বৰ কঠিন ৰৈ থকাটো । বৰ কষ্টকৰ হেৰুৱাটো । তাতোকৈ কঠিন, হেৰুৱাম বুলি জানিও ৰৈ থকাটো । চকুৰ সন্মুখতে নিজৰ ভালপোৱা আনৰ হৈ যোৱাটো সচাঁই মৃত্যুৰ সমান যান্ত্রনা দিয়ে🥀।
Ummm কাৰ কেতিয়া মৃত্যু হয় কোনেও নাজানে কপালত যি লিসা আছে তাকেই হবই 💔😥😓😭😭😭🥀🥀🥀🥀
মনত পৰে সেই সময়বোৰ যেতিয়া পাচঁ কি ছয় বছৰ বয়সত ওচৰ চুবুৰীয়া সকলোৱে মিলি জোনবাই চোৱাৰ সময়ত এইটো গীত চাই চাই মানুহবোৰে চকুপানী টুকিচিল । আৰু বহু দিনলৈ আলোচনা চলিছিল কিয় এনেকুৱা কৰিলে বাৰু , ভালদৰে বুজি পোৱা নাছিলো কিন্তু এতিয়া খুব ভালদৰেই বুজিছো গীতটিৰ বিষেষত্ব ❤️
Etya hei din kal nai. Manuh bur soloni hol. Axomia gan r thait Hindi ingraji bhojpuri haryani gan xunib dhoril. Karu somoy nai
অজানিতে দুচকু,,,অশ্ৰু,,,বৈ গ'ল ,,,,।😭😭
মোৰ,,,,বেষ্ট,,,,এক্টৰ,,,নয়ন নীলিম দা।❤️💜🥀🖤💙💚♥️♥️
জীয়াই থাকক এনেকুৱা গানবোৰ হাজাৰ বছৰ হাজাৰ মানুহৰ মাজত।🥀🥀
Bro,sai asu video tu aru zubeen dar kontho tu..soku pani ulai goise gomei napalu
কিবা এটা বেলেগ অনুভৱ হয় ৷ জুবিন দাৰ এই গানটো শুনিলে ৷ সচাঁকৈ জুবিন দা তুমি ............কবলৈ একো শব্দ নাই ৷ 😊😊😊😊😊😊😊😊
enekua ganor album akow jodi release hoi jiman toka holeu kinim......schlt pohi thakute bosorr aromvonite poisa gutai junbai r cd kinibo goisiilu.. eta bosor u mis hua nasil....bohut monot pore hei din bur....ttya r pora ajiloi ru hunibo npalu junbai r nisina gan....all tym fav gan ebur❤️ lots of love to you manas da....okol apunar junbai r moja a blg asil....
কবলে ভাষা নাই, সৰুতেও শুনিছোঁ এতিয়াও শুনি থাকোঁ জীয়াই থকালৈকে শুনি থাকিম, গানটো মোৰ খুব বেছি প্ৰিয়। লগতে সেইসময়ত নয়ন দাৰ অভিনয় কি যে সুন্দৰ
জুবিন দা যে গানে হে অনুভৱ কৰাই কোনটো গানৰ সুবাদ কি
Truly legend ☺️ zubeen da
Ai gantu jetiyai hunu aru video tu sao usupi usupi ❤️kandibo loga hoiye..bukukhn bikhai jai...so kunubai huni thakileo mur kandibole mn nai buli atorole gusi jao ketiyaba...bohut bohut bhl lage..I love joonbai ❤️
নয়ন দাৰ junbai আকৌ লাগে।।পুৰণি স্মৃতি
2024, 2030 r kotha nai .
Eibur evergreen song hoi , burha hoi goleu huni thakim❤❤..
আগৰ পুৰনা অভিনেতা সকলক ভাল লাগে ।নিপন গোস্বামী,নেত্ৰকাই,নয়ন নিলিম,উৎপল দাস,.......
প্ৰকৃত অসমীয়া চলচ্চিত্ৰৰ অনুভৱ।।
Never forget THE JUNBAI
এতিয়া বিৰহে ভাঙিছে কামিহাড়
আগেকোৱা হলে দিলো হেতেন মই কলিজা তেজকে বাকি 💔💔😭😭🤗💖💖😭💔হীদয় চুই যাই জয় জুবিন দা 🤗🤗
❤️❤️😊👑💔💘💓💕💞💞❣️💖
আপুনি অমৰ হক 💓💓💓💓💞💞💖💖😭😭🙏✨🌙❤️❤️💓💓💓
এই গানটো শুনিলে পুৰণা স্মৃতি বোৰ মনত পৰি যায়।
singr zuben da.logote actro..nayan daa..bst jodi...love this song😅😅😎😍😍😍👍👌.suparb
এই গানটো শুনিলেই মোৰ শৈশৱলৈ মনত পৰে যিসকলে চাকৰি সুত্রে বাহিৰত কাম কৰি আছে তেওঁলোকৰ নিজৰ জন্ম হোৱা গাও খনলৈ এবাৰ হলেও মনত পৰে
প্ৰিয় জন হেৰোৱা জনে হে বুজে প্ৰিয়জন কি হয়।
❤
2024 ত কোনে কোনে শুনি আছে এটা এটা like কৰি যোৱা ।
Zubeen দা সদাই এ অমৰ। এতিয়াও যেন আগৰ জুনবাই দেশলৈ ঘূৰি জাম ।আটোপি,দুটোপি 😔❤️❤️লাভ ফ্ৰম ডিব্ৰগড় জুবিন দা।
hosakoi aei gn2 hunile huni thkibo man jai,, love u zubin da,,,
Xosai val loga ata gaan😍😍 Zubeen da 😍🔥
আজিও যেন উভতি যাওঁ তাহানিৰ শৈশৱলৈ❤️
এই গানবোৰ শুনিলে সৰুকালৰ কথা বৰকৈ মনত পৰে 😥😥
বহুত আৱেগ জড়িত হৈ আছে এই গানটোত ।
Ai gan tu sai sukur pani dhori rakhibo nowaru. Naice song.
