কি কম মই মোৰ কবলৈ ভাষা নাই মোৰ হৃদয় চুই গৈছে বহুত ধুনীয়া কাহিনী আৰু আগুৱাই যোৱা মই ভগৱানৰ ওচৰত প্ৰাথনা কৰিছোঁ ❤❤❤❤ soubhik da আৰু rose ba ভগৱানে আপোনালোক সদায় আশীৰ্বাদ কৰক 🌹❤🌹
Tumi amr hero hoi soubhik da 🎉❤anekoie agbahi jua 💗..Raja Rani uff this story is unbelievable ❤Thank you soubhik da amak emn ata beautiful story forward r babe 😊 apunar team to 🔥 love you Rose ba and soubhik da ❤
No Hollywood No bollywood our assam favorite assamese short film ৰাজাৰাণী" my assam favorite youtuber soubhik rajkhua daa & rose baa , im excited soubhik daa 😘😘😘😘😘
কি কম কবলৈ ভাষা নাই😢❤কাহিনীটো বহুত ভাল লাগিছে আৰু তাত কৈ বেছি ভাল লাগিছে গানটো🙂 । আশা কৰিছো অতি সোনকালে আকৌ এটা এনেকুৱা এটা কাহিনী পাওঁ যে🙂love from jorhat ❤
Bor ধুনীয়া কাহিনী 😢দুখ লাগিগল😢😢
ইমান সুন্দৰ অভিনয় আৰু কাহিনীটো হৃদয় চুই গৈছে আৰু সঁচা প্রেম কেতিয়াওঁ মিলন নহয়
Hosa oo
Hridoy sui jua ak kahini❤ hosai vl lagil sai🥰♥️♥️♥️
😢😂😅❤
Khub val lagil❤❤ last scene kadi dilu😢😢😢
কি কম সৌভিক দা কবলৈ ভাষা নাই ইমান ধুনীয়া কাহিনী 🥺💕 শেষত কান্দি পেলালো 😭
Same 😢
Hllw
Bandita Saikia Tumi mur Maina name tu copy korila dekhun
Same 😢😢
Ross baa la beya lage jay aru sovike da lhu beya lage jay 😢tume xodey xukhu thek😢❤😊
হৃদয় চুই যোৱা এটা কাহিনী 😍👍Raja Rani ❤
খুব সুন্দৰ আগোৱাই যোৱা তোমালোক , আৰু তোমালোকৰ প্ৰেম যুগমীয়া হওক
কি কম মই মোৰ কবলৈ ভাষা নাই মোৰ হৃদয় চুই গৈছে বহুত ধুনীয়া কাহিনী আৰু আগুৱাই যোৱা মই ভগৱানৰ ওচৰত প্ৰাথনা কৰিছোঁ ❤❤❤❤ soubhik da আৰু rose ba ভগৱানে আপোনালোক সদায় আশীৰ্বাদ কৰক 🌹❤🌹
Fg percentage in NBA rim is as didn't de eg ft dgxgzxWfhggfffyrfdsddddrrttt ty
আধৰোৱা এক সচাঁ প্ৰেমে বুকুত খুন্দিয়াই গ'ল❤️😭
Hosai bohut dhuni ak love story.l love Soubhik daa aru rose baa apunaluk aru aguwai jauk
Mind blowing lvstry showbhik daa aru rose baa vry heart touching stry ❤❤🥺🥺
Well done to all members 👍🏻👍🏻❤❤🔥
আগুৱাই যোৱা আমাৰ সহযোগিতা সদাই তোমাৰ লগত আছে।।❤️
সচাঁকৈ হৃদয় চুই গ'ল কাহিনীটোৱে🥺❤️
কবলৈ ভাষা নাই ,😢ইমান সুন্দৰ অভিনয় লগতে কাহিনীটো,হৃদয় চুই আপোনালোক আগুৱাই যাওক😢❤❤বহুত বহুত মৰম আপোনালোক সকলোলৈ❤❤এতিয়ালৈকে ৩ বাৰ মান চালোঁ😢😢আজি আকৌ এবাৰ চাই কমেণ্ট কৰিলোঁ❤😢চকুপানী ৰখাব নোৱাৰিলো😢মৃত্যু সময় খিনি যে ইজনে সিজনৰ বাবে 😢😢😢😢oh My God 😢ভাষা নাই soubhik da nd rose ba❤
ইমান সুন্দৰ কাহিনী...!!
