Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ককাক চাং ঘৰ বনাই দিয়ক তেতিয়া হে বাঘ বা আন জন্তুৰ পৰা বাছি থাকিব 🙏 সকলোৱে লাইক কৰক তেতিয়া হে বনাব
দাদা তোমাৰ video চাই মই খুবেই আচৰিত পাওঁ। আজি দিনত মানুহে নিজৰ কথা নাভাবি কেনেকৈ আনৰ কথা ভাবিব পাৰে। তোমাৰ কাম বোৰ সঁচাই মহান। ভগৱানে তোমাৰ মনত পুহি ৰখা সকলো সপোন পূৰণ কৰক।তুমি যেতিয়া এটা কাম সম্পূৰ্ণ কৰি ঘৰত যোৱা ।তুমি যিমান মনত শান্তি পোৱা তাতকৈ তিনি গুণ শান্তি তোমাৰ মা দেউতা ই পাই।
Koka jon bohut সৰল অন্তৰৰ।।ককাজন ইমান দুখত খাকিলেও হাঁহি হেৰাই যাব দিয়া নাই🤗এখেতহে প্রকৃত মানৱ ❣️❣️❣️
আপোনাৰ মানৱীয়তাক দূৰৈৰ পৰাই চেল্যুট দিছো..এনেকৈয়ে মহান মহান কামবোৰ কৰি যাঁওক আপুনি ।
মানুহ জনৰ মুখৰ হাঁহিয়ে কব বিছাৰে তেওঁ যেন তাতেই স্বৰ্গ সুখতআছে এনেযেন লাগিছে । ❤🙏
Look at his smile. He's happy. Living in solitude, God help him.
God bless you...apunar life bohut aguwai jok.. youtubers bohut asey kintu dukh kosto manuhor help Kora ya Buji puwa kunu nai..you are great man salute...jai ai assom
Homoy da :- মই শ্ৰী প্ৰশান্ত সোণোৱাল !ঘৰ তিনিচুকীয়া মাকুম ! মই সৰু কালৰ পৰাই ঘৰ ওচৰৰ বমা এজনীক লগ পায় আছোঁ ! আজি 1 / 2 বছৰ হল বমা জনিক মানু্হ জনে এৰি দিলে আৰু বেলেগ এজনী মানুহ আনিলে ! তাৰ পিছত বমা জনি পাগলি দৰে হয় যতে ততে ঘুৰি ফুৰে ! আলিয়ে পদুলিয়ে পৰি থাকে ! সৰু পৰা লগ পোৱা য়ে দেখি বেয়া লাগে ! বুঢ়া বুঢ়ী আশ্ৰম বোৰত থব পাৰিলে ভাল আছিলে !
তোমাৰ চিন্তাবোৰ বহুত মহান ৷👌🙏তোমাক ভগৱানে সদায় ভালে ৰাখক🙏🙏
Apunar video Sai bhut val lge.....Hosakoiya apuni bhut mohan.Muru enkuwa jagat hanto porebakhot thkibo mon jai
সময় দা সদায় মহান ❤🙏
সময় দা ককা যনে ভাল কথা কলে,ভয় কেৱল মানুহ লে লাগে ।সচা কথা মন চুই গ'ল।
দাদা আপুনি আমাৰ লাইছেং গাঁৱলৈ আহিছিল। আপোনাৰ video বিলাকে ইয়াকে প্ৰমাণ কৰে যে বৰ্তমান সময়ৰ ব্যক্তিকেন্দ্ৰিক সমাজৰ কোনোবা এটা কোণত আজিও মানৱতাবোধ জীয়াই আছে। ভগৱানে আপোনাক কুশলে ৰাখক 💖🌺
প্ৰকৃতি ৰ লগত জীয়াই থকা প্ৰাকৃতিক মানুহজন।❤️💚💚
তোমাৰ অনুভৱবোৰ বৰ মহান তুমি আগলৈ আৰু আগবাঢ়ি যোৱা ❤️❤️❤️
দাদা আপোনি মানুহৰ বাবে বহুত ভাল কাম কৰি আছে আপোনি আৰু আগুৱাই যক দাদা ❤
দাদা তুমি আমাৰ ইয়াত আহিছিলা।তোমাৰ video চাই বহুত ভাল লাগে❤। সদায় এনেকৈ মহান কাম কৰি যোৱা।
Love from Dhakuakhana ❤
Xosai apuni belegotkoi bht blg 😢❤❤❤
Homoi da apunak ke bule kom apune axomor real hero hoi👍
❤তোমাৰ অনুভব বুৰ বহুত মহান
Mukhat ata dhunia hahi loi ajon hosa Manuh Homoyok Salute
O homoy da apunar voice tu uff😊
Manuh jon bht val lagil ..hosa koi hahitu herai jabo dia ni teu .. great work homoy da.
