অনুষ্ঠানৰ মাজতে আহিল এটা বেয়া খবৰ ...১৫ জুলাইত 'গুৱাহাটী ডায়েৰীজ'
Вставка
- Опубліковано 10 жов 2024
- 'গুৱাহাটী ডায়েৰীজ' আহি আছে.... #১৫জুলাই
'Guwahati Diaries' releasing on #15thJuly
#Teaser #guwahatidiaries #PraharProduction
starring #BarshaRaniBishaya #UrmilaaMahanta #UdayanDuarah
@Ranjeev Lal Barua @Arghadeep Barua Naaz Sultana @hemantadebnath @mintu baruah
Producer: Dr. Pranita Saikia
Directed by: @prasantsaikia
------------------------------------------------
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
চক্ৰপাণি দাদা,আপোনাৰ অনুষ্ঠান খুব ভাল পাওঁ।এটা মোৰ মনৰ কথা কওঁ দেই "পাৰিলে গামোচাখন হাতে বোৱা দিবচোন।যিহেতু গামোচাখন অসমীয়াৰ আবেগ ন....."।মই এজন সাধাৰণ ল'ৰাহে।কোনো দল সংগঠনৰ কিবা নহয়।🙏🙏🙏
বৰষা বা সদায় প্রিয়।ভাল লাগিল🥰🥰🥰
বৰষা বা মোৰ অতি প্ৰিয় অভিনেত্ৰী ।আপোনাক ভগৱানে সদায় কুশলে ৰাখক।
সৰুৰে বৰষা বাৰ অভিনয় মোৰ খুব প্ৰিয়, বৰ্তমানে ও প্ৰিয়... ❤️ তেওঁৰ মাজত এক positive vibes ata সদায়ে থাকে যিটো মোৰ সদায় ভাল লাগে... 🥰
সদায় প্ৰিয়,,বাৰ কথা বোৰ বহুত ভাল লাগে,, অভিনয় নকলেও সকলোৱে জানে,,কি কৰি আছে,,ভালে থাকক সদায়।
ভাল লাগিল সুন্দৰ।আৰু বৰষা বা সদায় All in one
বহুত ভাল পাওঁ বৰষা ৰানী বিষয়াক ।অসমীয়া চলচ্চিত্ৰৰ নম্বৰ 1 অভিনেত্ৰী ।সকলো ফালৰ পৰা ❤❤❤❤
Aitu mur priyo anusthan.... Bahiror bur suatke amar karone aitu a best. Moja dada agoloi anekoi a thakiba. Bohut val lage.
বিতৰ্ক কৰা বুলি নাভাবিব দেই।🙏 গামোচা খন যদি পাৰে আমাৰ অসমত বোৱা গামোচা এখন দিব চোন চক্ৰপাণি পৰাশৰ দা🙏
মইয়ো গামোচাৰ কথাকে ক'ব লৈছিলোঁ। অসমীয়া শিপিনীয়ে বোৱা গামোচা দিব চক্ৰ দা । অনুষ্টানটি মোৰ অতিকে প্ৰিয় । কেৱল গামোচাৰ কথাতোহে ক'ব লগা হ'ল । ভূল হলে ক্ষমা প্ৰাৰ্থী।
হয় 🥰
কথাষাৰ একেবাৰে সচাঁ নিজৰ থলুৱা শিপিনীয়ে বোৱা গামোচাখন দিলে বেছি ভাল লাগিব।
Yes,moiu kothaxar mark korilu
Bhal lagil Borokha tumar kotha bartra bor dhunia logote Chakrapani porakholoi thanks
BARSHA AUNTY...
