Це відео не доступне.
Перепрошуємо.

জৰুৰীকালীন অৱস্থাৰ দোহাই দি দি কিমান বিৰোধী নেতাক অত্যাচাৰ চলাব মোদীয়ে?

Поділитися
Вставка
  • Опубліковано 25 чер 2024
  • 🟧কেজৰিৱালৰ ওপৰত ইমান ডাঙৰ অন্যায়?
    🟧তাৰ পাছতো ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাৰ সময়ৰ সমালোচনা কৰিবলৈ মোদীৰ লাজ নালাগে নে?
    🟧জৰুৰীকালীন অৱস্থাৰ দোহাই দি দি কিমান বিৰোধী নেতাক অত্যাচাৰ চলাব মোদীয়ে?
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 35

  • @achyotdewri3770
    @achyotdewri3770 Місяць тому +17

    ঠিক কথা কৈছা । সেই দিনটো এদিন আহিবই । নৰেন্দ্ৰ মোদী ও এদিন জেলত সোমাব।

  • @RomaBora-pj6pu
    @RomaBora-pj6pu Місяць тому +2

    সন্মান থাকিলেহে লাজ পাই, মিছলীয়া প্ৰধান মন্ত্ৰী সৰ্বকালৰ।

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n Місяць тому +3

    দেশৰ মূৰব্বী মুৰখ হ'লে সেইটোৱেই ভাল যি মন যায় কৰি যাব পাৰি
    জ্ঞানী হলে বিবেক দৰ্শন হ হ'ল হয়
    মোৰো যদি এনে দুৰদিন কেতিয়াবা আহিব পাৰে তেতিয়া

  • @TarikAhmed-qt5rs
    @TarikAhmed-qt5rs Місяць тому +6

    Nice job sir

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv Місяць тому +9

    মোদীয়ে ইন্দিৰা গান্ধীৰ সময়ৰl জৰুৰীকালীন অৱস্থাৰ কথা কৈ neet কেলেংকাৰীৰ কথা বোৰ জনসাধৰনৰ মনৰ পৰা আটৰাব বিচাৰিছে নেকি ??? দেশৰ উন্নয়নৰ কথা আলোচনাৰ পৰিবৰ্তে আনৰ সমালোচনাত ব্যস্ত এই চৰকাৰ। এতিয়া যেন হাল এৰি শিয়াল খেদাৰ ৰাজনীতি হে মোদীয়ে আৰম্ভ কৰিছে।

  • @binoddutta4714
    @binoddutta4714 Місяць тому +3

    উলংগ দেশত কাম কি ধুবাৰ।

  • @sunitadevi3033
    @sunitadevi3033 Місяць тому +4

    Khub dhunia bhaal laagil

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Місяць тому +2

    বিদেশী ৰজা আলেকজেন্দাৰে পুৰুক বন্দী সুধিছিল-- পুৰু তোমাক কেনে বেৱহাৰ লাগে ? পুৰুৱে ৰজাৰ দৰে বেৱহাৰ লাগে বুলি কৈছিল। পুৰুক লগে লগে ৰায়্জ ঘুৰাই দিছিল। আমাৰ ৰজাই সৰু সৰু ৰজাবোৰক জেলত থৈছে।সম্পুর্ন জৰাসন্ধৰ লক্ষ ণ। কোনদিনা ভীমৰ হাতত দুই ফাল হয় ঠিক নাই।

  • @bolicharanray9127
    @bolicharanray9127 Місяць тому +3

    We stand with kejriwal.

  • @ranjitadeori6018
    @ranjitadeori6018 Місяць тому +2

    Very nice spece ❤️❤️

  • @ranjitgogoi3354
    @ranjitgogoi3354 Місяць тому

    You are so great.

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs Місяць тому +1

    Rahul Gandhi sir jindabad 🙏

  • @kanakchaudhary5222
    @kanakchaudhary5222 Місяць тому

    ধন্যবাদ। ভাল লাগিল।

  • @KIRANSAIKI
    @KIRANSAIKI Місяць тому +1

    Durniti kori votat jeki ase

  • @SimantaBorah-xd9gt
    @SimantaBorah-xd9gt Місяць тому +2

    Sob val hoisa. Bor dom nohoi. Ki ki korisa eku thak nai. Misa mati soli thako 2.

  • @dianuddinahmed5046
    @dianuddinahmed5046 Місяць тому

    Nice Reporting 🙏

  • @TCF573
    @TCF573 Місяць тому +1

    Bjp u finish hoboi... Aitu khattang 😅😅😅😅Atya adha finish hoisei.

  • @user-by8ey6rk4w
    @user-by8ey6rk4w Місяць тому

    Modi's undeclared immediately

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw Місяць тому +1

    বিজেপিয়ে ক'ভিড ক'ভিড কৰি মানুহক খেদি খেদি ধৰি বলপূৰ্বক হস্পিতালত ভৰালে, বলপূৰ্বক ভেকচিন দি কংগ্ৰেছৰ জৰুৰীকালীন অৱস্থাকো চেৰ পেলালে।

  • @RofiqulIslam-mq2ig
    @RofiqulIslam-mq2ig 5 днів тому

    Aida binaonaye jeldise

  • @user-ok6ny8tz3h
    @user-ok6ny8tz3h Місяць тому

    এই মূৰ্ষতোৰ কি লাজ আছে

  • @mohangogoi9685
    @mohangogoi9685 15 днів тому

    CBI BJP ৰ পৰা কমিচন পায় নে কি ?

  • @sampritymahanta6372
    @sampritymahanta6372 Місяць тому +1

    Arbindkejweraljidabad

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq Місяць тому

    তদন্তকাৰী সন্থা কাৰ কথা মতে চলে

  • @hemantamahanta5578
    @hemantamahanta5578 Місяць тому

    হাতিক হাতেৰে ঠেলিব নোৱাৰি । অৰবিন্দ কেজৰিয়াক মিচা কেচ দিলেও একো কৰিব নোৱাৰে ।

  • @dhareswarlahkar2936
    @dhareswarlahkar2936 Місяць тому

    Modi marilehe kijani bharatat rajnitit ATA susthir paribesh habo.

  • @TCF573
    @TCF573 Місяць тому +3

    Modir laj nai. Emergency nam loboloi.. Oine lole huva pai Kintu modi namor hitlar tue aji 10 bosore indirectly emergency di ase. He ako ki 50 bosor agor Emergency r kotha koi 😅😅😅 Aibar 400 par kori aru besi otyasar koriboloi plan patisil pise foos hol Atya lukor bukusat he uthi ase dehi 😅😅 sob plan borbad hol gol 😅😅😅

  • @kushalbora4823
    @kushalbora4823 Місяць тому +1

    সকলোৱে চকু মুদা কুলিৰ ভাও কিমান দি থাকিব

  • @pahishorts569
    @pahishorts569 Місяць тому

    Bandor hoi aibur

  • @DF1111DM
    @DF1111DM Місяць тому

    Ohhoho... Ulta Chor Kotwal ko daaten.. odbhut jukti... 😂😂😂😂 tho aaru toi ..

  • @user-ok6ny8tz3h
    @user-ok6ny8tz3h Місяць тому

    এই মূৰ্কগতুৰ কি লজ আছে

  • @prabinkumardad536
    @prabinkumardad536 Місяць тому

    6:53

  • @prabinkumardad536
    @prabinkumardad536 Місяць тому

    Ane aaru sendel doliyaisil ne.valor karone modi k sendel doliyaisil