LIVE | ৰমেন বৰুৱাৰ পৰিয়ালৰ প্ৰতিজন সদস্য আছিল একো একোজন ৰত্ন | Ramen Baruah Family | N18L

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 33

  • @Bidbeast
    @Bidbeast 3 місяці тому +6

    অসমৰ সংগীত জগতত অনবদ্য অৱদান আগবঢ়াই থকা ৰমেন বৰুৱাৰ ভাতৃ সকললৈ মোৰ মৰম জ্ঞাপন কৰিছো।আজীৱন সংগীত জগতৰ হো তা আজি কত হেৰাল।ইয়াকে কয় জীয়াই থাকোঁতে নিদিয়ে কিয়া পুথি মৰিলে দিব চিৰি আঙুঠি।সেয়েহে কৈছোঁ ঘৰ বোৰ জলিবলৈ নিদিব ।ঘৰ জলিলে সমাজ জলিব সমাজ জলিল মানে জাতি জলিৰ ।জাতি জলিৰ দিয়া নহব বহুত কষ্ট বহু লোকৰ আহুতি বহু ছহিদৰ তেজেৰে ৰাঙলী হোৱাৰ পাছত এই অসম অসমৰ সংগীত সংস্কৃতি ধৰ্ম সকলোকে শান্তি দিয়াক গুৰুত্ব দিবৰ হল।নহলে কথা ভীষণ হব।ভগৱান প্ৰতিজন পৱিত্ৰ অন্তৰৰ মাজত লুকাই আছে।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 3 місяці тому +13

    এই ঘৰটো অসমৰ সম্পদ,হেৰিটেজ ভৱন হিচাবে ঘোষণা কৰা উচিত। তাৰ দায়িত্ব অসম চৰকাৰে লব লাগে।।

    • @rajivgogoiwarrens6290
      @rajivgogoiwarrens6290 3 місяці тому

      @@deadmosquitocreations7044 because it's a heritage building which carries legacy of Assamese art and culture,,,a lot of examples are there,

  • @devajyotiborah8672
    @devajyotiborah8672 3 місяці тому +2

    What about the next generation of the famous Barua family of Uzan Bazar ? Did they achieve anything of significance like that Golden Generation?

  • @bagadbilla452
    @bagadbilla452 3 місяці тому +1

    বহুত ভাল লাগিল চাৰ। বহুত নজনা কথা জানিলে video টোৰ পৰা। গুণিয়েহে গুণৰ মুল বুজি পায়। ধন্যবাদ।

  • @animadutta6605
    @animadutta6605 3 місяці тому +3

    বৰেণ্য শিল্পী তথা বিশিষ্ট সুৰকাৰ জন যেন সুস্বাস্থ্যৰে ঘূৰি আহে, ভগৱানৰ ওচৰত তাৰেই কামনা কৰি কাতৰ প্ৰাৰ্থনা কৰিছো 🙏🏻🙏🏻।
    তথ্য সমৃদ্ধ সুন্দৰ বাতৰি প্ৰদৰ্শন। আগলৈ এনেকুৱা বিতৰ্ক বিহীন বাতৰি পোৱাৰ আশাৰে আৰু শুভ কামনাৰে।

  • @anilbora2237
    @anilbora2237 3 місяці тому +1

    The news of missing Ramen Baruah has shocked us. Extremely unbearable.

  • @anjanborah-5069
    @anjanborah-5069 3 місяці тому +1

    বৰ আমনিদায়ক ভাবে ৰাম কামোৰ দি বাতৰি পৰিবেশন কৰে আপুনি প্ৰভু 🙏🙏

  • @putulidas5451
    @putulidas5451 3 місяці тому +1

    Oti sonkale ramen baruwak bisari diyak dada help kare jen aapuni

  • @TILOKBAISHYA
    @TILOKBAISHYA 3 місяці тому

    Very good News

  • @dhirenmahalia9059
    @dhirenmahalia9059 3 місяці тому +1

    সুন্দৰ বিশ্লেষণ

  • @rajanisonowal6838
    @rajanisonowal6838 3 місяці тому +1

    আজলী ককাই নহয় চাগে অজলা ককাই

  • @molinadas9009
    @molinadas9009 3 місяці тому +1

    Teulukok sorkare khohai kora utsit..kisu Aarthik dikhot dipen Dak hotok help koribo Lage. Buha hoise tenekei gan gabo nematein kunu..olop soku dia val buli vabu❤

