Aapunar hisaab eh, for example, Auniati Xatra ba any other renowned xatra't jodi mahila egowrakiye xaran loi, tenehole heh guru jon pakhondo hoi junei xaran tu disile?
@Rasamit6360 Krishna. Moi aapunar perspective tu acknowledge and respect korisu kintu aapuni mur question tu exactly etiya uu answer kora naai. Renowned pobittra xatra buror guru jona bur maane pakhondo according to your statement. Because teyo lokei ketiya prohibit nokore mahila maanuk xaran lobole. I'm just curious to understand the nuances here. Thanks.
Krishna🙏🙏🙏🙏
অতি সুন্দৰ ভাৱে আপুনি তত্বগধুৰ কথাশৈলী আগবঢ়োৱা বাবে আপোনালৈ বহুত বহুত আন্তৰিক সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ...
এই কথাখিনি ভক্ত প্ৰাণ বৈষ্ণৱ বৃন্দৰ লগতে সনাতন ধৰ্মৰ সকলো লোকে অনুধাৱন কৰাটো ভাল | তেতিয়া সমাজত সকলোৱে শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰিব |
🙏🙏
কৃষ্ণ কৃষ্ণ বাপ প্ৰাভু জনা কৃষ্ণ সেৱা নিবেদিলে প্ৰাভু জনা কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি বৰ ওপকৃত সইছে কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি হৰি হৰি হৰি ৰাম ৰাম ৰাম ৰাম। বাপজনাক শতকৌটি প্রনাম। ❤❤🎉🎉
সুন্দৰ বৰ্ণনা কৃষ্ণ বাপ ভাল লাগিল ধণ্যবাদ।
Krisna krisna krisna krisna krisna❤❤❤❤❤❤❤❤❤
Krishna Krishna Krishna
বৰ সুন্দৰ লাগিল,,, আগলৈ এনেকুৱা ধৰ্মৰ কথাৰে পাম বুলি আশা থাকিল। ধন্যবাদ।জয় শ্ৰী কৃষ্ণ,,
জয় গুৰু শঙ্কৰ🙏🙏🙏🙏
Ram Ram
apunar explain khini bhal lagil
কৃষ্ণ কৃষ্ণ কৃষ্ণ
সেৱা গ্ৰহন কৰিব
ভাগৱতৰ কিমান অধ্যায় কিমান নম্বৰ কোটত আছে জনাব বাপজনা
নাৰিক গুৰু জনাই শৰণ দিয়া কথাহে জানো।
কৃষ্ণ অপৰাধ নধৰিব কৃষ্ণ।।
কৃষ্ণ, প্ৰভু পাষণ্ড শব্দটো ব্যৱহাৰ নকৰাই মঙ্গল। আধ্যাত্মিক ভাৱে পুৰুষ এজনেই।
কিয় বাপ... শঙ্কৰদেৱে দেখুন পাষণ্ড মৰ্দ্দন ভাগ কীৰ্তন পুঠি উল্লেখ কৰিলে...আমি নো কি...🙏🙏
Krishna
সুন্দৰ কথা জনি বুজি শুনি বহুত ভাল লাগিছে নজনা কথা
🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ বহুত বহুত ভাল লাগিল ।
ৰাম ৰাম কৃষ্ণ কৃষ্ণ
পাষণ্ড গুৰুৰ ব্যাখ্যাটো বৰ সুন্দৰ লাগিল ।বৰ্তমান সময়ত সীতাৰ দৰে ফাট মেলা বসুমতী পাতালে লুকাওঁ বুলি ক'লেও ফাট নেমেলে । ভকতি ভিতৰৰ বস্তুহে। নাৰীয়ে ভগৱন্তৰ ওচৰত শৰণ লব নোৱাৰে বুলি একো কথা নাথাকে । পুৰুষ এজনেই । পৰম পুৰুষ ভগৱন্ত । বাকী সকলো প্ৰকৃতি । আপোনাৰ জ্ঞান গভীৰতাৰ বাবে ধন্যবাদ ।
নাৰীয়ে ভগৱন্ত ওচৰতে শৰণ লয় বাপ....ভগৱন্ত তেওঁ স্বামী লগত বিবাহ কৰাই ভকতি সহজ কৰি দিলে..দেহ বোৰ প্ৰকৃতি হয় ...স্বামী শৰীৰক নহয় আত্মা পুজিলে ভগৱন্ত শৰণ নহয় জানে....তাকো এক স্বামীৰ শৰণ ...যিহেতু আমি সকলো প্ৰকৃতি.....কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ
Khuni bhut bhut val lagil🙏🙏🙏🙏
Nice.
