Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
very good and nice 👍👍🙂
প্ৰনাম।
❤️❤️❤️👍👍👍👍👍👍 ধুনিয়া সাক্ষাৎকাৰ । ধন্যবাদ
Best remembering for meastro Bhupen Da.
aaru xuniboloi hepaah thaaki gol🥲
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
❤you are great dada❤
সহস্ৰ প্ৰণাম
ভূপেন দা আপোনাক শত সহস্ৰ প্ৰণাম
সাক্ষাতকাৰটো সম্পূৰ্নকৈ শুনিবলৈ বৰ হেপাহ থাকিল।অসমৰ আপুৰুগীয়া গৌৰৱ,সম্পদ ড.ভূপেন হাজৰিকা।সহস্ৰ প্ৰণাম।
BHUPEN HAZARIKA THE LEGENDENCYCLOPEDIA OF FILM INDUSTRY ......
সুৰ সম্ৰাট, সুধা কন্ঠ ড:ভূপেন হাজৰিকা দেৱৰ এটি আপুৰুগীয়া সাক্ষাৎকাৰ অনুষ্ঠান।বৰ ভাল লাগিল সাক্ষাৎকাৰটি। এনে এটি চিৰসেউজ অনুষ্ঠানৰ বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।
WcomeGreat
আমাৰ ভূপেনদা চিৰ যুগমীয়া
সুন্দৰ পদক্ষেপ আৰু গভীৰ মাদকতাৰে সমৃদ্ধ এক জাতীয় দলিল।
এনেহেন আপুৰুগীয়া ইন্টাৰভিউ এটাৰ আজি ২২/৬/২০২১ তাৰিখলৈ মাত্ৰ 4.9k views. আমিবোৰ কোনফালে গৈ আছোঁ বা ??
Ei interviewte lukai aache Bhupendar bahu tita-keha abhigyata. Bar dukh lage. Complete interviewto aaponar ocharat aache jadi upload Kari dibo. Dhanyabad.
Interviewer jon kun?
Hosa ke bengali bilake Bhupen Da'k bor koi thogile
সাক্ষাতকাৰটো শুনি বৰ আমোদ পালোঁ। ভূপেনদা আমাৰ সকলোৰে আপোন আৰু হৃদয়ৰ।
very good and nice 👍👍🙂
প্ৰনাম।
❤️❤️❤️👍👍👍👍👍👍 ধুনিয়া সাক্ষাৎকাৰ । ধন্যবাদ
Best remembering for meastro Bhupen Da.
aaru xuniboloi hepaah thaaki gol🥲
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
❤you are great dada❤
সহস্ৰ প্ৰণাম
ভূপেন দা আপোনাক শত সহস্ৰ প্ৰণাম
সাক্ষাতকাৰটো সম্পূৰ্নকৈ শুনিবলৈ বৰ হেপাহ থাকিল।অসমৰ আপুৰুগীয়া গৌৰৱ,সম্পদ ড.ভূপেন হাজৰিকা।সহস্ৰ প্ৰণাম।
BHUPEN HAZARIKA THE LEGEND
ENCYCLOPEDIA OF FILM INDUSTRY ......
সুৰ সম্ৰাট, সুধা কন্ঠ ড:ভূপেন হাজৰিকা দেৱৰ এটি আপুৰুগীয়া সাক্ষাৎকাৰ অনুষ্ঠান।বৰ ভাল লাগিল সাক্ষাৎকাৰটি। এনে এটি চিৰসেউজ অনুষ্ঠানৰ বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।
Wcome
Great
আমাৰ ভূপেনদা চিৰ যুগমীয়া
সুন্দৰ পদক্ষেপ আৰু গভীৰ মাদকতাৰে সমৃদ্ধ এক জাতীয় দলিল।
এনেহেন আপুৰুগীয়া ইন্টাৰভিউ এটাৰ আজি ২২/৬/২০২১ তাৰিখলৈ মাত্ৰ 4.9k views.
আমিবোৰ কোনফালে গৈ আছোঁ বা ??