Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বন্ধ হব লাগে স্মাৰ্ট মিটাৰ
Smart mitter ৰ কাৰনে আগন্তুক ২০২৬ ত অসমত bjp ক সম্পুর্ন ৰূপে বৰ্জন কৰা হব।
নিজৰ হলেহে সাৰ পাই। প্ৰতিবাদ স্বাৰ্থৰ বাবেহে কৰে।আনৰ দুখত দুখী হোৱাজনহে প্ৰকৃততে সমাজসেৱক।
Smart metter হল হিমন্তৰ এটা টেডিং বিজনেছ ৷
Yes
Absolutely right
Right
সন্মানীয় বিধায়কৰে এই দুৰাবষ্হা তেন্তে সৰ্ব-সাধাৰণ ৰাইজৰ কি হ'ব এবাৰলৈ ভাবক 😭😭😭⁉️⁉️⁉️
এইবিলাক সাধাৰণ জনসাধাৰণৰ বাবে ভয় ভাবুকি দেখুৱা । জনপ্ৰতিনিধি হৈ জনসাধাৰণৰ দুখ-দুৰ্দশা সমূহ সমাধান কৰিব নোৱাৰে যদি ভেৰা ৰখীয়া হোৱা যোগ্য ।
মজা এতিয়াহে মুখ্যমন্ত্ৰী মহোদয়ে গম পাব।
চৰকাৰী অফিচ বোৰত স্মাৰ্ট মিটাৰ লগাই চৰকাৰে বাহাদুৰি দেখাওক।
ইমান দিনে মানুহ বোৰে যে চিঞৰি আছিলে তেতিয়া কিয় মনে মনে আছিল , এতিয়া নিজৰ লগত হৈছে বাবে ন বিজেপি বেয়া হৈ গল নেকি
নিজৰ হলে সাৰ পাই , যি হৈছে ভাল হৈছে
ভালেই হৈছে আইলৈ যি হাতবাইলৈ সেই হাত
বিজেপি মন্ত্ৰী বিধায়ক বিলাকৰ ঘৰত এক লাখ টকা বিল আহিলেও দিব পাৰিব কিন্তু আমি দিন হাজিৰা কৰা দুখীয়া মানুহে হাজাৰ, হাজাৰ টকাৰ বিল কেনেকৈ দিম
Right cmt sir .how to pay .
Atiya hai gam paise nijar gharat lagar karane
তহতৰ চৰকাৰে ৰাইজক কিমান টেনচন দিছে নিজে গম পাইছা এতিয়া ? মিটাৰৰ বিষয়ে গম পালি বিজেপিৰ চৰকাৰ কেনেকুৱা ?
Next Electiont gom pabo..
BJP sorkare Oxomor babe bohut bohut Kam kori ase nohoi .
1500 tokiya kitar ghrot he smart meter logabo lage@@jadav5123
আদানিৰ লাভৰ কাৰণে কৰিছে।😡
কেবল আদানিৰে লাভ নে আনৰ একো নাই নেকি?
এই ঘটনা টো বিদ্যুত বিভাগৰ চমক বুলি কম নেকি নে মূখ্যমন্ত্ৰীৰ উন্নয়নৰ নমুনা বুলি কম?
ভালে হৈছে, প্ৰভু।ইমান দিন কত আছিল। ইছমাৰ্ত মিটাৰ প্ৰত্যেক মন্ত্ৰী তন্ত্ৰি সকলোতে লগাঁক।
আদানিৰ বিদ্যুত মিটৰ লবই লাগিব৷ গাও অঞ্চলত গৃহস্হই গম নোপোৱাকৈ লগাই থৈ গৈছে
বিধায়কৰে তেনে অৱস্থাৰ আমাৰ নিঁচিনা নদাই ভদাই কি ।
এজন জননেতাৰ ঘৰত এনেকুবা হলে সাধাৰণ জনতাৰ কি হব পাৰে
এই চৰকাৰ খনে আপোনাৰ তথা আমাৰ অসুবিধা ,প্ৰতিবাদ বোৰ বুজি নাপায়,কাৰণ অসমৰ ৰাইজে ইমানকৈ বুজি পোৱাৰ শক্তি নাই। কা আইন অনা সময়তো ইয়াতকৈ ভয়ানক আন্দোলন হৈছে।চাৰিজন মানুহ আত্ম বলিদান দিলে।তথাপিটো ভোট b j p কেই দিলে। এতিয়া এই চৰকাৰ খনে ভাৱে যে যিমান বেয়া কাম কৰিলেও ৰাইজে আমাকেই ভোট টো দিব।
এদিন কাৰেণ্ট অহা যোৱা কৰিলতে মিডিয়া মাতি দিলে। সৰ্বসাধাৰণ ৰাইজে কি কৰিব?
