Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Not gona lie but she is the real person who owns a peaceful voice. My therapist maitrayee🌻
শব্দবোৰ যেন এই কণ্ঠৰ বাবেই,একেদৰে কণ্ঠটিয়ো যেন এই শব্দবোৰৰ বাবেই৷ শব্দ আৰু কণ্ঠৰ অনবদ্য যুগলবন্দী!
ভাল লাগিল 🎉🎉🎉
Maitrayee ৰ গান মানেই শব্দ আৰু সুৰৰ মন চুই যোৱা যুগলবন্দী❤️ কণ্ঠ তোমাৰ সদায়ে প্রিয়...বহুত ধুনীয়া গান ❤️👌👌
গানটো শুনাৰ পাছত মন মগজু পাতল পাতল লাগিছে, কিবা এটা relax feel krilu🌼
গীতিকাৰৰ কলিজা সুৰকাৰ জনে বুজি পালে এনেকুৱা যাদু হৈ যায়। গম পালো এন্ধাৰত পোহৰ দেখা মানুহ কেইটামান কোনোবা এটা ৰুমত সোমাই জ্বলি ৰৈছে পোহৰ দিবলে। অভিনন্দন দুয়োলৈ , আৰু মেত্ৰেয়ী পাটৰ, সংগীত সংগত কৰা সকলোলৈকে। বহুত মৰম,সিমান প্ৰেৰণা,যিমান জীৱন স্ংগীৰ পৰা বিচৰা হয়।😍🎉🎉🌞🌞🎈🎯🎵🎼🎶🥰🥰🥰🥰🥰🥰🥰🥰✅🎯🎯🎯🎯🎯🎯🎯🌍🎂
Ki je ata apurba konthor adhikari. Mat tu xunilei mon jur pori jai. Gantu bare bare xuniu hepah polua nai. Congratulations to the team🎉🎉
শব্দৰ এনে সুন্দৰ প্ৰয়োগে মন যুৰাই তুলিছে....আগলৈও এনে অন্তৰ চুই যোৱা গীতৰ অপেক্ষাত....♥️☺️
উফ্!!❤️সুবাসী শৰতৰ প্ৰথম টোপাল নিয়ৰৰ দৰেই যেন স্নিগ্ধতাৰে ভৰি আছে গীতটি!!🌼
Congrats Maitrayee Ba for your new song and it's perfect lyrics that you have discovered. The lyrics is contant with balanced bass and tuning tu pura bhal hoisae...gaan tur logot pura vibe tu match korisae....pin kori diba aru comment tu🙃
Hosa gaan tu bhal hoisae ekdom mon hanto hoi jai 😌
শব্দ, কণ্ঠ সকলো ফালৰ পৰাই ইমান সুন্দৰ ❤❤❤❤❤ শুনিলেই শুনি থাকিম যেন💙💙🌻🌻🌻
Woow so beautiful the song is...love it so much ❤❤❤... thank you so much for the song 🥰
গীতৰ শব্দ , সুৰ আৰু কণ্ঠই চুই গ'ল ৷
অন্তৰ চুই গৈছে, শব্দৰ গাঁথনিয়েহৃদয় চুইছে তোমাৰ কণ্ঠই বহুত শুভবোধ জ্ঞাপন কৰিছো আগুৱাই যোৱা 💐🙏❣️ @Moitreyee
সুন্দৰ❤❤❤গীতৰ কথা, সুৰ,কণ্ঠ বৰ অনুপম 💐💐💐
Such a beautiful and sweet composition. Majestic voice. Great work, team. Can listen to this repeatedly.
বহুত ধুনীয়া হৈছে। আগুৱাই যোৱা ভাইতি।
কথা,সুৰ আৰু কন্ঠ বৰ অনুপম ❤
My real therapist ❤❤
Dhunia lagil baa ❤️
মৃদুল দাদা, আপোনাৰ শব্দবোৰে মানুহক টানি লৈ যাব পাৰে। বহুত ধুনীয়া।🌻
খুব মিঠা ❤ মাত কথা ❤ সকলো মন ভৰি যোৱা 💐💐
বহুত ভাল লাগিল l আৰু আগবাঢ়ি যাবলৈ অজস্ৰ শুভেচ্ছা আৰু শুভকামনা জনালোঁ l
Matured lyrics and Justified soothing composition. Thanks to the team. ❤
খুব ধুনীয়া গীতটি❤
❤❤❤bhaxa nai koboloi bohut val hoise ❤❤❤
মৃদুল হালৈ দাৰ শব্দ ❤মৈত্ৰেয়ী বাৰ কণ্ঠ❤উফ❤
Beautiful song ❤ with lots of positivity and refreshments 🌷
Ki sundar kantho...ki dhuniya gaan aah mon val lagi gol...❤❤❤❤
অসমীয়া ভাষা কিমান ধুনীয়া... ময়েত্ৰী বাৰ গান শুনিলেই গম পোৱা যায় ।
উফফ, হৃদয় চুই গ'ল❤❤বহুত মৰম তোমালৈ বা❤❤
Uff❤️ গানৰ কথা, সুৰ, কণ্ঠ, music, মুঠতে সকলো perfct,👌👌👌👌
মনতো বহুত শান্তি পাইছোঁ তোমাৰ গাণ চাই আৰু শুনি ❤❤❤❤❤❤
Val lagil baa❤ gantu xuni.
