GUSI GOLA - Zubeen Garg | Jayanta Kakati | Rahul Gautam Sharma | A tribute to Kishore Das

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • AUDIO CREDITS
    Song : Gusi Gola
    Singer : Zubeen Garg
    Composition : Jayanta Kakati
    Lyrics : Rahul Gautam Sharma
    Music Arrangement and Mix-Mastered by : Shekhar Jyoti Goswami
    Guitar : Debojit
    Editing : Dhruba Jyoti Bora
    Poster Design : Debu
    Produced by : Kishore Das Family
    Special Thanks : Mridul Bhuyan, Prastuti Parasar, Bastab S Ramen Barman

КОМЕНТАРІ • 1,7 тис.

  • @pinkuchetiacreationassam3542
    @pinkuchetiacreationassam3542 3 місяці тому +303

    কিশোৰ দা স্মৃতি য়ে আকৌ এবাৰ কন্দুৱাই গল্😢, তাতে জুবিন দা কণ্ঠ❤ , গা নোম হিহৰী যোৱা সকলে like এটা দিয়া.....

    • @rajashreeboro3081
      @rajashreeboro3081 2 місяці тому +4

      Buku bikhai gol soku pani rokhabo nuwarilu..
      Jote asa vale thaka tumi kishor da❤😢

    • @biplabdeka1734
      @biplabdeka1734 2 місяці тому +2

      Kishore Daa Missed You 😢🥺😭

    • @Lakhi_LMK
      @Lakhi_LMK 2 місяці тому +2

      সঁচাকৈ 😢😢😢😢😢😢😢😢😢

  • @pranamidas5750
    @pranamidas5750 3 місяці тому +176

    কিশোৰ দাক আৰু জুবিন দাক জুনে জুনে ভাল পোৱা ❤লাইক কৰা 🎉🎉🎉❤❤jay zubeen da and jay kisor da

  • @goldassam2.0
    @goldassam2.0 3 місяці тому +183

    ভাল পোৱা মানুহবোৰ চিৰজীৱন অন্তৰত ৰৈ যায়____গুচি নাযায়❣

  • @sirajulhaque1736
    @sirajulhaque1736 2 місяці тому +8

    কি কম ভাষাহিন 😢😢।নীয়তিৰ খেলা। কোনোৱে ধৰি ৰাখিব নোৱাৰে। এদিন আগ পিছ। সকলোৱে যাব লাগিব এই পৃথিবীৰ পৰা। যতে আছ ভালে কুশলে থকা 🤲🤲🤲🤲🤲🤲🤲🤲🤲🤲

  • @DDLCreation15
    @DDLCreation15 3 місяці тому +70

    এটি গোলাপৰ কলি ফুলিব নৌপাওতেই কলিতে মৰহি গ'ল।😢😢😢

  • @Junvlogs295
    @Junvlogs295 3 місяці тому +99

    আকৌ এবাৰ উশাহ লবলৈ কষ্ট অনুভব কৰিলোঁ🥺।।

  • @DEBAJIT.PATHAK
    @DEBAJIT.PATHAK 3 місяці тому +140

    জুবিন দাৰ কণ্ঠ, ৰাহুল দাৰ কথা , জয়ন্ত দাৰ সুৰ , শেখৰ দাৰ সংগীত .....❤😢
    কিশোৰ দা .... য'তেই আছা কুশলে থাকা 😢🙏

  • @PollabiBora-dm18
    @PollabiBora-dm18 2 місяці тому +13

    প্ৰিয় আছিল❤ মনত পৰি গ'ল আকৌ আজি

  • @zgdebajitborah4317
    @zgdebajitborah4317 3 місяці тому +59

    কিশোৰ দা আমাৰ মাজত সদায় জীয়াই থাকিব।❤😢
    আপুনি যতেই আছে কুশলে থাকক।🙏

  • @bornalimazumdar8924
    @bornalimazumdar8924 2 місяці тому +1

    আকৌ এবাৰ কন্দুৱালে । য'তেই আছে শান্তিত থাকক 🙏🙏🙏

  • @biswajitbarman-x6x
    @biswajitbarman-x6x 3 місяці тому +57

    আকৌ এবাৰ উশাহ ল'বলৈ কষ্ট অনুভৱ কৰিলোঁ!
    সকলো তোমাৰেই লিলা প্ৰভু!

