Це відео не доступне.
Перепрошуємо.

Election Special || News18 জনমঞ্চ: বহুচৰ্চিত Dibrugarh সমষ্টিৰ পোষ্টমৰ্টেম

Поділитися
Вставка
  • Опубліковано 27 лют 2021
  • 28 February, 2021: ডিব্ৰুগড় সমষ্টিৰ নিৰ্বাচনী খবৰ লৈ News18 ৰ সাংবাদিক । লগতে, News18 Assam Northeastত চাওঁক আন আন গুৰুত্বপূৰ্ণ সংবাদসমূহ।
    #AssamElection2021Date #AssamElection2021
    #News18AssamNortheast #AssameseNews #NewsLiveAssam #AssameseNewsToday #AssamNews
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website www.news18.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 471

  • @putulkalita3115
    @putulkalita3115 3 роки тому +8

    Bjp অন্ধভকক্তৰ মতে অৰুনোদয়ৰ দোহাই দি দাইলৰ কেজি ৫০০ টকা হলেও তেল-পিয়াজ কিনিবলৈ পকেতট পইচা নাথাকিলেও bjp ৰ নাম লৈ কপালত মতা-বিধবা সকলোৱে দীঘল ফোট এটি লৈ Bjp Bjp বুলি কৈ ৰান্ধনি ঘৰত সোমালেই সোৱাদে পুৰ্ণ হৱ । ফটুৱা পাৰ্টি এই bip

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl 9 місяців тому +13

    বাৰিৰ সুৰক্ষীত চাৰি সীমা নহলে ঘৰ সাজি বাস কৰি শান্তি নাপায়,

  • @Obonoriproduction
    @Obonoriproduction 3 роки тому +9

    আলু পিয়াজ কিমন্মন দাম হৈছে 100

  • @ForidaBegum-ti9qh
    @ForidaBegum-ti9qh 4 місяці тому +1

    Mojja lagise khoth to bhai very very good boy

  • @pankajtripathi6263
    @pankajtripathi6263 3 роки тому +6

    amchত দুটা x Ray machine য়েহে কামকৰে সুবিধা নাই। ১৯৬৪ৰ ডিব্ৰগড়ৰ govt h s schoolৰ অবস্থা নাই ডিব্ৰুগড় h s roadত বনিয়াই দখল কৰি দোকান মন্দিৰ পাতিছে । মন্দিৰ আন ঠাইত পাতক ২লাখ মানুহ 15বছৰে পানীত ডুবি বিধায়ক প্ৰশান্ত ফুকনে সাহস কৰিব লাগিব।

  • @DebojitkrboraBora
    @DebojitkrboraBora 5 місяців тому +9

    ।।ডিব্ৰুগড় বাসিন্দা ভোটাৰ জনসাধাৰণে অহঙ্কাৰী সকলক বিদায় দি পৰিবৰ্তন বিচাৰি ভোট প্ৰদান কৰিব বুলি আমিও কাজিৰঙাৰ পৰা শুভেচ্ছা জনালোঁ।।

  • @chabindraborah6151
    @chabindraborah6151 10 місяців тому +25

    বিনামূলীয়া চাউল খুৱাই অসমৰ ৰাইজক এলে হোৱা কৰিলে আৰু আমাৰ পৰা লোৱা কৰ কাতল বুৰ লৈহে অৰোনোদয় আৰু কিবা কিবি আছনি দিছে। 😅😅😅