কৃষ্ণ
১০০% সত্য ৷
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏
❤❤❤❤❤ Om Shanti Om Shanti Om Shanti ❤❤❤❤❤
thanks dada 🎉🎉 from Dhubri
Krishna bhal lagil
,W
বহুতো ভাল কথা কৈছে কিন্তু যি স্বামীয়ে নিজৰ মানুহজনীক সুৰক্ষা দিব নোৱাৰে তেনে স্বামীক কেনেকৈ ভক্তি কৰিব।
স্বামী শৰীৰৰ নহয় আত্মাহে..
স্ত্ৰী সূদ্ৰো যদি কৰে আহ্মাত ভকতি।
তাহাত কহিবা ইটো জ্ঞান মহামতি ।।২৬৩
ভাগৱতৰ একাদশ স্কন্ধৰ উদ্ধৱ সংবাদত ২৬৩নং পদত এইদৰে শ্ৰীকৃষ্ণই কৈছে । তাৰমানে স্ত্ৰী জাতিয়ে কৃষ্ণত ভক্তি কৰাত বাধা নাই। শঙ্কৰ দেৱ গুৰু জনাৰ মতে "শৰণ বিনাই ভকতি .....এৱা ঘটে যেন জল ।" ভকতি পন্থাত শৰণ অপৰিহায্য । শৰণৰ বাবে এজন গুৰুৰো অনস্বীকাৰ্য ।
আপোনাৰ মতে স্বামী (ৰাস ক্ৰিয়া গোপী সকলৰ উক্তি মতে মায়াময় পতি ) গৰাকীৰ ব্যক্তিৰেকে নাৰীয়ে কৃষ্ণৰো ভকতি কৰিব নাপায় তেওঁৰ সতীত্ব নাশ হৈ যায় । কৃষ্ণক ভক্তি কৰা আইগৰাকী অসতী এনেযুক্তি পালে ক'ত ?
বিয়া হোৱা স্বামী গৰাকীয়েহে আইগৰাকীক শৰণ দিব ??? মায়াময় পতিসকলৰ গাত এনে গুণ আছেনে আই সকলে ভৰষা কৰিব পৰাকৈ জগতগুৰু শঙ্কৰদেৱৰ স্থলাভিক্ত কৰিব পৰা যায় ।মুক্তিৰ পঠ নিজেই বিছাৰি হাবাথুৰি তেওঁ আকৌ আনক মুক্তি দিব? হাস্যকৰ।আপুনি নিজকে সোধক কোনটো দৃষ্টি কোনৰ পৰা আপোনাৰ পত্নীৰ মুক্তি দাতা আপুনি হব পাৰে
? (গুৰুৰ মাহাত্ম্য জানি লওক) আপুনি যি সকলক পাষণ্ড গুৰু বুলি কৈছে তেওঁলোক উপদেশ কাৰিহে ।মানুহে মানুহক শৰণ দিব নোৱাৰে নিদিয়ে । নজনাকৈ গ্ৰাম্য কথাৰে আই সকলৰ মুক্তিৰ পঠ ৰুদ্ধ কৰিব বিছাৰিছে নে গুৰুজনৰ দ্ৰোহিয়া সকলৰে আপুনিও এজন । গুৰুজনে স্ত্ৰী, সুদ্ৰ অন্ত্যজক মুক্তিৰ বাবে জীৱন জুৰি সংগ্ৰাম কৰি শৰণ ভজন পন্থা দি থৈ গৈছে । কপতিয়া সকলে চলে বলে কৌশলেৰে আজিও কুঠাৰঘাট কৰিব এৰা নাই নহয়নে?