  • @alopnaborah119
    @alopnaborah119 2 місяці тому +2

    দাদা তোমালৈ বহুত মনত পৰে অ তুমি যতে আছা ভালে থাকা 😢❤❣️🥰😍😘🙏🙏🙏

  • @rinkudutta348
    @rinkudutta348 3 місяці тому +53

    উঠি এটি প্ৰতিভা নোহোৱা হৈ গ'ল। ভগৱান ৰ কি লীলা, দৰকাৰী মানুহ বোৰ লৈ যায়😢😢😢

  • @riturajkalita2767
    @riturajkalita2767 3 місяці тому +28

    বুকু বিষাই যোৱা স্মৃতি ভৰা গীত। গীতটিৰ মাজেৰে হেৰাই যোৱা বহু স্মৃতি কঢ়িয়াই আনিছে। যেন চালে চায় থাকিবৰ মন। কিশোৰ য'তেই আছে কুশলে থাকক, শান্তিৰে থাকক।

  • @nabadas8144
    @nabadas8144 3 місяці тому +113

    ঘৰৰ ওচৰৰ লৰা , মনটো আকৌ সেমেকি উঠিল

  • @indranibora8155
    @indranibora8155 2 місяці тому +9

    ভিদিওটোৰ এডিটিং ইমান পেৰফেক্ট হৈছে যে কিশোৰ দায়ে এই গীতটিত সোশৰীৰে অভিনয় কৰা দৰে লাগিছে।বাকী গীতটোৰ কথা তো কবই নালাগে... পুনৰবাৰ কিশোৰ দাৰ আত্মাৰ সদগতি কামনা কৰিলোঁ 🙏

  • @parismitagohain2068
    @parismitagohain2068 3 місяці тому +42

    Miss you
    কিশোৰ দা তুমি যতেই আছা ভালে থাকা 🙏🙏
    Zubeen daa voice 🔥🔥

  • @NishitaThakuria-kq8fb
    @NishitaThakuria-kq8fb 2 місяці тому +2

    আজি ও যেন তেওঁৰ এটা এটা স্মৃতি অসমৰ বুকুত জিলিকি আছে 🥹 যতে আছে ভাল থাকক কিশোৰ দা 🙂❤️

  • @riciborah5347
    @riciborah5347 3 місяці тому +87

    মনটোৱে এতিয়াও মানি নলয়।। কি কম ভাষাহীন ।। মাথো এটাই কওঁ নেদেখা জনৰ লগত ভালকৈ থাকা। । তোমাৰ সেই মিঠা হাঁহিটো সদায় মাৰি থাকিবা। । 💔🙏 লগ পাম এইটো জনমতে অকৌ এবাৰ 🙏🙏

  • @lekhikabaishya133
    @lekhikabaishya133 2 місяці тому +4

    প্ৰিয় আছিল 💔🥺আৰু সদায় প্ৰিয় হৈ ৰব 🌼

  • @nikumonigogoi8257
    @nikumonigogoi8257 3 місяці тому +49

    অসমীয়া ছবিজগতত কিশোৰ দাসৰ দৰে এজনশিল্পীৰ বহুত প্ৰায়োজন৷য’তে আছে পুনৰ যেন ঘুৰি আহে আমাৰ মাজলে৷

  • @barnalidas5279
    @barnalidas5279 3 місяці тому +20

    কিশোৰ দা যতে আছে কুশলে থাকক 🙏😢 বহুত বেছি মিছ কৰিছো অ' আপোনাক 😔 এনেকুৱা লাগিছে যেন এইটো video ৰ shotting আপুনি বৰ্তমান কৰিছে ... বহুত মিছ কৰিছো , 😢

  • @debajitdeka2602
    @debajitdeka2602 3 місяці тому +52

    আমাৰ হাতত আমাৰ নিজৰ জীৱনটোৱে নাথাকে..

