যিজনৰ গানেৰে জীৱাই থাকিবলৈ মোৰ হেঁপাহ জাগ্ৰত কৰে 😌 love you❤ zubeen da 🍁

  • @rajuboruah612
    @rajuboruah612 Рік тому +13

    আপোনাৰ সুৰৰ সংজ্ঞা দি কেতিয়াও কোনেও ভাগৰি নপৰে গোটেই জীৱন শেষ হৈ যাব , আপুনি অনন্ত দাদা ❤️❤️ from -dhemaji, চিমেন চাপৰি❤️❤️,

  • @palashbhuyan1503
    @palashbhuyan1503 Рік тому +10

    উফ্ফফ হৃদয় চুই গ'ল
    সংগীত মানেই জুবিন দা
    জুবিন দাৰ বাবে টিপ চহী এটাকৈ মাৰি যাওঁক 😍😘

  • @parthaprotimsaikia4000
    @parthaprotimsaikia4000 Рік тому +35

    সংগীত জগতৰ ভগৱান জুবিন দা❤️😘😍

  • @DIPANKARCREATION-16
    @DIPANKARCREATION-16 Рік тому +33

    আকাশসম এখন হৃদয়ৰ নাম জুবিন গাৰ্গ 😌❤️

  • @prasannabora9534
    @prasannabora9534 Рік тому +23

    Uff voice 🔥🔥🔥🔥❤❤❤
    Love you zubeen da❤❤❤❤

  • @mishongao8383
    @mishongao8383 Рік тому +8

    জুবিন দা এনেকৈ ভাল ভাল গান উপহাৰ দি থাকিব। আপোনাৰ গান নুশুনিলে ভাল নালাগে। জুবিন দা 🔥🔥🔥🔥🔥💯

  • @operamusical3451
    @operamusical3451 Рік тому +44

    হৃদয় চুই যায় আপোনাৰ গানে দাদা।💙
    "জয় জুবিন দা" ❤️🤟✌️

  • @hemantabharali1624
    @hemantabharali1624 Рік тому +8

    চকুলোৰে সেমেকা মোৰ দুহাত আছে যে ৰৈ, অসীমৰে সেই আকাশ আজুৰি...🥰♥️
    জুবিন দা ♥️♥️♥️

  • @jagadishdas9546
    @jagadishdas9546 Рік тому +37

    Old is Now
    Zubeen is Diamond 💎.

  • @padumkrishnastudiopk120
    @padumkrishnastudiopk120 Рік тому +3

    আপোনাৰ গান শুনিলে যে কিমান ভাল লাগে, সেইয়া মই দেখুৱাব বা বুজাব নোৱাৰো। কিয়নো আপুনি মোৰ কাৰণে এজন প্ৰিয় ব্যক্তি। জয় জুবিন দাৰ জয়।

  • @manalishadas2421
    @manalishadas2421 Рік тому +25

    বাৰে বাৰে আপোনাৰ কণ্ঠৰ প্ৰেমত পৰো জুবিন দা ❤❤❤

  • @babuldaszubeenanuragi9296
    @babuldaszubeenanuragi9296 Рік тому +9

    বহুত ধুনীয়া লাগিছে জুবিন দা ❤️ জয় জুবিন দা

  • @rakeshmedhi7723
    @rakeshmedhi7723 Рік тому +10

    Once again awesome song release..
    Jai Zubeen da

  • @zubeenbandanagarg1677
    @zubeenbandanagarg1677 Рік тому +10

    উফ্ কন্ঠ দাদা হৃদয় চুই গল বুকুৰ দাদা.... ❤😘😘😘😘😘মোৰ কলিজাৰ টুকুৰা

  • @r2z190
    @r2z190 Рік тому +8

    ইমান ধুনীয়া গান❣️বহুত ভাল লাগিল শুনি ।

  • @trailukyabhoralibarua7690
    @trailukyabhoralibarua7690 Рік тому +4

    জুবিনৰ সকলোবোৰ গানেই বৰ সুন্দৰ।বৰ ভাল লাগিল।

  • @ArijeetGallery
    @ArijeetGallery Рік тому +3

    So melodious. Beautifully panned by zubeen garg, beautiful composition, music and the video.

