হেৰা maitrayee বা , পগলা কৰি মাৰিছা অ! Lyrics এ কও নে vocal নে music , মুঠতে সৃষ্টি কৰিছে আৰু অতুলনীয় এটি মধুৰ গীত l আৰু বহুত বহুত আগুৱাই যাওক নতুন নতুন কামেৰে বা , বহুত শুভকামনা থাকিলে ....❤❤
The way i listen to her songs my mom even told me you should study the way you listen to her songs. I think i am obsessed with this lady definitely with her too ;)🌷
ইমান মৰমেৰে আমাৰ গীতটি আদৰি লোৱা বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মৰম, আৰ্শীবাদ বোৰ আমাৰ সাহস আৰু প্ৰেৰণা। এনেকৈয়ে মৰম দি থাকিব সদায়!
সকলোৰে মনবোৰ ৰঙীন হৈ থাকক। ❤️ 🍃
ফাগুনৰ শুভেচ্ছাৰে ~
প্ৰণৱ প্ৰিয়াঙ্কুশ বৰুৱা
Bahut val lagil vakha hin
❤❤❤
Apunak kot log pam
🎉🎉
😢🎉
হেৰা maitrayee বা , পগলা কৰি মাৰিছা অ!
Lyrics এ কও নে vocal নে music , মুঠতে সৃষ্টি কৰিছে আৰু অতুলনীয় এটি মধুৰ গীত l
আৰু বহুত বহুত আগুৱাই যাওক নতুন নতুন কামেৰে বা , বহুত শুভকামনা থাকিলে ....❤❤
Such a beautiful song Maitrayee 🤍
Thank you dosti❤
ADRE examr question ত
আজি বহুতে তুমি লিখা গানৰ ,,, তোমাৰ নামৰ উত্তৰ দিলে proud of you sistr ❤
😊
The way i listen to her songs my mom even told me you should study the way you listen to her songs. I think i am obsessed with this lady definitely with her too ;)🌷
Hey Maitrayee.....its Neelakshi, your classmate from St. Stephen's school......nice song n beautiful voice.....aaguwai jaa
মোৰ জন্ম দিনৰ উপহাৰ । বিৰাট ধুনীয়া । Hit 👍
Xundor, beautiful classical touch in the song
ভাল লাগে আপোনাৰ গানবোৰ 😊❤✨looking forward to more songs from you 😊
What a beautiful composition! Indeed, a gift for "Fagun"🌻🍃
বহুত দিনৰ মূৰত আচলতে অসমীয়া গান কি হয় শুনিলোঁ বহুত ধুনীয়া ♥️
✨ফাগুণৰ বাউলি বতৰত সঁচাই মনপৰশা এটি সুন্দৰ গীতৰ উপহাৰ দিছে প্ৰিয় শিল্পী গৰাকীয়ে সংগীত প্ৰেমী শ্ৰোতা ৰাইজলৈ ,শুনি পুলকিত অনুভৱ কৰিলোঁ 🌻🌈
শুনি শুনি একেবাৰে আমনি লগা নাই! খুব প্ৰিয় হৈ পৰিছে ❤❤❤❤
Aromvonir pora hekholoi ati Mon Sui jua .Nice .
Absolutely Awesome.. Good Work @maitrayee & team ❤❤
নিশ্চিত ৰূপত এটি সুন্দৰ গীত। ভাল হৈছে মৈয়েত্ৰী। পিছে পাচঁ মিনিট মানৰ হ'ব লাগিছিল। ❤👍
This song has my heart ❤️ The "phagunore baa lagi " part really gives the Fagun feeling 🥺 thanks to baa and team for gifting such a beautiful song❤️❤️
কিছুমান গীতৰ পৰশত ঋতুৰ অনুভৱো সলনি হ'ব পাৰে.... একেবাৰে ফাগুন ফাগুন যেন লগা.....🤍❤🌷
Assamese weddings got a new theme song for their wedding videos 🎉🎉🎉 🥳🥳🥳🥳 every song of yours is enriching the assamese song base. Variety at its best.