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw Місяць тому +1

    কি কম কবলৈ ভাষা নাই বহুত প্ৰিয় আছিল যতেই আছা শান্তিত থাকা এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏

  • @sumikalita8011
    @sumikalita8011 3 місяці тому +16

    Miss you baba❤️ আটাইতকৈ প্ৰিয় আছিলা তুমি অভিনেতা বুলি জানি নাজানো কিয় হৃদয়ত এক বিশেষ মৰম আছিল তোমাৰ বাবে,
    বহুত ইচ্ছা আছিল ঘূৰি অহাৰ পাছত এবাৰ ওচৰৰ পৰা চাব যাম বুলি কিন্তু নাহিলা😔🥺 আহিবা দে... এতিয়া যত আছা ভালে থাকা ঘূৰি আহিবা কিন্তু❤❤

  • @AjMou_Vlogs1
    @AjMou_Vlogs1 2 місяці тому +5

    মৰিগাঁও ৰ পৰা মৰম যাচিলো 💐❤

  • @Rocky_TV777
    @Rocky_TV777 3 місяці тому +8

    আকৌ এবাৰ কান্দিলো 😊

  • @GitanjoliDas-q7f
    @GitanjoliDas-q7f 22 дні тому

    ধন্যবাদ জুবিন দা প্ৰস্তুতি বা কিচুৰৰ বাবে গীতটো গাইছে 😭😭😭😭😭

  • @nayanjyotidas5174
    @nayanjyotidas5174 3 місяці тому +12

    তুমি আমাৰ বাবে সদায় অমৰ দাদা। আমাৰ মাজত সদায় আছা আৰু সদায় থাকিবা ❤

  • @KabyashreeSarma-i7m
    @KabyashreeSarma-i7m 2 місяці тому +2

    Xsai bkut lgi goise gan tuu...... Really miss uh kishor daa🥺🥺.... Lv u so muchh❤❤

  • @Kaushik632
    @Kaushik632 3 місяці тому +37

    অন্তৰত কিশোৰ দা সদায় জীয়াই আছে।❤

  • @HimashriSaikia-w6r
    @HimashriSaikia-w6r 3 місяці тому +8

    কবলে একো ভাষা নাই আকৌ এবাৰ বুকুখন বিষাই আহিল দুচকুৰ হেমেকি উঠিল😢মাথোঁ এটাই কওঁ তুমি যতে আছা ভালে থাকা।😢

  • @dhiramonikalita555
    @dhiramonikalita555 3 місяці тому +29

    জুবিন দা, তোমাক মই বহুত বেছি ভাল পাও, বহুত বেছি শ্ৰদ্ধা কৰো।❤️❤️ তুমি সদায় এনেকুৱা এটা কিবা কৰি দিয়া, যাৰ বাবে ভালপোৱা বোৰ আৰু বেছি হয় যায় । এই গানটোও তোমাৰ তেনেকুৱাই এটা কাম, যাৰ বাবে তোমাক মই আৰু অলপ বেছিকৈ ভাল পোৱা হ'লো🙏🙏🙏
    আৰু কিশোৰ..... তোমাৰ কথানো আকৌ নতুনকৈ কি কম !!
    তুমি যে আমাৰ বুকুৰ আপোন। তুমি তোমাৰ ঘৰখনৰ লগতেই, আমাৰ সকলোৰে জীৱনৰ এক পাহৰিব নোৱাৰা অধ্যায় ।😢😢😢