  • @santanudiary4928
    @santanudiary4928 Рік тому +32

    জুবিন মানেই গানৰ উষা❣️❣️

  • @pobitrogogoi3077
    @pobitrogogoi3077 Рік тому +7

    স্বৰ্গীয় সুখ অনুভৱ কৰোঁ দাদা , মই আপোনাক বুজাই কব নোৱাৰো আপোনাক কিমান যে ভাল পাওঁ , আপুনি নহলে জীয়াই থকাটোয়ে অসম্ভৱ হব মোৰ বাবে । ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ আয়ুস দিব পৰা হেতেন মোৰ আয়ুস যিমান আছে গোটেই খিনি দি দিলোঁ হয় । আপোনাৰ হাৰ্মিং বোৰ শুনিলে কিবা স্বৰ্গ যাত্ৰা কৰাযেন অনুভৱ হয় । ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @bitupansonowal5726
    @bitupansonowal5726 Рік тому +12

    Zubeen daa your voice is unbelievable.... Love you ❤️

  • @zgnayan6988
    @zgnayan6988 Рік тому +6

    Zubeen da apuni bhagawan hoi 😭❤️🥰

  • @dancewithshibani1816
    @dancewithshibani1816 Рік тому +14

    Such a melodious song! And everything was perfect in the song! ❤️ Bohut besi bhal lagil! ❤️

  • @Dipjyotizglahkar
    @Dipjyotizglahkar Рік тому +10

    জয় জুবিন দা ❤️‍💝
    🧡জয় আই অসম 💛💖🥰

  • @SHANZGEDITZ
    @SHANZGEDITZ Рік тому +15

    জয় জুবিন দা 👑
    Love you GOD ❤️🔥

  • @nabanitapatar4
    @nabanitapatar4 Рік тому +6

    Uffff heart touching 💖💖🥀 Love you Zubeen daa 💝

  • @papudas2137
    @papudas2137 Рік тому +2

    Zubin Garg=Superhit.... love you brother 👍

  • @Kt0.3
    @Kt0.3 Рік тому +7

    Love from udalguri Zubeen da🥰🌼🌼

  • @zgofficialassam7536
    @zgofficialassam7536 Рік тому +16

    My favorite zubeen da love you all times zubeen da 😍😘🇮🇳👑

  • @keshabsarmah9170
    @keshabsarmah9170 Рік тому +4

    Joi zubeen daa..zubeen daa bhogobaan💗🙏

  • @loboray6685
    @loboray6685 Рік тому +13

    Love 💕 u Zubeen daa.you are great.you voice is soulful.

  • @pranjitdas4628
    @pranjitdas4628 Рік тому +5

    i love zubeen garg ❤❤❤❤

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 Рік тому

    Zubeen da I love you ❣️💞💞 . Bahut dhunia hoise .

  • @joysridaimary7258
    @joysridaimary7258 Рік тому +1

    Ki kommm.. Aru.. Koboli vakha nykia hoi jy.. Jar babe hoi Zubeen daa..... Kio baru sui jai zubeen daar voice....🙏love you Zubeen daa.... ❤❤❤❤😘😘😘😘😘😘😘😘❤❤❤❤❤❤❤❤❤

  • @dipchandburagohain2185
    @dipchandburagohain2185 Рік тому +2

    বহুত ভাল‌ লাগিছে শুনি 💖💝🧡

  • @educationpoint6480
    @educationpoint6480 Рік тому +15

    Live long man for making the world flood through your melody voice 💝

  • @nipu.das_
    @nipu.das_ Рік тому +5

    Amazing Song 🥰🥰🥰🎧🎧🎧🎧

  • @donno8730
    @donno8730 Рік тому +9

    Jai Zubeen Daa♥️♥️♥️✨✨✨✨ love you ❣️

  • @biswajitsingh7625
    @biswajitsingh7625 Рік тому +5

    Legendary voice never disappoint us....love from Dibrugarh Zubeen daa😊

  • @Ishanborah5678
    @Ishanborah5678 Рік тому +1

    জুবিন দা আৰু বৌ আপোনালোক দুয়োৰে কণ্ঠত ইমান সুমধুৰ হৈছে শুনিবলৈ গানটো, বহুত ভাল লাগিল👏👏👌👌❤️🙏..ভিডিঅ দুয়োটোও বৰ সুন্দৰ হৈছে 💐💐. আটাইকেইজনকে হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ,💐💐💐👏👏..

  • @manisundarlimbuofficial
    @manisundarlimbuofficial Рік тому +4

    God of music one and only zubeen garg da 👌👌👌❤️❤️❤️❤️

  • @dijupriyammedhi7505
    @dijupriyammedhi7505 Рік тому +4

    সাগৰসম হৃদয় যাৰ তেওঁৰ নামেই জুবিন গাৰ্গ ♥️♥️ জয় জুবিন দা ❤❤❤

  • @parthapratimsahariah8326
    @parthapratimsahariah8326 Рік тому +1

    Uff ki kom 🥰🥰🥰 দুখ বোৰ পাহৰি যাওঁ দাদাৰ গান শুনিলে😊

  • @mbijayrajputs
    @mbijayrajputs Рік тому +5

    Wowwww very nice 🥰

  • @prem97073
    @prem97073 Рік тому +2

    Jubeen dar hridoy khon jenekuwa teor kontho u tenekuwai, hunile deha hat pori jai