Out of contul our carent bill
গোটেই অসম তে হৈছে চাৰ বৰ অসুবিধা হৈছে কিবা এটা কৰক
ৰাতিপুৱা ৫ বজাত মানুহৰ ঘৰত ১৬ হাজাৰ টকাৰ বিল দি যায়। বিল কিয় ইমান বাঢ়িল এইটো মাহত বুলি শুধিলেও কোনো বুজি নোপোৱা উত্তৰ এটা দিব।
মলাইৰ স্বাৰ্থত এই খেল হৈ আছে। মিটাৰটোৰ কাৰ্যক্ষমতা পৰীক্ষা কৰিব লাগে। জোখতকৈ বেছি কাৰেন্টৰ ব্যৱহাৰ দেখুৱাই চাগে।
সুন্দৰ । পৰিবৰ্তন হা । 🤣🤣🤣
আমাক টো নুসুধাকৈয়ে স্মাৰ্ট মিটাৰ লগালে। মানুহ নাথাকোতেই লগালে কোনো আগতিয়া জাননী নিদিয়াকৈ।
সিহঁতক মাতি আনি ফলা খৰিৰে উত্তম মাধ্যম সোধাওক ।
Smart MTR go back
জাননী দিয়াটো বাদেই, আমাৰ ক্ষেত্ৰত ঘৰত কোনো মানু্হ নথকাকৈ স্মাৰ্ট মিটাৰ বহাই থৈ গৈছিল।
চাৰ আপোনী কিবা এটা কৰক
আনৰ গাত চিকুটিলে কিমান দুখ পায় কি জানিব , নিজৰ গাত চিকুটি চালেহে গম পায়। তেনেকুৱা হৈছে কাহিনী।
ভাল আৰু ভাল
মামা এয়া কি নে মামিৰ। মাতি বিচাৰি ফুৰোতে বাকি কথা পাহৰিলি নেকি ধন্যবাদ মামা ধন্নবাদ
ইয়াৰ নিজৰ লগত এতিয়া হোৱাতহে গম পাইচে । সাধাৰন জনতাই ইমান দিন প্ৰতিবাদ কিয় কৰি আচে বুজিলি
প্ৰকৃততে ই যে বাধ্যতামূলক নহয় মাননীয় বিনায়ক ঘৰৰ কায়্যই প্ৰমান।
আগৰ চৰকাৰ হাৰিছিল APDCL ৰ অনিয়ম Electy এইবাৰ ধংস কৰিব smart mattersৰে মই বৰ অতিঠ হৈছো এই চৰকাৰ জিতিব নোৱাৰিব ।
Thank M.L.A. sahab.
Mojja
সাধাৰণ মানুহে যি ভুগিছে তেখেতলোকেও এদিন ভুগিলেহে গম পাব
Very good
Ok
Right speech.
ম্মাৰ্ট মিতাৰ ভাঙি পেলোৱা হ'ব লাইন মেনক কুবাম
সৰ্ব সাধাৰণৰ কি অবস্থা হয় মহোদয়ে অলপ বুজি পাব ।
Mojaaa.
BJP party and government go back
Vote BJP
এয়া অমিত চাহৰ লৰাৰ Smart meter দুখঃ কিয় কৰে !
