Dhonoyobad koka apunar phone no to je dile eibur moi bohut bisakh koru apunak phone korile Pam ne kun homoiyot phone koribo lagibo apunar kotha huni bohut bhal lagil Bhogobane apunak hodai bhale kukhole rakhok eyitue moi bhogabanor usorot prathona korisu .
Mur ghrt emnei dgr problem ata hoi ase 19 bosor t k besi hol bohut swaisu vl nihua vl krebo prebo ne bru ami vagori goisu karu sge india t ni hya enekua problem
তেনেকুৱা আপুৰুগীয়া ব্যক্তি এজন জীয়াই থকাটো অত্যাৱশ্যকীয়। আৰু ককাই সেই বিদ্যা ভাল মানুহ এজনক শিকাই থব লাগে। ধন্যবাদ।
Very good video and information from Assam salute to you
বহুত বহুত ধন্যবাদ জনালোঁ আপোনাক দাদা ভিদেও চাই ভাল লাগিল
❤❤❤❤ love you dewta ...apunr ust jm
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ভাল লাগিল বহুত বহুত ধন্যবাদ 🙏🏻🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ
ভাল লাগিলে ভিডিয়ো টো চাই ধন্যবাদ দাদা লগতে ককাই কুশলে থাকক🙏🪔🙏
উপকৃত হলো। বহুত বহুত ধন্যবাদ ভাইটি। ককাজনৰ দীৰ্ঘাও কামনা কৰিলোঁ🙏
Number tu dio ok sun koka or.. aitu number ot nalage phone
অ খুৰা আপুনি ভগৱান মই মাতিছো আপোনাক...আপুনি সদাই ভালে থাকিব ❤❤❤🙏🙏🙏🙏🙏🙏
এখেতৰ কথাবোৰ বহুত ভাল লাগিল।
বৰদেউতা ❤❤❤
Bohut vl lagil,kokar long live❤❤❤
Jai aii Assam, Nice video bro
Khube Darkari bhal kotha agbarhale. Thank you so much. God bless you .
Vl lagil video to
বিশ্বাসে মিলয় হৰি ।
Bahut val lagile video tu..
Probin saikiaa❤❤❤🙏🙏🙏🙏mayong sondropur narongi village-ouguri moi bohut upokar paisu dada bohut vhal manuh 🙏🙏🙏joi maa kamaikhaa joi baba gonesh 😊😊😊😊😊
Address to val koi dibo neki Dada
Nambar to diyksun
Kotha khini xuni khub bhal lagil. Apunak mur bahut bahut dhanyabad . Apunar mongal houk.
তেখেতৰ শিক্ষা খিনি আন এজনকো শিকাই থব লাগে। মোৰ ওচৰে পাজৰেও এনে বহু ব্যক্তি আছিল, কিন্তু তেওঁলোকৰ শিক্ষা খিনি কাকো শিকাই থৈ নগ'ল। ফলত এতিয়া ডাক্টৰৰ অবিহনে গতি নাই। মোৰ হাত ভাগি ছিল, চকু ফুটি ছিল ঘৰুৱা চিকিৎসা ৰে ভাল হৈছিল ।
Thank you baba. Khukhala thakak jai aai assam. Thank you thank you baba.
Dada koka jonor phn no tu dibo su
মানবসেৱাৰ বাবে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো।
Yes it's true, we go to one bej of Udashinbari Gaon,Mayong.He is excellent.It is no superstition.
No pabo paru niki?