  • @pilingadeka
    @pilingadeka Рік тому +1

    উফ জেগাত লাগি গৈছে মোৰ❤mon pran sui goise ane dhoror geet bur hunile deha xat pori jai montu kiba kiba lagijai ilove you I like it miss you ❤️ joi zubeen da god bless you birat moja palu bohriya boria

  • @nayanboruah9366
    @nayanboruah9366 Рік тому +4

    Dada r voice ufff🔥❤❤❤❤❤

  • @GJK550
    @GJK550 Рік тому +33

    You can ignore jollywood but you can't ingnore zubeen da 🥵

    • @H3aker
      @H3aker Рік тому

      Comment copy koribole ketiya hikili.

    • @kalpajyotiboruah8489
      @kalpajyotiboruah8489 Рік тому +2

      Zuben da Main....Aru Hololu milii Jollywood k aguwaii nibo lagibo...

    • @adnanashiq8837
      @adnanashiq8837 Рік тому +2

      Jollywood ki bostu? I know only Zubeen Garg

    • @kalpajyotiboruah8489
      @kalpajyotiboruah8489 Рік тому +2

      @@adnanashiq8837 Assamese cinema, also known as Jollywood.

    • @debojitpuma7298
      @debojitpuma7298 Рік тому +2

      Yes dude 😁 @Zubeen always on 🔥

  • @PrinceMusicalZG
    @PrinceMusicalZG Рік тому +2

    Tumi xubakh axomire Zubeen daa ❤️, love you

  • @joyzubeenda4756
    @joyzubeenda4756 Рік тому +4

    Bohut val lagile dada . and assamr king 👑 zubeen da apuni xodai vale thakuk 🥰❤️ joy zubeen da . love you dada

  • @zglverboy8212
    @zglverboy8212 Рік тому +7

    Love you zubeen da ❤️জয় জুবিন দা ❤️😘

  • @cbfilmproduction2846
    @cbfilmproduction2846 Рік тому +6

    Very lovely song Love you zubeen da

  • @TheRedBlogger
    @TheRedBlogger Рік тому +2

    জুবিন দাৰ গান বেয়া হব পাৰে নে.. সুন্দৰ ❤️👌

  • @hiyanbarman4355
    @hiyanbarman4355 Рік тому +2

    Last humming khni uff❤️🔥🔥

  • @introvert_sanjib
    @introvert_sanjib Рік тому +1

    Mind-blowing😻extra ordinary💕 funtastic❤️ sir❤️

  • @skmehtab513
    @skmehtab513 Рік тому +7

    Zubeen da legend ❤❤❤❤🔥🔥🔥🔥

  • @randomcatonstreet2885
    @randomcatonstreet2885 Рік тому +1

    Such a beautiful song... everything is so perfect..Dr Aditi 's. Voice...too good

    • @aditi44
      @aditi44 Рік тому +1

      Thank you so much ❤

  • @pinkudas1641
    @pinkudas1641 Рік тому +2

    Osm songs Zubeen daa 🔥🔥🔥

  • @mkmonirbhai4077
    @mkmonirbhai4077 Рік тому +2

    The best singer of assam only Zubeen Garg love for Zubeen Garg ❤️❤️❤️❤️

  • @deepdrrpshankar3419
    @deepdrrpshankar3419 Рік тому

    Super duper hit song zubeen Da..I love you ❤️❤️❤️❤️❤️..ZG you are my favourite one of the best for my life

  • @vedantatalukdar1491
    @vedantatalukdar1491 Рік тому +1

    Zubeen is an institution in music
    An identity and typical extraordinary style of his own
    Excellent song
    Zubeen rocks and his music heals

  • @zgpallab7750
    @zgpallab7750 Рік тому +3

    Mjja hoise Zubeen da ❤️

  • @apurbahazarika9059
    @apurbahazarika9059 Рік тому +1

    সুন্দৰ, সুমধুৰ । জুবিন সদায়েই অনন্য । ডাঃ অদিতিৰ কণ্ঠৰ আমেজে সদায়েই আপ্লুত কৰে ।

  • @junakvlogs5422
    @junakvlogs5422 Рік тому +4

    Zubeen brother proud of Assam man this is zubeen voice deee arrr🔥🔥🔥

  • @kaustavmusical21
    @kaustavmusical21 Рік тому +1

    Lyrics -- Zubeen Garg
    Uhhh 🙆👀❤️❤️

  • @rantumonidas5011
    @rantumonidas5011 Рік тому +2

    Love u dada ❤️
    You are the best 😘

  • @niyoreditor
    @niyoreditor Рік тому +4

    জয় জুবিন দা ❣️ Love You This Song🦋

  • @bijuchetia4765
    @bijuchetia4765 Рік тому +1

    Zubeen mane ❤️mur prithibi 👌👌 love you dada ❤️❤️❤️

  • @dharmeswarkalita7610
    @dharmeswarkalita7610 Рік тому +1

    Wow..... Zubeeeeen daaaaaaaa ...... Mojjjjjaaaa lagi gol ......

