Ulfa (I) Bihu | ULFA (I) ৰ কেম্পত ৰঙালী বিহু উদযাপন | আনন্দত আত্মহাৰা আলফা(স্বা)ৰ কেডাৰসকল N18V

Поділитися
Вставка
  • Опубліковано 12 кві 2024
  • Ulfa (I) Bihu | ULFA (I) ৰ কেম্পত ৰঙালী বিহু উদযাপন | আনন্দত আত্মহাৰা আলফা(স্বা)ৰ কেডাৰসকল N18V
    #news18assamoriginals
    #ulfa #news18assamoriginals #bihu2024 #rangalibihu #news18assamne #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

КОМЕНТАРІ • 338

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi Місяць тому +122

    ভগৱানে কুশলে ৰাখক সকলোকে!! এইজন মাঘৰ বিহুত গোৱা গায়ক জনেই!! সুন্দৰ কণ্ঠ!! সচাকৈয়ে নিস্বাৰ্থ দেশ প্ৰেম!! স্নেহাশিৰ্ষ যাচিলো সকলোকে!!

    • @user-tf1jm8mp8o
      @user-tf1jm8mp8o Місяць тому +3

      Sundor kanthdan

    • @user-eb8hx9si3y
      @user-eb8hx9si3y Місяць тому

      ❤❤​@@user-tf1jm8mp8o

    • @SP-up1iv
      @SP-up1iv Місяць тому

      Set del boinek suda

    • @alokdutta5907
      @alokdutta5907 Місяць тому

      ​@@SP-up1ivঐ চুতমাৰণি বঙাল তোৰ কি হল বে ? কোন হয় তই ?

    • @sunil7713
      @sunil7713 Місяць тому

      ​@@SP-up1iv❤❤

  • @ADAbhijit100
    @ADAbhijit100 Місяць тому +76

    Jai Aai Axom ULFAk val pua khokole like kora

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Місяць тому +36

    ইমান সুন্দৰ ডেকা সকলৰ আজি এনে অৱস্থা কিয় হৈছে আমি সকলোৱে বিষয়টো গুৰুত্ব সহকাৰে লোৱাটো উচিত।
    সকলোলৈকে বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏🙏🙏 পুনৰ আমাৰ মাজলৈ আপোনালোক সোনকালেই উভতি আহক।

  • @putulgogoi9954
    @putulgogoi9954 Місяць тому +71

    এই জনৰ কন্ঠ সঁচাই অপূৰ্ব ❤

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Місяць тому +33

    সুমধুৰ কণ্ঠত বিহু গীতটোয়ে একেবাৰে হৃদয় চুই গৈছে । অসমীয়া বিপ্লৱী দাদা - ভাইটি সকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । আশা কৰোঁ আপোনালোক সকলোকে ভগবানে সু স্বাৰ্থৰ অধিকাৰী কৰি ৰাখে । " জয় আই অসম " । 🙏🎉🎉🎉❤

  • @AnjanAsom
    @AnjanAsom Місяць тому +20

    মই অঞ্জন অসমে সংযুক্ত মুক্তি বাহিনীৰ অসমৰ প্ৰতিজন সক্ৰিয় জেষ্ঠ সদস্যলৈ ৰঙালী বিহুৰ বৈপ্লৱিক সেৱা আৰু কনিষ্ঠ সকললৈ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালোঁ।

  • @babajan6873
    @babajan6873 Місяць тому +52

    ঈশ্বৰৰ ওচৰত তোমালোকৰ হু স্বাস্থ্য কামনা কৰিলো

  • @nirolaborah8456
    @nirolaborah8456 Місяць тому +51

    3:04 আপোনালোক সকলোৰে বিহুৰ প্ৰতি থকা শ্ৰদ্ধা , দেখি সচাকৈয়ে বৰ দুখ লাগিছে, আশা কৰোঁ আপোনালোকক ভগৱানে কুশলে ৰাখক গোটেই বছৰতোলৈ ধন্যবাদ। জয়াই অসম

  • @scaryp_gaming_9902
    @scaryp_gaming_9902 Місяць тому +19

    গীতটিত আজিৰ অসমৰ প্ৰতিছবি পৰিলক্ষিত হৈছে। সঁচাই আজিৰ অসমীয়া বৰ জাতিটো থান বান হৈছে।🥹
    জয় আই অসম ✊❤️