মোৰ দৃষ্টিৰে--------
বেজালী কোনো মিচা নহয় কিন্তু কিছুমান নজনা মানুহে বেজালী জানো বুলি মিচাতে কাৰোবাৰ পৰা টকা পইচা খাই বেজালীক বদমান কৰি আছে ।সেই দুই নম্বৰী মানুহ বোৰৰ বাবে আজি বেজালী মিচা বুলি বদনাম হৈছে । হয় বিজ্ঞানৰ যুগ কিন্তু প্ৰকৃত তন্ত্ৰ মন্ত্ৰ ৰহস্য আজিও ভেদ কৰিব পৰা নাই । আজিও বিজ্ঞান চালুকীয়া অৱস্থাতেই আছে ।
Bohut val eta information dila Dada val lagil moiu jam
মই এজন ফৌজি হয়, কিন্তু মোক মোৰ ফেমেলীক কলা যাদু কৰি মৰণ ষ্টৰৰ পৰা বাচিলো,বেজেহে বচালে
Bej r nmbr deok sn fuwjibabu.... Mor family k sem problm hoise
Muku number tu lagisil dibo neki
কত দেখালা। এড্ৰেছ টো দিব নেকি। মই বৰ বিপদত পৰি আছো
Good jb
ককা প্ৰবীণ শইকীয়া নমস্কাৰ গ্ৰহণ কৰিব যেন, মোৰ ঘৰুৱা সমস্যা সমাধানৰ বিভিন্ন পথ অতিক্ৰমি কৰি
সুফল লাভ কৰা নাই বাবে আজি video চাই ভাল লাগিল লগতে মই আপোনাক লগ কৰিব যাম বুলি ভাবিছোঁ যিজন দাদাই ভিদিও টো বনাইছে তেওঁক thanks দিলোঁ ককা মোৰ সৰু ভাই টো ওচৰৰ মানুহে পঢ়াত চোকা বাবে বাদামৰ লগত কিবা খুৱাই স্কুল যাব নোৱাৰাকৈ পগলা কৰিলে বহুতো dr কৱিৰাজ
দেখুৱাই ভাল হোৱা নাই সুইছাইড কৰিব বিচাৰে ঘৰত থাকিলে ভাৰা ঘৰত ভালে থাকে দেউতাক মদৰ লগত বিষ খুৱাই পগলা কৰিলে মাৰি পেলালে ডাঙৰ ভাই ছোৱালী ফচাই দিলে মাজু ভাই স্কুল যাব নোৱাৰাকৈ পগলা কৰিলে মাক খোজ কাঢ়িব নোৱাৰাৰ বাবে মোৰ বিয়া ভাঙি দিয়ে আজি ঘৰ চাই মই ঘৰতে বুঢ়ি হৈ থাকিব লগীয়া হল। গতিকে ককা প্ৰবীণ শইকীয়া😢মোক অকণমান help কৰপক্ক
এবাৰ চেষ্টা কৰি চাব।
মানুহ বৰ অকৃতজ্ঞ প্ৰাণী দেউতা
❤❤❤❤মুক
ঘৰত কাজিয়া কৰি বহু দূৰ ওলাই যোৱা মানুহক ওভোটাই আনিব পাৰিব নেকি ? তেনেকুৱা কাম কৰে নে, please reply দিব দাদা🏵️
এবাৰ আহি চাব পাৰে
@@Garurtalorpratibha ধন্যবাদ দাদা,🙏✅✅✅
😢😢😮
Suwali potai dibo pora tips asa nki?
Dhonoyobad koka apunar phone no to je dile eibur moi bohut bisakh koru apunak phone korile Pam ne kun homoiyot phone koribo lagibo apunar kotha huni bohut bhal lagil Bhogobane apunak hodai bhale kukhole rakhok eyitue moi bhogabanor usorot prathona korisu .
Apunak kiman homoiyot phone korile Pam jonabosun pl.