Waaahhh....soo beautiful singing.. amazing composition..Full of fragrances of "Bolia Fagun"...a real treat to the ears.. Go ahead 👍👍
Thank you so much Ma'am! ❤
Another masterpiece!! In love with your voice😭😭!!
Thanks for giving Phagun some classical elements and some celebration with colours (rang)..This phagun is a lesson for us Baa 🌼❤
❤বলিয়া ফাগুণৰ
বাউলী পৰশে
মোৰ হৃদয়ত
আঁকিলে পলাশৰ ৰং❤
Such a beautiful song ❤ from starting to the end beautifully done! Congratulations Team🎉 Also Sudarshan daa, raja mama, wonderful work 🌷
Thank you🥺❤️
Very beautifully sang! You can feel the emotion with the music. Very soothing! A treat to my ears :)
Something different...✨️
Something divine expression🌌
We need more this type of music.❤
On loop and loop❤❤
So soulful and meaningful yet so simple just loving it
Moja ❤song ❤❤❤❤❤❤
What a beautiful song, Maitrayee baa! Really totally loved it🌻
গীতৰ কথা আৰু সুৰে অন্তৰ চুই গৈছে! অতি সুন্দৰ 🙏
Waaaaaaaah..... nobody can feel "ফাগুন " your way.....it's something else ❤
"Abege"
খুব সুন্দৰ লাগিল দেই ❤
ময়ত্ৰী বা waw ❤❤❤❤ ইমান ধুনীয়া গান আমাক উপহাৰ দিয়াৰ বাবে thank you 🎉 আগলে শুভ কামনা থাকিল তুমালে 🎉❤
ৰৈ আছিলো গীত টোৰ বাবে , thnk uu বাইদেউ এনে এটি সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে ❤❤❤❤❤❤
আপোনাৰ সুন্দৰ গান টিৰ মাজেৰে এৰি অহা মৰমলৈ আকৌ এবাৰ মনত পৰিল। ❤
ফাগুনৰ বা। শুনি বহুত ভাল লাগিল ❤।আপোনাৰ প্ৰতিটো গীত মোৰ প্ৰিয় ❤😊।
💐💐💐ফাগুনৰ বা লাগি পছোৱা বাউলী, শীৰ্ষক গীতটি শুনি বহুত বহুত ভাল লাগিল।❤❤ গীতটি শুনি মনত বহু সাঁচ বহুৱায় থৈ গ'ল।মৈতেয়ী পাটৰ বাইদেউৱে ইমান ধুনীয়া কৈয়ে কন্থ নিগৰাইছে ভাল লাগিল।সঁচাকৈয়ে, আমাৰ অসমীয়া শব্দৰ মাজত লুকাই থাকে কিছুমান পৃথিৱীৰ কʼতো বিছাৰি নোপোৱা অনাবিল আনন্দিত কৰিব পৰা এটা অসমীয়া ভাষা।
শব্দৰ গাঁথনি বোৰ বৰ ধুনীয়া। Exam আপোনাৰ লিখা গানটো আহিছিল।
Very beautiful like always Maitrayee. ❤️✨ , Congratulations to the whole team. ☺️
Val lagil huni starting voice2 bohut unique lagil...bohut dinor pasot olop beleg kiba ata palu❤
বহুত ভাল লাগিছে শুনি...কথা,সুৰ, কন্ঠ 👌👌👌
What a melodious song....❤..! 2:55
শুকান ফাগুনতো মানুহক ৰোমাণ্টিক কৰি দিব ৷ amazing song .. ❤
Perfect song, lyrics and voice ofcourse, semi classical vibe🎉💐.