Great hoi apuni xomoy da aru aguwai jawkMoi u chesta korim apunar nichina anok khohai koribo
চাং ঘৰ খুব ভাল হব যেন লাগিছে ঠাই টকুৰা চাই
দাদা পৰিলে এটা চাং ঘৰ নিৰ্মাণ কৰি দিয়ক সুবিধা হব আৰু সুৰক্ষিত হব ককা জনৰ কাৰনে।
You're real life hero ❤❤❤
❤kokar hahitu best
Bohut hundar dada, koko kot aasy adress tu dibo ni, mur nam nayan jyoti, jorhat ghor, moi abar tat jabo mn aasy, jodi daya napay adress tu dibo sun
Great work Samay dada❤❤❤
দাদা আপুনি বহুত ভাল কৰিছে
Manuh jnr hahi2 Val lagise ❤❤❤
বেলেগতকৈ বহুত বেলেগ সময়..❤
Homoi da tumi hodai agbahi juwa❤ vogoban or usort eai parthona❤❤❤
আপুনি বহুত ভাল মানুহ ,আপুনি যি কৰিলেই ভালেই কৰিলে আপুনি এজন মহান মানুহ ককা
Buhut buhut agoai... Goisa bro.... 🎉🎉🎉🎉..Aro agoai jua....🎉🎉🎉🎉😍😍
দুয়ো জন মানুহ এ ভাল,,,
You are really very doing a great job brother,,❤❤may God bless you
Sending lots of love 💕💕..Mr homoi gogoi..I wish all your dreams come true.we can clearly sy tht u r such a pure heart prsn❣️
Apuni aejon bohut val manuh , apunar video ketiya sabo pam take roi thako aro jetiyai ahe loge loge sao , apuni aro aagoyai jai jen
Vale thakk koka aru homoi da❤
Love from guwahati
Homoy dar manobiyotak selute❤
Dada moja good 🙏🙏🙏🥰🥰♥️♥️♥️♥️♥️♥️❤
dada tmi naharkotiya kot thaka moi namrup hoi
Apunaloi bohut morom 💚💚
Great!!!!greater than the greatest , homoi ! God bless you !
🙏🙏🙏No Coment U r gret men of assam...Real Hero
Bhut bhut thankyou dada ❤❤❤❤
What's a strong man . salute
People always wants this kind of videos
❤️👍👌love u bro....
Love you bro ❤
Love from Jonai bro
সুন্দৰ দা
মানুহজনৰ হাঁহি টো বৰ ধুনীয়া
God bless you ককা ❤🙏🏻🎈
Real Hero Tumi 🙏🥰😍❤️
Keep it up brother We will always support u..
No words😢
আগুৱাই যোৱা❤❤
Bohut mohan kam krisa vai❤
মানুহ জনে এটাই ভাল কথা কলে, ভয় মানুহলৈহে লাগে,,
Bhut bhut dhaniyobad dada
Wait korilu next part
The man just want peace....as like me🍃
Very good work 👍👍👍👍
Bhai love you❤❤
Homoi Daa Really Nice 👍👍👍
Good job bro go ahead....