  • @debojyotidas4307
    @debojyotidas4307 2 місяці тому +2

    🙏কিশোৰ দা জতে আছা কুশলে থাকা😢😭🙏

  • @arunavadasgupta5460
    @arunavadasgupta5460 3 місяці тому +118

    ये सिर्फ एक म्यूजिक वीडियो नहीं है ये हम लोगों की तड़प का गवाही दे रहा है जो हम लोग किशोर से बिछड़ के अनुभव किए । गाना बहुत ही संजीदा हैं। Love and Miss You KISHOR Bhaiti.. 💔😢💓🙏Congratulations and Thanks to all of you who support and associates with this project .🙏

  • @aditi44
    @aditi44 2 місяці тому +2

    ❤❤❤❤❤❤
    Tumi kuxole thaka jotei Asa....sokur pani rokhabo nuarilu 🙏🙏🙏

  • @chitrachutialifestyle1616
    @chitrachutialifestyle1616 3 місяці тому +31

    চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলোঁ । প্ৰিয় অভিনেতা জন । আপুনি নোহোৱা হোৱাৰ পৰা কাৰো অভিনয়কেই প্ৰাণ ভৰি ভাল পাব নোৱাৰোঁ । কিবা ভয়েই লাগেচোন। য'তেই আছে শান্তিত থাকক

  • @Porag_Pritom
    @Porag_Pritom 3 місяці тому +12

    যতে আছা তুমি কুশলে থাকা কিশোৰ দা ❤❤😢😭

  • @hirakjyotibhuyan2056
    @hirakjyotibhuyan2056 3 місяці тому +11

    মনটো আকৌ বেয়া লাগি গল😢 যতে আছে ভালে থাকক🙏🙏

  • @CharuHazarika-og7kx
    @CharuHazarika-og7kx 2 місяці тому

    Moja hoisa zubeen daa we all miss you kisor daa 🙏🙏

  • @দিলীপনাথ-শ৮ণ
    @দিলীপনাথ-শ৮ণ 3 місяці тому +18

    বহুত মনত পৰে কিশোৰ দা 😢 তোমাৰ হাঁহি টো আজিও আমনি কৰে ও তুমি অভিনয় কৰা ধুনীয়া ধুনীয়া ভিডিও গান বোৰ দিনটোত এবাৰ হলেও চাও ।সদায় ভালকৈ থাকিবা যতে আছা থকা তুমি কুশলে

  • @nipadihingia9920
    @nipadihingia9920 3 місяці тому

    বৰ দুখ লাগে অ।এটা উজ্বল প্ৰতিভা হেৰাই গল 😢😢

  • @himasrikalita6632
    @himasrikalita6632 3 місяці тому +12

    এতিয়াও মানি লব পৰা নাই কিশোৰ দা ইমান কম সময়ৰ বাবে আহিছিলানে😭😭😭 কিয় ভগৱান ইমান নিষ্ঠুৰ 😢😢 হাহি ভাল পোৱা লৰা জন জতে আছা ভালে থাকা সদায় হাহি থাকিবা😢🥺🥺🥺 miss you 😢😢

  • @Likhika188
    @Likhika188 2 місяці тому +4

    কিশোৰ দা তুমি আমাৰ মাজত নাই বুলি আজি ও বিশ্বাস কৰিবলৈ টান🥺💔তোমাৰ স্মৃতি বোৰ সদায় আমাৰ লগত থাকিব ❤তুমি মোৰ প্ৰিয় অভিনেতা আছিলা তোমাৰ স্থান কোনোও ল'ব নোৱাৰে 🙂..... য'তেই আছা শান্তিত থাকা ✨