Geet tuye mon vori gol ❤hridoy xat pori goise ❤Geet tur video dekhibo pam buli axsha rakhiku❤😊
Oti xundor geet ! Bor bhal lagil xuni. 😄
Touched me like the first drop of rain ❤Beautiful.
মনভৰা কথা মনভৰা সুৰ....mridul da maitrayee ba🙏🙏
Bohut val lagil baa❤
Val lagil khuni baa
বৰ সুন্দৰ ,সুৰ আৰু কথা হৃদয় পৰশা !
Very smooth singing ❤
তুমি সদাই প্ৰীয়, সুন্দৰ সৃষ্টি, কথা সুৰ,কণ্ঠ বৰ ধুনীয়া❤
বৰ সুন্দৰ কথা,সুৰ,কণ্ঠ....মন ভৰি গল।
bhut val lagil suni.sabdabor jipal hi pre aponar kalamat
কণ্ঠ যে বহুত ধুনীয়া। কথা, সুৰ সকলো ধুনীয়া।❤❤
ইমান যে ধুনীয়া বা...!
উফ অতি সুন্দৰ!❤
ম-মৃ বহুত ভাল লাগিল দেই❤
সুন্দৰ 🌻
ভাল লাগিল বহুত❤
Emmmaaan dhuniya ❤❤❤
Bohut hundor kontha.
Soft, melodious, poetic...
Bhal lagil❤
Dhuniya baideu❤
A morning gift to the world ❤
ইমান ধুনীয়া ❤❤🥰
Khubai khundor hoisa......
বহুত ভাল লাগিল মৈত্ৰেয়ী❤❤❤
Heart touching voice, lyrics, 💓... sweetness overloaded
Outstanding voice
So beautiful song baa ❤
অপূৰ্ব ❤
I told you earlier also, you have got a divine voice.. love to hear from you.God bless you
❤❤❤❤❤❤❤❤❤❤ so beautiful song ❤❤❤❤❤❤❤
বৰ ধুনীয়া ❤️
Thanks 👍👍👍👍👍👍👍👍👍😊😊😊😊 nice to song o mor miss 😊
Vocal lyrics composition music...Waoo
Bohut dhunia ❤
ধুনীয়া এটি মিঠা গীত ❤
Ahhha❤ So beautiful, so soulful ❤❤❤
Bohut bhal lagil ba. Ene dorei dhuniya dhuniya gaan upohar di jabo aru xodai xuni thakim. From Instagram live just a while ago❤
Your voice is so soothing..It made my day💖Lots of love to you😊
This is pure bliss! Loved it so much ❤️
শব্দ বোৰ ❤
এইবোৰ হে গান❤❤❤❤
Bhal lagil 🎉
Maitriy ba tumar matu akoman huwola koriba tetiya besi val lagib alop rokhi hurote gaboloi saba baki khini valei hoise viry nice 🎉❤❤
উফ.....বাৰে বাৰে শুনিছোঁ 💚❤️
Lovely song ❤
খুব সুন্দৰ ❤
Bor val lagil dei
সকলোবোৰেই খুব ধুনীয়া |
ভাল লাগিছে গীতটো ❤
বহুত ধুনীয়া ❤
Khub meetha sur, gaan, gola
উফ... দিনটোৰ সকলো কষ্ট শেষ হৈ যায় আপোনাৰ গান শুনিলে 😊
Ufff lyrics💚🕊
Shankuraj+maitrayee pator=Jui
Ohhhh ❤ Hukhanubhuti❤️🤗
Best and best wishes to you baa khubei besi bhal lagil , Love from Mongeet team (Ashim Borah) ❤️(Commented before listening it 😅)
❤❤Got my new favourite 😊
বহুত ধুনীয়া লাগিল ❤
You deserve more❤
তোমাৰ গানৰ, তোমাৰ চিন্তাৰ তোমাৰ লেখাৰ মই সদায়ে গুণমুগ্ধ ❤❤
Baaaa love you 😢❤তুমি ধুনীয়া 🥺❤️
Heart touching 💓
বৰ ভাল লাগিল
সৰস্বতী ❤❤
Not gona lie but she is the real person who owns a peaceful voice. My therapist maitrayee🌻
শব্দবোৰ যেন এই কণ্ঠৰ বাবেই,একেদৰে কণ্ঠটিয়ো যেন এই শব্দবোৰৰ বাবেই৷ শব্দ আৰু কণ্ঠৰ অনবদ্য যুগলবন্দী!