  • @barman9935
    @barman9935 Місяць тому +19

    ভগৱানে সকলোকে ভালে ৰাখক জয় আই অসম ❤️🙏

  • @Ghbb2
    @Ghbb2 Місяць тому +9

    কি বুলিনো কম আপোনালোকক ❤❤❤❤ প্ৰণাম জনাইছোঁ ইয়াৰ পৰাই ... কুশলে থাকক ককাইহত ... ঘৰত থাকোঁতে চাগে এনেকৈ ফুৰ্তি কৰিছিল 😢 পৰা হলে ভগৱানক কৈ মোৰ আয়ুস খিনি আপোনালোকক দি দিলোঁ হেঁতেন.. মৰম যাচিচো অন্তৰৰ পৰা ❤❤

  • @user-wc2mw3rz7r
    @user-wc2mw3rz7r Місяць тому +11

    আবেগিক হৈ পৰিলোঁ। সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।। কুশলে থাকক সকলো।

  • @bhupendas9350
    @bhupendas9350 Місяць тому +19

    জয় আই অসম।নৱ বৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা আটাইলৈ যাছিলো। সুন্দৰ লাগিছে।আটাইয়ে কোশলে থাক।এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।পৰেশদাই ল'ৰা হতক এখনকৈ চুৰিয়া দিয়া হেঁতেন আৰু বেছি ভাল লাগিল হেতেন।

  • @jadabkalita5697
    @jadabkalita5697 Місяць тому +14

    ধেমাজিৰ পৰা এগালমান মৰম আৰু ৰঙালীৰ ওলগ জনালোঁ।

  • @brendanathdutta1675
    @brendanathdutta1675 Місяць тому +9

    ভালদৰে থাক ভাইহঁত । জয় আই অসম

  • @shreeja4587
    @shreeja4587 Місяць тому +23

    🙏জয় আই অসম🙏

  • @user-ub7jc2yd2p
    @user-ub7jc2yd2p Місяць тому +8

    শদিয়াৰ পৰা এগাল মান‌ মৰম আৰু শুভেচ্ছা জনালোঁ বিহুৰ, সকলো কুশলে থাকক

  • @purabideka6329
    @purabideka6329 Місяць тому +3

    সঁচাই বহুত ভাল লাগিল ধুনীয়া কণ্ঠ, বিহু নৃত্য, হাতত জেতুকাৰ ৰং ।।। আপোনালোকলৈ অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤। ভালে কুশলে থাকক আপোনালোক🙏

  • @_axomia_lora_2624
    @_axomia_lora_2624 Місяць тому +23

    বিহু যোৰা খুউব সুন্দৰ হৈছে, তথাপিও ক'ৰবাত যাতনা আছে।
    একান্ত আপোনজনেহে জানে হেৰুওৱাৰ যাতনা কিমান যন্ত্ৰণাদায়ক।

  • @abinashsaikia2918
    @abinashsaikia2918 Місяць тому +5

    ভগৱানে সদাই কুশলে ৰাখক আপোনালোকক। জয় আই অসম।

  • @pratapkalita8894
    @pratapkalita8894 Місяць тому +4

    অতি সুন্দৰ হৈছে। অৰ্থপূৰ্ণ শব্দৰে সুন্দৰকৈ সজাইছে বিহুগান

  • @anantaboruah1867
    @anantaboruah1867 Місяць тому +5

    ইমান সুন্দৰ কন্ঠ সকলোকে আশীর্বাদ কৰিছে ভগৱানে ভালে ৰাখক আৰু এটি ভাল সিদ্ধান্ত ত ওপৰত হোক তাকে আশা কৰিলো।

  • @missmystical6605
    @missmystical6605 Місяць тому +20

    আপোনালোকৰ বিহু চাই সঁচাই ভাল লাগিল । কিন্তু দূখো লাগিছে ।নিজৰ নিজৰ ঘৰখনত চাগৈ আপোনালোকক দেখি কিমান দুখ পাইছে ,সেইয়া ঘৰখনৰ সদস্যসকলেহে বুজি পাব ।

  • @JugeshDutta
    @JugeshDutta Місяць тому +12

    অসমৰ বীৰসকলক ধন্যবাদ।

  • @binoddutta4714
    @binoddutta4714 Місяць тому +15

    ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ঈশ্বৰে কুশলে ৰাখক। জয় আই অসম

  • @pranjitpartho
    @pranjitpartho Місяць тому +6

    যদি সঁচাকৈ দেশৰ বাবে কষ্ট কৰি আছে... Plz আপোনালোকে নিৰ্দোষী মানুহৰ জীৱনবোৰ কাঢ়ি নলব 🙏🙏🙏🙏🙏🙏🙏🙏😥😥😥😥😥

  • @mobilephone6298
    @mobilephone6298 Місяць тому +7

    অসমী য়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা ওলগ সকলোলৈকে জনালো আৰু সকলো যাতে ভালে থাকে তাকেই কামনা কৰিলোঁ.