    • @user-gf5ne4pr4k
      @user-gf5ne4pr4k 5 місяців тому +1

      ❤❤❤jjj

    • @user-gf5ne4pr4k
      @user-gf5ne4pr4k 5 місяців тому

      Jida😢bab

    • @bimolasangma281
      @bimolasangma281 4 місяці тому

      ​@@user-gf5ne4pr4kAA a maa

    • @kamalborgohain6864
      @kamalborgohain6864 4 місяці тому

      অভিযন্তা গৰাকীৰ কথা খিনি সম্পূৰ্ণ শুনিবলৈ নাপালো ITI বিষয়ে কোৱা

    • @user-kl5om2pz2z
      @user-kl5om2pz2z 4 місяці тому

      Gy bhu ft by​

  • @MKR1009
    @MKR1009 3 роки тому +17

    দুৰ্নীতি মুক্ত অসম শ্লোগান কেৱল নামতহে । চৰকাৰেই ৰাইজক শোষণ কৰি আছে। সাধাৰণ আধাৰ কাৰ্ড বনোৱাৰ নামত অসমৰ প্ৰতিজন লোকৰ পৰা ২০০ৰ পৰা ৩০০ টকা লৈকে মাছুল আদায় কৰি আছে। য'ত নেকি অসমৰ বাহিৰত আন ৰাজ্যত একেই আধাৰ কাৰ্ড বনাবলৈ এটকাও ভৰিৰ নালাগে।

  • @PriYamHA
    @PriYamHA 5 місяців тому +14

    মজা দাদা,লুৰিন দাক ভোট দিব।

  • @abhijitboruah7446
    @abhijitboruah7446 3 роки тому +8

    Lurin zindabad

  • @nokuldutta4009
    @nokuldutta4009 3 роки тому +9

    1 টকা চাউল দি 180 টকা মিঠাতেল দিয়া পৰিবৰ্তন চৰকাৰ এইখন এৰা ।।। বহুত বেয়াকৈ কবলৈ মন যাই এৰা।।

  • @dichuchshiksankendra8436
    @dichuchshiksankendra8436 Рік тому +3

    আইতাই ঠিকেই কৈছে । অসমীয়া ভাষাই হেৰাই যাব ।
    এক কালিন সাহাৰ্য্যই গোটেই জীৱনটো নচলে ।
    ঘৰে প্ৰতি এজনকৈ ব্যক্তিক নিযুক্তি দিলে উত্তম হ'ব ।

  • @binudas8708
    @binudas8708 5 місяців тому +10

    দেশৰ ৰাষ্টাৰ কথা এতিয়া চিন্তা কৰি কাজিয়া কৰাৰ সময় নহয় ।আজি caa আহি আছে। গতিকে আমি আমাৰ সন্তানক কত থৈ যাম তাৰ বাবে সোনকালে ব্যবস্থা গ্ৰহন কৰক।

  • @biswajitpanging9032
    @biswajitpanging9032 4 місяці тому +3

    Lurinjyoti gogoi jindabad

  • @lakhipatar6362
    @lakhipatar6362 10 місяців тому +4

    উদ্যোগ বিলাগ শাসকীয় চৰকাৰে বন্ধ কৰিছে গতিকে ITI ইনট্ৰিটোওত বিলাক ক’ত উন্নত কৰিব৷যিখন দেশত উদ্যোগ নাথাকে সেই খন দেশত নিৱনুৱা সমাধান নহয়৷

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by 5 місяців тому +14

    আমি অসমৰ ৰাইজ্যক অনুৰোধ জনাইছোঁ বি জে পি চৰকাৰে অসমৰ মানুহক পঙ্গু কৰি পেলাইছে এতিয়া আৰু অসমৰ মানুহক জ্ঞান দিব নালাগে।

  • @jununath8862
    @jununath8862 3 роки тому +4

    Joy ai asaam👍👍

  • @anupamphukan3617
    @anupamphukan3617 10 місяців тому +7

    আমি পাই থকা অৱস্থাত লাহোৱালত কি উন্নতি হল , আমি কিন্ত্ব একো দেখা নাই । শিক্ষাৰ্থিয়ে ভাল ফল দেখাইছে সেইয়া সেই শিক্ষাৰ্থি সকলৰ নিজৰ চেষ্ঠা । তাকলৈ কি উন্নতিৰ কথা হল ? লাহোলৰ মাজমজিয়াত ৰাষ্টাৰ অৱস্থা কি হেইয়া কিয় BJPৰ নেগুৰধৰা সকলে একো প্ৰকাশ নকৰে । কাৰোবাৰ নিজৰ চেষ্ঠাৰে গৌৰৱান্নিত হোৱা কৰ্ম বিলাকক লৈ উন্নতিৰ ধ্বজা উৰাই । এইয়াই আমাৰ মহা নুৰন্ধৰত ৰাজনীতি BJP

