আজি বিবাহ পাশত আবদ্ধ হ'লো🙏||শিৰত সেন্দুৰ দিলে Kaku'য়ে🥺

Поділитися
Вставка
  • Опубліковано 27 лис 2024

КОМЕНТАРІ • 6 тис.

  • @nishikalita5593
    @nishikalita5593 Рік тому +7

    বহুত ভাল লাগে আপোনালোকৰ ভিডিও চায়❤❤

  • @bvlogsassam9226
    @bvlogsassam9226 2 роки тому +5

    যুগ্মজীৱনৰ বহুত বহুত শুভকামনা জনালোঁ।

  • @MBRFamily
    @MBRFamily 2 роки тому +10

    বিয়াখনৰ নিয়মবোৰ অলপ বেলেগ।শংকৰী নিয়ম চাগে। যুগ্মজীৱনৰ আন্তৰিক মৰম আৰু শুভেচ্ছা দুয়োলৈ।❤️❤️

  • @ChandikaPatowary-lg1it
    @ChandikaPatowary-lg1it 8 місяців тому +2

    যুগ্ম জীৱন সুখী হওক । শুভ বিবাহ

  • @ashiqurrahmanassam132
    @ashiqurrahmanassam132 2 роки тому +58

    ইমান‌ দিন‌ অপেক্ষা ৰ ফলত‌ আজি ‌ পাখি বাৰ‌ বি‌য়া দেখিলো‌ ,তোমালোকৰ যুগ্ম জীৱন ভাল দৰে হ‌ওক ভগৱান ৰ‌ ওচৰত‌ কামনা কৰো ,👩‍❤️‍👨

  • @ashiqurrahmanassam132
    @ashiqurrahmanassam132 2 роки тому +15

    তোমালোকৰ যুগ্ম জীৱন সুখী ‌ হক কামনা‌ কৰো‌ ,🙏, happy marriage life baa and kaku 👩‍❤️‍👨love from Doboka 🥰

  • @JatinBhuyan01
    @JatinBhuyan01 2 роки тому +123

    আজি পৰা কাকো নহয় দেই স্বামী
    হেৰা আহক আক দেৰি হৈছে নহয় 😂😂
    যুগ্ম জীৱনৰ বহুত বহুত শুভ কামনা থাকিল ❤️❤️

  • @_DADA_009
    @_DADA_009 Рік тому +1

    Last clip tu মা কচম মজা লাগিল

  • @bornaliboruah5930
    @bornaliboruah5930 2 роки тому +8

    যুগ্মজীনৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ,,,বহুত বেছি ধুনীয়া লাগিছে ❤️❤️❤️

  • @mainabarman158
    @mainabarman158 2 роки тому +46

    পাখি বা আপোনাৰ যুগ্ম জীবন সুখৰ হওঁক তাৰে কামনা কৰিলোঁ নেদেখা জনৰ ওচৰত ।🥰❤️

    • @asindianarmy323
      @asindianarmy323 2 роки тому

      Prothome lora hobe ne suali hbo
      Raiz---prothome dibose hbo..😂😂😂

  • @archanasaikia649
    @archanasaikia649 2 роки тому +6

    যুগ্ম জীৱনৰ বহুত বহুত শুভ কামনা যাচিলো দুয়ো জনকে | এনেকৈয়ে সদায় হাঁহি ধেমালিৰে থাকিবা |

  • @MunuKalita-j5c
    @MunuKalita-j5c 7 місяців тому +1

    🎉🎉 তোমাৰ জীৱনটো সুখৰ হক বা🎉❤🎉🎉

  • @prosantavlogs3099
    @prosantavlogs3099 2 роки тому +60

    যুগ্ম জীৱনৰ অলেখ শুভেচ্ছা থাকিল দুয়োজনলৈ সদাই যেন এনেকৈ এ সুখী হৈ থাকা তাৰে কামনা কৰিলো শুভ বিবাহ

  • @gitathakuria6778
    @gitathakuria6778 2 роки тому +12

    যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা থাকিল পাখি বা আৰু কাকু দা ❤️ ভগৱানে আপোনালোক দু‌য়োকে ভালে ৰাখক 🙏

  • @mantupathak5678
    @mantupathak5678 8 місяців тому +3

    তোমালোকৰ জীৱন সুখী হয় যাতে

  • @nitamanisaikia218
    @nitamanisaikia218 2 роки тому +1

    আপোনাৰ দাম্পত্য জীৱন সুন্দৰ হওক

  • @munmibarman5817
    @munmibarman5817 2 роки тому +6

    দুইকে ভগবানে ভালে ৰাখক আৰু বহুত মৰম লগা হৈছে দুইকে 💖💖

  • @madhusmitabaishya5177
    @madhusmitabaishya5177 2 роки тому +9

    যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা থাকিল পাখি বা কাকু দা❤❤দুয়োটাকে মোৰ পৰা বহুত বহুত আশীর্বাদ থাকিল✨✨