দেহক আত্মা বোলে অজ্ঞানীৰ মতি
অজ্ঞান থাকি দেহে দেখে চন্দ্ৰজ্যোতি.....বাপ ,স্বামী বুলি শৰীৰটোক আশ্ৰয় লোৱা সকলক স্ত্ৰীয়ে নহয়..দেহ দৃষ্টি কৰা সকলোৱেই এৰা ঘটৰ জল.....কৃষ্ণ
Katha khini100/. True buli anubhab hal val lagil krishna 2
, কৃষ্ণ কৃষ্ণ
বাপ, সেৱা লব ৷ গুৰুজনাই ব্ৰাহ্মণ নাৰী ইত্যাদিক শৰণ দিয়া সম্পৰ্কে আপোনাৰ ব্যাখ্যাটো শুনিলো ৷ ই ভিত্তিহীন বুলি মনে ধৰিছে ৷ চন্দৰী আই, মহেন্দ্ৰ কন্দলীক কোনে শৰণ দিছিল বাৰু ? বৃন্দাবনত ৰূপ গোস্বামীয়ে লিখি থৈ যোৱা মতে তেওক গুৰুজনাই শৰণ দিছিল ৷ জগন্নাথ পুৰীত গুৰুজনাই কেইবাজনো পাণ্ডাক শৰণ দিছিল বুলি চৰিত পুথিয়ে কয় ৷ এইবোৰ বিস্তৰ অধ্যয়ণৰ বিষয় ৷ নাৰীক শৰণ নিদিয়া সম্পৰ্কে কৈ শেষত নাৰীৰ গুণ গান গালে ৷ পৰনাৰী গমনকাৰী পুৰুষৰ দোষ নেদেখিল ৷ সৎ পুৰুষ সজাই শৰণৰ যোগ্য বুলি প্ৰকাৰন্তৰে কলে ৷ নৱ জাতকৰ লিংগ সম্পৰ্কে দিয়া ব্যাখ্যা বিজ্ঞান সন্মত নহয় ৷ অপৰাধ বিনাশন ৷
বাপ,গুৰু জনে লিখা শাস্ত্ৰৰ পৰা কৱক বাপ.....অন্য লিখা বানী সত্য নহয়....গুৰু বাণী লগত মিল নাখায়....কৃষ্ণ....নাৰীক স্বামী সকলে
শৰণ দিয়ে....অন্যই শৰণ দিয়া নাৰী সতী হৱ নোৱাৰে.....কৃষ্ণ
Krishna. Hakalu.nari.akanhai😢
কৃষ্ণ বাপ প্ৰভু আধ্যান্তিক দেহতত্ত্বৰে শৰণ ভজন স্নান গ্ৰহন এই শব্দ চাৰিটাৰ আত্মতত্ত্বজ্ঞান বুজাই দিবচোন ?কৃষ্ণ ----
নিশ্চয় ,Vedio বোৰ ভাল দৰে চাৱ ...উত্তৰ আগৰ Vedio বোৰ পাব....কৃষ্ণ
ভাষা প্ৰাঞ্জল আৰু সংযত হ'ব লাগে।তক্কৰ ,কামানি আদি শব্দ শ্ৰুতি কটু হৈছে বাপ কৃষ্ণ।
🙏🙏
ভাষা সংযত হ'ব লাগে একো নজনা কৈ এইবোৰ ভাষা ব্যৱহাৰ কৰে কিয় ফটুৱা
হয় বাপ জন! সম্পূৰ্ণ শুদ্ধ কথা কিন্তু চকুৰ আগতে নাৰী সকলৰ যি মহিমাভাৱিলে ভয় লাগে।ভাল লাগিল শুনি।কোন দিশৰে আগ বাঢ়িছে কিহৰ এইবোৰ ভবাৰ সময় নাই। ভবিষ্যত এন্ধাৰ।জয় শ
শ্ৰী কৃষ্ণ
🙏🙏🙏
ভক্তক প্ৰকৃতিৰ শাৰীত ধৰা হয়।যদিহে নাৰী পুৰুষৰ সৈতে বিবাহ হোৱাৰ বাবে গুৰুজনাই নাৰীক শৰণ দিয়া নাছিল,তেনে হ'লে পুৰুষে নাৰীৰ লগত বিবাহ পাশত আৱদ্ধ হোৱাৰ সত্বেও পুৰুষক শৰণ দিলে কিয় বাৰু?পুৰুষসকলে ও যে হে স্বামী বুলি ভগৱন্তক স্মৰণ নকৰে জানো?কৃষ্ণ।
বাপ, নাৰী আৰু প্ৰকৃতি পাৰ্থক্য আছে ....