অন্তৰ চুই গ'ল। বহুত ভাল লাগিল।
গান টো শুনি আবেগিক হলোঁ...সকলোলৈ মৰম❤
Mojja. ❤❤❤❤❤
Mojaa ❤❤
Moja❤
Rat
@@music_vloge ter is
এই কাহিনীটো কোনে কোনে ভাল পালা লাইক এটা কৰিবা
হৃদয় চুই গল এই কাহিনীটোৱে 😌 আচলতে সচাঁ মৰম ভালপোৱা মিলন নহলেও আজীৱন অমৰ হৈ ৰৈ যায় 😔 আগলৈ আৰু ভাল কাম কৰি যোৱা মোৰ ফালৰপৰা best which থাকিল তোমালোকৰ লৈ 👍
সুন্দৰ অভিনয়ৰ সকলোৰে আৰু আগুৱাই যোৱা।।🧿🫶🏻
Bhut val lagil sai....❤❤❤❤😢😢😢😢..last t..olp dukh lagil😢😢
কি কম কবলৈ ভাষা নাই........ সঁচা ভাল পোৱা এইয়াই প্ৰমাণ ❤😔🥺
অতি সুন্দৰ 👌সকলো কলা কুশলীলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যত জীৱনৰ উজ্বল কামনা কৰিলোঁ 💐
Kbole aru bhakha a nai ....emn hundor ata kahini 💯🥺❤️
সমাজত থকা কিছুমান স্বাৰ্থপৰ মানুহৰ বাবেই সচা ভাল পোৱা মানুহৰ কিছুমানে নিজৰ ভাল পোৱা হেৰুৱাই আৰু কিছুমানে নিজৰ প্ৰাণ হেৰুৱায়।
Garu sur majja acting 🥰
Guru sur top level acting❤❤
Souvik da mojja lagila bohut dhuk lagila sai sokur pani musi a tot puya a nie😭🥺🥺.
সৌভিক দাদাক ভাল পোৱা সকলে like ata কৰিব ❤❤❤❤। Like he খুজিছোঁ পইচা খোজা নাই😂😂😂।
😂
Sdjjgx 😢❤❤
❤❤❤
❤❤
গানটো শুনি আবেগিক হলো 😢 সকলোলৈ বহুত বহুত মৰম ❤❤❤
গানটো শুনি চকুৰ পানী ওলাই গল... গাৰ নোম শিয়ৰি উঠিল... ❤😢 Love you all ❤❤
ভাল লাগিল চাই ❤💗 তুমি আৰু মই 😊 ৰাজা+ ৰাণী
খুব সুন্দৰ কাহিনী ভাল লাগিল। গানটোও বহুত ধুনীয়া। ❤
দুখ লাগিল 😢😢😢😢লগতে ভালো লাগিল❤❤❤soubhik ৰ sort film বোৰ সদাই heart touching হয় ❤❤❤❤❤love frm Bukakhat ❤
দুখ লাগিল 😢😢 লগতে ভাল লাগিল 🎉🎉🎉
Bukakhat nhoi Bokakhat hoi 𝚜𝚙𝚎𝚕𝚕𝚒𝚗𝚐 vul
Bhut vl lgil oo
বহু অপেক্ষাৰ অন্ত পৰিল🥺 হিদয় চুই যোৱা এক প্ৰেম কাহিনীৰো অন্ত পৰিল 😢 বহুত ভাল লাগিল চাই সচাঁই কোনোৱে নাজানে কাৰ কেতিয়া কি হৈ😟 এনেকৈ আগ বাঢ়ি যোৱা আৰু আমাৰ কাৰণে আগলৈও এনেদৰে ধুনীয়া ধুনীয়া কাহিনী আগবঢ়াই লৈ আহা❤ সৌভিক দা🎉
অতি সুন্দৰ কাহিনী গান টো শুনি বহুত আবেগিক হৈ গলো
অতি সুন্দৰ 👌গানটো শুনি আবেগিক হৈ গলো আৰু আগুৱাই যোৱা❤️❤️❤️❤️
কিছুলোকৰ সঁচা ভালপোৱাৰ মিলন কেতিয়াও নহয়। চিৰজীৱন আজীৱন অধৰুৱা হৈ ৰৈ যাই। আজি আকৌ প্ৰমাণ দেখিলোঁ❤ 🐝🌙
Xosa ktha dada
Yes 🥰
😊😊
Hsa 😢😢😢
HSA kotha 😢
Bht dhunia kahini..aru agbahi jua.. heart touch kori goise short film khn a.. lot's of love 💕..sokolure Val pua manuh jon/ joni Val a thakok..❤
সকলোৰে অভিনয় অতি সুন্দৰ হৈছে ।আৰু আগুৱাই যোৱা ।