ভাল লাগিল 🎉🎉🎉
Maitrayee ৰ গান মানেই শব্দ আৰু সুৰৰ মন চুই যোৱা যুগলবন্দী❤️ কণ্ঠ তোমাৰ সদায়ে প্রিয়...বহুত ধুনীয়া গান ❤️👌👌
গানটো শুনাৰ পাছত মন মগজু পাতল পাতল লাগিছে, কিবা এটা relax feel krilu🌼
গীতিকাৰৰ কলিজা সুৰকাৰ জনে বুজি পালে এনেকুৱা যাদু হৈ যায়। গম পালো এন্ধাৰত পোহৰ দেখা মানুহ কেইটামান কোনোবা এটা ৰুমত সোমাই জ্বলি ৰৈছে পোহৰ দিবলে। অভিনন্দন দুয়োলৈ , আৰু মেত্ৰেয়ী পাটৰ, সংগীত সংগত কৰা সকলোলৈকে। বহুত মৰম,সিমান প্ৰেৰণা,যিমান জীৱন স্ংগীৰ পৰা বিচৰা হয়।😍🎉🎉🌞🌞🎈🎯🎵🎼🎶🥰🥰🥰🥰🥰🥰🥰🥰✅🎯🎯🎯🎯🎯🎯🎯🌍🎂
Ki je ata apurba konthor adhikari. Mat tu xunilei mon jur pori jai. Gantu bare bare xuniu hepah polua nai. Congratulations to the team🎉🎉
শব্দৰ এনে সুন্দৰ প্ৰয়োগে মন যুৰাই তুলিছে....আগলৈও এনে অন্তৰ চুই যোৱা গীতৰ অপেক্ষাত....♥️☺️
উফ্!!❤️সুবাসী শৰতৰ প্ৰথম টোপাল নিয়ৰৰ দৰেই যেন স্নিগ্ধতাৰে ভৰি আছে গীতটি!!🌼
Congrats Maitrayee Ba for your new song and it's perfect lyrics that you have discovered. The lyrics is contant with balanced bass and tuning tu pura bhal hoisae...gaan tur logot pura vibe tu match korisae....pin kori diba aru comment tu🙃
Hosa gaan tu bhal hoisae ekdom mon hanto hoi jai 😌
শব্দ, কণ্ঠ সকলো ফালৰ পৰাই ইমান সুন্দৰ ❤❤❤❤❤ শুনিলেই শুনি থাকিম যেন💙💙🌻🌻🌻
Woow so beautiful the song is...love it so much ❤❤❤... thank you so much for the song 🥰
গীতৰ শব্দ , সুৰ আৰু কণ্ঠই চুই গ'ল ৷
অন্তৰ চুই গৈছে, শব্দৰ গাঁথনিয়ে
হৃদয় চুইছে তোমাৰ কণ্ঠই
বহুত শুভবোধ জ্ঞাপন কৰিছো
আগুৱাই যোৱা 💐🙏❣️ @Moitreyee
সুন্দৰ❤❤❤গীতৰ কথা, সুৰ,কণ্ঠ বৰ অনুপম 💐💐💐
Such a beautiful and sweet composition. Majestic voice. Great work, team. Can listen to this repeatedly.
বহুত ধুনীয়া হৈছে। আগুৱাই যোৱা ভাইতি।
কথা,সুৰ আৰু কন্ঠ বৰ অনুপম ❤
My real therapist ❤❤
Dhunia lagil baa ❤️
মৃদুল দাদা, আপোনাৰ শব্দবোৰে মানুহক টানি লৈ যাব পাৰে। বহুত ধুনীয়া।🌻
খুব মিঠা ❤ মাত কথা ❤ সকলো মন ভৰি যোৱা 💐💐
বহুত ভাল লাগিল l আৰু আগবাঢ়ি যাবলৈ অজস্ৰ শুভেচ্ছা আৰু শুভকামনা জনালোঁ l
Matured lyrics and Justified soothing composition. Thanks to the team. ❤
খুব ধুনীয়া গীতটি❤
❤❤❤bhaxa nai koboloi bohut val hoise ❤❤❤
মৃদুল হালৈ দাৰ শব্দ ❤মৈত্ৰেয়ী বাৰ কণ্ঠ❤উফ❤
Beautiful song ❤ with lots of positivity and refreshments 🌷
Ki sundar kantho...ki dhuniya gaan aah mon val lagi gol...❤❤❤❤
অসমীয়া ভাষা কিমান ধুনীয়া... ময়েত্ৰী বাৰ গান শুনিলেই গম পোৱা যায় ।
উফফ, হৃদয় চুই গ'ল❤❤বহুত মৰম তোমালৈ বা❤❤
Uff❤️ গানৰ কথা, সুৰ, কণ্ঠ, music, মুঠতে সকলো perfct,👌👌👌👌
মনতো বহুত শান্তি পাইছোঁ তোমাৰ গাণ চাই আৰু শুনি ❤❤❤❤❤❤
Val lagil baa❤ gantu xuni.