দাদা আপোনা ভিদিও বোৰ চাই বহোত বহোত ভাল লাগে ♥️❤️❤️❤️
Borosha baa muk priyo avinetry....baa ata like koriba ha comment tut vl lagibo ❤
পৃথিৱীৰ সকলোতকৈ মানুহৰ সহজ কাম হৈছে আনৰ সমালোচনা কৰা,, আৰু টান কাম হৈছে নিজক সংশোধন কৰা,, গতিকে মানুহৰ ভালখিনি আদৰি আগুৱাই আহিলে গতিকে এতিয়া হতাশ হলে ভাল নালাগিব,, দহজনে বেয়া পালেও হাজাৰ জনে ভাল পাই😍😍
বা প্ৰিয়♥️♥️♥️
Bht vl paw brsha baak🥰🥰🥰🥰
Barkha baa aponar ovinoi sai bohut val paw ,love u baa
কথাবিলাক শুনি বশুত ভালো লাগিল দাদা লগতে বহুটো নজনা কথা জানিব পাৰিলো
বৰষা বাক মই বহুত ভাল পাওঁ,,, বা আমাৰ গাঁৱত আহি ছিলে ঐ,,, একে বাৰে ঘৰ ওচৰত আহি গল মই বা কত আছিলোঁ গে🤗 ভাল লাগিলে অনুষ্ঠান তু চাই ❤️❤️❤️❤️🤗🤗🤗
I like Borosharani God bless you
Always favourite 🌼❤️
অতি সুন্দৰ বা।
Barsha baa😘😘
Love you Barsha baa❤️❤️❤️
Barsha baa & Chakra daa duijone mor Priya❤️❤️❤️
Love barsha baa nd chakra da
Love from Dhemaji
best episode ❤
Thank you barasha baa imn dorkari kotha koise
Barsha baa ❤️😍❤️😍❤️😍♥️♥️♥️♥️♥️♥️
Long live barsharani best of luck you forever.
দুয়োজন প্রিয়💐
P pi p
mojja😍😍
Emn vl pau Borsha ba k...❤️
প্রিয় বা ❤️
বাক ইমান মৰম লাগিছে ❤
Borsha ba ❤️❤️❤️❤️
Last Colgate. Shampoo aibur question Kapil sarmah a amitabh bachan family k hudisil award show atat. Anyways val.lagil. barsharani Ba always fav 😍
Pakhi dukhon katipelai..ghorot xumuai dia hoise.... #Heart Touching Kothakhar❣️
Barasha ba is my favorite😍
❤️
Aishhh । Best episode ever 💕🔥
My favorite actress barsha baa 😍🤗
বৰষা বা .❤
জুবিন দাৰ লগত কাম কৰা ৰাজা দাক আনিব লাগে
Vl lagil bhut,, next b Boy's
❤️❤️ Barasha baa
বিশেষ ❣️
Vl lagill sai
সুন্দৰ।
Barsha baa 💙
এইটো খণ্ডলৈ অপেক্ষা কৰি আছিলোঁ ❤️🥰।
ধন্যবাদ
❤️❤️❤️
বৰষা মোৰ ছোৱালীজনীয়েও বনাবলৈ টান পাই কাৰণ আজি কালি আমি মাক বিলাকে ল'ৰা ছোৱালী বিলাকক বেছি মৰম কৰো যা হওক মই তোমাক বিশেষ ভাৱে অন্তঃকৰণেৰে ভাল পাওঁ
🙏
👌👌
Bhut vll lagil
ভাল লাগিল বহুত❤️
Ba tmk bht vl pao ❤️
So nice video 💐🥀👍
ইমান নচলীব, কাৰন অসমীয়া চলচ্চিত্ৰক অসমীয়া সেই আগৰ দৰে হৈ থাকিব দিয়ক। কাৰন আমি অন্য চলচ্চিত্ৰ উপভোগ কৰো যে South movie and bollywood. And Hollywood কিন্তু তাৰ পৰা অনুকৰণ নকৰিব কাৰন আমি অসমীয়া চলচ্চিত্ৰক অসমীয়া সে বোকা মাটি ৰ পৰা আৰম্ভ আৰু এতিয়া সেই মজা নাই,,, জোনবাই 🌕 , জানমণি, অন্যান্য, চলচ্চিত্ৰ আবেগ জড়িত আছিল,,, এতি কোনো কাহিনী এ নাই 🙏,, কোৱা কাৰনে বেয়া নাপাব🙏 এইতো মই ভাবো,,, আপোনি হয় তো বেলেগ কিবা ও ভাবিব পাৰে,,,
😍
Achurjya daak lage next 💌💖
Barakha ba Mur egoraki khub Priya abhinetri😊😊😊
So beautiful 😘😍
Beya napabo iman anekua khabor ata pai show tu kaneka akou start koribo parile moi tu kishurok 2din 3din log paisilu kintu tar photo khon a video bur dekhile nije nije soku pani ulai jai apunaluke kaneka parile baru continue koribo 🙏 kotha xar xudhiluhe parise kaneka bitatko ba controversy koribo jua nai
Mouno parthona kora dekha nai sokure
Dear Chakrapani Poraaxor.....you are one of my favourite personalities and the way you take interviews and bring out the stories behind is really appreciable 👌👌 And that's the reason I would like to point out something that's painful to see coming from you.....please please stop using those CHALANI GAMOSA to felicitate your guests .....as it's affecting our "xipini" and our economy..... Celebrities like you are followed by many a fans ....so always be the first one to support our local !!
