আলফা স্বাধীনৰ বহাগ বিহু উদযাপনৰ ভিডিঅ' 2024 ||

Поділитися
Вставка
  • Опубліковано 2 лис 2024

КОМЕНТАРІ • 870

  • @nizumonidihingia2708
    @nizumonidihingia2708 6 місяців тому +98

    প্ৰকৃত অসমীয়া জাতিৰ আসমীয়া ত্যাগী যুৱকক প্ৰণাম জনিইছো। 🙏

  • @RobinaChetia-y5u
    @RobinaChetia-y5u 6 місяців тому +305

    শুভেচ্ছা থাকিল ...ভগৱানে কুখলে ৰাখক ❤❤আলফা বুলি কলে কাৰ কাৰ মোৰ দৰে আপোন আপোন লাগে like kora ...

  • @PhanibhushanBaruah
    @PhanibhushanBaruah 6 місяців тому +8

    আপোনালোকক ভগৱানে কুশলে ৰাখক তাৰে কামনা কৰিছো।❤
    জয় আই অসম 🙏

  • @papu___0737
    @papu___0737 6 місяців тому +39

    🙏আলফা স্বাধীন সকলো সদস্য সদস্যা লৈ বিহুৰ আন্তৰিক শুভ কামনা থাকিল।🙏 জয় আই অসম🙏

  • @thaneswarhazarika7245
    @thaneswarhazarika7245 6 місяців тому +1

    জয় আই অসম

  • @jayaborah2926
    @jayaborah2926 6 місяців тому +85

    বিপ্লৱী ককাই আৰু ভাই সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।❤️❤️❤️

  • @queenmonirajkhwa6064
    @queenmonirajkhwa6064 6 місяців тому +33

    আলফা স্বাধীন সকলো সদস্য সদস্যা লৈ বিহুৰ আন্তৰিক শুভ কামনা থাকিল জয় আই অসম

  • @PrafullaKonwar-k5v
    @PrafullaKonwar-k5v 6 місяців тому +11

    যতেই নাথাকা তোমালোকক ভগৱানে ভালে কুশলে ৰাখক । জয় আই অসম।

  • @priyankaderial9233
    @priyankaderial9233 6 місяців тому +21

    ভাল লাগিল জয় আই অসম বেয়া ও লাগিছে তোমালো কে মা দেউতা পৰা আখিবাদ লব পৰা নাই আমাৰ ফালৰ পৰা বিহু হুভইছা থাকিল নমস্কাৰ অসমীয়া

  • @janarddansenapati8904
    @janarddansenapati8904 6 місяців тому +115

    বিপ্লৱী ককাইদেউ / ভাই / ভগ্নী সকল , আপোনাসৱৰ এনেবোৰ উদ্যোগ ক সদায়েই শ্ৰদ্ধা মৰম ও ওলগ জনাই আহিছো , যাম ও । কিন্তু সঠিক সমাজ দেশৰ ৰীতি নীতি ৰে সকলো যেন আগোৱাই যায় , জীয়াই যায় তাৰ কামনা কৰো । সচাই বহু আবেগিক হৈছো , আপোনাসবক এই দৰে অসমীয়া সমাজ সংস্কৃতিৰ ৰীতি নীতি ক জীয়াই থকাৰ প্ৰচেষ্টাত থকা ৰ বাবে । জয় আই অসম ❤❤❤।

