Deka da, Bhupen Hazarika r aatmojivoni (Transcipted Autobiography) Moi Eti Jajabor t pua mote Bhupen Hazarika i 2004 t lok sabha election t prochar karjyor babe tekhete xei xomoyot 'Moi Ahisu' buli audio caseete etire tekhetor speech khini raijor majot bilai disile. 2004 t Bhupen Hazarika i Guwahati r pora Lok Sabha election contest korisile BJP r pora.
অপূৰ্ব প্ৰকাশ!🙏🙏
অসংখ্য ধন্যবাদ ধ্রুবজ্যোতি ডেকা মহাশয়কে।❤❤❤❤❤
স্বাগতম্
ড০ ভূপেন হাজৰিকা দেৱৰ এই অনুষ্ঠান সময়োপযোগী , অতি প্ৰাসঙ্গিক হৈ পৰিছে ।
ধন্যবাদ ।
ভূপেন দা সচাকৈ আধুনীক যুগৰ মহাপুৰুষ
ভাষা নাই কেনেকৈ ভূপেন দাক প্ৰশংসা কৰিম। অসীম শব্দ ভাণ্ডাৰ, ভাষাৰ জ্ঞান আৰু প্ৰয়োগ,শক্তিশালী
কণ্ঠৰ অনন্য আকৰ্ষণ, জনতাৰ সিৰায় সিৰায় ও ধমনীত বৈ যায় তেওঁৰ সুৰ ও সুৰবিন্যাস, মানৱীয় মনস্তত্ত্বৰ বিশাল ও উদাৰ ভাৱৰ প্ৰকাশ, দেশ-বিদেশ, মহাদেশ তথা গোটা বিশ্বৰ মানৱ সমাজৰ প্ৰতি অকল্পনীয় মহানতা, উদাৰতা, ভূপেন হাজৰিকা নামৰ ব্যক্তি তথা অনুষ্ঠান
খনৰ বিষয়ে যিমানেই নকওঁ কিয় সেয়া কম। মানুহৰ জীৱনবোৰ তেখেতৰ সৃষ্টিৰাজিত সদায়েই সজীৱ হৈ আছে আৰু চিৰ সজীৱ
হৈ থাকিৱ। ভূপেন দাৰ সৃষ্টিৰাজিয়ে
চিৰকাল মানুহ জাতিক গৌৰৱান্বিত কৰি ৰাখিব। ভূপেন দা জিন্দাবাদ।
Excellent.
অতুলনীয়, অদ্ভুত সৃষ্টি।
Fantastic vdo of Bhupen Hazarika sir
অতুলনীয় অৱদান। যুগে যুগে বৈ যাওক ভূপেন দাৰ এই কথা খিনি।
অতি সুন্দৰ ডেকাদেউ ।
সুন্দৰ ও বাস্তৱ ।
আপুৰুগীয়া ভূপেন হাজৰিকাৰ অনন্য video
Sata sata pranaam Bhupen daa, omor hoi thakok siro din.
Words of a legend. Every Assamese people should listen to these words and understand what it really means.
হৈ মহআমআনৱ আপুনি শাৰীৰিক ভাৱে আমাৰ মাজত নাই যদিও আপোনাৰ গীতৰ বাণী সমূহ অসমৰ সকলোৰে হৃদয়ত প্ৰবাহিত হৈ আছে ।
সকলো সময়তে প্ৰযোজ্য ভূপেনদাৰ কথাবোৰ,চিন্তাবোৰ। তেখেতে অসমীয়াৰ ভবিষ্যত আগতেই দেখা পাইছিল, মোৰ মানত তেখেত এজন মহামানৱ।
হয়
সুন্দৰ,ভাল লাগিছে।
Bhupen Da ❤
ভূপেন দাৰ মিঠা মিঠা ,কবিতা কবিতা লগা প্ৰেৰণাদায়ক কথাখিনি শুনি আপ্লুত হ'লোঁ।কথাখিনিৰ ৰচনা তথা বাণীবদ্ধ কৰাৰ কাল জানিব পৰা হ'লে ভাল লাগিলে হেতেন।।
অতুল্য ।
আমাৰ মৰমৰ ভূপেন হাজৰিকাৰ আবৃত কবিতা আদৰনীয় 🙏🙏🙏সুব ভাল লাগিল 🙏🙏❤️❤️❤️❤️
Very nice Good Evening
Great
Pronam
তুলনা বিহীন
Wcome
Great Pronam
🙏🙏🙏 প্রনাম জনাইছো
Thanks a lot to Mr Dhruba Deka
Very nice 🙏👌
Beyond my knowledge,imagination and thinking.Extraordinary compositions, lyrics .Extremely Good.
Very nice 👍
Ki hundor
❤❤❤❤❤
🙏
অতি মনোমোহা কবলৈ ভাষা নাই
No comper
ছাৰ এই কথাখিনি গীত নে?? হাজৰিকা দেৱে অনুষ্ঠান বা আন কোনোবা ঠাইত ব্যক্ত কৰা কথা??
এই কথাখিনি গীত নহয় । ড০হাজৰিকা দেবে কোনো অনুষ্ঠানত ব্যক্ত কৰা কথা
Deka da, Bhupen Hazarika r aatmojivoni (Transcipted Autobiography) Moi Eti Jajabor t pua mote Bhupen Hazarika i 2004 t lok sabha election t prochar karjyor babe tekhete xei xomoyot 'Moi Ahisu' buli audio caseete etire tekhetor speech khini raijor majot bilai disile. 2004 t Bhupen Hazarika i Guwahati r pora Lok Sabha election contest korisile BJP r pora.
Apuni dia ei kothakhini Moi Eti Jajabor kitap khonot likhito aakare ase