  • @happy_feeling100
    @happy_feeling100 3 місяці тому +23

    মৃত্যুনো কি ? এক অৱস্থাহে । হৃদয়ত সদায় থাকি যায় মানুহ।

  • @DibyajyotiGogoi-r9d
    @DibyajyotiGogoi-r9d 2 місяці тому +2

    Tumak bohut miss korisu kisur daa ❤

  • @MitaliSaikia-s4k
    @MitaliSaikia-s4k 3 місяці тому +8

    Miss you very much 😢😭😭 তুমি যʼতেই আছা কুশলে থাকা দাদা🥺 আৰু কʼবলৈ একো ভাষা নাই তুমি বহুত সোনকালেই আমাৰ মাজৰ পৰা গুচি গʼলা😢😭

  • @bituponsonowalbitupon
    @bituponsonowalbitupon 2 місяці тому +2

    Jundina aitu kotha gom palu Ma kosom bohut bea lgisile ru lge
    kishor da 😢😢❤❤

  • @banditabaishya
    @banditabaishya 3 місяці тому +9

    মানিব নোৱৰা এটি দুখৰ বোজা 😭 miss you 😢 শেষৰ খিনি চাব নোৱাৰোঁ একেবাৰে অসহ্য 😭😭

  • @Rahul_gaming500k
    @Rahul_gaming500k 3 місяці тому +4

    Joi zubeen da da ❤❤❤

  • @PritiKachari
    @PritiKachari 3 місяці тому +11

    আমাৰ অন্তৰত সদায় থাকিব কিশোৰ দাস দা ❤

  • @binamallick550
    @binamallick550 22 дні тому

    😢বৰ দুখঃ লাগে য তে আছে শান্তিত ৰাখক 🙏🙏😢😢

  • @BarnilAssam
    @BarnilAssam 3 місяці тому +6

    গীতটো শুনি ভাল লাগিল যিমান, দুখো লাগিল সিমান 😢😢

  • @kunaljeetgohain
    @kunaljeetgohain Місяць тому

    অসমৰ এটা সম্পদ হেৰাই গ'ল নিমষতে। কিশোৰ

  • @rashmidas1070
    @rashmidas1070 3 місяці тому +18

    Zubeen da thoka loike karo jibn a atmay Santi nopowakoi najaay 😢😢 Miss u bhai 😢 and love you so much zubeen da ❤️

  • @gyanasridas5665
    @gyanasridas5665 2 місяці тому +1

    ভাল মানুহ বোৰক ভগৱানে বৰ সোনকালে লৈ যায় 😢

  • @priyankasaikia5302
    @priyankasaikia5302 3 місяці тому +15

    😢😢উফ,,,,😢😢,,,,, বহুত বেছি মনত পৰিছে 😢😢,,কিয় যে গুচি গলা 😢😢,,,যত আছা কুশলে থাকা দাদা 😢😢

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq 2 місяці тому +1

    😢😭jote asa kishor da da vhale kohule thaka 🙏🙏🙏

  • @chandanabarman7683
    @chandanabarman7683 3 місяці тому +5

    তুমি যতে আছা কুশলে থাকা দাদা 😢 তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰে যেন 😭🥲
    ৰৈ থাকিম তোমাক তুমি আকৌ ঘূৰি আহিবা বুলি আৰু ঘূৰি আহি নতুন গান আমাৰ মাজত বিলাই দিবা বুলি ❤😭😭😭😭😭🥲🥲😢
    Miss you dada 😢😢

  • @AXOM___kantheswar
    @AXOM___kantheswar Місяць тому

    😢😢😢😢😢 soku pani rakhibo nuwarilu....miss you kishur da

  • @jyotiprasad241
    @jyotiprasad241 3 місяці тому +8

    Kishore da kotha vabile bohut dux lage mur 😭😭😭. Bohut val actor asil ❤❤❤.