    • @rajeshmili4718
      @rajeshmili4718 6 місяців тому

      Jai Aai Ahom

    • @Mr.borah_-_90x
      @Mr.borah_-_90x 6 місяців тому

      Jai aai axom ❤biplob da

    • @Padamluson__mtb
      @Padamluson__mtb 6 місяців тому +3

      আপোনালোক সকলো লৈ বিহু হিয়া ভৰা শুভেচ্ছা থাকিল ,

    • @Mr.borah_-_90x
      @Mr.borah_-_90x 6 місяців тому

      @@Padamluson__mtb dhoinyobad

    • @DipaliBaro-p3t
      @DipaliBaro-p3t 6 місяців тому +1

      Jai aai asom

  • @munmisra2030
    @munmisra2030 6 місяців тому +15

    অতি সুন্দৰ, আপোনালোকলৈ বিহুৰ শুভেচ্ছা জনালো, জয় আই অসম

  • @shilpiphukan8658
    @shilpiphukan8658 6 місяців тому +21

    অতি সুন্দৰ অসমীয়াৰ গৌৰৱ,,, সকলোলৈকে বিহুৰ শুভেচ্ছা জনালো

  • @mukulbhuyan4020
    @mukulbhuyan4020 6 місяців тому +87

    বছৰটো ভালে কুশলে যাওক তাৰ কামনা কৰিলোঁ ।

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 6 місяців тому

      তোমাালোকৰ জীৱন বিলাক ভালে কুশলে পাৰ হ'ক।ভালকৈ থাকিবা।

    • @ratulmedhi8791
      @ratulmedhi8791 6 місяців тому +1

      ❤❤❤

  • @bhabakantadas1361
    @bhabakantadas1361 6 місяців тому +26

    আজি। বহাগৰ।প্ৰথম। দিনৰ। তোমাৰ লোক লৈ।ভগবানৰ।ওচৰত। সেৱা আগবঢ়ায়।বছৰটো।কুশলে।মংগল।ৰাখক। ভগৱানে।জ‌য়।।।আই।।।অসম❤

  • @khagensaikia3993
    @khagensaikia3993 6 місяців тому +44

    প্ৰতিজন যুজাৰুলৈ ৰঙালী বিহু বহুত বহুত হুভ কামনা জাছিলো জয় আই অসম

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 6 місяців тому +62

    প্রতিজন স্বাধীনতা যুজাৰুলৈ বাপোতি সাহোন বিহুটিৰ আন্তৰিক শুভকামনা জনালোঁ |জয় আই অসম |❤❤❤

  • @mrinalkumarsaikia9351
    @mrinalkumarsaikia9351 6 місяців тому +9

    বহুত ভাল হৈছে, জয় আই অসম।

  • @BrojenChetia-i8n
    @BrojenChetia-i8n 6 місяців тому +17

    বিপ্লৱী ভাইহত তোমালোকৰ বিশুচাই আবেগিক হৈগলো।ভগৱানে কোশলে ৰাখক জই আই অসম।

  • @shilpasonowal5883
    @shilpasonowal5883 6 місяців тому +8

    শুভেচ্ছা থাকিল ৰঙালী বিহুলৈ জয় আই অসম

  • @nityanandakonwar2775
    @nityanandakonwar2775 6 місяців тому +8

    সচাঁই বৰ সুন্দৰ বিহু নামৰ কথাবোৰ। মন প্ৰাণ চুই গল। দীর্ঘ দিনৰ সংগ্রামৰ আশু সমাধান আমি সকলোৱে কামনা কৰো। সকলোৱে সুস্বাস্থ্য কামনা কৰিলো, ভগৱানে যেন সকলো যুঁজাৰু সৈনিক সকলক সদায় কুশলে ৰাখে। বহাগ বিহুৰ শুভ কামনা ও ওলগ জনালোঁ। জয় আই অসম।

    • @anuraagbora9658
      @anuraagbora9658 6 місяців тому

      আপোনাৰ comment তু ভাল লাগিল...।।

  • @devikagogoi2898
    @devikagogoi2898 6 місяців тому +12

    আশীৰ্বাদ সদায় আছে আগুৱাই গৈ জীৱনৰ লক্ষ্যত উপনীত হোৱা তাৰে কামনা কৰিছো।

  • @lakhimaideurilakhimaideuri1096
    @lakhimaideurilakhimaideuri1096 6 місяців тому +76

    আলফা শিবিৰলৈ বিহু শুভেচ্ছা থাকিল ।

  • @deepchetia4709
    @deepchetia4709 6 місяців тому +20

    বিপ্লৱী ককাই ভাই সকললৈ বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ , বছৰটো যাতে সকলোৱে ভালে কুশলে পাৰ হয় ।
    জয় আই অসম ❤❤

  • @dipakborah3098
    @dipakborah3098 6 місяців тому +21

    ধন্য বাদ মোৰ তৰফৰ পৰা, আৰু সকলো সংগ্ৰামী বন্ধু আৰু ৰঙালী বিহু শুভেচ্ছা উলগ জনালোঁ