এইবাৰেই এইবাৰ
Very good 👍😊❤😂😢😢😮😅😊😊news
ইমান দিনে আপুনি শুই আছিল নেকি? আপোনাৰ ঘৰত হোৱা বাবে গা জ্বলিছে ।
Smart MTR. Bandha haba lage
এইয়া অসমীয়াক দৰিদ্ৰ কৰি চৰকাৰৰ মন্ত্ৰী-বিধায়কে ধন ঘটি সম্পত্তিৰ পাহাৰ গঢ়িবলৈ আৰু নিৰ্বাচনৰ সময়ত ১৫০০/= টকীয়া সকলক কিনিবলৈ এনেদৰে ধনৰ খেল খেলিছে ।
স্মাৰ্ট মিটাৰ এক প্ৰকাৰৰ মামাই দিয়া বিভিন্ন আঁচনিসমূৰ ধন ঘূৰাই নিয়াৰ স্মাৰ্ট কৌশল । যাক সাধাৰণ মানুহে বুজি নাপায় ।
BJP zindabad private company job zindabad
স্মাৰ্ট মিটাৰ বাতিল কৰিব লাগে
Moja
মহাশয় এতিয়া সাৰ পালে,ইমান দিনে ৰাইজে স্মাৰ্ট মিটাৰ ক লৈ কৰি অহা প্ৰতিবাদ কাণত সোমোৱা নাছিল,এতিয়া নিজৰ ঘৰত লগাও তেহে মত ফুতিল,বিধান সভাত স্মাৰ্ট মিটাৰ ক লৈ বিৰোধী যে প্ৰশ্ন কৰোতে ফেঁচাৰ দৰে শুনি আছিল ,এতিয়া কি জ্বলি চা
এতিয়া মজা লোৱা আ ঐ দেহি
Mooja nije jal bonaiii nije jalot porise bhal kotha....aru hobo lage ...
ইশান নিউজ পটেল তো সিধাথই নিজৰ ঘৰতে ফিটিং কৰি লৈচে 😂😂😂😂😂😂😂😂
বেছিকৈ এইবোৰ News উলোৱা ঠিক নহয় ৷ নহ’লে আকৌ নতুন খবৰ ওলাব
Nice
Moja.....jomise.......
SmaftMTR. go. back
এয়া ৰিনিকি ভূঞাৰ স্মার্ট মিটাৰ
হেৰি ৰাইজে জলা কলা খাউতে মনে মনে আছিল ৰাইজ মৰিবলৈ দিছিল নিজৰ হওতে জকি উথিছে মানুহ মৰি জাব নহৰু ৪০০ আলু ৪০ পিযাজ চাউল দৰবা এই চৰকাৰ খন পাগল কৰিব
Rajniti bohut uporat uthse ki Kom aru. Bujai bujibo.
আইন গত ব্যৱস্থা গ্ৰহণ কৰক ।
বন্ধ হ'ব লাগে,,,,,, এই বোৰ
Very good sir,
Apuni minister ok dhorok. Department ok dhorok aru report korok. Apuni same govt or representative hoi apunaluke protest korok.
Adani group manu noti ase smart metter bondo ho lage
আপোনাৰ চৰকাৰ আপুনি জানে ।
Nijor tikat jui lagise dei
ডকাইত চৰকাৰ এইখন
ৰাইজৰ বহু সমস্যা হৈছে।গতিকে অসম চৰকাৰে ৰাইজৰ কথা বিবেচনা কৰক।
Good sir
Iman tetu fali siyorise j ISHAN news hangbadik jone j current he katise amiu sun 2din man loike current nuhua koi thaku. aji keneku lage gom pali.
BJP Sarkar
BJP zindabad sir.
বাহানা চা - মাক ছোদাই । মিটাৰ লগায় কিন্তু ঘৰৰ মালিকে গমেই নাপায় ।
Simanta r ghrtu lage
Right sir
Smart mitar kotha monot rakhi vot dim
Smart metare dubabo bjpk... Loksabha resultor pora eku siksha naloy neki
Mojja 🎉
Sir.. Apuni Assemblyt halla koribo... Aru eitu jate bandho hoi tar bebostha lok..
সাধাৰন ৰাইজে এনে অসুবিধা হলে নিউজ শুই আছিল
বাতৰিৰ মাজে মাজে পৰ্দাত কিছুমান আখৰেৰে বাতৰি আহে। কিন্তু ভাষাটো বঙালী কিয়? যদি অসমীয়াত বাতৰি প্ৰদৰ্শন কৰা হৈছে।
কংগ্ৰেছ
Muru same korile .. gate tola mora asile holeu wall jump mari ahi logai thoi gol smart prepaid meter
Good
এতিয়া কেনে?