সচাই বহুত ভাল লাগিল সৌভিক দা ❤হৃদয় চুই যোৱা কাহিনী
বহুত ধুনীয়া কাহিনী লৰালি ধেমালি বোৰ মনত পেলাই দিলা কিন্তু শেষত কন্দৱাই দিলা 😢😢😢
❤️এক অন্তৰ স্পৰ্শ কৰা এটি কাহিনী 💝❣️_এনেকুৱা কাহিনী আৰু🎶 গীত যদি শুনা যায়_মনটো_আৰু_হৃদয়_উচুপি উঠে💘❣️_😔_শেষত মনটো বিশাদে তুলি পেলালে যায় 😔😓
কাহিনী_সংগীত_অভিনয়_অতি সুন্দৰ দাদা ❣️❣️❣️❣️
আকৌ_যাতে🌼 এখন চাব পাৰো ❣️🍭 সমাজে কিয় এই প্ৰেম বোৰক সহাঁৰি নিদিয়ে 💔
❤️Keep__-it-__up_-_bro❤️
সৌভিক_দা_বাবে_লাইক_কৰিব
Hosakoi bohut besi Val lagil sai ....soku pani ulai gol❤️❤️agbahi juwa tuma luk ❤️❤️
অতি সুন্দৰ কাহিনী 😊... গান টো শুনি বহুত আবেগিক হৈ গলোঁ 😢... বহুত ভাল লাগিল চাই আৰু বহুত দুখো লাগিল😔 ..সিহঁতৰ প্ৰেম আধৰুৱা হৈ ৰল😔🥺🥺
কবলৈ ভাষা নাই ইমান ধুনীযা কাহিনী❤❤😢 শেষত ইমান দুখ লগা কাহিনীটোৰ চকুপানী ৰখাব নোৱাৰিলো😭💧
এনেকুৱা চিনেমা নবনাবদে বহুত দুখ লাগি গ'ল। 😢অন্তত ৰাজা ৰাণীৰ মিল হ'ব লাগিছিল আৰু দোখীয়ে শাস্তি পাব লাগিছিল।❤👌🤞👍💜😇
বহুত ভাল লাগিছে,,,,আবেগৰ নদীত বৈ গৈ থাকিলো চকুৰে পানী নিগৰী গল,,,,তোমালোক সদাই ভালে থাকা,,,,Lost of love from patsala
গানটোয়ে হৃদয় চুই গৈছে ❤️❤️বহুত বহুত মৰম সকলোলৈকে 💞
হৃদয় চুই যোৱা বহুত ধুনীয়া কাহিনী ❤👍😍raja rani ❤
বহুত আবেগিক হৈ গলো😢❤।। সকলোৰে অভিনয় ধুনীয়া হৈছে❤
বহুত ভাল লাগিছে চাইকিন্তু অকণমান দুখ লাগিল বহুত বহুত ভাল লাগিল
Soubik da bohut val lagil fliim khon sai
চকুৰ পানী ৰখাব নোৱাৰিলো ইমান দুখ লগা কাহিনীটো..😭😭😭
😂😂😂😂😂🤣🤣🤣
বানপানী নকৰিবা😂😂
Tumi amr hero hoi soubhik da 🎉❤anekoie agbahi jua 💗..Raja Rani uff this story is unbelievable ❤Thank you soubhik da amak emn ata beautiful story forward r babe 😊 apunar team to 🔥 love you Rose ba and soubhik da ❤
Soukhik is pagol😂
Amar nokobi tur hero hoi sage sudu
Raja
Ayuibvm❤🎉😂😢😮😅😊
Amar hero😂😂😂
Camera quality background music ultimate hoise 🔥❤️
কোনে কোনে বহু দিনৰ পৰাই অধিক আগ্ৰহী হৈ আছিলে ।❤❤❤😊😊😊
Moi agohi hoi asilu
No Hollywood No bollywood our assam favorite assamese short film ৰাজাৰাণী" my assam favorite youtuber soubhik rajkhua daa & rose baa , im excited soubhik daa 😘😘😘😘😘
দুখ লাগি গল সচাকৈ অতি সুন্দৰ কাহিনী ❤
Soku pani ulai gol gol 🥺❤️✨xomaj khon ekebare nuhua hoi gol goi 🥺
অপেক্ষা অন্ত পৰিল।
বহুত ভাল লাগিলে
আৰু আগুৱাই যোৱা মই ভগৱানক পাৰ্থ না কৰিছোঁ 🌹
শেষৰ ফালে চকু পানী ওলাই গল 😢
বৰ ধুনীয়া হৈছে ❤...