Geet tuye mon vori gol ❤hridoy xat pori goise ❤
Geet tur video dekhibo pam buli axsha rakhiku❤😊
Oti xundor geet ! Bor bhal lagil xuni. 😄
Touched me like the first drop of rain ❤Beautiful.
মনভৰা কথা মনভৰা সুৰ....mridul da maitrayee ba🙏🙏
Bohut val lagil baa❤
Val lagil khuni baa
বৰ সুন্দৰ ,সুৰ আৰু কথা হৃদয় পৰশা !
Very smooth singing ❤
তুমি সদাই প্ৰীয়, সুন্দৰ সৃষ্টি, কথা সুৰ,কণ্ঠ বৰ ধুনীয়া❤
বৰ সুন্দৰ কথা,সুৰ,কণ্ঠ....মন ভৰি গল।
bhut val lagil suni.sabdabor jipal hi pre aponar kalamat
কণ্ঠ যে বহুত ধুনীয়া। কথা, সুৰ সকলো ধুনীয়া।❤❤
ইমান যে ধুনীয়া বা...!
উফ অতি সুন্দৰ!❤
ম-মৃ বহুত ভাল লাগিল দেই❤
সুন্দৰ 🌻
ভাল লাগিল বহুত❤
Emmmaaan dhuniya ❤❤❤
Bohut hundor kontha.
Soft, melodious, poetic...
Bhal lagil❤
Dhuniya baideu❤
A morning gift to the world ❤
ইমান ধুনীয়া ❤❤🥰
Khubai khundor hoisa......
বহুত ভাল লাগিল মৈত্ৰেয়ী❤❤❤
Heart touching voice, lyrics, 💓... sweetness overloaded
Outstanding voice
So beautiful song baa ❤
অপূৰ্ব ❤
I told you earlier also, you have got a divine voice.. love to hear from you.God bless you
❤❤❤❤❤❤❤❤❤❤ so beautiful song ❤❤❤❤❤❤❤
বৰ ধুনীয়া ❤️
Thanks 👍👍👍👍👍👍👍👍👍😊😊😊😊 nice to song o mor miss 😊
Vocal lyrics composition music...Waoo
Bohut dhunia ❤
ধুনীয়া এটি মিঠা গীত ❤
Ahhha❤
So beautiful, so soulful ❤❤❤
Bohut bhal lagil ba. Ene dorei dhuniya dhuniya gaan upohar di jabo aru xodai xuni thakim. From Instagram live just a while ago❤
Your voice is so soothing..It made my day💖
Lots of love to you😊
This is pure bliss! Loved it so much ❤️
শব্দ বোৰ ❤
এইবোৰ হে গান❤❤❤❤
Bhal lagil 🎉
Maitriy ba tumar matu akoman huwola koriba tetiya besi val lagib alop rokhi hurote gaboloi saba baki khini valei hoise viry nice 🎉❤❤
উফ.....
বাৰে বাৰে শুনিছোঁ 💚❤️
Lovely song ❤
খুব সুন্দৰ ❤
Bor val lagil dei
সকলোবোৰেই খুব ধুনীয়া |
ভাল লাগিছে গীতটো ❤
বহুত ধুনীয়া ❤
Khub meetha sur, gaan, gola
উফ... দিনটোৰ সকলো কষ্ট শেষ হৈ যায় আপোনাৰ গান শুনিলে 😊
Ufff lyrics💚🕊
Shankuraj+maitrayee pator=Jui
Ohhhh ❤ Hukhanubhuti❤️🤗
Best and best wishes to you baa khubei besi bhal lagil , Love from Mongeet team (Ashim Borah) ❤️
(Commented before listening it 😅)
❤❤Got my new favourite 😊
বহুত ধুনীয়া লাগিল ❤
You deserve more❤
তোমাৰ গানৰ, তোমাৰ চিন্তাৰ তোমাৰ লেখাৰ মই সদায়ে গুণমুগ্ধ ❤❤
Baaaa love you 😢❤
তুমি ধুনীয়া 🥺❤️
Heart touching 💓
বৰ ভাল লাগিল
সৰস্বতী ❤❤