মনপৰশা সুৰ কথা আৰু কণ্ঠ...❤❤
সেইবাবে বাৰে বাৰে ফাগুনৰ প্ৰেমত পৰো❤❤❤। বহুত বহুত ধন্যবাদ পাতৰ
like south indian texture.. loved it❤
বৰ ধুনীয়া গান শুনিলে শুনিয়েই থাকিবলৈ মনজাই। মাতটো বৰ ধুনীয়া তোমাৰ।
Bahut bhal lagise baa gaantu ❤. Xunile xuni thakibor mon jai❤
Your voice and lyrics are always heartwarming too❤❤❤
🌼 Bohut bar xuniu hepah nopolai
Iman Talented Singer and lyricist ❤😢
ফাগুনৰে বা 🤞....বহুত ভাল লাগিল।
বহু বাৰ শুনিলোঁ l বৰ সুন্দৰ ! মন প্ৰাণ ভাল লাগি যায় l
বাঃ ফাগুনৰ বাই চুই গ’ল দেই ভিতৰলৈকে❤
বাউলি ফাগুন 🌬️..বাউলি মন 🌿🌼
2:52 electric drum ৰ ঠাইত আচল ঢোলৰ চেও ধৰা হেঁতেন আৰু অলপ বেছি energetic হল হেঁতেন। মই ভবা টোহে কৈছোঁ দেই। বাকী সুন্দৰ
Beautiful creation as always ❤❤
Fantastic singing and lyrics,,❤
ADRE queen👑❤
Uffff..... Hosake dei baaa ❤ anatra tu dhuniya lagise
What a beautiful song !! ❤ Loved it ✨
Xosaiii bhut vl hoi se ❤
Antora atma sui jua gaan..hunile huni thakibo mon jai❤
Your magical voice and the song is so soothing !!!
Akdom hidoi suideya gan ❤ bohut val lagil baa❤
Ufff,ba.....apunar voice🤩 and lyrics ❤...
ধুনীয়া লাগিল বাই!লগতে নিশা শইকীয়া বাই ধুনীয়া বনাইছে 🍁🍂🍃🌿
Fagun & your voice perfect combo ❤
সঁচাকৈয়ে বহুত ভাল লাগিল🤩🤩মৈত্রেয়ী বা🥰💕💕। ফাগুন❤❤✨
কলিজা ৰুকি ৰুকি খোৱা ইমান মধুৰ মাত !!!❤❤❤
Waah... Shankuraj da lgt new song lagisil ❤
Val lagil. Bor hundar geet.❤❤❤❤❤❤❤❤
Bor dhuniya hoise ..
Ki dhuniaa gaan ❤❤ xodaii xunim gaan tu 🤗🤗🤗🤗
Bohut val lagise❤
বহুত সুন্দৰ❤️
Mzaaaa❤😍😍
গানটো শুনাৰ দিনাৰে পৰা ৰাতিপুৱাৰ আৰম্ভণী এই গানটোৰেই হয় ❤❤❤।
Axomr Hokolute kebol apuni atia ❤❤❤...
কি যে ধুনীয়া ❤
সুন্দৰ গীত....❤🎉 1:14
শুনিলো আৰু শুনালো ❣️
So Beautiful song yarrr♥️💐
Beautiful song ,beautiful voice ❤
হৃদয় চুই গʼল ময়েত্ৰী বা❤️🩹🫂...এনে গান যেন আৰু আমাক উপহাৰ হিচাপে দিয়ে🌷🤍💓....
আপোনধালি গালে মন জয় কৰি যায়। গীততে উটিভাহি যাবৰ মন যায়।
Ufff jst wow....
Bohut sundor👌👍♥️♥️
অপূৰ্ব সৃষ্টি।
Queen of Assamese lyrics 👸
Bor dhunia hoise gantu
Nice song Maitrayee ❤
বহুত সুন্দৰ
ধুনীয়া বা❤
Unic voice❤️❤️.....lyrics & music suprb....
Bohut dhunia baa❤
ফাগুনৰে বা লাগি
পছোৱা বাউলি৷
এইখিনি বৰ ধুনীয়া হৈছে৷
🔥🔥🔥🔥🔥
বহুত সুন্দৰ মৈত্ৰেয়ী