  • @jurideka4415
    @jurideka4415 2 місяці тому +2

    Heart Touching ❤

  • @dream_travel143
    @dream_travel143 2 місяці тому +4

    Always miss you dear brother 😢

  • @AkaniKalita-p3w
    @AkaniKalita-p3w 2 місяці тому

    তুমি সদাই আমাৰ মাজত আছা ❤❤

  • @SikhamoniGogoi-xi4xl
    @SikhamoniGogoi-xi4xl 2 місяці тому +3

    Miss u Kishore da 😢

  • @bitopanmazumdar746
    @bitopanmazumdar746 2 місяці тому

    অসমবাসি ৰাইজে তোমাক বহুত miss কৰে তোমাক Kishor দা ❤😔

  • @MainaChutia-fp5qi
    @MainaChutia-fp5qi 2 місяці тому +5

    Hosa ga num hiari uthi jai 😢😢😢😢

  • @_sweety_118
    @_sweety_118 2 місяці тому

    Miss you😓😓😓
    আপুনি য'তেই আছে কুশলে থাকক😭
    Zubeen Daa❤❤

  • @Giga_Gaint_Gaming
    @Giga_Gaint_Gaming 2 місяці тому +3

    You are my best actor in the world 🌎😢😢😢

  • @pranabdas5001
    @pranabdas5001 2 місяці тому

    বহুত দুখ লাগিল
    ভগৱান

  • @Ankur.mahanta
    @Ankur.mahanta 3 місяці тому +98

    Zubeen dak val powa xokole ata like kora ❤

  • @DIBYAKalita-ov9ic
    @DIBYAKalita-ov9ic 2 місяці тому

    A touching tribute to a truly remarkable actor. His talent and presence continue to be deeply missed. This song beautifully celebrates his legacy and the impact he had on all of us.
    We miss our Star ✨❤

  • @dhrubajyotimusical4520
    @dhrubajyotimusical4520 3 місяці тому +8

    আমিও তাকেই বিছাৰো তুমি ঘুৰি আহা ❤❤

  • @AjMou_Vlogs1
    @AjMou_Vlogs1 2 місяці тому +1

    তুমাৰ আত্মাই স্বৰ্গ বাসি হয় যে Kishore দা ❤

  • @MRINALJYOTIVLOGS
    @MRINALJYOTIVLOGS 2 місяці тому +3

    Valke nasalu aru day montu bya lage gol 😢😢 dada jota ase valke thakok vogoban vale rakhiba🙏🏼🙏🏼🙏🏼😢

  • @Mithingaislary-j5w
    @Mithingaislary-j5w 2 місяці тому

    বহুত miss কৰিছোঁ কিশোৰ দাক 😢

  • @SumitrahazarikaSumitra
    @SumitrahazarikaSumitra 2 місяці тому +4

    Kishor da tmii hodai priyo hoi thakiba ❤️‍🩹🥹....ataiu mne nkoii tmii jee amer khahot nyy ...ane lgee tmii korobat goi asa goii aruu hunkle amer yat ghuri ahibaa ..val manuh r lgt he kio bea hoii 😭Tmii akou ahiba tmrr ovinoy bhtt miss krisu akou tmrr video song bur sabo loi roi asuu tmi mribo nuara dada ❤😭..ketiau mni lobo nuaruu ...tmii akou amer mjt aha kishor da hoii🥺❤️‍🩹 tmrr thaii kuneu lobo nuaree tmii hodai special 🥺❤️‍🩹 miss you kishor da🥺😭...... Jdii tmk aji loike pwa nyy log kintu tmr gan bur sale kiba hodai log pwa apun jen lgee ... Emn hunkle ahi kio gusi gola ..tmii tat e hukhi thka diya 🥺amer mrm hodai tmr lgt thakibo😭😫

    • @porivlogs2
      @porivlogs2 2 місяці тому

      🥺🥺🥺🥺🥺🥺

  • @Bhaswati_D
    @Bhaswati_D 3 місяці тому

    কিশোৰ দা তুমি সদায় বিশেষ আছিলা আৰু সদায় বিশেষ হৈয়ে থাকিবা ❤

  • @Dhunu___mon
    @Dhunu___mon 3 місяці тому +10

    Kishor da tumi xodai mur fvrt actor asila....aru xodai fvrt hoi thakiba....tumi jotei asa kukhole thaka.....❤❤but I really miss you 😢😢😢

