স্পষ্টবাদী হোৱাৰ বাবেই বাৰে বাৰে উজুটি খাই নেকি বৰষাৰাণী বিষয়াই ?
Вставка
- Опубліковано 10 лют 2025
- স্পষ্টবাদী হোৱাৰ বাবেই বাৰে বাৰে উজুটি খাই নেকি বৰষাৰাণী বিষয়াই ?
#barsharanibishaya #assameseactor #assamesecinema
#assam #guwahati #guwahatidiaries #baartalaap #chakrapaniparashar
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
ভাল লাগিল। এনেদৰে বাৰ্তালাপ দি থাকে যেন। চাই বৰ ভাল লাগে।
বৰ সুন্দৰ অনুষ্ঠান।বৰষা বা সদায়ে প্ৰিয় অভিনেত্রী।নম্ৰতাৰ প্ৰশ্ন উপস্থাপনশৈলী অতি সুন্দৰ।
ধন্যবাদ জনালোঁ
@@Namratapriyam1111 see 3ç cz
নম্ৰতা প্ৰিয়ম আহিবলগীয়া অসমৰ এগৰাকী সম্ভাৱিতা অনুষ্ঠান আগধৰুতা (media জগতৰ)।।। বাৰ্তালাপত ..তেওঁৰ অনুষ্ঠান উপস্থাপন শৈলীবোৰ খুব ধুনীয়া। চক্ৰ পাণী পৰাশৰ দাৰ দৰেই অতিথিৰ লগত বাৰ্তালাপ কৰে.... ❤️ ❤️
ধন্যবাদ জনালোঁ😊 এতিয়া মই মাত্ৰ এগৰাকী ন-শিকাৰু। আপোনালোকৰ কথাবোৰে আৰু বেছি ভাল কাম কৰিবলৈ উৎসাহিত কৰে😊
ক'বলৈ ভাষা নাই বহুত ভাল লাগিল কথাবোৰ শুনি
Barsha baa khub val lagil kathabur xuni❤️ aat dhoruta gorakileo khub morom thakil. Eman dhunia k hahitu loi katha but kua babe❤️
ছাত্ৰী গৰাকীৰ ভৱিষ্যত ভাল হ'ব।ইমান সুন্দৰ কঠনশৈলী। এগৰাকী দক্ষ সাংবাদিক জগতৰ anchore আশা কৰিলো।
ধন্যবাদ.. এই জগতখনত মই খুবেই নতুন..মৰম দি থাকিব.. 😊
@@Namratapriyam1111 tumi agbahisa aru agoloi aru val hobo.. Mur budhere tumi atia perfect hoisa aru Namrata
@@BLGEntertainmentASSAM thankyou so much ☺️
@@Namratapriyam1111 moi kintu tumar kotha botora bur aru tumak khub valkoi sau dei...
@@BLGEntertainmentASSAM dhonyobad... ktyaba kiba vul hole dekhuai dibo 😊
প্ৰথম প্ৰশ্নটোৱেই বহুত ধুনীয়া সুধিছা। এনেবোৰ বিষয়ৰ আলোচনাই কলাৰ আয়ত্তত সহায় কৰে। আগুৱাই যোৱা নম্ৰতা
বহুত বেছি ধন্যবাদ
Borsha baa ktha bilak huni amoni nalage ...bohut vl lagil thanks
Kotha bilak huni thakile thakibloi mon jai thank you bartalav anekoi val val kotha kuwa atithi mati anib dei bhut morom jasisu kerala r pora❤❤
নম্ৰতা বাৰ কথাবোৰ বৰ ভাল লাগিল❤❤❤
ধন্যবাদ থাকিল😊
সছাকে মোৰ মনৰ কথা টোকে কৈ দিলে ...অসিমত যাৰ হেৰাল সীমা..চম্পা চৰিতত বৰষা ৰাণী বিষয়াক বহু ত ধুনিয়া লাগিব ,🥰🥰🥰🥰
মোৰ দৃষ্টিত বৰষা বা চিনেমা জগতত খোজ দিয়াৰ পৰা এতিয়ালৈকে কোনোৱে চেৰ পেলাব পৰা নাই ❤️ বৰষা বাৰ অভিনয়ৰ লগত তেখেতৰ ব্যক্তিত্বই মানুহৰ অন্তৰ জয় কৰি ৰাখিছে❤️ মই সৰুৰ পৰা এতিয়ালৈকে তেখেতৰ অনুৰাগী🤗
বৰষা বা নামটোৱে যাৰ পৰিচয় ❤ সৰুৰেপৰাই বৰষা বা তোমাৰ অভিনয়ে চাই ডাঙৰ হৈছো ❤ বহুত বহুত ভাল পাওঁ বৰষা বা তোমাক ❤ দিনে দিনে বেছি ধুনীয়া হৈ গৈ আছা বা❤ নম্ৰতা বা তুমি ইমান ধুনীয়াকৈ প্ৰশ্নবোৰ সুধিছা ভাল লাগিল বহুত তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ❤
ধন্যবাদ জনালোঁ❤️
Aji questions kora baa jni r kotha kuwa styal tu bor mrm laga... Hahi tu cute dai 😊
Thank-you😊
@@Namratapriyam1111 welcome baa ❤️
সচাকৈয়ে বৰষাৰ কথাবোৰ শুনিথাকিলে শুনি থাকিবৰ মন যায়৷
ভণ্টি গৰাকীৰ প্ৰশ্ন উত্থাপন, কঠ্ন শৈলী বহুত ভাল লাগিল। keep it up
Thankyou ☺️ keep supporting...
