কেতিয়া নিজৰ পৰাজয় স্বীকাৰ কৰিব মুখ্যমন্ত্ৰীয়ে? আৰু কিমান ফেইল হ’লে আহিব প্ৰধানমন্ত্ৰী?

Поділитися
Вставка
  • Опубліковано 1 лип 2024
  • কেতিয়া নিজৰ পৰাজয় স্বীকাৰ কৰিব মুখ্যমন্ত্ৰীয়ে? আৰু কিমান ফেইল হ’লে আহিব প্ৰধানমন্ত্ৰী?
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

КОМЕНТАРІ • 39

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 6 днів тому +5

    কিছুমানৰ বাবে বানপানী এটা আশীৰ্বাদ , ৰাইজৰ বাবে ভীষণ অভিশাপ ।

  • @hemengogoi4708
    @hemengogoi4708 7 днів тому +13

    ভোট বিচাৰি আহিব মোদী এতিয়া নাহে

  • @dipkamaldeka9696
    @dipkamaldeka9696 7 днів тому +9

    মূৰ্খ ৰজাৰ কথা বিলাক সুনাৰ ইচ্ছা সমুলি নাই মহোদয়। চকিখনৰ কাৰণেহে ৰজা হৈ আছে।

  • @junbora3558
    @junbora3558 7 днів тому +6

    Himanta ই English ত ভাষণ দিলে আৰু সঙবাদ মেল পাতিলে বানপানীৰ সমস্যা সমাধান হৈ যায় নেকি? অসমীয়াত ভাষণ দিব নাজানে নেকি? নিৰ্বাচনৰ পূৰ্বে মেল-মিটিঙত অসমীয়াত ভাষণ দিয়া নাছিল জানো । এতিয়া লোকৰ নেগুৰত ধৰি চৰকাৰ গঠণ কৰাৰ বাবে সকলো পাহৰিলে ছাগৈ।

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 6 днів тому +4

    অসমত পুখুৰী খান্দি অসমক বানমুক্ত কৰিব বিচৰা কথাটো অতি দূৰ্ভাগ্যজনক সিদ্ধান্ত।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 6 днів тому +3

    কলিয়াবৰৰ নেতা মন্ত্ৰী জনে 2017 চনত হোৱা ভয়াবহ বানপানীৰ পৰা একো শিক্ষা নললে আৰু ভাবিশ্বতেও নলয়। তেঁওৰ ব্যক্তিগত ভাবে একো নাযায়, ভোট পাই থাকিব, যিকি থাকিব।

  • @manojtalukdar6647
    @manojtalukdar6647 7 днів тому +4

    নিৰ্বাচনত পাছেই সকলোতে পাছ কৰা বুলি ভবাটো ভুল 💯⁉️

  • @PushpendraBorah-vd7wg
    @PushpendraBorah-vd7wg 6 днів тому +1

    Very good speech of Respectable Mp sir Gourav Gogoi (Assam)

  • @Xxhxjxjx
    @Xxhxjxjx 6 днів тому +1

    অসমত সকলো ঠিক ঠাক আছেযেন লাগে

  • @janardanbora2803
    @janardanbora2803 5 днів тому +1

    কিয় তৰিপাৰ টোৱে পুখুৰী খান্দিম বুলি কৈছিল নহয় কিয় প্ৰধান মন্ত্ৰী আহিলে পানী শুকাই যাব নেকি খৰালি দিন বোৰত মাখি মাৰি থাকে তেতিয়া কাম কৰিব নোৱাৰে

  • @dianuddinahmed5046
    @dianuddinahmed5046 7 днів тому

    Step motherly treatment by Central Government. Central Government should declare Assam Flood as national calamity. Special package to Assam. GAURAV GOGOI ZINDABAD. JAI AAI AXOM 🙏

  • @RakibulAliii
    @RakibulAliii 6 днів тому

    এনেকুৱা অহংকাৰী আগৰ chief minister নাছিল।

  • @inglishvlogs1015
    @inglishvlogs1015 6 днів тому +1

    চুকুৰ আলীৰ পৰা ইংৰাজী শিকিলে বুলি মোক কোনোবা এজনে কৈছিল

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my 7 днів тому +1

    Eijone fail nokore nohoi.