  • @hirakjyotiblock2
    @hirakjyotiblock2 6 місяців тому +4

    জই আই অসম❤❤

  • @niradadas3379
    @niradadas3379 6 місяців тому +29

    ইতহাস জৰিত অসমীয়াৰ বিহু ধন্যবাদ জ্ঞাপন কৰিলো।

  • @kushalgogoi8311
    @kushalgogoi8311 6 місяців тому +42

    আলফা স্বাধীনলৈ বিহুৰ ক্ষভেচছা জনালো ।

  • @khargeswarkalita4630
    @khargeswarkalita4630 6 місяців тому +20

    তোমালোক সদাই ভালে থকা, অসম আৰু অসমীয়াৰ স্বভিমান jiaai ৰখাৰ স্বাৰ্থ ত ওলাই goisa সদাই ভগবানৰ কৃপাত ভালে থকা ❤

  • @किरण2021
    @किरण2021 6 місяців тому +18

    আজি বছৰৰ প্ৰথম দিনটোত পৰেশ ককাইদেউ সহিতে সকলো বিপ্লৱী বন্ধু ভাই ভনী আটাইলৈকে বৈপ্লবিক অভিন্দন লগতে ৰাঙলী বিহুৰ শুভেচ্ছা জনালো...
    অনাগত দিন বোৰ যাতে ভালকৈ পাৰ হৈ যায়... কন্টকময় পথত যাতে কোনো দিনেই পিচলি নাহে তাৰে কামনাৰে...
    অসম অসমীয়াৰ মৰম স্নেহ সদায় আপোনাৰ বাবে

  • @MoniGogoi-qb2tv
    @MoniGogoi-qb2tv 6 місяців тому +5

    অতি সুন্দৰ হৈছে,, বহুত ভাল লাগিল,,দুখো লাগে

  • @rajumonibaruah8389
    @rajumonibaruah8389 6 місяців тому +9

    জয় আই অসম।জয় আই অসম।জয় আই অসম।অসমৰ উন্নতি হকে কাম কৰি অহা সকলো লৈকে নববৰ্ষ বিহুৰ শুভেচ্ছা আৰু আপোনালোকৰ দীঘায়ু কামনাৰে সেৱা জনালোঁ।জয় আই অসম

  • @mainabibi4637
    @mainabibi4637 6 місяців тому +1

    Apunalokoloi bhiu r xuvasha thakil

  • @deepdutta-th5ew
    @deepdutta-th5ew 6 місяців тому +4

    Val lagil sai....gar num hiyori gol eman val lagil sai....God bless you hokoluke......❤❤❤❤

  • @MoniChutia-ji5pv
    @MoniChutia-ji5pv 6 місяців тому +9

    মৰমৰ
    ভাই‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌
    আৰু
    ককাই
    সকল
    ভালে
    কোখলে
    থাকক
    আমাৰ
    সুভেচা
    থাকিল
    লগতে
    ৰঙালী বিহু
    ধুনীয়াকৈ গাইচে

  • @manashpratimnath8247
    @manashpratimnath8247 6 місяців тому +15

    অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলো ককাইদেউ সকল তোমালোকক । ভগৱানে সদায়েই ভালে কুশলেই ৰাখক তাৰেই কামনা কৰিলো ভগৱানৰ ওচৰত সদায়েই। ।।।

  • @romensaikia6653
    @romensaikia6653 6 місяців тому +20

    আপোনালোকক ভগৱানে কুশলে ৰাখক সেইকামনাৰে ভগৱানৰ ওচৰত সেৱা জনাইছো

  • @mamoniroyroy850
    @mamoniroyroy850 6 місяців тому +7

    Bohut bohut bohut val lagil hya vora ulog jonalu bosortuloi

  • @pallabsut
    @pallabsut 6 місяців тому +13

    ৰঙালী শুভেচ্ছা থাকিল ৷জয় আই অসম ৷

  • @NayanjyotiKonwar-l5x
    @NayanjyotiKonwar-l5x 6 місяців тому +3

    Hundor hoise rangali bihur huvesa janalu vall koi thakok apunalok joi ai akhom

  • @pratapkalita8894
    @pratapkalita8894 6 місяців тому +1

    আপোনাকৰ বিহু গীতটোৰ প্ৰতিটো শব্দই অন্তৰ্ চুই গৈছে। আশীৰ্বাদ কৰিছো আটাইকে ঈশ্বৰে ভালে কুশলে ৰাখক

  • @boruah5004
    @boruah5004 6 місяців тому +2

    অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জাছিলোঁ ককাইদেউ সকল অপনালোকে সদায় ভালে থাকক ❤❤❤❤