Love you all❤
আৱেগিক হৈ পৰিলো সঁচাই 🙂❤️
ভালপোৱা পাবলৈও ভাগ্য লাগে আৰু এক হবলৈও
সেয়ে থকা জনক গুৰুত্ব দিয়ক 🙂❤️🫂
সুন্দৰ কাহিনী। কাহীনি আৰু অতিকৈ প্ৰিয় শিল্পী জনৰ নদিয়াল গীতটি শুনি সচাই বৰ আবেগীক হৈ পৰিলো। love from lakhimapur❤❤
চকু পানী বৈ আহিল ❤️। সচাঁই বৰ হৃদয়বিদাৰক কাহিনী গানটোৱ বেছিকৈ মোক কন্দোৱালে।😭😭
কন্দুৱাই পেলালে দাদা 🥺❣️ সকলো কাহানিৰ অন্ত তোন হাঁহি ৰে শেষ নহৈ ✨🙂
ৰজা ৰাণী 1Million হবলৈ গৈ আছে congratulation🎉❤❤
Mojjah lage ❤️short flim bur sai last kon beya lagil 🥺😭
সচায় হৃদয় চুই গ'ল কাহিনীটোয়ে ❤️🥺
জানো এনেকোৱা লাগিল নিজৰ লগত ঘটি গ'ল😌🥲
সুন্দৰ কাহিনী♥ বা আৰু দাদা💕🥰
বহুত মৰম ♥ থাকিল ভাইটি ৰ পৰা♥ আৰু টীম তোলৈ শুভেচ্ছা থাকিল💌 @Love♥ from jorhat dahotia📍♥
চুটি ছবি খনৰ কাৰণে বহুত অপেক্ষা কৰি আছিলোঁ.......... ফল টো মিঠা এ পালোঁ বাৰু.......বহুত ভাল লাগিল👀💗......বাকী বহুত খিনি মৰম যোৰহাটৰ পৰা ❤️
সুন্দৰ কাহিনী অভিনয় 🔥
চকুৰ পানী ৰখাব নোৱাৰিলো😢 ইমান দুখ লগা কাহিনীটো 😢 সকলোৰে অভিনয় সুন্দৰ হৈছে❤ আগলৈ আৰু ধুনীয়া ধুনীয়া কাহিনী চাব পাম বুলি আশা থাকিল সৌভিক দা❤💕
Moja lagil short film khon sai fali disa soubhik da bhut time pora rokhi aselu sam sam buli... 🥳🎉 NEED MORE LIKE THIS..💕💞
বাপ ৰে দাদা চুকুৰ পানী ওলাই গৈছে ও 🥺🥺,thnkyou so much দাদা,মেইন কি যানে আমাৰ অসমীয়া জাতি টোত হে এইবোৰ বেছি। ইমান ধুনীয়া ভিদিও দিয়াৰ বাবে ধন্যবাদ 🙏🙏 আকৌ আগুৱাই যোৱা 🙏🙏🙏
Dada bht vl lgil ❤❤ last seen Tut bht kndlu🥺🥺😌❤️❤️❤️
বহুত দুখ লগা কাহিনী আৰু গানটো শুনি আবেগিক হৈ গলোঁ 😢😢😢 আৰু বাঘে চেলেকাৰ অভিনয় ধুনীয়া হৈছে👌👌👌❤
Moja lagile sai soubhik da raja rani short film ❤❤❤
হৃদয় চুই গল❤
হাত দুয়োখন মিলাই দিওতেই চকু পানী ওলাই গল❤❤
Fainally ... Congratulations Soubhik da🙌
Spelling tu huddho ke likha bro fainally nhoi finally 💀
KOTHA TU TU ETAI NA .... BANAN T LAGI LAV NAI...BUJI PAISA TU TATEI JOTESTHO।।।।
ইমান ধুনীয়া কাহিনী ❤️ শেষৰ ফালে চকুপানী ৰখাব নোৱাৰিলোঁ 😟