  • @PranjalLahon900
    @PranjalLahon900 Місяць тому +20

    Joi aai axom 🙏

  • @dharjyachoudhury4772
    @dharjyachoudhury4772 Місяць тому +9

    Jai aai Akhom...Ulfa shadhin loi mur porialor falor pora aantorik bohag bihur khuvesha pothalu..... Ulfa shadhin bhale kukhole thakibo...

  • @Anime_kid205
    @Anime_kid205 Місяць тому +4

    অসমৰ বুকুৰ সন্তানৰ হিয়াৰ আমথু সকলো কুশলে থাকক। God bless you

  • @Bhairab47
    @Bhairab47 Місяць тому +14

    জয়াই অসম❤

  • @user-me8lt1gz3w
    @user-me8lt1gz3w Місяць тому +11

    ভগৱানে কুচলে ৰাখক❤

  • @DevakantaGogoi-kh2gz
    @DevakantaGogoi-kh2gz Місяць тому +1

    ভগৱানে তোমালোকক কুশলে ৰাখক।গীতৰ কথা সুৰে গাৰ নোম শিয়ৰাই;আবেগত চকুলো নিগৰায় এজন অসমীয়া হিচাপে।যতে আছা ততেই কুশলেে থাকা আমি অসহায়।নৱবৰ্ষৰ শুভেচ্ছাৰে জয় আই অসম।

  • @alokdutta5907
    @alokdutta5907 Місяць тому +1

    মোৰ ফালৰ পৰাও সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিজন সক্ৰিয় জেষ্ঠ সদস্যলৈ ৰঙালী বিহুৰ বৈপ্লৱিক সেৱা জনোৱাৰ লগতে কনিষ্ঠ সকললৈও ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জনালোঁ ।

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Місяць тому +2

    বিপ্লৱী বীৰ বন্ধু সকলোলৈ ৰঙালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনালো...
    যতেই আছে আপোনালোক কুশলে থাকক... আমাৰ মৰম স্নেহ আশীৰ্বাদ সদায়ে আপোনালৈ আছে থাকিব...
    বৰ্তমান আলফাৰ অতি প্ৰয়োজন হৈ পৰিছে অসম অসমীয়াৰ বাবে... কিবা এটা নকৰিলে অসমৰ জাতি মাটি ভেটি নৰবগৈ....
    ভূ মাফিয়া বোৰৰ উৎপাতত খিলঞ্জীয়াৰ ভূমি বাচি নাথাকিব গৈ...
    কিবা এটা কৰক আপোনালোকে...

  • @user-zx9bt9wt1v
    @user-zx9bt9wt1v Місяць тому +1

    ভগৱান ভালেই ৰাখক এই সকলোকেই❤❤

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf Місяць тому +4

    অসমীয়া সকলে কুশলে থাকে যে ভগৱানে দীঘাযু কামনা কৰিলো ধন্যবাদ

  • @debasischetia3290
    @debasischetia3290 Місяць тому +12

    Jai Aii Aoxom❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Ankrita-bu7hc
    @Ankrita-bu7hc Місяць тому +2