বৰ দুখ লাগিল পায়
Hahitu main ❤❤❤
Samay da❤❤❤
His smile ❤❤❤
Homoi da❤
Go ahead mama
হয় আজিৰ দিনত সকলোতকৈ ভয় লগা প্ৰাণী বিধেই মানুহ
আপোনাক লগ নেপালো । ঘৰ ওচৰ পৰা গ'ল হি ।।।
👍👍👍
❤প্ৰম মাজুলী
Manur karone hai voii lage...😌akdom xosa kotha koise...kokai a☑️
Very very nice
First coment like pam
Dhuniya dada❤❤
Where
Thanks bhai ❤
❤❤❤❤❤🛐🛐🛐🛐🛐
I love you homoy da❤
👌👌👌👌👌👌👌👌👌
যদি মোক সুধে তোমাৰ কাৰণে তোমাৰ হিৰৌ কোন তেতিয়া মই কম এনে দৰে সাহায়ৰ উপযোগী মানুহক সহায় কৰা ব্যক্তি বোৰেই মোৰ হিৰৌ 🙏
Love u dada ❤❤
❤❤❤😊😊😊😢😢😢😢
Gud job
❤❤❤😢😢😢😢
Good job dada
❤❤❤❤❤❤❤❤❤❤
তোমাক কামক প্ৰণাম জনাইছো ।
Dada adin liveot ahibo sun
🎉
ককাক চাং ঘৰ বনাই দিয়ক তেতিয়া হে বাঘ বা আন জন্তুৰ পৰা বাছি থাকিব 🙏 সকলোৱে লাইক কৰক তেতিয়া হে বনাব
দাদা তোমাৰ video চাই মই খুবেই আচৰিত পাওঁ। আজি দিনত মানুহে নিজৰ কথা নাভাবি কেনেকৈ আনৰ কথা ভাবিব পাৰে। তোমাৰ কাম বোৰ সঁচাই মহান। ভগৱানে তোমাৰ মনত পুহি ৰখা সকলো সপোন পূৰণ কৰক।
তুমি যেতিয়া এটা কাম সম্পূৰ্ণ কৰি ঘৰত যোৱা ।তুমি যিমান মনত শান্তি পোৱা তাতকৈ তিনি গুণ শান্তি তোমাৰ মা দেউতা ই পাই।
Koka jon bohut সৰল অন্তৰৰ।।ককাজন ইমান দুখত খাকিলেও হাঁহি হেৰাই যাব দিয়া নাই🤗এখেতহে প্রকৃত মানৱ ❣️❣️❣️
আপোনাৰ মানৱীয়তাক দূৰৈৰ পৰাই চেল্যুট দিছো..এনেকৈয়ে মহান মহান কামবোৰ কৰি যাঁওক আপুনি ।
মানুহ জনৰ মুখৰ হাঁহিয়ে কব বিছাৰে তেওঁ যেন তাতেই স্বৰ্গ সুখতআছে এনেযেন লাগিছে । ❤🙏
Look at his smile. He's happy. Living in solitude, God help him.
God bless you...apunar life bohut aguwai jok.. youtubers bohut asey kintu dukh kosto manuhor help Kora ya Buji puwa kunu nai..you are great man salute...jai ai assom
Homoy da :-
মই শ্ৰী প্ৰশান্ত সোণোৱাল !
ঘৰ তিনিচুকীয়া মাকুম ! মই সৰু কালৰ পৰাই ঘৰ ওচৰৰ বমা এজনীক লগ পায় আছোঁ ! আজি 1 / 2 বছৰ হল বমা জনিক মানু্হ জনে এৰি দিলে আৰু বেলেগ এজনী মানুহ আনিলে ! তাৰ পিছত বমা জনি পাগলি দৰে হয় যতে ততে ঘুৰি ফুৰে ! আলিয়ে পদুলিয়ে পৰি থাকে ! সৰু পৰা লগ পোৱা য়ে দেখি বেয়া লাগে ! বুঢ়া বুঢ়ী আশ্ৰম বোৰত থব পাৰিলে ভাল আছিলে !
তোমাৰ চিন্তাবোৰ বহুত মহান ৷👌🙏
তোমাক ভগৱানে সদায় ভালে ৰাখক🙏🙏
Apunar video Sai bhut val lge.....
Hosakoiya apuni bhut mohan.