  • @mayurmousumivlogs
    @mayurmousumivlogs 2 роки тому +7

    যুগ্মজীৱন সুখেৰে ভৰি পৰক বহুতো শুভেচ্ছা থাকিল ❤️❤️❤️

  • @ashokmurahworld1432
    @ashokmurahworld1432 2 роки тому

    যুগ্ম জীৱনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @SurashreeChutia
    @SurashreeChutia 2 роки тому +20

    দুয়োলৈ যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা থাকিল।💐 অনাগত দিনবোৰ দুয়োৰে সুখৰ হওঁক।❤

  • @ponkhiphukonmusical1335
    @ponkhiphukonmusical1335 2 роки тому +59

    দুই লৈ যুগ্ম জীৱনৰ বহুত শুভেচ্ছা যাচিলো অনাগত দিনবোৰ সুখ শান্তিৰে পাৰ হৈ তাকে কামনা কৰিলো ❤ তোমালোকে অলপ কাজিয়া কম কৰিবা দেই বিয়া পিছত। happy married💍 life baa and dada❤❤

  • @shrutisikhakhanikor4601
    @shrutisikhakhanikor4601 2 роки тому +39

    বহু অপেক্ষাৰ অন্তত বিয়াৰ video🥰... যুগ্ম জীৱনৰ অলেখ শুভেচ্ছা ❤️

    • @radhaborah9424
      @radhaborah9424 2 роки тому

      বহুত ধুনীয়া লাগিছে দুয়ো জন কে

    • @bipulkonwar1626
      @bipulkonwar1626 2 роки тому

      Pakhi vonti tumak makhala sador pindhisa duniya lagisa hosae maja maja pindhiba..

  • @anniehandique6238
    @anniehandique6238 2 роки тому +1

    Biya nopota agotei amak biya pata feelings diya babe tysm...ekdom bojar kora pora hokolu bur dekhuwa bbe

  • @Spideyfrr
    @Spideyfrr 2 роки тому +11

    যুগ্ম জীৱন সুখৰ হওঁক দুয়োৰে❤️❤️❤️

  • @Geetu10
    @Geetu10 2 роки тому +12

    Congratulations pakhi baa.... তোমালোকৰ যুগ্ম জীৱন যাতে সুখৰ হয় তাৰে কামনা কৰিলো......... 🥰🥰

  • @trishnasarania1281
    @trishnasarania1281 2 роки тому +24

    যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল কাকু দাদা আৰু পাখি বা ❤️ ভগৱানে সদায় ভালে ৰাখক ✨🧿💗

  • @bulantideka859
    @bulantideka859 2 роки тому +1

    দুয়োলৈ শুভেচ্ছা থাকিল

  • @dipankargogoi2655
    @dipankargogoi2655 2 роки тому +5

    যুগ্ম জীৱন সুখৰ হওঁক দুয়োৰ🥳

  • @assamorripun
    @assamorripun 2 роки тому +4

    congratulations my dear beautiful sister and brother...may God alwazz bless u....n u have a happy life ahead.....❤️❤️❤️❤️

  • @momibaishya987
    @momibaishya987 2 роки тому +24

    যুগ্ম জীৱন সুখী হওক তাকে কামনা কৰিলো 💕

  • @PonchiBorah-h5p
    @PonchiBorah-h5p 8 місяців тому +1

    Nice ladiese kaku dada and pakhi ba❤❤❤❤

  • @SurajSaikia21
    @SurajSaikia21 2 роки тому +6

    যুগ্ম জীৱনৰ সুখী হওক pakhi baa ru kaku daa ❤ love from North Lakhimpur

  • @munmibora7280
    @munmibora7280 2 роки тому +35

    যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল দুয়োলৈকে ❤️

    • @monjubora9663
      @monjubora9663 2 роки тому +2

      বিয়া মাতিবা বা

  • @sikhakr9603
    @sikhakr9603 2 роки тому +15

    যুগ্ম জীৱনৰ বহুত বহুত শুভকামনা থাকিল আপোনালোক দুয়োলৈ❣️

  • @nogenborah7135
    @nogenborah7135 2 роки тому +1

    ঔ পাখি বা তোমাক ভাল লাগিছে

  • @jyotikaboruah2964
    @jyotikaboruah2964 2 роки тому +38

    যুগ্ম জীৱনৰ বহু বহু শুভেচ্ছা থাকিল❤️

  • @manalishadas2421
    @manalishadas2421 2 роки тому +7

    বৈবাহিক জীৱনৰ আন্তৰিক শুভেচ্ছা জনালো তোমালোক দুয়োজনকে ❤ আজীৱন সুখী হোৱা তোমালোক দুয়োজন ❤❤❤ পাখি বা ইমান মৰম লাগিছে কইনা সাজত তোমাক ❤❤❤❤❤❤💫 কাকু দাদাকো দৰা সাজত ভাল লাগিছে ☺