  • @dilipdekacollection6754
    @dilipdekacollection6754 6 місяців тому +1

    সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ ৷ সুন্দৰ কণ্ঠ সুৰ কথা। কুশলে ৰাখক আপোনালোকক ৷

  • @biswa2369
    @biswa2369 6 місяців тому +2

    মই এই গানটো ভাল দৰে লিখি থম আগলৈ এনেকুৱা বিহুৰ গোৱা মানুহ নাই কিয়া হ'বলৈ আমাৰ অসমত এনে কুৱা বিহুৰ আছিল বুলি কব পাৰিম আমাৰ দিনৰ ল'ৰা ছোৱালী য়ে চিনি নেপাব বিহুৰ কি জয় আই অসম বাসীৰ ৰাইজ জয় আই অসম খেনা বাহিনী লৈয় জয় আই অসম

  • @সময়ৰলগতএখোজ
    @সময়ৰলগতএখোজ 6 місяців тому +10

    অসমৰ সমস্যাবোৰৰ লগতে জাতিৰ স্বাৰ্থৰ হকে উচ্ছ দৰবাৰত মাতিবলৈ আমাক সাহস দিয়ক *জয় আই অসম*

  • @krishnamoni919
    @krishnamoni919 6 місяців тому +9

    সকলোৱেই ভাল থাকক নেদেখা জনৰ ওচৰত তাৰেই কামনা কৰিলো ❤ জয় আই অসম ❤

    • @MamaniDas-bq4gv
      @MamaniDas-bq4gv 6 місяців тому +1

      জয় আই অসম, আটাইলৈ বিহুৰ শুভেচ্ছা জনালোঁ। ভগৱানে আটাইকে ভালে ৰাখক

  • @chentusonowal1141
    @chentusonowal1141 6 місяців тому +1

    ❤❤❤

  • @brothersglobe5706
    @brothersglobe5706 6 місяців тому +9

    জাতীয় চেতনাৰে সমৃদ্ধ প্ৰতিজন মুক্তি সংগ্ৰামৰ সেনালৈ ৰঙালী বিহুৰ হিয়াভৰা আন্তৰিক শুভকামনা যাচিলোঁ,, সৰ্ব্বশক্তিমানৰ আশীৰ্বাদ আপোনালোকৰ প্ৰতি খোজৰ সঙ্গী হওক।❤❤❤

  • @hemonta9300
    @hemonta9300 6 місяців тому +34

    বছৰটো ভালে কুশলে যাবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আলপা শিবিৰৰ সকলো সদস্য আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো.

  • @DebengogoiDebengogoi-i6x
    @DebengogoiDebengogoi-i6x 6 місяців тому +3

    Hosai bihu jua bohut val lagil.apunalukoloi bihu huveisa jonalu.joi aai asom

  • @Rishirajmoran
    @Rishirajmoran 6 місяців тому +2

    বিহু শুভেচ্ছা থাকিল ককাইহত🎉❤ ।
    জয় আই অসম🙏✊

  • @majanikalita6025
    @majanikalita6025 6 місяців тому +2

    অসমীয়া নতুন বছৰৰ শুভেচ্ছা যাছিলো লগতে ভগৱানে তেওঁলোকক সু-মতি আৰু সু জ্ঞান দি দেশৰ বাবে ভাল কাম কৰিবলৈ মনত সাহস দিয়ে যেন তাৰে কামনা কৰিলো ।🙏🙏🙏

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 6 місяців тому +5

    Very meaningful really no words to express

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 6 місяців тому +8

    সংগ্ৰামী ককাই, ভাই সকললৈ ৰঙালীৰ হিয়া ভৰা ওলগ জনালোঁ । নতুন বছৰৰ প্ৰথম দিনটোতে আপোনালোক সকলোৰে বাবে ভগৱানৰ ওচৰত সু-স্বাস্থ্য কামনা কৰিলো । " জয় আই অসম " । 🙏🪔🙏🎉🎉🎉♥️

  • @ArunaAruna-lq3rh
    @ArunaAruna-lq3rh 6 місяців тому +1

    Bohut bohut val lagil Bihur antorik sucess janalu jay AaiAssam

  • @jurimonigogoi2563
    @jurimonigogoi2563 6 місяців тому +2

    Bihur aantorik khuvessa jonalu.aru bohut bohut morom.jai aai axom.