Heart touching story 😢😢😢
❤❤❤😢😢😢😢😢😢😢 Dhunia 😥😥😥😭😭😱😒
বহুত বেয়া লাগিলে কাহিনীটো চায় 😢😢 ।। সঁচাকৈয়ে চকুপানী ওলাই গৈছে 😭😭,, কি কম আৰু সৌভিক দা🥺🥺🥺 ।।।। আগলৈ আৰু এনেকুৱা ভিডিও পাম বুলি আশা কৰিলো😔😔😔
Better than previous short films ❤ best wishes to the team 🎉 need more like this 💕
বাঘে চেলেকাক ভাল লাগিছে ❤😂🎉
সঁচা ভাল পোৱা কথা কোনেও বুজি নাপাই 😞 ভাল পোৱা ত যে জাতি , ধৰ্ম, ধনী,দুখীয়া একোঁ চিনি নাপাই 💔🥺
ইয়াত জাতি ধৰ্ম কথা কোৱা নাই....নিজৰ ঘৰতে ঘৰতে বিয়া পাতাৰ কথা কৈছে.....ছোৱালী জনী জেঠাইৰ জীয়েক হয়নে....সেইবাবে...
সুন্দৰ 😍
বহুত সময়ৰ পৰা ৰৈ আছিলো আপোনাৰ short film ৰ কাৰণে চাই বহুত ভাল লাগিল 🔥🔥☺️❤️❤️❤️❤️❤️❤️❤️
অতি সুন্দৰ কাহিনী দাদা । বহুত ভাল ও লাগিল বহুত দুখ ও লাগিল । মই নকন্দাকৈ থাকিব নোৱাৰিলো 😢😭
বহুত বেছি ভাল লাগিল, ক'বলৈ ভাষা নাই ইমান ধুনীয়া কাহিনী, শেষলৈ চকুৰ পানী ওলাই গৈছিল।।🥺❤️
Mindblowing brother ❤ enekua hei hobo lagey short film 🔥
বহুত ভাল লাগিলে চাই ❤আবেগিক 😢😢
কি কম কবলৈ ভাষা নাই😢❤কাহিনীটো বহুত ভাল লাগিছে আৰু তাত কৈ বেছি ভাল লাগিছে গানটো🙂 । আশা কৰিছো অতি সোনকালে আকৌ এটা এনেকুৱা এটা কাহিনী পাওঁ যে🙂love from jorhat ❤
বাস্তৱ জীৱনত ভালপোৱা সফল নহলে দুয়ো একেলগে মৰি লগত থকাই ভাল 😢💗 বাস্তৱ জীৱনত আপোন মানুহখিনিও যদি বুজি নাপায় মৰি থকাই ভাল কেতিয়াবা মৰণে যেন আপোন আপোন লাগে
Heart touching vdeo ❤
very excited to see this and waiting for it ❤🎉😮
Everyone has done such a beautiful acting, thanks to everyone and make more short films in future, my blessings are for you guys.
সচাই বহুত ভাল লাগিল সৌভিক দা❤❤শেষৰ ফালে গাৰ লুম শিয়ঁৰি উঠিল😥😥😥আগলৈ আৰু ভাল ভাল এনেকুৱা কাহিনী তোমাৰ পৰা আশা কৰিলোঁ🙏🙏🙏🙏
Bohut bohut dhunia,,,perfect ..last scene logote goru suror emotions plus song milai Mur soku Pani ulai gol...very nice creation..keep it up
Soubhik da story to taman hoi se dee never give up soubhik da love from mirza this story is so god ❤