সাম্য গুণ যাৰ থাকে তাকে প্ৰকৃতি বুলি কয় ...
ভগবান আৰু সদগুৰুৰ মাজত পাৰ্থক্য কি বাৰু ????
শব্দৰ উচ্চাৰণত গুৰুত্ব দিব ।
🙏🙏
Apunar byakhya valei kintu...........akhomiya hastrat English habda kot ase Baru kokai deo
🙏🙏
🙏🙏
Amar society t akou sah jalpan khaboloi saran diye ,...wo , saran lole jadi ...teur hate khabo pari bigya Jane koi ..
প্ৰকৃতি আৰু পুৰুষৰ মাজৰ অৰ্থ তো বুজাই দিবচোন
পুৰুষ আত্মা প্ৰকৃতি শৰীৰ
ঈশ্বৰ সেৱাৰ পঠদেখুৱাই দিয়া কিছু নিয়ম নীতি সিকাই দিয়াহ্য় ইয়াক শৰণ বুলিও কয় পুৰুষৰ দৰে শৰণদইয়আনহয় যইমনযআই নকব বঙজিলব
বাপ নাৰীৰ ঈশ্বৰেই স্বামী...স্বামীক আশ্ৰয় কৰাই নাৰীৰ শৰণ....নীতি নিয়ম শৰণ নহয়.....শৰণ বিষয়ে আগৰ Vedio বোৰ চাৱক....কৃষ্ণ
মহাশয় আপুনি গুৰু জনাক পাষণ্ড বুলি কিয় কলে। সেই জনা গুৰুৰ শৰণতে আমি আচল স্বামীক চিনি পালো।ভগৱন্তৰ কৃপা দৃষ্টি লাভ কৰিছো। শ্ৰী ৰূপা দাস। বি চাৰিয়ালি।
কোন গুৰু কথা কৈছেনো....নাৰীক শৰণ দিয়া কেই জন নেকি....স্পষ্ট কৰক.....শঙ্কৰ বাণী মিচা নহয়.....কোন স্বামী পালে...মায়া নে অময়া...জনাৱক ...কৃষ্ণ
Kisna paunale ati anurudh Ane giyan pabo babe ki pohim kot pam di bone kisnoh
Maa তুলসী ke Laxmi buli পোৱা আৰু গধূলি বন্তি জলো অা hoi ।সকলো গৃহত ,পূজাত তুলসী পা ত , গছে সদাই প্ৰায়োজন। যাৰ গৃহত যাৰ গৃহত নাৰী আৰু তুলসী নাথাকে অমংগল হয় ।আপোনাৰ বাক্য 50% সত্য নহয় ।কিছু সত্য বাৰ্তাৰ বাবে ধৈনবাদ থাকিল। 18:38
আই ...ইয়াত ভক্তি কথা উল্লেখ কৰা হৈছে...পূজাৰ নহয়...