বৰষা বা সদায় প্ৰিয়❤️ গঠনমূলক দৃষ্টিভঙ্গীৰে স্পষ্টবাদীতাই মন জুৰ পেলায়😘 বাকী নম্ৰতা প্ৰিয়মৰ উপস্থাপনশৈলী খুউব সুন্দৰ হৈছে🥰
@Nayanmoni Dutta ❤️❤️❤️❤️
@@Namratapriyam1111দুচকুত ভাহে তোমাৰ ছবি তুমি মোৰ সপোন পৰি 😊😍😍😍
Baartalap r xokolu programme/ conversation khuub bhal lage..ajiu khuub bhal lagil. Baartalap shreni kotha aru aag barhi jauk..All the best,
বহুত ভাল লাগিল বৰষা বা❤️❤️❤️👍👍👍👍❤️
Val lagil sai❤️❤️❤️
Borosha,Tumar Kotha huni thakileu,Amoni nalage,,Bohut bhal lagil
বৰষা বা সদায় প্ৰিয় 💝 আৰু সদায় প্ৰিয় হৈ থাকিব 🥰 ভাল লাগিল অনুষ্ঠানটো আৰু বাকী নম্ৰতা প্ৰিয়মৰ কথা টো কবই নালাগে যি সুন্দৰ উপ স্হাপনশৈলী আৰু কথা কোৱাৰ ধৰণ 💝 অতি সুন্দৰ বাৰ্তালাপ ৰ নম্ৰতা ৰ অনুষ্ঠানবোৰ চাই তেওঁ ৰ freind হৈ পৰিছো 💝
bohut val lagile video barasha bar kotha bilak xuni👍 beautiful shareing
Ati sundar anusthan barsa ba aru tumaloi bohut bohut morom jasilu
ভাল লাগিল। বৰষাক বহুত ভাল পাওঁ। সাক্ষাৎকাৰ লোৱা ছোৱালীজনীও বহুত ভাল লাগিল
ধন্যবাদ জনালোঁ😊
eman val lagile vediotu sai aru barsha baa apuni mur karone inspirations ❤️❤️
নম্ৰতা বাক খুব ভাল লাগে মোৰ, কথা বোৰ। ইমান ধুনীয়া কৈ কয় যায় ।
ধন্যবাদ দেই😊
All time favourite ❣️,,,,barasha baa,,,,horur pora val pao
১০০/সত্য আৰু শুদ্ধ কথা কৈছে, বৰষাই। কিন্তু?????? বহুত থাকি গ'ল। বৰষাৰ নিচিনা কৈ বহুত ২ ভাল দক্ষ অভিনেতা অভিনেত্রী আছিল। চৰকাৰৰ গাফিলতি,,,,,,,
নম্ৰতা নামতেই আছে সুন্দৰ মনৰ গৰাকী। আগুৱাই যাওক বহু দূৰলৈকে 😘😘
ধন্যবাদ😊
মোৰ প্ৰিয় অভিনেত্ৰী বৰষা
বৰষা বাক সচাই বহুত ভাল পাওঁ।❣️❣️❣️❣️
Bohut vl lagil
বৰষা বাৰ অভিনীত কহিনুৰ থিয়েটাৰৰ অবুজ দৰা অচিন কইনা আৰু ৰাধা এবাৰ হাঁহি দে নাটক দুখন কোনে কোনে চাইছে।❤️
কথোপকথন খিনি শুনি বহুত ভাল লাগিল। মনোগ্ৰাহী কথা পাতিছে।
Bohhut dhunia
Moi sysu obuj dora osin koina
Khub val lagil hosake😍
Thankyou so much for all the questions..keep up with your good works..long live bartalap 🙂👍
Khub bhal lagise
Huge fan of her!!! Barasha Baa!!! ❤️
Bohut val lagil
Great 👍
বৰ্ষা বাৰ কথাবোৰ শুনি থাকিবলৈ কে মন যাই
I always selute you borosha ma'am.