  • @mridusmitadas9875
    @mridusmitadas9875 2 роки тому +22

    দুয়োলৈ যুগ্মজীৱনৰ শুভেচ্ছা জনালোঁ।সুখী হোৱা।❤️❤️ শংকৰ সঙ্ঘৰ বিয়াৰ নিয়ম ভাল লাগিল।

  • @rumibegum1625
    @rumibegum1625 2 роки тому +1

    ভাল লাগিল আপোনালোক দুয়োটাকে

  • @bhaitynarah9338
    @bhaitynarah9338 2 роки тому +3

    প্ৰথম নিশাৰ যুদ্ধটো লাইভ দেখা পাম বুলি আশাঁ কৰিব পাৰিমনে,,কিয়নো শেষলৈকে ধামাকা হ'ব বুলি কলিজে🤣

  • @chitraranjanmedhi1971
    @chitraranjanmedhi1971 2 роки тому +7

    মনে বিচৰা ধৰনেৰে সুখী হোৱা। দুয়োটাকে যুগ্মজীৱনৰ শুভেচ্ছা জনাইছো।।

  • @mr.jayantakuli6230
    @mr.jayantakuli6230 2 роки тому +6

    দুয়োলৈ ‌ যুগ্মজীৱনৰ বহুত বহুত শুভেচ্ছা থাকিল ___🥰 জীৱন সুখী হওক তাকে কামনা কৰিলোঁ

  • @Indianboy123dt
    @Indianboy123dt 2 роки тому

    যুগ্ম জীৱনৰ বহুত শুভেচ্ছা বাইদেউ from nalbari

  • @jibonor_anubhuti_official
    @jibonor_anubhuti_official 2 роки тому +9

    যুগ্ম জীৱন সুখৰ হওঁক তাৰে কামনাৰে 😍😍
    পিছে বিয়াৰ নিয়ম সকলোৰে বেলেগ বেলেগ হয় 😀