জুবিন দা,নয়ন দা,মানস দা আকৌ জোনবাইক আপোনালোকে নতুন ৰূপত আনক।জোনবাইৰ প্ৰতিটো গানে সচাঁকে হদয় চুই যায়।
হ্নদয় বিদাৰক গীত ❤️❤️❤️
শৈশৱটো ধৰি ৰাখিছে এই গানবোৰে ৷
হৃদয় চুই যোৱা গান হয়।।
ৰাতিৰ নিসংগতাত এইবোৰ গীত 📍🔥❤️
It's 2022. Still no other song replace the feel of this one.
Joubonte prem hoi
Jibon kosu pator pani
Junbai aee
Tumi moi edin jana ghor sajim e.. eibur gan k replace kunu krbo nuare❤️
মোৰ মন পচন্দ অসমীয়া গান। ধুনীয়া লাগিছে আশা কৰিলো আৰু এনে ধৰণৰ গান পাম বুলি।
worldr top singar amr Zubin Da sngit jgotr vgoban hoi lv u Zubin da
Hosakoi gan Tu huni soku pani rakhibo nowarilu😭Love you zubeen da
Akou ebar junbai...Manax Da🙏
Very heart 💔❤️ tuching video.....
Hosa ai song tu sale nijor wife boht mis koribologiya hoi....
জুবিন দাৰ গীতত হেৰাই যোৱা অতীত ঘূৰাই পাওঁ❤
Really a heart tarching song nijoke pahori jao ai gan tu hunile hosai bohut vl lage mur ai gan tu huni 😘😘😘
" জোনবাই "প্ৰতিটো গীতেই শৈশৱ কালৰ নিজৰ পুৰণি আপোন গাওঁ খনলৈ সদাই মনত সোঁৱৰাই থাকিব।
Aji atorot asu Jodi u nijor gaon khonoloi monot pori montu bor dukh lagi jai
Gan tu xunile saku r pani olai jai oh ....Bahut Miss karu xaru kalar Din bor 😥- miss you junbai 😢😭
সোণালী দিনবোৰ আকৌ সজীৱ হৈ উঠে এই গানবোৰ শুনিলে!
❤gaan tuhh huni bohut vll n dukhu lgaa....mur maa r fav song hoii gaan tu amar ghort huni a thaka....✨💧
It's 2023.still no other song replace the feel of this one.
Its 2023, 13 years yet this song still makes me feel the same, the numbness still persists in my heart and eyes with this song.
The year when i lost 3 members of my beautiful family and this song just reminds of me of the good days with them.
Kudos for making such great music which is totally irreplaceable at all. 😢❤
😭😭😭😭😭😭 বহু ভাল লাগিছে ❤️❤️❤️❤️😭😭😭👍👍👍
Though I'm single but after listening this song ... Me like muk kio Ari gola ... 20/02/2020... If are reading this comment wish you happy life .
অন্তৰত চুই যোৱা গান...
চকুপানীবোৰ নিৰৱে ওলাই আহিছে , সৃষ্ঠিও এনেকুৱা হ’ব পাৰেনে যিয়ে শতজনৰ চকুলো বোৱায় । আকৌ যদি পালো হয় এনে দিন ❤ কি দিন আছিল অও যাত্ৰিকতা নাছিলে ❤️ সকলোবোৰ সচা আছিল , নাছিল কোনো কৃত্ৰিমতা 😢
সচাঁকৈয়ে,বহুত ভাল লাগে সেই দিনবোৰৰলৈ মনত পৰিলে।।CD কেছেট আনি আনি সেইবোৰ চিনেমা চাইছিলোঁ তেতিয়া।।বহুত miss কৰোঁ সেইবোৰ দিন।।নিজকে অসমীয়া হিচাপে বহুত গৌৰৱ অনুভৱ কৰোঁ।
সচাই বৰ ভাল লাগে আৰু দুখ লাগে এই গানটো।মই বহুত ভাল পাওঁ
superb voice, music,lyrics and choreography. Assam will always remember the junbai days 'জোনবাইৰ দিন'
Hridoy sui jua geet tu ❤️❤️❤️
যিমান চেষ্টা কৰিলেও চকুৰ পানী ৰখাব নোৱাৰি 😥💞
ভাল লাগিছে
বৰ ধুনীয়া গীত.......❤️
Ufff , Childhood 🥺🥺🥺❤️❤️❤️
Gan to khuni boku khon dhop dhopai guise 😭😭😭 💕💕💕
Loookdown t kune kune huni asa like ata diba de..