    জয় আই অসম ♥️

  • @user-yj7fn3lz8h
    @user-yj7fn3lz8h Місяць тому +9

    জয় আই অসম ❤

  • @rabinmedhi-6
    @rabinmedhi-6 Місяць тому +4

    ধন্যবাদ দাদা সকল জয় আই অসম

  • @martialartsdiganta9915
    @martialartsdiganta9915 Місяць тому +9

    Joi aai axim❤❤❤✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼

  • @stormxt2542
    @stormxt2542 Місяць тому +2

    জয় আই অসম ✊🏻

  • @prakaskalita1913
    @prakaskalita1913 Місяць тому +1

    Joi Aai Axom..🚩 Alfa sadhin zindabad❤❤

  • @anjanbora6504
    @anjanbora6504 Місяць тому +1

    Joi Aai ❤❤Axom ,God bless you

  • @user-xv6gt1xd1u
    @user-xv6gt1xd1u Місяць тому +7

    জয় আই অসম❤❤

  • @junmonidutta8754
    @junmonidutta8754 Місяць тому +8

    Vagabane kukhale rakshak. ❤❤❤❤❤❤❤

  • @arunray-gq7dz
    @arunray-gq7dz Місяць тому +1

    আপোনালকলৈ।ধন্যবাদ।জনাইছো।আমাৰ।দেশ।আমাক।লাগে।

  • @user-sh9ng5yn6q
    @user-sh9ng5yn6q Місяць тому +7

    জয় আই অসম

  • @digantaborah1705
    @digantaborah1705 Місяць тому +7

    Jai aai osham🙏🙏🙏

  • @davidsonowal4961
    @davidsonowal4961 Місяць тому +7

    Jai ai axom

  • @user-pf1xp4by1h
    @user-pf1xp4by1h Місяць тому +1

    চৰকাৰী চাকৰী বিচাৰি হাবাটোৰী কুৱাতকে এনেকৈ থকাই ভাল হব😢🥺😭😭😭

  • @karategirl7594
    @karategirl7594 Місяць тому +1

    ❤ val lagila sai bihu. Haluka bihu Huvasya janalu

  • @RomeshSaikia-jo6cb
    @RomeshSaikia-jo6cb Місяць тому +2

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ৷

  • @mohanboruah3956
    @mohanboruah3956 Місяць тому +1

    মোৰ ফালৰপৰা বহুত বহুত মৰম নব বৰ্ষৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ যাচিলো লগতে প্ৰতিজনৰ মংগল কামনা কৰিলো ৷

  • @nayanmaninath2203
    @nayanmaninath2203 Місяць тому +2

    সঁচাকৈ বহুত বহুত সুন্দৰ❤❤❤

  • @DeepakkumarRoy-zz1lz
    @DeepakkumarRoy-zz1lz Місяць тому +1

    Happy rongali bihu.bht val lgel..n dhuko lge.....vogobanr ocorot parthona krem aponaloke jen vale kukhole taka....❤❤❤❤❤❤.

  • @DebojitBoruahDebojitBoruah
    @DebojitBoruahDebojitBoruah Місяць тому +3

    Rongali Bihur Huvesya Thakil Kokai Ho❤😊Hodai Vale Thakiba

  • @blackhunterff7253
    @blackhunterff7253 Місяць тому +1

    ককাই সকললৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে সুস্বাস্থ্য কামনা কৰিলো....🫂

  • @user-bp1jq1hx8f
    @user-bp1jq1hx8f Місяць тому +1

    আশিবাদ কৰিছো ভালে থাকিবলৈ

  • @AoxamRajib
    @AoxamRajib Місяць тому +4

    Joi aai axom❤

  • @putnakt.saikia3116
    @putnakt.saikia3116 Місяць тому +6

    ❤❤ সুন্দৰ ❤❤

  • @prarthanabora6847
    @prarthanabora6847 Місяць тому +2

    Bht Dukh lagil patibha
    Dakhi apunalukr xushaitha kamona koriso❤❤❤❤❤

  • @user-ul4up1hh7f
    @user-ul4up1hh7f Місяць тому

    গান গায় থকা দাদা জনক চিনি পাইছো বহু দিনৰ মোৰত দেখিছো আপোনালোকক ভগৱানে কুখলে ৰাখক❤❤

  • @unexploreit1048
    @unexploreit1048 Місяць тому +1

    জয় আই অসম ককাই হত ❤

  • @user-in8fr8pd5p
    @user-in8fr8pd5p Місяць тому +1

    Duniya lagisa oo dada ❤❤❤❤❤

  • @madtoxicgaming3424
    @madtoxicgaming3424 Місяць тому +1

    Love from golaghat merapani...

  • @user-bd6dy9xd1k
    @user-bd6dy9xd1k Місяць тому

    Bor dhunia kontho bihur hubesha thakil apunalukoloi moromor kokaideo hkl joi aai akhom ✊✊✊

  • @rockyfitnesschannel6240
    @rockyfitnesschannel6240 Місяць тому

    Jai Aai axom, hokolu kokaidau loika Mr falor pora bohag bihur bohut bohut huvassa jonaisu...apunaluka ha axomor baputi hahun bihu tik honmanara rakhisa....jai aai axom❤😊

  • @abhirajboruah1841
    @abhirajboruah1841 Місяць тому +1

    Bidyut da bhala thakok hodai...rongli bihur huvesha thakila...moi nahorkatia kaliapanir pora....