  • @trishnasmultivlogs5668
    @trishnasmultivlogs5668 2 роки тому +4

    যুগ্ম জীৱন সুখৰ হওঁক তোমালোকৰ ❤️

  • @niharikamahantadhemaji
    @niharikamahantadhemaji 2 роки тому +7

    যুগ্ম জীৱনৰ শুভেচ্ছা থাকিলে ❤️❤️ মনে বিচৰা ধৰনে সুখি হোৱা তোমালোক

  • @nijarabarman6763
    @nijarabarman6763 2 роки тому +2

    ধুনিয়া।লগাহৈছে

  • @bhanitarvlogs4924
    @bhanitarvlogs4924 2 роки тому +3

    যুগ্ম জীৱনৰ সোখি হওক দুয়োৰে তাৰে কামনা কৰিলোঁ🥰

  • @queenboruahmusical8545
    @queenboruahmusical8545 2 роки тому +5

    যুগ্ম জীৱনৰ শুভকামনা যাচিলোঁ ❤️ সুখী হোৱা দুয়োজন❤️❤️

  • @tridisharajkhowa717
    @tridisharajkhowa717 2 роки тому +18

    তোমাৰ বৈবাহিক জীৱন সুখৰ হওক পাখি বা😍

    • @archnamoran3911
      @archnamoran3911 2 роки тому

      Happy married ❤️❤️❤️ ba vini ❤️❤️❤️

    • @pinkibora1283
      @pinkibora1283 2 роки тому

      Happy married life

  • @probinbezbaruah6444
    @probinbezbaruah6444 2 роки тому +1

    ধুনীয়া লাগিছে চাই 👌👌👌👌👌

  • @ritamazumdar696
    @ritamazumdar696 2 роки тому +4

    আশীৰ্বাদ থাকিল যুগ্ম জীৱন সুখৰ হওঁক ❤️❤️❤️

  • @durlovnath8859
    @durlovnath8859 2 роки тому +8

    Happy married life Kaku daa nd Pakhi baa💖✌️🔥💐

  • @sangitakalita5097
    @sangitakalita5097 2 роки тому +8

    Happy married life pakhi and kaku ❤️❤️❤️lots of love 💕

  • @shyamalmixture970
    @shyamalmixture970 2 роки тому +1

    বহুত ভাল লাগিছে আজি।

  • @debajitborah3101
    @debajitborah3101 2 роки тому +43

    বৈবাহিক জীৱনৰ বহু বহু শুভকামনা জনালোঁ❤️

  • @padumirabha7018
    @padumirabha7018 2 роки тому +6

    আপোনাৰ বিবাহিত জীৱনত সুখ-শান্তি
    কামনা কৰিলো যাতে
    আপোনালোক দুয়ো সদায় সুখী থাকে। ☺️♥️💖জীৱনত যিমানেই ঘাট প্রতিঘাত নাহে কিয়
    তোমালোকক দুয়ো,
    একে অপৰৰ লগত থাকিবা তাৰেই কামনা কৰোঁ।
    Happy Married Life☺️♥️💓💕🥰
    Udalguri r pora bohut bohut morom aru val puwa jasilu baa and dada 💓🥰

  • @tridipakalita7880
    @tridipakalita7880 2 роки тому +532

    যুগ্ম জীৱন সুখী হওক বা

  • @rupeshmurah2940
    @rupeshmurah2940 Рік тому +2

    ভাল লাগি 💯💯💯💯👌বাইড

  • @nishansarma6266
    @nishansarma6266 2 роки тому +5

    যুগ্ম জীৱনৰ পাতনি মেলে ❤️

  • @rupjyotisaikia6383
    @rupjyotisaikia6383 2 роки тому +5

    যুগ্ম জীৱনৰ শুভকামনা থাকিল আপোনালোক দুয়োলৈ ।সদাই যেন এনেকৈ এ সুখী হৈ থাকে তাৰে কামনা কৰিলো।❤️

  • @iloveassam8062
    @iloveassam8062 2 роки тому

    যুগ্ম জীৱনৰ শুভ কামনা থাকিল

  • @rb_music_mix
    @rb_music_mix 2 роки тому +10

    Happy marriage Life Pakhi didi Love from Goalpara Assam 🥰❤️❤️❤️

  • @akashitaravlog1189
    @akashitaravlog1189 2 роки тому +5

    Happy married life pakhi nd kaku❤️

  • @bumonvlogs3222
    @bumonvlogs3222 2 роки тому +4

    Happy married life Kaku & Pakhi.

  • @jasbirmamonichannel431
    @jasbirmamonichannel431 2 роки тому +1

    ভাল লাগিল চাই 😍😍

  • @barnalisutradhar8004
    @barnalisutradhar8004 2 роки тому +5

    Happy married life pakhi baa kaku da ❤️😍💞💝🔥🔥

  • @dutta22
    @dutta22 2 роки тому +5

    *শুভেচ্ছা ভনী❤️😉জীৱন দায়িত্ব অলপ বাঢ়িল* 🦋 সুন্দৰ হওঁক সংসাৰ👍

  • @Universalmusic24
    @Universalmusic24 2 роки тому +26

    দুয়োকে যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল অনাগত দিনবোৰ যেন সুখেৰে পাৰ হয় ❤️❣️ কাকু পাখি বাৰ বিয়া হল পিছে ৰাজখোৱা sir ৰ বা কেতিয়া বিয়া হয 🤪❣️

  • @bhaimurmuaxom1273
    @bhaimurmuaxom1273 2 роки тому

    যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ আপোনালোকক

  • @gitanjaliboro6064
    @gitanjaliboro6064 2 роки тому +4

    Congratulations pakhi and kaku❤

  • @bazzokadevil4643
    @bazzokadevil4643 2 роки тому +4

    Happy married life pakhi baa ❤️❤️❤️

  • @kirongogoi2562
    @kirongogoi2562 2 роки тому +11

    দুয়োজনলৈ যুগ্মজীৱনৰ অফুৰন্ত শুভেচ্ছা থাকিল ❤️ সদায় এনেদৰে সুখী হৈ থাকক ❤️

  • @madanborgohain3882
    @madanborgohain3882 Рік тому +1

    বহুত ভাল লাগিল

  • @nikitaboruah4106
    @nikitaboruah4106 2 роки тому +5

    Happy married life kaku da Aru pakhi baa ❤💕

  • @dhananjoyroy4719
    @dhananjoyroy4719 2 роки тому +4

    Congratulations Pakhi baa & kaku Dada ❤️🙏

  • @AmorJyoti45
    @AmorJyoti45 2 роки тому +4

    দুয়োকে যুগ্মজীৱনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এনেদৰেই পাৰ হৈ যোৱা 🥰🥰