Smart meter to be benb
Atya gom paiso kenekow lagese
CM a ki kobo atia?
😅😅😅😅BJPZindabad.এতিয়া হে আছিল কথা ওলাইছে
Mama ghrt logale nai??and piyuz hazarika ghrt?
বন্ধ হব লাগে স্মাৰ্ট মিটাৰ
Smart mitter ৰ কাৰনে আগন্তুক ২০২৬ ত অসমত bjp ক সম্পুর্ন ৰূপে বৰ্জন কৰা হব।
নিজৰ হলেহে সাৰ পাই। প্ৰতিবাদ স্বাৰ্থৰ বাবেহে কৰে।আনৰ দুখত দুখী হোৱাজনহে প্ৰকৃততে সমাজসেৱক।
Smart metter হল হিমন্তৰ এটা টেডিং বিজনেছ ৷
Yes
Absolutely right
Right
সন্মানীয় বিধায়কৰে এই দুৰাবষ্হা তেন্তে সৰ্ব-সাধাৰণ ৰাইজৰ কি হ'ব এবাৰলৈ ভাবক 😭😭😭⁉️⁉️⁉️
এইবিলাক সাধাৰণ জনসাধাৰণৰ বাবে ভয় ভাবুকি দেখুৱা । জনপ্ৰতিনিধি হৈ জনসাধাৰণৰ দুখ-দুৰ্দশা সমূহ সমাধান কৰিব নোৱাৰে যদি ভেৰা ৰখীয়া হোৱা যোগ্য ।
মজা এতিয়াহে মুখ্যমন্ত্ৰী মহোদয়ে গম পাব।
চৰকাৰী অফিচ বোৰত স্মাৰ্ট মিটাৰ লগাই চৰকাৰে বাহাদুৰি দেখাওক।
ইমান দিনে মানুহ বোৰে যে চিঞৰি আছিলে তেতিয়া কিয় মনে মনে আছিল , এতিয়া নিজৰ লগত হৈছে বাবে ন বিজেপি বেয়া হৈ গল নেকি
নিজৰ হলে সাৰ পাই , যি হৈছে ভাল হৈছে
ভালেই হৈছে
আইলৈ যি হাত
বাইলৈ সেই হাত
বিজেপি মন্ত্ৰী বিধায়ক বিলাকৰ ঘৰত এক লাখ টকা বিল আহিলেও দিব পাৰিব কিন্তু আমি দিন হাজিৰা কৰা দুখীয়া মানুহে হাজাৰ, হাজাৰ টকাৰ বিল কেনেকৈ দিম
Right cmt sir .how to pay .
Atiya hai gam paise nijar gharat lagar karane
তহতৰ চৰকাৰে ৰাইজক কিমান টেনচন দিছে নিজে গম পাইছা এতিয়া ? মিটাৰৰ বিষয়ে গম পালি বিজেপিৰ চৰকাৰ কেনেকুৱা ?
Next Electiont gom pabo..
BJP sorkare Oxomor babe bohut bohut Kam kori ase nohoi .
1500 tokiya kitar ghrot he smart meter logabo lage@@jadav5123
আদানিৰ লাভৰ কাৰণে কৰিছে।😡
কেবল আদানিৰে লাভ নে আনৰ একো নাই নেকি?
এই ঘটনা টো বিদ্যুত বিভাগৰ চমক বুলি কম নেকি নে মূখ্যমন্ত্ৰীৰ উন্নয়নৰ নমুনা বুলি কম?
ভালে হৈছে, প্ৰভু।ইমান দিন কত আছিল। ইছমাৰ্ত মিটাৰ প্ৰত্যেক মন্ত্ৰী তন্ত্ৰি সকলোতে লগাঁক।
আদানিৰ বিদ্যুত মিটৰ লবই
লাগিব৷ গাও অঞ্চলত গৃহস্হই গম নোপোৱাকৈ লগাই থৈ গৈছে