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl 9 місяців тому +11

    ভাত খোৱা কাঁহি-বাটি, গোহালিৰ গৰু হাল বেছি ঘৰ চলোৱাটো ঘৰৰ মূৰব্বী নহয়

    • @nituldutta1553
      @nituldutta1553 4 місяці тому

      একদম্ সঁচা

    • @KulenGogoi-bo8di
      @KulenGogoi-bo8di 4 місяці тому

      🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
      7
      B 29:59 j​@@nituldutta1553

  • @rukmonigorh2212
    @rukmonigorh2212 5 місяців тому +4

    Good news

  • @gouravburagohain597
    @gouravburagohain597 4 місяці тому +1

    লুৰিণজে্্যাতি গগৈ
    জিন্দাবাদ লুৰিণজে্্যাতিক ভোট দিয়ক

  • @nripenborgohain201
    @nripenborgohain201 5 місяців тому +3

    ছয়জনগোষ্ঠীয়ে নহয় শকলো জাতিয়েও নতন চৰকাৰ বিচাৰে

  • @dhrubaentertainmentandvlog7635
    @dhrubaentertainmentandvlog7635 3 роки тому +10

    জয় আই অসম

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k 5 місяців тому +2

    এইগৰাকী য়ে জানেনে ১টা বিষয়ত বেয়া কৰিলেই সমপূণ ফিজ লয় এইটো কি মোৰ লৰাই দি আছে

  • @donahmkalfak6111
    @donahmkalfak6111 3 роки тому +8

    Bjp aru Kam nai

  • @shahanurislam5149
    @shahanurislam5149 3 роки тому +18

    BJP go go go go back

  • @minotisonowal604
    @minotisonowal604 3 роки тому +23

    অকল ৰাস্ত ঘাট বনালে নহব অসমৰ নিবনুৱা সমস্যা নতুন উদ্যোগ স্থাপন ইত্যাদি বহু সমস্যাৰে জজৰিত

  • @rinadhar7912
    @rinadhar7912 4 місяці тому +1

    Save our India and assam❤❤❤❤❤

    • @deepjyotisaikia3458
      @deepjyotisaikia3458 4 місяці тому

      Don't talk about India, we live in Assam and think about Assam development because we grow up in Dibrugarh (our society)

  • @namantirkey4193
    @namantirkey4193 3 роки тому +6

    For example... Amar pora lua 100% tax or pora congress a 5% disile huvidha disile BJP a 30% dise... Amak 100% lage.... Olop rasta bonale sorkar val hobo nuware

  • @djvdhbssgshsh4167
    @djvdhbssgshsh4167 10 місяців тому +1

    Right

  • @skvolgs144-p1e
    @skvolgs144-p1e 5 місяців тому +1

    Right 👍👍👍👍👍❤❤❤

  • @bipulboruah7879
    @bipulboruah7879 3 роки тому +5

    আমার রাইজক ছাকরিহে লাগে অরুনদৈ বিজেপি পুকর ধুরা ছামচা বিলাকক দিয়ক

  • @satyajitkakati1454
    @satyajitkakati1454 4 місяці тому +1

    Luring jyoti gogoi zindabad ❤❤❤❤❤

  • @binodchbarman157
    @binodchbarman157 3 роки тому +51

    দুখীয়া পৰিয়ালৰ মুখ নাই ধনী পৰিয়ালৰ মুখ আছে

  • @jituborgohain9017
    @jituborgohain9017 3 роки тому +7

    ...Dibrugarh ot aku a huwa nai ..Go back BJP👿

  • @user-mq4wt7zm7q
    @user-mq4wt7zm7q 4 місяці тому

    Right...