  • @jayprakashsutradhar5237
    @jayprakashsutradhar5237 2 роки тому +18

    যুগ্ম জীৱনৰ আন্তৰিক শুভেচ্ছা জনালোঁ দুয়োলৈ 🥳🥳 সুখী হৈ থাকা আজীৱন ❤️❤️

  • @kakusaikia6165
    @kakusaikia6165 2 роки тому +11

    Happy married life pakhi and kaku da ❤😘😘😘

  • @nitumonibaishya8414
    @nitumonibaishya8414 2 роки тому +4

    যুগ্ম জীৱন সুখৰ হওঁক 🙏❤️

  • @arnabraider3115
    @arnabraider3115 2 роки тому +1

    ঘৰজোঁৱাই নমস্কাৰ 🙏 ভালে থাকিব।

  • @sarma29
    @sarma29 2 роки тому +30

    Happy married life to both of you stay blessed always ❤️❤️🥰you both look great 😍

  • @gautamthapa7670
    @gautamthapa7670 2 роки тому +4

    Happy married life kaku & pakhi ❤️❤️❤️

  • @kaushikpratimborahblog9915
    @kaushikpratimborahblog9915 2 роки тому +18

    CONGRATULATION 🎊 BOTH OF YOU HAPPY MARRIED LIFE PAKHI SISTER AND KAKU BROTHER .

  • @editing_lover
    @editing_lover 2 роки тому

    যুগ্ম জীৱন সুখী হওক তাৰে কামনা

  • @mridulnath5533
    @mridulnath5533 2 роки тому +8

    যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল 😍😍💜

  • @Sun_shine94
    @Sun_shine94 2 роки тому +26

    Happy married life ❤️
    দুই জন যেন সদায় ভালে থাকা তাৰে কামনা কৰিলোঁ 🥰

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 роки тому +1

      Hello Tumi muru frd hba ni moiu back krim tumk

    • @Sun_shine94
      @Sun_shine94 2 роки тому

      @@dhunurumurlife6151 oke thik ase❤️

  • @priyamdas1246
    @priyamdas1246 2 роки тому +10

    Happy married life pakhi baa and kakuu Da❤☺ .. Be happy in ur life .. Congrats 💐

    • @barbiescreation2886
      @barbiescreation2886 2 роки тому

      Ata kotha buji napalu, mane aketa gharate Dora koina ekeloge j?

    • @khanindrathakur129
      @khanindrathakur129 Рік тому

      Toi.tajpuror.pagla.phatakor.pi.etta.ahica matha.nosto.hoice tr.hijrq

  • @letsgowithbhaswati7898
    @letsgowithbhaswati7898 2 роки тому +1

    যুগ্মজীৱন মধুময় হ‌ওক।

  • @joyshreedas8739
    @joyshreedas8739 2 роки тому +7

    যুগ্ম জীৱনলৈ দুয়োকে বহুত মৰম আৰু শুভেচ্ছা থাকিল 💐❤️

  • @sahariakabyashree2033
    @sahariakabyashree2033 2 роки тому +7

    Happy married Life pakhi baa ❤️

  • @gyandeepvauna9842
    @gyandeepvauna9842 2 роки тому +4

    Happy Married life pakhi baa and kaku daa❤❤

  • @deeppegu901
    @deeppegu901 2 роки тому +1

    ভাল লাগিছে 👍👍👌👌👌🙌🙌🙌🙌🙌

  • @gayatrisaikia3967
    @gayatrisaikia3967 2 роки тому +4

    Happy married life pakhi ba & kaku dada💘❤️

  • @purabideka3727
    @purabideka3727 2 роки тому +13

    শুভ বিবাহ বা ❤️❤️❤️দুয়োৰে যুগ্ম জীৱন সুখৰ হওক 🥰🥰

  • @munusingh50
    @munusingh50 2 роки тому +4

    Happy Married life pakhi nd kaku 😍😍😍💑

  • @rumigogoi9379
    @rumigogoi9379 2 роки тому

    আপোনালোক বহুত বহুত ভাল লাগিছে যুগ্ম জীৱন ভাল হয় যাতে শুভেচ্ছা জনালোঁ😊🙏

  • @ankurchamuachannel5191
    @ankurchamuachannel5191 2 роки тому +15

    Happy married life kaku da and pakhi ba 🥰

  • @rakeshkurmi749
    @rakeshkurmi749 2 роки тому +8

    HappY Married Life Kaku da and Pakhi ba 💕