অভিনয়ৰ ক্ষেত্ৰত বৰষা বা সদায় অনন্য..তেওঁৰ প্ৰতিটো কথাই শ্ৰোতাৰ মনত সাঁচ বহুৱাই যায়..বাৰ প্ৰত্যেকটো অভিনয় চাই মোৰ নোম শিয়ৰি উঠে 🥺
Bor vl lagel. Sai 👌👌😍🌼😘
বাৰ্তালাপ চাই বহুত ভাল লাগে 🥰🥰🥰
Val lagil tumar fan holu
Moi kintu log nepaoteu jitu vabisilu log paio setu e paisu...bohut besi sweet humble down to earth...
সুন্দৰ
আমি বিচাৰো সদায় অসম অসম হৈয়ে থাকক। আমাৰো চাবৰ মন আছে অসমৰ এগৰাকী য়ে বেণ্ড এম্বেচাদৰ হওক
Barasha baa you are absolutely Right
সচাঁ অৰ্থত বিষয়া বা অভিনয়ত যথেষ্ট পাৰদৰ্শিতা আছে ।অকপতে স্বীকাৰ কৰিব লাগিব । আপুনি সকলোকে আপোন কৰিব লৱ পৰা আৰু সহজ হব পৰা দুৰ্বাহ ক্ষমতা আছে । ধন্যবাদ। সকলোৰে এনে ক্ষমতা নাথাকে । ভাবি ভাবি বেমাৰ কৰিব নালাগে । নিস্বাৰ্থ ভাৱে আগবাঢ়ি যোৱা । যিকোনো কাম কৰাক লৈ গৌৰৱ বা অভিমানী হব নালাগে ।
Bohut vl lgil
বৰষালৈ বৰ মৰম লাগে।
ভাল লাগিছে বৰষাবা কথা শুনিবলৈ
ভাল লাগিল
Baa apunar kotha bor bahut val lage xodai aneke thakibo🙏🏻
Love u Barsha ba ❤️😍
বৰ ভাল লাগিল
সুন্দৰ ভাল লাগিল
Vl lagil
Barsha ba❤️
Always fvrt barsha baa
সাংবাদিক হলে এই গৰাকীৰ দৰেই হব লাগে। ধন্যবাদ।
বহুত বেছি ধন্যবাদ😊 কিন্তু মই এতিয়া বাৰ্তালাপৰ এগৰাকী ছাত্ৰীহে😊 সাংবাদিক হোৱাৰ যোগ্যতা এতিয়াও হোৱা নাই...
Bht bhal lgile sai
Namrata r voice bhut dhunia 👌👌
Thank you 😊
Right barasha
বৰ ভাল লাগিল🥰
I can listen to her all day! Such an authentic woman!
Bahut bhal lagil
I ❣️ u baa.tumar kotha botora aru bisar bohut....bohut besi hundor.tumi hosai positive.
Mza
Barashak bhal Pau .kintu aji namrataku bhal lagil. Namrata wish you very bright future
Thank-you so much☺️
Barasha ba apunak bhut val lge
Barasha ba vl lge bhut😍😍
My favourite artist
বহুত ভাল লাগিল
ভাল লাগিছে চাই ।
আইঔ 2ndবৰষা। ভাল লাগিল দেই
❤️❤️
Very nice
Vl lagill sai mur priyo obhinetri borokharani bikhoiya baa
Good good thanks
বা আপোনিও কিন্তু কেইবাখনো চিনেমাত ৰাইজক কন্দোৱাছে দেই...
Nic
U r absolutely correct ba 👍👍👍👍👍👍
বৰষা বাক বহুত ভাল পাওঁ
Good
Right Borakha ba
Barsa baa so sweet
I love so much barsha ba
❤
Nice Namrata. Carry on. From - Simaluguri.
Thank-you 😊
Keep shinning Namrata✨
Thank-you❤️
Maramar Barasha ba Jane ..... Aupunar dare moyu ovinay bahut val paw .... Kiba aeta riply pam bule aukha thakil aupunar para
Beautiful 😘😍😘
My favourite barakha baa
Barshaarani ek piece ei...we love u...
🙏🙏🙏
Namratak vl lage kotha koar style
Thank-you😊
Sai val lagile.. But student r question bur valke xuni napai. Sound tu alop dibo sun. Plz kuwar babe bea napabo
Moina is real hero🔥🔥