Sodai sabo lagibo...ghy Dia...🤗
Val lagil sai. Moi sau apunar bartalaap anusthan. Moi ata kotha hudhibo bisarisu. Apunar bartalaap senikuthat keneke humabo pari. Kiba interview dibo lage ne ki.
বৰষা ভুনতি চকু চৰখা সকলো লৈ মন-কান নিদিবা জীবন ধংশ হব।
Barasha ba bhut besi dhuniya
ক্ষমা কৰিব। কবলৈ অলপ অসুবিধা পাঁও। পৰাশৰে "ৰ" বৰ্ণটো উচ্চাৰণ পৰিষ্কাৰকৈ নকৰে।
বিয়াৰ বাবে দৰা বিচাৰি দিয়া মহিলা কেইগৰাকীমান ৰ কথা কৈছিল। তেখেত সকলৰ এগৰাকী মানৰ ফোন নম্বৰটো পোৱা হলে উপকৃত হলো হয়।
Bhagabane aponak bhale rakhok.
Bht bhal pao aponak
Moja
Ba k moi mur zindagi koi val pau God bless you
সদাই ভাল লগা বৰষাবাৰ কথা বোৰ।
♥️♥️
🙏🙏
mur bahut priya barsha ba. hasa katha ba tumak mai pratham jun jale kapalat sini paisilu aru bahut kandisilu tumar abhinay sai.aru tar pasat mai ujani dujani gabharu saisilu.so bahautei val lage mur tumak.aru ata katha barasha ba tumar aru mur jibanar kahini pray ake .mathu atai parthaika ba tumi agaraki bikhiyat abhineti aru mur sinaki akuei ny.
Nice chakrapani aru Barsha rani
স্পষ্টবাদী ভাল লাগে
𝙻𝚘𝚟𝚎❤ 𝚏𝚘𝚛𝚖 𝚋𝚊𝚗𝚐𝚕𝚘𝚛𝚎
Last questions are epic 🤣
মই বহুত ভাল পাওবরষাক
Best lgise uday sankar dar episode to sai
বৰ্ষা বায়ে নকৰা কামটো মই কৰো
কলগেট টো কাটি টেপি টেপি উলিয়াও,,,🤭🤭🤭😆
22:01
চত্ৰুপাণি পৰশৰে কমেন্টত লেবেল দিয়ে ,,,,,দেখাই ভাল ,,, মুখা পিন্ধা নেকি
22:00 🥲
Miss you kishor da
Borokha r val khobor tu lage ...
Dadai photo bur eman dhuniya koi rakhisha
Jothat love
Apuni ki mic aru ki camera use kore
Zubeen daa k lgee🙂
Mur birthday Dina🥺🎉🎉🎉
Attitude dile manuh a gali pariboi aru ......
Chakra da Kapil Sharma'i hudha questions keitai hudhixe aru...
Flood uport ata film bonabo lage
Aimee baak lge
Bohut dukh lagil kisor da amar majot nai really miss you by the way vall lagil video sai