তুলসী পূজা প্ৰয়োজন যি ঘৰত কৃষ্ণৰ ভকতি নাই....কৃষ্ণ ভকতি নকৰিলে তুলসী লক্ষ্মী যাকে গূজা নকৰক জীৱ মঙ্গল কেতিয়াও নহয়..কাৰণ....সদায় গুৰিত পানী ঢালক...ডাল পাতত নহয়...কৃষ্ণ
Kaistar ajanar ba hudra ajanar para barhminak haran deà Sankardev
শৰণ দিছিলে (1) চিলাৰায (2) ৰাধিকা ( 3) চান্দ সাই (4) জগদীশ মিশ্ৰ । গতিকে দেখা গ'ল যে গুৰুজনাই চাৰি বৰ্ণক বাদ দিয়া নাছিল ।
ৰাধিকা সতীত্ব পৰীক্ষা কৰিছিল...শৰণ দিয়া নাছিল...
আমি সকলো যদি প্ৰকৃতি হয় বেলেগ কিয়
গুণ বাবে বাপ ....প্ৰকৃতি তিনিগুণ....কৃষ্ণ🙏
বাপ আপুনি কোওৱা দৰে কিছুমান চাণ্ডল ৰূপী স্বামী আছে সেই পত্নিয়ে সেই স্বামী সেৱা কৰিলে কিবা কামত আহিবনে
শৰীৰক নহয় আত্মাক সেৱা কৰিলে নিশ্চয় কামত আহিব...কৃষ্ণ
dada widow mahila sakal saran lobo paray nay?
দেহৰ আশ্ৰয় শৰণ নহয়.....আত্মাৰ আশ্ৰয় কৰা হে শৰণ....কৃষ্ণ
Aapunar hisaab eh, for example, Auniati Xatra ba any other renowned xatra't jodi mahila egowrakiye xaran loi, tenehole heh guru jon pakhondo hoi junei xaran tu disile?
Amar mate nahay bap.,.. Geeta Bhagavad mate he
@Rasamit6360 Krishna. Moi aapunar perspective tu acknowledge and respect korisu kintu aapuni mur question tu exactly etiya uu answer kora naai. Renowned pobittra xatra buror guru jona bur maane pakhondo according to your statement. Because teyo lokei ketiya prohibit nokore mahila maanuk xaran lobole. I'm just curious to understand the nuances here. Thanks.
Bamun kun Abidant asa
Moi eixetrat ekmot nahai ,patik bhajana karile kunubai muktir path pabne? Jadi bhagbanak bhajan nakare .aakow eitu kale je kayadhuepatir lagate bhagabanak bhajana karar babe prahladr dare putra pale tulashi aaru kayadhu duyujanire swami ashur aasil .kathakhini spasta nahol.
ভগৱান নো কি আই.........মাধৱ গুৰুজনে আত্মা ঈশ্বৰক ভজিব কৈছে....স্বামীৰ শৰীৰক নহয়....স্বামী আত্মা ঈশ্বৰক সেৱা কৰক.....নিশ্চয় তৰিব....তুলসী ,কায়াধু দুমিখীয়া বা সকাম ভক্তি কৰিছিল....কিন্তু কায়াধুৱে সন্ত সংগ পাই সকাম ভক্তি নিগুণ ভকতিলৈ পৰিণত হৈছিল বাবে প্ৰহ্লাদ জন্ম হৈছিল...যাৰ গাত অসুৰ গুণ নাছিল.....মহিমা সত সঙ্গৰ আই......কৃষ্ণ
সৰু চোৱালী বোৰক বলাৎকাৰ কৰা বুহা মানুহ কেইজনক চাগৈ গুৰুয়ে শৰনে দিয়া নাছিল দেহি ঐ
নিশ্চয়,সদ গুৰু ওচৰত শৰণ নলয়....লম্পট পাষণ্ডৰ শৰণ ললে ......এনে নহয় কি হৱ....কৃষ্ণ
mork
morkh o
h
কেৱল স্বামীৰ ওচৰত শৰণ লোৱাৰ বাহিৰে নাৰীৰ শৰণ নাই যদি নাৰীৰ মুক্তিও নাই আৰু স্বামীহীন বা অবিবাহিত মহিলাৰ ক্ষেত্ৰত কাৰ ওঢৰত শৰণ ল'ব? গুৰুজনাই পুৰুষতান্তিক সমাজ গঢ়িছিল নেকি! গুৰুজনাৰ পত্নীপ্ৰসাদ নামৰ নাটভাগৰ গূঢ়াৰ্থ বুজাই দিবচোন বাপ।
শৰণ মানে কি বাপ....জানক, দেহক আত্মা বোলে অজ্ঞানীৰ মতি....অজ্ঞানত থাকি দেহে দেখে চন্দ্ৰজ্যোতি....কৃষ্ণ🙏
কথাবোৰ সচা নহয়। base less. ৰাৱণ, কংস কি আছিল।
Hoti narik horon diba pare Krishna.