  • @bipinkumarsaikia7145
    @bipinkumarsaikia7145 3 місяці тому +1

    ভাল লাগিল ।কথাবোৰ জানি

  • @aviltech8018
    @aviltech8018 3 місяці тому +3

    কোনোবা হেৰাই গ'লে ,বা নোহোৱা হ'লেহে ভাল কথাবোৰ চৰ্চা হয়,, থাকোতে কোনো চৰ্চা নাই , সংবাদ মাধ্যমৰ ও খবৰ নাই

  • @KripanjaliKataki
    @KripanjaliKataki 3 місяці тому +2

    Very good news for for all and specially for new generation.

  • @hemantadeka1370
    @hemantadeka1370 3 місяці тому +1

    Pride Assamese family

  • @bhabanandabordoloi5112
    @bhabanandabordoloi5112 3 місяці тому +2

    Val lagil

  • @manobendrabordoloi4630
    @manobendrabordoloi4630 3 місяці тому

    Royal Baruah family of Guwahati

  • @TCF573
    @TCF573 3 місяці тому +3

    Ajoli kokai nohoi Ajola kokai

  • @HaraPrasadSharma-i5j
    @HaraPrasadSharma-i5j 3 місяці тому +1

    ভূঁইকপ 1957 নহয় 1950 হয়

  • @BaruvaUttara-rw5tq
    @BaruvaUttara-rw5tq 3 місяці тому +1

    Thanks News 18 for sharing these information. I pray to God , Ramen Barua sir should come home soon.

  • @abhilekhR1
    @abhilekhR1 3 місяці тому +2

    Search operation hol ne

  • @runjunborah9799
    @runjunborah9799 3 місяці тому

    Ai gharto moi bhal paiso karn j&kGhor aru atit aamar ghra dizain belg ek ai lagisa

  • @madhurjyasaikia6728
    @madhurjyasaikia6728 3 місяці тому

    আপোনালোক সঁচাই পিটন খোৱাৰ যোগ্য দেই । আজলি ককাই কি হে ?? নজনাকৈ কিয় এইবোৰ প্ৰগ্ৰেম কৰে ?

  • @Bhargav-xt2ui
    @Bhargav-xt2ui 3 місяці тому +1

    আপুনি জানে নে ৰমেন বৰুৱা দেৱৰ পিতৃৰ ঘৰ কত আছিলে , Gogole nkora koi kowk sn .jane jodi , etiya manuh jon নিৰুদ্দেশ হোৱা কাৰনে মানুহ জনৰ ঘৰত গৈ। তেওলোকৰ personal life ot interfaire kori তেওলোকক মনোকষ্ট দি আছে গৈ ।

  • @BB-qt1xt
    @BB-qt1xt 3 місяці тому +1

    অজলা ককাই
    নীৰেন বৰুৱা অভিনেতা, বাতৰি পৰিবেশক (ৰেডিঅ') যাৰ কণ্ঠ এতিয়াও আমাৰ মনত, প্ৰাণত বিৰাজমান 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @tapankalita4950
    @tapankalita4950 3 місяці тому +5

    homework korise. 😂

  • @channelabcreation
    @channelabcreation 3 місяці тому

    Eanei eanei selbelai lakbandh nuhuwa kotha eagal koi ase

  • @labakumar72
    @labakumar72 3 місяці тому +2

    Atia gom pale Ratna buli... Iman dine ki Ghorar ghaa kati asile. Konoba dina kiba news prochar korisil ne tekhetor oprt? Tekhet kot ase, ki korise, ki khaise, ki paise?? Aibor lai.

  • @TCF573
    @TCF573 3 місяці тому +1

    Broken Borua nip borua . Niren boruah D'ibon borua Romen borua . Dipen borua k bhalkoi janu''.
    Niren borua I Radior batori porhisil . Porialtur bikhoye jonuwat dhonyabad . Old Dr Bejborua khon. Kebabaru salu. Ki je hundor cinema bonaisil !!!

  • @Jackspero-5731
    @Jackspero-5731 3 місяці тому

    Tharth class members