লখিমপুৰৰ ১০৭ বছৰীয়া এগৰাকী ককা|| লাখুটি নোহোৱাকৈ নিতৌ খোজ কাঢ়ে, খালি চকুৰে পঢ়ে কিতাপ, ঘোষা আদি।

Поділитися
Вставка
  • Опубліковано 24 жов 2024

КОМЕНТАРІ • 35

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 23 години тому +2

    পৰম শ্ৰদ্ধাৰ ককালৈ আমাৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা আৰু প্ৰণাম জনালোঁ। ভগৱানে তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কৰক। তেওঁক ভগৱানে কুশলে ৰাখক তাৰেই আন্তৰিক শুভ কামনাৰে।❤❤❤

  • @nitirajkhowa6521
    @nitirajkhowa6521 2 дні тому +4

    তেওঁ আৰু বহুত দিন জীয়াই থাকক ।

  • @7gc970
    @7gc970 2 дні тому +3

    ভগৱানে মঙ্গল কৰক আশিবাদ কৰাছো
    । আমাৰ গাঁৱত এজন আছিল ১২০ বছৰ হৈছিল এখেতকৈ সুস্ত আছিল কিন্ত বতমান তেখেত নাই ।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 2 дні тому +2

    ২০০ বছৰৰ বেছি হ'ল।😊😊😊।৯৫ বছৰৰ বেছি কেতিয়াও নহয়। অদৰকাৰী কথা কিয়‌ প্ৰচাৰ কৰে।দেউতাই শতবৰ্ষ জীয়াই থাকক।

  • @loveyoumore9568
    @loveyoumore9568 2 дні тому +6

    ১০৭ বছৰ হবই নোৱাৰে । তেখেতৰ কুষ্টি আছেনে ?

  • @gopinathchetia9911
    @gopinathchetia9911 20 годин тому

    Long live

  • @DipanjaliDuarah
    @DipanjaliDuarah День тому

    Kaka bahut din thakibo Ami axibad karishu.

  • @2244khan
    @2244khan 2 дні тому +7

    মাশা আল্লাহ, ১০৭ বছর বয়সে প্রতিদিন ১২ মাইল হাঁটেন। আরো ২০ বছর বেঁচে থাকুন, দোয়া করি। আমি সিলেটী বলে তোমাদের কথোপকথন বুঝতে অসুবিধা হয়নি।

  • @binudburagohain8701
    @binudburagohain8701 2 дні тому +3

    মিছা কথা‌ ।হব নোৱাৰে 98 হব পাৰে

  • @RubiSharma-d8j
    @RubiSharma-d8j День тому

    আগৰ দিনত শুৱৰণি নবনায়ে প্ৰায়েই তেনেহলে বয়সটো কেনেকৈ কব পাৰিলে? কেতিয়াও ১০৭ বছৰ নহয়।কথা কেইটা শুনিলেই বুজা যায়।

  • @atikurrahman8730
    @atikurrahman8730 2 дні тому +3

    মিছা কথা কিয় কয় ১০৭ বছৰ হুবা নাই দে ৯৫ হব পাৰে

  • @parikhitboruah9704
    @parikhitboruah9704 2 дні тому +3

    Freedom fighter Pention ৰ বাবে বয়স বঢ়োৱাৰ চেষ্টা ।90ৰ তলত বয়স।

  • @dimpygogoi5566
    @dimpygogoi5566 День тому

    Dada koka lorar boiakha kiman dekhat dekhun 45-50 man hb kenekoi kokar 107 basar hb apunia kk sun

  • @RinaBorah-h8j
    @RinaBorah-h8j День тому

    দেউতা‌‌ আপুনি আৰু দীঘাউহক

  • @minativishwakarma3985
    @minativishwakarma3985 День тому

    🙏🙏🙏

  • @Kusalsonowal
    @Kusalsonowal 18 годин тому

    A.pa

  • @RajuSaikia-y9h
    @RajuSaikia-y9h День тому

    ❤❤❤❤❤❤❤😂🎉🎉🎉

  • @DipenNath-h9q
    @DipenNath-h9q День тому

    Misa katha news but kiya diy

  • @DipenNath-h9q
    @DipenNath-h9q День тому

    Potekar kiman boyakh

  • @sarojinichaudhury179
    @sarojinichaudhury179 День тому

    গামোছাখন হ’লে খাটি অসমীয়া নললে ৷

  • @JLI321
    @JLI321 3 дні тому

    🎉🎉🎉🎉

  • @bhupendutta4781
    @bhupendutta4781 День тому

    মোৰ ককা ১৯৪০ জন্ম হৈছিল এতিয়া আছে। বাহঁৰ সঁজুলি বনাই এতিয়াও আৰু কিতাপ পহি থাকে মই নোৱাৰা অংক কৰি দিয়ে এতিয়াও ককাই দোকান দি খাই আছে। আমাৰ ককাও নাওঁবৈচাৰ পৰা অহা।

  • @MadhurjyaOzah-u6k
    @MadhurjyaOzah-u6k 2 дні тому

    Fake news

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru День тому

      107 বছৰ হোৱা নাই খুউব বেছি 90 বা 92 বছৰ মান হব ।

  • @Kusalsonowal
    @Kusalsonowal 18 годин тому

    A.p.n.r.h.skamna.karilu

  • @pinkuboruah2245
    @pinkuboruah2245 2 дні тому

    🙏🙏🙏