সতী নাৰীক স্বামীয়েহে পাৰে....কৃষ্ণ..আনৰ ওচৰত শৰণ লোৱা নাৰী সতী নহয়....কৃষ্ণ
অবিবাহিত নাৰীৰ দেখুন স্বামী নাথাকে।গতিকে অবিবাহিত সকলক দিছিল নেকি?
স্বামী হ'লে শৰণ.... বিবাহ নকৰিলেও মনেৰে মানিলেও হয় শৰণ
গ্ৰহণ যোগ্য নহল।@@Rasamit6360
শাস্ত্ৰই তাকে কয়..মানক চাই নামানে..
।সত্য সত্য ই
আপোনাৰ অধিকাংশ ব্যাখ্যাই গ্ৰহণযোগ্য নহয়।মানক চাই নামানে---এনে উত্তৰ বিজ্ঞ জনে নিদিয়ে।
প্ৰভূ প্ৰথম প্ৰণাম।।আপোনাৰ আজি লৈকে সকলো ঠিক কৈছে.. কিন্তু এই ভিডিঅ' টোত আপোনাৰ এটা কথাই আচৰিত কৰি তুলিছে... মূৰ্তি পূজা... সমষ্ট ভূততে আছোহি ব্যাপি মই...মানে কি.. নাৰায়ণ অৱতাৰ নৰসিংহ..কিহত ওলাইছিল..জীৱত নে জড়ত.. আপুনি যেতিয়া.. নামঘৰত চাকি জ্বলায় ভগৱানৰ নামত..চাকি টো ...জড় নে জীৱ.. আৰু যেতিয়া শলিতা জ্বলাই..মেচ..টো ব্যৱহাৰ কৰে.. সেই মেচ টো জড় নে জীৱ..আৰু স্বামী বিবেকানন্দৰ কিতাপ অধ্যয়ন কৰিলে প্ৰভূ অলপ বিস্তাৰ ভাৱে বুজোৱা আছে... গতিকে যি দেখিছোঁ.. ভগৱানক পাবলৈ গ'লে..জড় আৰু মূৰ্তি সহায় ল'ব লগা হয়েই।
বিবেকা নন্দই ঈশ্বৰক চৈতন্যত পাইছিল যেতিয়া ৰাম কৃষ্ণ পৰম হংসে তেওঁ পানী গা ধূৱলৈ যাওতে হেচা মাৰি ধৰিছিল...উশাহ লৱ নোৱাৰি ভগৱান দেখিচানে বুলি কোৱা দেখি ছো বুলি কৈছিল ...যেতিয়া আত্মাক দেখা পাইছিল....জড়ত ঈশ্বৰ বিবেকানন্দই দেখা নাছিল....কৃষ্ণ
গুৰু জনাই তেলৰ চাকি নহয় ...ভকতি চাকি জ্বলাব দিছে....তাকো হৃদয়ত....নৰসিংহ মানে আত্মাক বুজাই...আত্মা থাকে হৃদয় স্তম্ভত....পকা সুতাত নহয়.....ভুত মানে শৰীৰ ....আত্মা স্বৰুপে সকলো শৰীৰত ব্যাপী আছে.....কৃষ্ণ
Narik horon dichil o bupai
🙏🙏
বাপ ,গুৰু চৰিত্ৰত নাই দিয়া উলেখ আছে দেউতা
আপুনি কোন হয় ? আপোনাৰ লগত মুখামুখি কিছু আলোচনা কৰা মন আছে ৷ ফতোৱা বিশ্লেষণৰ বাবে ৷
নিজকে পণ্ডিত নসজাব ৷
ফোন নম্বৰ দিয়া আছে....সত্য কেতিয়াও ফটুৱা নহয় ...শঙ্কৰ মাধৱ ফটুৱা নহয়... শাস্ত্ৰ তেওঁ লোকৰ বাণী ফটুৱা নহয়....নজনা নমনা জন হে ফটুৱা ... শঙ্কৰদেৱৰ মাধৱ দেৱকৈ পণ্ডিত দেখুওৱা ভাও দিয়ে....আমি শাস্ত্ৰই যি কয় তাক হৈ কৈছোঁ... কৃষ্ণ 🙏🙏
Apuni nijei buji pai ki koise . Moi hole eku buja nai..aru adhayan koribo dei....