  • @user-ek9ks3pn2s
    @user-ek9ks3pn2s 5 місяців тому +1

    Cab

  • @shyamolikabora2924
    @shyamolikabora2924 10 місяців тому +1

    Verry ood

  • @LiaAoborpatragohain-ms8zp
    @LiaAoborpatragohain-ms8zp 6 місяців тому +1

    Axom Jatiyo porikhodo r manoniyo Simanta Bordoloi r ji bhaiishyo agborhale jukti purno buli moi bhabu👍🙏🏽

  • @Dhon137
    @Dhon137 3 роки тому +5

    B. J. P. Go back

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq 4 місяці тому +1

    কাজিয়া নালাগিব।উত্তেজিত নহব।চহৰ এখনৰ উন্নতিৰ হকে বাসিন্দা সকলৰ সহযোগিতাৰ প্ৰয়োজন।বেদখল মুক্ত হব লাগিব সকলো অঞ্চল যদি হৈছে।

  • @lakhindrasaikia8678
    @lakhindrasaikia8678 4 місяці тому

    Kajiai kori ki laup hoi aase hoy❤❤❤

  • @ViratNag-zm2dr
    @ViratNag-zm2dr 3 місяці тому +1

    Mojaa koi sa

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl 9 місяців тому +4

    ডিব্ৰুগড় টাউন ৰ নলা নৰ্দমা দেখি আহিছোঁ কিমান উন্নতি হৈছে

  • @deepaktalukdar7810
    @deepaktalukdar7810 3 роки тому +1

    It to

  • @DhunChabukdhara
    @DhunChabukdhara 10 місяців тому +2

    ❤🎉

  • @udiptaborah7705
    @udiptaborah7705 3 роки тому +2

    Ajp zindabad

  • @user-tr5es9fi6c
    @user-tr5es9fi6c 4 місяці тому

    আম আদমি পাৰ্টীৰ ইস্তাহাৰত মাননীয় অৰবিন্দ কেজৰীৱাল ,24 ঘণ্টা বিদ্যুৎ থাকিব,ফ্ৰী বিজুলী বাতি, স্বাস্থ্য বিভাগত ফ্ৰী চিকিৎসা,বিনামূলীয়া শিক্ষা ব্যৱস্থা ,ৰেচন ফ্ৰী, পেট্ৰল, ডিজেল,দাম কমাব,অসমত থকা ৪১টl কৈ জনগোষ্ঠী জনজতিকৰণ দায়িত্ব ডিব্ৰুগড় লোকসভা সমষ্টিত মাননীয় মনোজ ধানুৱlৰ বিপুল ভোটত জয় যুক্ত কৰক। 2:33

  • @nipanbaishya
    @nipanbaishya 3 роки тому +17

    ভাল কথা কোৱা মানুহজনক কিয় নিদিয়ে? মুকলি প্ৰশ্ন ? পাৰে যদি উত্তৰ দিয়ক ।

  • @lakhyanathdoley3206
    @lakhyanathdoley3206 10 місяців тому +2

    দ ধীয়া লাইকা বানত বুৰ গয় পানিত হাহ ন চৰা হ য় আছে চৰকাৰে এদিন উ চৰ কাৰে চকু মেলি ছুৱা নাই কিয় ? ।

  • @jiarulislam1296
    @jiarulislam1296 3 роки тому +5

    New AJP zindabad,

  • @raktimranjandas538
    @raktimranjandas538 3 роки тому +14

    Development is not compare only ROAD MAKES

    • @arunmissong432
      @arunmissong432 3 роки тому +1

      Apunaluke besi singor bakor nokoribo karon eibar assamot congras sorkartu hobo.

    • @asmwelthnkr3732
      @asmwelthnkr3732 3 роки тому

      The most advantage is road nd comunication...nd that is bjp can fulfil the advantages....

  • @munudas6776
    @munudas6776 5 місяців тому +3

    Lurin da jinda bad

  • @diparanidoley6610
    @diparanidoley6610 5 місяців тому +2

    Bjp no

  • @amarjoytidas8141
    @amarjoytidas8141 4 місяці тому +2

    B j p go back

  • @toralidihingia3475
    @toralidihingia3475 3 роки тому +14

    B J P go Bage

    • @sangitabhuyan8456
      @sangitabhuyan8456 3 роки тому +1

      Spelling thik korok tar pasot kobo...🤚go back

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 4 місяці тому +2

    প্ৰকৃততে বিজেপিএ কথা দিয়া মতে কাম কৰিছে নে প্ৰতিজনে নিজকে সোধক,কা অনা হল ,কাৰ দ্বাৰা,কোনে কৰ্ট যাব লগীয়া হল,বিক্ৰী হবলৈ মাথোন কিছুদিন,গুজৰাটী নেতা,বেপাৰি সকলক বৰ পিৰা,সকলো যাব,সকলো গল নুগুনো নলওঁ গম এয়ে অসমীয়া,কাইলৈ ত্রিপুৰাৰ দৰে হব গৈ আছে,নাতি পুতি থাকিব পাৰিবনে,পাৰ্টী কৰিলে কিহব পৰিবত্তন আকৌ লাগে,খাচী মাংস পালে পাহৰি যাওঁ