  • @DilipChandraSharma-sz6nn
    @DilipChandraSharma-sz6nn 6 місяців тому +9

    অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত দেশ বিদেশ হাবি জংঘল সকলো ঠাইৰ পৰাই যেন অসমীয়াৰ স্বাভিমান অব্যাহত ৰখাৰ যি প্ৰচেষ্টা সচাকৈ প্ৰশংসনীয়। ভাই সকল ভগৱান সদায়েই সহায় হৈ থাকক।

  • @kamalhandique8224
    @kamalhandique8224 6 місяців тому +1

    Happy Rangali Bihu

  • @bhupenhandique-rv9mb
    @bhupenhandique-rv9mb 6 місяців тому +8

    best ullfa.

    • @animakalita4594
      @animakalita4594 6 місяців тому

      সকলো আলফা দাদা ভাইটি সকললৈ মৰম আৰু শুভেছা জনালো জই আই অসযম

  • @thulukkonch6452
    @thulukkonch6452 6 місяців тому +3

    🎉mózza.hokoluloike bihur huveswa jonalu

  • @deepdutta-th5ew
    @deepdutta-th5ew 6 місяців тому +1

    Bahag bihu hubhesha thakil

  • @monjuranihandique6664
    @monjuranihandique6664 6 місяців тому +4

    জয় আই অসম বিহুৰ শুভেচ্ছা জনালো

  • @karunamahanta8674
    @karunamahanta8674 6 місяців тому +4

    আন্তৰিক অভিনন্দন। জয় আই অসম।

  • @mamoniborah8809
    @mamoniborah8809 6 місяців тому +3

    আলফা স্বাধীনলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। নতুন বছৰে আপোনালোক লৈ সুখ শান্তি কঢ়িয়াই আনক ভগৱানক প্ৰাৰ্থনা জনাইছো।

  • @pateswaribaro4033
    @pateswaribaro4033 6 місяців тому +1

    Apunalukak Rangali bihur ulag janalu.God e bhale kukhale rakhak

  • @ellus3497
    @ellus3497 6 місяців тому +6

    Jai Aai Axom ❤ Bihur aantorik khuvessa jonalu

  • @pbarman8727
    @pbarman8727 6 місяців тому +1

    আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ অসমীয়াৰ বাপতি সাহোন "ৰঙালী" বিহুৰ লগতে অসমীয়া নববৰ্ষৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনালোঁ.....🥰
    "বছৰটো সকলোৰে শুভ হওঁক"
    তাৰে কামনাৰে...... Jai ai assam

  • @songitadevi1632
    @songitadevi1632 6 місяців тому

    বহুত দূখ লাগিছে ।মই বহুত ভালপাওঁ আলফাক।

  • @reemadanah9915
    @reemadanah9915 6 місяців тому

    অভিলেখ দাৰ সকলো গুণ আছে.....সকলোকে অসমীয়াৰ বাপতিসাহোন বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা যাছিলোঁ....জয় আই অসম

  • @anujvlogs1768
    @anujvlogs1768 6 місяців тому +1

    ❤ জয় আই অসম ❤ ✊

  • @SurajyotiChutia
    @SurajyotiChutia 6 місяців тому +1

    Hosai bhut vl lagil ❤❤❤

  • @prodipdihingia
    @prodipdihingia 6 місяців тому +5

    Very good ulfa zindabad 🎉🎉🎉

  • @nogeningti337
    @nogeningti337 6 місяців тому +4

    বছৰটো ভালে কুশলে যাবৰ বাবে ভগৱানৰ ওপৰত প্ৰাথনা জনাই আলফা শিবিৰৰৰ সকলো সদস্যই আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 🙏

  • @arupduttadutta8667
    @arupduttadutta8667 6 місяців тому

    Bohut val hoisa ❤❤❤❤❤apunalukola bihu huvessa thakil voice2 bor dhuniya

  • @gitanjalikalita-xy5hn
    @gitanjalikalita-xy5hn 6 місяців тому

    Bohut val lagil.
    Aapunalokoloi bihur ulg jonalu

  • @Aranath-y9t
    @Aranath-y9t 6 місяців тому +3

    বিহু শুভেচ্ছা থাকিল জয় আই অসম

  • @inuborah2286
    @inuborah2286 6 місяців тому

    Ati sundor dei apunaluk kusole thakok vowanor usorot pathna korisu

  • @banikalita3082
    @banikalita3082 6 місяців тому +1

    ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।আপোনালোক সকলোকে ভগৱানে কুশলে ৰাখক ।