  • @jintudasofficial4364
    @jintudasofficial4364 Місяць тому

    কিশোৰ দাই যতে আছে, তাতেই যাতে ভালে কুশলে শান্তিত থাকক ।

  • @mridultalukdar7913
    @mridultalukdar7913 3 місяці тому +33

    কোনে কেতিয়া এই পৃথিৱীৰ পৰা মেলানি মগে ঠিক নাই ওচৰত থাকিলে মৰম কৰিব এৰি নিদিব 👍

  • @AlankritaGogoi_1
    @AlankritaGogoi_1 3 місяці тому

    Tumi jotei asa kukhole thaka kishur daa 🥺❤️

  • @lovelymithi8780
    @lovelymithi8780 3 місяці тому +8

    Hosakoi bukukhon bikhai gol oo 😭😭

  • @_Debashri_
    @_Debashri_ 3 місяці тому

    Miss you kishor da😢😢.... Zubeen da❤😊

  • @rituthakuria9921
    @rituthakuria9921 3 місяці тому +4

    মনটো আকৌ উচপি উথিল😢😢

  • @Dipankor858
    @Dipankor858 3 місяці тому

    কিশোৰ দা তুমি যতে আছা শান্তিৰে থাকা ❤❤

  • @NabaNitom9341
    @NabaNitom9341 3 місяці тому +3

    Bohot dukh lagise sai pini dada ako guri ahib janu😭😭😭😭

  • @KangkanNath674
    @KangkanNath674 2 місяці тому

    জীৱনত যদি মানুহ দেখিছিলো কিন্তু এওৰ নিচিনা আৰু কিশোৰ দা আমি নাপাম |
    তুমি য'ত আছা ভালদৰে থাকা 😢😢

  • @hirumonikalita3413
    @hirumonikalita3413 2 місяці тому +3

    miss you dada😢😢

  • @bhaswatigoswami5204
    @bhaswatigoswami5204 2 місяці тому +1

    Ufff kandilu oo . Vale thaka ♥️

  • @PapuDutta-mo6ht
    @PapuDutta-mo6ht 3 місяці тому +8

    I Love You Zubeen Da ❤❤❤

  • @binitakakati1561
    @binitakakati1561 3 місяці тому

    বহুত মনত পৰে তোমালৈয় 😢😢😢তুমি যতে আছে শান্তিত থাকা ❤❤❤

  • @boragoutom
    @boragoutom 3 місяці тому +4

    Miss you 😘😢

  • @ranusarania8943
    @ranusarania8943 2 місяці тому +2

    Miss You Kishor Da tumi amak sokoloka kondoy are gosi gola tomak moy bahut val py silu o Kishor Da tumak dekhale bahut besi bea Lage tumi ako amar majoly ghuri aha o Kishor Da 😭😭😪😪

  • @himakshimedhi4868
    @himakshimedhi4868 2 місяці тому

    Soku pani rokhabo nuarilu😢😢
    Jotei asa val e thka jen❤

  • @sidharthakolija
    @sidharthakolija 3 місяці тому +4

    যতে আছা কুশলে থাকা ❤😢

  • @Jasitakalitajasita-ge9gd
    @Jasitakalitajasita-ge9gd 3 місяці тому

    Dhuniya hoise 😢❤

  • @loparai1957
    @loparai1957 3 місяці тому +6

    Miss you Kishore ❤

  • @moureensvlogandworld225
    @moureensvlogandworld225 3 місяці тому

    কিশোৰ সদাই মনত ৰাখিম তোমাক 😢😢❤।

  • @lachitsaikia1863
    @lachitsaikia1863 3 місяці тому +6

    Love you zubeen da ❤