  • @brojen8134
    @brojen8134 3 роки тому +5

    B J P go back

  • @monikantataye2960
    @monikantataye2960 3 роки тому +6

    B j p gobeg

  • @binodchbarman157
    @binodchbarman157 3 роки тому +6

    কলেজত বিনামূলীয়া শিক্ষা

  • @dipshikhadutta9876
    @dipshikhadutta9876 3 роки тому +10

    Ajp baidaw garaki bahut importain kotha koise

  • @pradipkumardutta3575
    @pradipkumardutta3575 4 місяці тому

    টাউনৰ উন্নতি কখা পাতিছে ভাল পাইছো।তেওঁ লোকৰ নিজৰ পৰিচয় লওক ছোন ।গাঁৱৰ ধাৰণা কি /কেনেকৈ ভাবে প্ৰশ কৰিলে ভাল পাম।দুয়ো পক্ষক হাত মিলোৱাটো উচিত।

  • @aparajitatamuli7273
    @aparajitatamuli7273 4 місяці тому +1

    No CAA lurinjyoti jindabad

  • @user-vy5bm6xp3k
    @user-vy5bm6xp3k 4 місяці тому

    ডিব্ৰুগড়ৰ এচাম মানুহে ৰাস্তাৰ পাই সুখী নেকি

  • @ajitkutum1502
    @ajitkutum1502 3 роки тому +15

    Bjp go back

  • @tayyeburrahman7362
    @tayyeburrahman7362 10 місяців тому +2

    হে BJP' সকল সামান্য বরষুণতে আগতে নহা Dibrugarh T বানপানী ,Towne ত evection বনীয়া R ভয়ত Town r কিয় drain 60 feet বহল কৈ evection নহয় আমাক ১৫ years T বান পানিত দুবাই থৈছে।

  • @debasishdowari9021
    @debasishdowari9021 3 роки тому +2

    Uo

  • @pd9288
    @pd9288 3 роки тому +1

    Lagi thaka kazia....

  • @shyamolikabora2924
    @shyamolikabora2924 10 місяців тому

    Thanks dibrugarh

  • @pabitranath4675
    @pabitranath4675 3 місяці тому

    দুই,চাৰি জন লৰাক (বিজেপি ৰ সমৰ্থক হব লাগিব ) বিনা টকাৰে চাকৰি দিলেই দুৰ্নীতি মুক্ত নুবুজায় ।
    মেডিকেল ৰ আচল কথাটো কোৱাৰ সময়ত চিক্ৰৰ বাখৰ আৰম্ভ কৰা দেখা যায়। সঁচা কথা শুনাৰ শাসক নাই বাবে।

  • @shyamolikabora2924
    @shyamolikabora2924 10 місяців тому

    Verry good

  • @champakachari6678
    @champakachari6678 4 місяці тому

    Thik

  • @user-lu5en8yu8v
    @user-lu5en8yu8v 9 місяців тому +1

    Assam GBP 4,65

  • @rintophukan1859
    @rintophukan1859 3 роки тому +4

    Caa namanu ....joi aii asom...

    • @Akash-nw4ix
      @Akash-nw4ix 3 роки тому +1

      Caa namanile oxomot r ulabo lagibo

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h 10 місяців тому

    Iti baideao moja dela tumi🎉

  • @pabitradadhara7029
    @pabitradadhara7029 5 місяців тому +1

    Bjp mame Bangladesi Janata Party neki? Aie bur bjp gat Asomia tej nai neki? Laj nalage......?

  • @dpkuli3669
    @dpkuli3669 3 роки тому +1

    বিজেপি জিন্দাবাদ

  • @shivasaikia9394
    @shivasaikia9394 3 роки тому +1

    No

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 3 роки тому

    very good Bulbul Dutta.