  • @madhavbora9762
    @madhavbora9762 Рік тому

    Nice 🤗 song & wonderful act 👍⭐⭐👍👍👏👏 love for Zubeen da💙❤

  • @abhigyanmaiti9311
    @abhigyanmaiti9311 Рік тому +2

    What a charming voice Zubeen sir🙏

  • @robinkvlogs5178
    @robinkvlogs5178 Рік тому +1

    Ajibon loiki val pai thakim Zubeen da 🙏👌👌👌😘🥰

  • @surasmitasarma7944
    @surasmitasarma7944 Рік тому +4

    Zubeen da is always a great singer and the female voice is so dam pleasing...

    • @deepdrrpshankar3419
      @deepdrrpshankar3419 Рік тому +1

      Female voice is low and battery 🔋 down 🤣😀but zubeen Da voice unbilled

    • @suraz7207
      @suraz7207 Рік тому

      @@deepdrrpshankar3419 Battery down😂😂😂...but still zubeen daa i pro noob sbke chance diye beh bro ..xeitu manibo laga

    • @suraz7207
      @suraz7207 Рік тому

      zublee baai gaba lagcl eitu actually

    • @aditi44
      @aditi44 11 місяців тому

      ​@@deepdrrpshankar3419...nijei gua sun tenehole Ata
      Kobo tu ji kunu kothai pari ...kua tu easy.....

    • @aditi44
      @aditi44 11 місяців тому

      ​@suraz7207 ....chance diya nai ....chance Lua dhoronor moi nohoi bhaity ....Jodi confirm koribo bisarisa ....ahi jua .....muk log dhora ....zubeen dar usorot loi jam tumak .....xudhi loba tumi
      Tumak reply Dibo bisora nasilu ..but dilu ....Karon tumi bhal likha nai
      Mur address. ......guwahati medical college, bhangagarh ....ahilei bisari Paba ......clear kotha hobo parim
      Ji kunu comment diyatokoi nije Kiba Ata bhal kamei korasun

  • @ruhulamin5003
    @ruhulamin5003 Рік тому +3

    Zubeen da always rock... Love u Zubeen da

  • @gautamkumarbora7987
    @gautamkumarbora7987 Рік тому +2

    Lovly Songs❤❤❤
    ZG🔥🔥🔥

  • @appubaruah3616
    @appubaruah3616 Рік тому +3

    The way Zubeen Daa sings...ohh just awesome

  • @sangitrabha3374
    @sangitrabha3374 Рік тому +4

    Bahut val lagil video Sai ZG da ♥️♥️👌

  • @dulanzubeensaikia8257
    @dulanzubeensaikia8257 Рік тому +10

    Love you God Father ❤️🙏🏾🙏🏾

  • @monjitzubeenkalia2940
    @monjitzubeenkalia2940 Рік тому +4

    Mojja zubeen da ❤️❤️❤️

  • @omvarma4568
    @omvarma4568 6 місяців тому

    Lovely singing acumen & rendition by both of you.The video is a visual delight !👏👏❤️❤️💐

  • @mohanbhai1891
    @mohanbhai1891 Рік тому +4

    জয় আই অসম❤
    জয় জুবিন দা ✊

  • @rububora5994
    @rububora5994 Рік тому +7

    Love you zubeen da 🔥🔥🔥🔥🔥

  • @manashprateemgogoi3464
    @manashprateemgogoi3464 Рік тому +3

    Nice to see Himanshu da in action. Underrated actor.

  • @rawsymphony6987
    @rawsymphony6987 Рік тому

    Uuuuuff zubeen da.. baare baare huniye asu... ki je feel gaantut... just loving it.. ❤️ prem mathu prem ase protitu sobdot...

  • @nibashdutta6599
    @nibashdutta6599 Рік тому +4

    King of Music ❤️❤️zubeen da

  • @dharmkantdoley5792
    @dharmkantdoley5792 Рік тому +2

    Nice song Zubeen da ❤️❤️❤️

  • @bonoriya_pokhi7184
    @bonoriya_pokhi7184 Рік тому +7

    Jai zubeen da ❤️🤗