শৰণত অধ্যয়ন আৱশ্যক থাকে জানো.....🙏🙏🙏
চন্দাল কি কাক কোৱা হয় চন্দাল?
কোন চণ্ডাল বিষয়ে জানিব বিচৰা...কৰ্ম চণ্ডাল বিষয়ে আগৰ Vedio বোৰত আলোচনা কৰা আছে....চালে গম পাৱ....কৃষ্ণ
আপোনাৰ কথাবোৰ 60% ভুল অলপ ভাবি কথা কব।
বাপ ভূল জনাব....আকৌ...গুৰু জনাৰ কোৱা কথা বোৰ ভুল হৱ পাৰে....আমি টো ভকত সকলে কোৱা বোৰ উল্লেখ কৰিছো....বেচি ভুল বোৰ জ্বনাৱ ...আমি জানি ধন্য হওঁ....কৃষ্ণ
Poti potni ekeloge xaron diye kiyo tante.
যি দিয়ে তাকে শাস্ত্ৰই পাষণ্ড গুৰু বুলি কয়.
Porstrik saku dia paconda purukh burokhe xoron diba napai o bapjon apunar bakhya bhul
পৰ স্ত্ৰী চকু নিদিবলৈ টো পুৰুষক শৰণ দিব লাগে....নহলে পুৰুষ বোৰ লম্পট হৈ পৰিব....কৃষ্ণ
কাম নাই আৰু। ভুল কথা কব নাপায়
শুদ্ধ জনাৱক আকৌ....আমি বিচাৰো জানিব...ভকতৰ শাস্ত্ৰ কথা ভূল হৱ পাৰে...বাপ জনাৱ ...জানিবৰ বিচাৰো..আপোনালোক সকলৰ পৰা....কৃষ্ণ
আপোনাৰ শব্দবোৰ ভাল নালাগিল।কামানি, লেবেল, চিলেকচন,পাষণ্ড গুৰু ।বেয়া নাপাব।
🙏🙏🌹
মিঠা কথা কপটীয়া কয়...সত্য শুনিব বিচাৰিলে তেনে লাগে...আমি যি ঈশ্বৰে কোৱাই...🙏🙏
কিছুমান এনে পাষণ্ড গোসাঁই আছে পইচাৰ লোভত নাৰীক শৰণ ভজন দি ফুৰিছে৷
🙏🙏
Gotei kathakhinit agree nhy moi..dui eta kothar bade.
Otit aaru bortoman nor khong mison.ghoti se channel Tut
🙏🙏
Paso nda sapdatouthaoilowk
মই ১০০% একমত মানি লোৱা নাই।
কিন্তু ...সত্য কথা....কৃষ্ণ
Bapero muratu bokiso
আমাৰ পিতৃয়েই মুৰ টো নহয় ...সকলো পিতৃৰ মুৰটো নহয় মুলটো কৈছো....আই....য'ত সকলোৰে পিতৃ মুৰটোও সুমাই থাকে....কৃষ্ণ
🙏🙏🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ
কৃষ্ণ কৃষ্ণ