  • @debojyotiphukan3737
    @debojyotiphukan3737 3 роки тому +6

    আমি চোৱা সেলেকা নহৈ

  • @rockyvaii2223
    @rockyvaii2223 3 роки тому +1

    Misa huni time lost

  • @samirporja3716
    @samirporja3716 3 роки тому +2

    Baideu aponi gurupto purno kotha koise

  • @dhurbadas8077
    @dhurbadas8077 3 роки тому +1

    I love you Dibrugarh 🥰🥰

  • @amit.boro.amit.boro.5349
    @amit.boro.amit.boro.5349 3 роки тому +3

    Jai.Assam.jai.jai.B.J.P.Sarkar.jindabhad

  • @dipalidas4137
    @dipalidas4137 4 місяці тому +1

    BJP go back straight

  • @orionsecurity1645
    @orionsecurity1645 3 роки тому +1

    B j p no

  • @khirojsvlog7180
    @khirojsvlog7180 3 роки тому +2

    বহুত গুৰত্বপূৰ্ন প্ৰশ্ন উল্লেখ হৈছে বাৰু ,,,।।

  • @arunapanging5515
    @arunapanging5515 3 роки тому +2

    Radio Seantar Ulekh Nkrile

  • @chandanphukan8318
    @chandanphukan8318 5 місяців тому

    পৰিবত’নৰ দৰকাৰ অবশ্যসম্ভাৱী ৷

  • @JagatChMudoi
    @JagatChMudoi Рік тому

    GoodDeliberation.

  • @roghunath4075
    @roghunath4075 3 роки тому +9

    এইবোৰ বাতৰি চালে ভাল মানুহ বেয়া হব বেয়া মানুহ ভাল হব। ;

  • @pabitranath4675
    @pabitranath4675 10 місяців тому +13

    চাহ বাগিছাৰ নেতা কেইজনৰহে উন্নতি দেখা যায়।
    মজদুৰ সকলৰ অৱস্থা কিও শোচনিও সেইটো হে চিন্তনীয় বিষয়।

    • @user-bq3vt8ot6h
      @user-bq3vt8ot6h 10 місяців тому

      B j pr andho vokto kaitak bahir kori dele Val hobo

    • @pinakpanidihingia6222
      @pinakpanidihingia6222 9 місяців тому +1

      Oo😊😊😊😊😊😊😊😊

    • @dharanipatgiri6558
      @dharanipatgiri6558 6 місяців тому

      CR CR Jun CR CR CRA aw ² hyd c¹q1 awa​@@pinakpanidihingia6222Dee🎉🎉 CR❤❤ 11 AZ😢

  • @RajEsh-rc5sb
    @RajEsh-rc5sb 3 роки тому +1

    I love Dibrugarh

  • @aariyanvlogs-p7f
    @aariyanvlogs-p7f 4 місяці тому +1

    Lurinda zindabad

  • @phonidharnayak3916
    @phonidharnayak3916 3 роки тому +6

    চাহ জনগোষ্ঠীৰ উন্নতি হোৱাতো কিছুমান মান মানুহ নিবিচাৰে

  • @user-sl7jj7lg6l
    @user-sl7jj7lg6l Рік тому

    Good luck

  • @zeromkandulna940
    @zeromkandulna940 3 роки тому +1

    B J P go back .

  • @technosun2925
    @technosun2925 3 роки тому +6

    Chaul free di.. kerocin telor r dam borai.. dia.. tu.. sage.. unnoti buli. Kobo pari n..😂😂 1 saide 1 toka komai.. anto saide 20 toka boratu e unnoti hoise..??

  • @ritubhardhara467
    @ritubhardhara467 4 місяці тому

    ❤ engineer ❤

  • @NirmolRay118
    @NirmolRay118 3 роки тому

    বিজেপি জয়ী হ'ব। অধিবক্তা নে সেইজন এজেপি।এজেপিয়ে প্ৰত্যক্ষভাৱে কংগ্ৰেছৰ উন্নতিৰ প্ৰচাৰ চলায় আছে।তাৰমানে কংগ্ৰেছ আজমলৰ লগত এজেপি ৰাইজৰ দল আছে।