  • @utpalgoswami1990
    @utpalgoswami1990 6 днів тому +2

    পূখূৰী খণ্ডা থিকাটো ভূঞানী বাইদেউক দিবনে গুজৰাট বা হাৰিয়ানাৰ ঠিকাদাৰক দিব ? বাহিৰা ঠিকাদাৰক দিলে কমিছন ভালকৈ ল'ব পৰা যাব , পঢ়াশালিৰ টেবুল চকিৰ দৰে নে কি কয় ? হাৰিয়ানাৰ ঠিকাদাৰক দিলে আৰু এখন বাগান কিনিব পৰা যাব নহয়নে ?

    • @arupdas8897
      @arupdas8897 6 днів тому

      Jamani katha bhaaldare bujai dise

  • @Lokhi350
    @Lokhi350 7 днів тому

    Nice❤

  • @KaoriMai
    @KaoriMai 6 днів тому

    Fail hua nai buli koise amar iyar ahok aru Sai jaiuk manhuhor ki obostha hoise.

  • @manikchandradas7057
    @manikchandradas7057 7 днів тому +6

    মামাই মেকুৰীৰ বালচিঙি থাক আৰু মানুহবোৰ পানীত মৰি থাকক, কি ইংলিশ কৈ থাক গাওৰ চিধা চাধা মানুহে কি ঘটনাদাল বুজি পাব। 😵😵😵😵

  • @user-bk6eh8sx1v
    @user-bk6eh8sx1v 7 днів тому +2

    Bad.dia.he

  • @kaushikbarman229
    @kaushikbarman229 6 днів тому +1

    পানী কত থাকে তেখেতক সুধি লওক হে ?

  • @HJ-mq2fi
    @HJ-mq2fi 7 днів тому +5

    Vut bisari ahibi log koribi muti dim

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r 7 днів тому

    বৰুণ দেৱতাই নোৱাৰে কি।বহুত হল!

  • @dhruabasaikia4112
    @dhruabasaikia4112 7 днів тому

    Amar cm himanta nahai nupur sahai ji kai habai lagibo mama faile

  • @utpalboraa9484
    @utpalboraa9484 6 днів тому

    vote khujibaloi dui tin dinar mure mure ahiba pare ba anau hoi atia nane ba anar sinta nakare

  • @kandarpadas9983
    @kandarpadas9983 6 днів тому

    Himant mamai marile kintu bewa lagibo Hah mangso kintu kham

  • @Nahar01864
    @Nahar01864 7 днів тому +1

    Votor timot fei l hoisile no vot ahilehe modi ahe

  • @RamjanAli-rh4ki
    @RamjanAli-rh4ki 2 дні тому

    Reporter aponi public k help korak beleger kotha baad diyok

  • @arupdas8897
    @arupdas8897 6 днів тому

    Fuljari mari tel mari soli ase ,vote karene road show kari chehera dekhai etia nahiba pare khang uthi ase 3 strong congress jikatu bjp mp bure mamai kalehe matiba karan quantity besi kaam nai quality bure matiba

  • @user-lr6gh5kt8q
    @user-lr6gh5kt8q 7 днів тому

    Axomr CM Sire Gutei Axomr Manuh Mori Ex holehe har pabo 😅😅😅😅😅😅😅😅 Kam naikiya CM . Axomr Rajar 😅😅😅😅

  • @user-oo6sr4nc6b
    @user-oo6sr4nc6b 5 днів тому

    Congress jindabad

  • @Rana-hg8hg
    @Rana-hg8hg 7 днів тому +2

    মাহে মাহে 500 , 1000 কোটি টকা ধাৰ লৈ চৰকাৰ চলোৱাৰ পাছত বানপানীত ককবকাই থকা জনতাৰ😂😂

  • @user-nw4xe8by9t
    @user-nw4xe8by9t 7 днів тому +3

    aku dal nky BJP MP bure hihotok lage okl gadhi 26 t dekha jabo bjp go back

    • @Nahar01864
      @Nahar01864 7 днів тому +1

      Evm ase sinta nokoribo

  • @bulbulbora-cw1el
    @bulbulbora-cw1el 7 днів тому +3

    মুদি , হয় চাৰ বুলি কৈ থাকিলে কেতিয়াও নাহে।