  • @jugaborah9097
    @jugaborah9097 6 місяців тому +3

    Bihu sai val lagisr.joy ai axom

  • @tufazelkhan7896
    @tufazelkhan7896 6 місяців тому +3

    Aponalukole Bihu ur huvessa thakil.....joi aai axom🎉🎉🎉🎉🎉🎉

  • @soneswarGogoi-ns6st
    @soneswarGogoi-ns6st 6 місяців тому +3

    Be great and be success your restless freedom movement

  • @rinkuduttasaikia107
    @rinkuduttasaikia107 6 місяців тому

    আশীৰ্বাদ কৰিছো বোপাইহঁত কুশলে থাকক

  • @PapuBora-zj2mv
    @PapuBora-zj2mv 6 місяців тому +10

    জয় আই অসম ৰঙালী বিহুৰ হিয়া ভৰা শুভেছা থাকিল সকলোলৈ জয় আই অসম

  • @madhabdas1637
    @madhabdas1637 6 місяців тому +4

    Bihugeet tur khobdo bure barukoiye suise so great song 👌👌👌👌🙏🙏🙏🙏

  • @mitaligogoichutia9855
    @mitaligogoichutia9855 6 місяців тому +24

    কুশলে ৰাখিবলে ভগৱানৰ. ওচৰত. সেৱা জনাইছো জয় আই. অসম

  • @joinurali7084
    @joinurali7084 6 місяців тому +1

    বহুত বহুত ভাল লাগিছে। বিহুৰ শুভেচ্ছা থাকিল।

  • @rupjyotisaikiaofficial
    @rupjyotisaikiaofficial 6 місяців тому +1

    অসমীয়া নবৰ্ষৰ শুভেচ্ছা জনালোঁ ❤❤❤

  • @ASSAMALL6419
    @ASSAMALL6419 6 місяців тому +7

    জয় আই অসম🙏🙏🙏🙏

  • @RahulSonuwal
    @RahulSonuwal 10 днів тому

    বহুত ভাল লাগিছে জয় আই অসম

  • @RHazarika-p7h
    @RHazarika-p7h 6 місяців тому +3

    বহুত ভাল লাগিল, সকলোলৈকে বিহুৰ শুভেচ্ছা ‌জনালো। সকলো কুশলে থাকক

  • @DilipkrNath-o3b
    @DilipkrNath-o3b 6 місяців тому

    শুভেচ্ছা জনালোঁ ৷জয় আই অসম ৷

  • @seemasaikia6257
    @seemasaikia6257 6 місяців тому

    Bohut bohut val lagise. Joi ai assom

  • @nitupanboruah5646
    @nitupanboruah5646 6 місяців тому +3

    Ajoy aai axom ragali baputihan moromr bihutuloi ama falorpora hiravora antorik hivesha disu 🙏💝💯💝🙏🙏🙏😊😊

  • @tiktokmusic116
    @tiktokmusic116 6 місяців тому +4

    Joy ai axom .bohag bihu xuvesa thkil .❤

  • @PastutiSonowal
    @PastutiSonowal 6 місяців тому

    Bohut val lagil apunalukr bihu sai joi aai asom ❤❤❤

  • @jharnahaloi8266
    @jharnahaloi8266 6 місяців тому +1

    Val lagil sai

  • @sadoriboruah8990
    @sadoriboruah8990 6 місяців тому

    আলফা সাধীন বিহুৰ শুভেচ্ছা জনালো বহু ত ধুনীয়া হৈছে

  • @bhairabgogoigogoi7798
    @bhairabgogoigogoi7798 6 місяців тому

    জয় আই অসম
    আলফা স্বাধীন জিন্দাবাদ
    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল

  • @SumeetGogoi
    @SumeetGogoi 6 місяців тому +4

    Apunaluke j eman dhunia koi bihu krl vhl lgel mojaaa❤❤❤

  • @SurajitDowarah
    @SurajitDowarah 6 місяців тому

    Hundar apunaluk kukhale thakok . Jai ai akhom

  • @krishnamoni3773
    @krishnamoni3773 6 місяців тому +1

    JAI AII AXOM