Muru enkuwa jagat hanto porebakhot thkibo mon jai
সময় দা সদায় মহান ❤🙏
সময় দা ককা যনে ভাল কথা কলে,ভয় কেৱল মানুহ লে লাগে ।সচা কথা মন চুই গ'ল।
দাদা আপুনি আমাৰ লাইছেং গাঁৱলৈ আহিছিল। আপোনাৰ video বিলাকে ইয়াকে প্ৰমাণ কৰে যে বৰ্তমান সময়ৰ ব্যক্তিকেন্দ্ৰিক সমাজৰ কোনোবা এটা কোণত আজিও মানৱতাবোধ জীয়াই আছে। ভগৱানে আপোনাক কুশলে ৰাখক 💖🌺
প্ৰকৃতি ৰ লগত জীয়াই থকা প্ৰাকৃতিক মানুহজন।❤️💚💚
তোমাৰ অনুভৱবোৰ বৰ মহান তুমি আগলৈ আৰু আগবাঢ়ি যোৱা ❤️❤️❤️
দাদা আপোনি মানুহৰ বাবে বহুত ভাল কাম কৰি আছে আপোনি আৰু আগুৱাই যক দাদা ❤
দাদা তুমি আমাৰ ইয়াত আহিছিলা।তোমাৰ video চাই বহুত ভাল লাগে❤। সদায় এনেকৈ মহান কাম কৰি যোৱা।
Love from Dhakuakhana ❤
Xosai apuni belegotkoi bht blg 😢❤❤❤
Homoi da apunak ke bule kom apune axomor real hero hoi👍
❤তোমাৰ অনুভব বুৰ বহুত মহান
Mukhat ata dhunia hahi loi ajon hosa Manuh Homoyok Salute
O homoy da apunar voice tu uff😊
Manuh jon bht val lagil ..hosa koi hahitu herai jabo dia ni teu .. great work homoy da.
Great hoi apuni xomoy da aru aguwai jawk
Moi u chesta korim apunar nichina anok khohai koribo
চাং ঘৰ খুব ভাল হব যেন লাগিছে ঠাই টকুৰা চাই
দাদা পৰিলে এটা চাং ঘৰ নিৰ্মাণ কৰি দিয়ক সুবিধা হব আৰু সুৰক্ষিত হব ককা জনৰ কাৰনে।
You're real life hero ❤❤❤
❤kokar hahitu best
Bohut hundar dada, koko kot aasy adress tu dibo ni, mur nam nayan jyoti, jorhat ghor, moi abar tat jabo mn aasy, jodi daya napay adress tu dibo sun
Great work Samay dada❤❤❤
দাদা আপুনি বহুত ভাল কৰিছে
Manuh jnr hahi2 Val lagise ❤❤❤
বেলেগতকৈ বহুত বেলেগ সময়..❤
Homoi da tumi hodai agbahi juwa❤ vogoban or usort eai parthona❤❤❤
আপুনি বহুত ভাল মানুহ ,আপুনি যি কৰিলেই ভালেই কৰিলে আপুনি এজন মহান মানুহ ককা
Buhut buhut agoai... Goisa bro.... 🎉🎉🎉🎉..
Aro agoai jua....🎉🎉🎉🎉😍😍
দুয়ো জন মানুহ এ ভাল,,,
You are really very doing a great job brother,,❤❤may God bless you
Sending lots of love 💕💕..Mr homoi gogoi..I wish all your dreams come true.we can clearly sy tht u r such a pure heart prsn❣️
Apuni aejon bohut val manuh , apunar video ketiya sabo pam take roi thako aro jetiyai ahe loge loge sao , apuni aro aagoyai jai jen
Vale thakk koka aru homoi da❤
Love from guwahati
Homoy dar manobiyotak selute❤
Dada moja good 🙏🙏🙏🥰🥰♥️♥️♥️♥️♥️♥️❤
dada tmi naharkotiya kot thaka moi namrup hoi
Apunaloi bohut morom 💚💚
Great!!!!greater than the greatest , homoi ! God bless you !
🙏🙏🙏No Coment
U r gret men of assam...Real Hero
Bhut bhut thankyou dada ❤❤❤❤
What's a strong man . salute
People always wants this kind of videos
❤️👍👌love u bro....
Love you bro ❤
Love from Jonai bro
সুন্দৰ দা
মানুহজনৰ হাঁহি টো বৰ ধুনীয়া
God bless you ককা ❤🙏🏻🎈
Real Hero Tumi 🙏🥰😍❤️
Keep it up brother
We will always support u..