  • @munmigogoi2377
    @munmigogoi2377 Місяць тому +5

    তোমালোক সদায়ে কুশলে থাকা ।❤❤❤❤❤❤❤❤❤❤

  • @miturajshivamdyoutube5441
    @miturajshivamdyoutube5441 Місяць тому +1

    Jai aai assom 🙏🙏🙏

  • @user-iw7kf8to5t
    @user-iw7kf8to5t Місяць тому +1

    Jay I Assam ,, Happy Rongali bihu 🙏❤️❤️❤️

  • @user-uf8lm3bi4n
    @user-uf8lm3bi4n Місяць тому +1

    My.love.assam.good.song

  • @chiranjitagogoichiranjitag2324
    @chiranjitagogoichiranjitag2324 Місяць тому +4

    Rangali Bihu Huva kamona Thakil.Joi Aii Assam.

  • @utpalggoi2.082
    @utpalggoi2.082 Місяць тому +2

    জয় আই অসম । ❤

  • @pranitakalita8133
    @pranitakalita8133 Місяць тому +2

    Bohut bohut dhynobad😢

  • @ranjitbharali6172
    @ranjitbharali6172 Місяць тому +3

    🙏🙏🙏 happy rangali bihu 🙏🙏🙏

  • @santoshborah6757
    @santoshborah6757 Місяць тому +4

    Waw Beautiful ❤❤❤

  • @rajibbora1813
    @rajibbora1813 Місяць тому +1

    ❤❤❤জয় আই অসম ❤❤❤

  • @golapborah12
    @golapborah12 Місяць тому +7

    Joi aai asom

  • @user-mj8cb1ep9v
    @user-mj8cb1ep9v Місяць тому

    Duniya dei eman purty.😀❤️❤️👍

  • @user-mg3pp2ck9m
    @user-mg3pp2ck9m Місяць тому +1

    Hodai valkoi thaka hokoluyai

  • @MayuriBora-wh5xo
    @MayuriBora-wh5xo Місяць тому

    Rongali bihur huvesa thakil dadaht hokolu jate vale thake tare kamona korilu..joi ai axom

  • @dharaninath4960
    @dharaninath4960 Місяць тому

    Dhanyabad hundar kantha god bless all joy aai axam

  • @user-by9bp1dx8t
    @user-by9bp1dx8t Місяць тому

    Bhut vhal lagile apunak Luke bihu.❤❤❤❤❤

  • @user-gx1iz5de3q
    @user-gx1iz5de3q Місяць тому

    Nasoni ni apulokar tathapio Eman dhunia lagise 😊

  • @travellingworld6401
    @travellingworld6401 Місяць тому

    Happy Rangali bihu kakaideu jai Aai axom ..

  • @jintuboruah9728
    @jintuboruah9728 Місяць тому

    Jai aai axom ❤

  • @MintuNath-pc5ue
    @MintuNath-pc5ue Місяць тому

    Jai aii axom ✊❤️

  • @DipikaSahikia
    @DipikaSahikia Місяць тому +1

    Maja❤❤❤❤❤❤❤

  • @rinkubarman2918
    @rinkubarman2918 27 днів тому

    Jai ai assam❤

  • @kushalsaikia8616
    @kushalsaikia8616 Місяць тому

    জই আই অসম

  • @R.Nmusicassam
    @R.Nmusicassam Місяць тому +1

    Good dance

  • @RamDas-sw6hx
    @RamDas-sw6hx 6 днів тому

    Very very good

  • @jitugogoi6098
    @jitugogoi6098 Місяць тому

    Bhale thakok ,happy bihu

  • @DipPaul-ng4ox
    @DipPaul-ng4ox Місяць тому

    Joi aai axom, ulfa zindabard, ulfa vall, love you ulfa

  • @user-wg3bh2fz3h
    @user-wg3bh2fz3h Місяць тому

    মজা,HAPPY RONGALI BIHU,

  • @bedashreedas2692
    @bedashreedas2692 Місяць тому

    Dada apuni bohut val gaan gai aru hodhai anekoi aguwai jabo

  • @NirapodSaikia-gm5xo
    @NirapodSaikia-gm5xo Місяць тому +1

    🌹🌹🌹Jai aai axom 🌹🌹🌹