This is the sing i ever remember my whole life.. months passed, years passed.. still remember feel the same vibe.. lost my dearest family members one by one year by year.. damn.. someday will meet the creators of the song..
2021 kune kune xuni asa like kora👍💔💔💔💔
Uff ki song..hunile huni thkiboi mn jai.always 💕💕🔥🔥🔥🔥🔥🔥
আজিৰ দিনৰ গীন বোৰে ইয়াৰ লগত কোনো পাওাই নাপায় ৷
🥺90's kids are really lucky...and I'm very happy to be ..🥺💞💞💞💞😊😊😊😘😘😘😘😘eman hundor gaan.....bohut smriti Roi gol....ke j din asil ufff hy hy 🥺🥺🥺🥺🥺🥺
What a performance , he's so perfect in every single act... 👏👏👏
Akou apunr pora junbai bisaru
01/11/2022💝💝... Junbai, Janmoni, Anjana etc.. It's our emotions💝💝.. it's my favorite forever...
Uff কি ধুনীয়া শৈশব আছিল সেই দিনবোৰ😢😢 তেতিয়া স্মাৰ্ট ফোনৰ ব্যৱহাৰ নাছিল। এটা টেলিভিছনৰ পৰ্দাত দেওবাৰৰ দিনটোত গাঁৱৰ সকলো একলগ হৈ চোৱাৰ আমেজ সুকীয়া আছিল। গৰমৰ দিনত যেতিয়া দুপৰীয়া 1:30 বা 2:00 বজাত এই চিনেমা বোৰৰ গীত বোৰ বজিছিল কিবা এটা ভাল লাগিছিল। আজিৰ যন্ত্ৰিকতাৰ মাজত মানুহবোৰ busy হৈ গল। সেই আপোনত্ব বোৰ কৰবাত হেৰাই গল। যদিও বুজি পোৱা নাছিলোঁ সেই সম়য় বোৰ কিবা এটা ফুৰ্টি লাগিছিল। আজিৰ দিনত টেলিভিছনত একেলগ হৈ মহাভাৰত বা অসমীয়া চিনেমা চোৱা কৰোঁ আগ্ৰহ নাই। সকলোৰে হাতত একোটা ফোন। যিয়ে মানুহক মানুহৰ পৰা বহুত দূৰত লৈ গল। আজিও miss koru সেই সোণালী শৈশব😢😢😢
Some reasons why I like Manash Robin
ক'ত হেৰাই গ'ল সেই সোনালী দিনবোৰ...গাওঁখনত হিচাপ কৰিব পৰা tv আছিল..cd ও এঘৰ বা দুঘৰৰ আছিল..কোনোবা এঘৰৰ চোতালত উলিয়াই দিয়ে tv টো এই vcd কেছেটবোৰ লগাই দিছিল..বৰ ভাল লগা আছিল আমাৰ শৈশৱ
val gaan ever & ever
2020koun kuon hunisa
এই গান টো শুনিলেই চকুপানী উলাই। নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰো
Zubeen dar song and Nayan Nilimr obhinoy is ❤️
Bohut Val pow junbai Sai aru Nayan Nilim da acting
গান বোৰ এতিয়াও মানুহৰ জনপ্রিয় ❤
Jai Zubeen da
Aibur gan hodai hit song hoi a thakibo.. Nice song
So swt sng
Mojaaaaaaaaa ummmmmm hhhhh lghnise guiiii awwwww wow video beautiful
Gold is always gold👌👌👌👌
Hai din bur VCD ani ghorot hokolure logot suwa protitu muhutta monot pori goise😟
Zubeen dar gan🥰
nostalgia 😢
মানস ৰবীন দা ❤❤❤❤
বহুত দুখ লাগে ।😢
Bht vl lge gan2....hsakoi mn2 dukh lagi jay
সময় গতিশীল কাৰো বাবে ৰৈ নাথাকে কেতিয়াবা পুৰণি দিন বোৰলৈ আকৌ ঘূৰি যাব মন যায় কিন্তু সেয়া যানো সম্ভব জোনবাই জানমণি এই চিনেমা কেই খন চালে পুৰণি স্মৃতি আকৌ সজিব হৈ উঠে বিহুত যদি জোনবাই জানমণি এটা গান যদি নুহুনু বিহু বিহু নালাগে...💞💞
Khosai aagor dore DIS suwar babe opekhat roi thoka din bur gol aru khei din nahe hridoi kandi uthe....😭😭😭 Aagor khei junbair din bur...ssob gol agote khana khuwar aru atiyaaa khana sob prithok hol agote khana khale aibilak gan khunu mnot pori goise 😭😭
Somoy bur bor beleg asil dei. Manuh beleg asil.
@@milandas9069😊😊 1:42 mo😮😊😅😅😮😮😮😊😊😊😊