Phone number2 pam nki koka jonor.. Pare jodi dibosun
Nmbrtu muk dibane
@@heramoniburagohain3984🙏
Number tu diyok dada . bohut dangor problem aitat aasu
ভাল লাগিল।
Address to dibo
পাৰে যদি ইয়াত ককাৰ ঘৰৰ GPS location দিব ।
7002923640 এইটো মোৰ নম্বৰ। বেছি অসুবিধা পালে মোক ফোন কৰিব। মই বুজাই দিম কেনেকৈ যাব লাগে।
@@Garurtalorpratibha ok
@@Garurtalorpratibhadada phone number diyak Tekhetar
How to go from guwahati
Call me- 7002923640
Bor val lagil video tu
Bahut val lagila
Moi bohut bipdot porisu kokak log pabo bisaru
Moi goisilu UA-cam t pai
Ki problem
@@rinjudas6867koka usrt goi problem bur slove hol ne
Kola jono nombor 2 diyok sun pls@@rinjudas6867
Petor bemar babe kiba upay ase neki sir
আহিব
Dada khura Jonar nembor to diboson address to valkoi jonabison
ভিডিওটিৰ শেষৰফালে নম্বৰ দিয়া আছে
Mur tate asei no mayongor bohut kijonor no rei ase
Aponar phone no dibo
kaka phone naber tu dibo naki napai jadi pls ❤
মোক দিব নি বহুত দৰকাৰ হৈছিল @@bikramkakati9067
Dada Val lagile video to
Bohut bohut doinmbed thalel....
Bohut bhal kotha moiu biswash koru
Thanks a lot for information keep up it🙏
Good news bro 1st view
Dada val lagise, aponar bidya khini aru dui ajanak sikai thabason
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Have a good health and long life always....
🙏
Kon thair kokar ghr
মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত মায়াঙত ঘৰ। ঠাইখিনিৰ নাম- মায়ং, ঔগুৰী
Phone number tu received nakare je? kiba problem ase neki
Dada mur ma bahut problem soli ase moi koka usarot jam buli bhabisu
Herua gohona uliai dibo paribo neki?
মোক কল কৰিব- ৭০০২৯২৩৬৪০
Best bro
Mur ghrt emnei dgr problem ata hoi ase 19 bosor t k besi hol bohut swaisu vl nihua vl krebo prebo ne bru ami vagori goisu karu sge india t ni hya enekua problem
ভাল লাগিল ককা সেৱা জানানো লগতে তোমাকে গোলাঘাটৰ পৰা মৰম দিলো ভাইটি ❤❤❤
ধন্যবাদ
Business &money related issues solve hobo ne , plz reply
তেনেকুৱা মানুহ বহুত অহা দেখিছো, গতিকে আহি চাব পাৰে
Bhaiti teor tat jabr karone kenekoi joga jog korib pari
Dada sakori karone kiba dibo nki
Thinks dadaaaa
তেখেত মানুহ জন কিন্তু বহুত ভাল।
Dada,batbishar sikitsa asene?doya kari janabo.
আছে। আহিব। তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব মই সবিশেষ বুজাই দিম মোৰ নং- ৭০০২৯২৩৬৪০
Very good
Bhal video dsa dhoinobad
Brother val lagil
Address ta din dada
মোক কল কৰিব- ৭০০২৯২৩৬৪০
Bhuitval.kothaa.thunk
Dada phone no Pam ni koka Jonar
Dada apunar video to sai bahut Val lagil kokak lag pab bisarisu kiba din bar ase neki suasitar karne
তেনেকুৱা দিন বাৰৰ কোনো কথা নাই। কেবল দুপৰীয়া ১২ বজাৰ আগত আহি পালে ভাল।
Thanks dada
Piles problem bhal hoi nai kobo sn plz🙏🙏
মোক কল কৰিব- ৭০০২৯২৩৬৪০
Dada bejjonr numbarto de muk hohai korok bepodot asu
মায়ং ৰ হিচাপে গৌৰৱান্বিত ধন্যবাদ 🙏
Dada,apunar number tu dibo neki kotha eta hudibo asile....
Dada mur bahut homoissa ase .jodi khura r nembor to diye val asile.moi
Sivsagar r pora.apunar vedio sai val lagil.
তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে, তেন্তে মোক কল কৰিব, মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
Sir full Address Dibi sun sir
মোক কল কৰিব মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
Guru jonor nomber 2 pls diyok
Moi tekhetok bahut phone korisu powa nai mayangr jatat byabastha nanjanu please help me
7002923640 এইটো মোৰ নম্বৰ। মোক কল কৰিব, সবিশেষ বুজাই দিম।
ভাল লাগিল
ধন্যবাদ দাদা । ❤️ মোৰ বহুত মেডিকেল গৈ হৈ ভাগৰি পৰিছোঁ মই প্ৰব্লেমত জীয়াই আছো কিন্ত মেডিকেলত ধৰা নপৰে বেমাৰতো তাত গলে সমধাম ওলাব নে দাদা❤️🙏🏻।
এবাৰ চাব পাৰে
আপুনি খুৰাৰ ওচৰলৈ যাওক আৰু লগতে আপুনি acsees buse লওক বেমাৰ ভাল নোহোৱাৰ কোনো কাৰণ নাই. খুৰাৰ বহুত ভাল
Tai khono r nam ki
পবিতৰা অভয়াৰণ্যৰ ওচৰত। মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত, গুৱাহাটী চন্দ্ৰপুৰৰ ওচৰত বুঢ়া মায়ং বুলি কয়। চনকা বনভোজস্থলীলৈ যোৱা পথত। তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি কিবা কাৰণত তেখেতে ফোনতো ৰিচিভ নকৰে, তেন্তে মোক কল কৰিব। মোৰ নম্বৰ- ৭০০২৯২৩৬৪০
Namaskar Gurudev, mur Hapani Asthmatic presently Heart 3
Adress too dibo neki
Dada khura jone ghrr manuh mn joy korib pora kiba upai dib ne Ripley dib dada plz
ভিডিওটিৰ শেষৰফালে তেখেতৰ নম্বৰ দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব মই সবিশেষ বুজাই দিম। মোৰ ন- ৭০০২৯২৩৬৪০
Thanks sai bahut val lagil aber Praveen uncle lag karim
Kindly khurar address tu valkoi dibosun
Teu maiyong r full address 2 db nki
তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদি কিবা কাৰণত ফোনতো ৰিচিভ নকৰে তেন্তে মোক কল কৰিব। মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
Mayngt gole kot kenekoi log Pam সবিশেষ জনালে উপকৃত সম
এটা কাম কৰক। তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদিহে কিবা কাৰণত তেখেতে ফোন ৰিচিভ নকৰে, তেন্তে মোক কল কৰিব। মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
Jai Ma Durga Kripa kora
Video to si val lagel
ধন্যবাদ
দেউতা মোৰ ছোৱালী এজনীৰ আজি প্ৰায় বাৰ বছৰ হ'ল মানসিক অসুখত ভোগি আছে । আপোনাক সকলো সময়তে পামনে। দেউতা
ভিডিঅ টো চাই নজনা কথা জানিব পাৰি ভাল লাগিল। তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো। প্ৰবীন শইকীয়া দেৱৰ সু - স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ৰাইজৰ কামত নিয়োজিত হৈ থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।
ইতিবাচক কমেন্টৰ বাবে ধন্যবাদ জনালোঁ
Bahut skip kori salu video tu... Lastot alop val lagil...
Pronam jonaisu.. vogobane kushale thakok
Number ot call korile kio nuthai..Judi nuthai tente kio dise aitu number.. juntu number ot call korile pam heitu dib lage ako
Amio goiso Dada tat ❤❤
Ki thai buli ky
Praman paise ne
Proman paise ne
Porman paise ne olp jonbo sun
Proman paise ne apuni please jonabo sn moi bikh bemarot vugi asu doctork dekhai Val poa nai
Dada gau khonor nam tu kobo sun
মায়ং, ঔগুৰি
@@Garurtalorpratibhadhoinyobad dada🙏
Kokar ghor burha mayongot chanaka jaute pua xoru dolong r usorote
Dear sir please a ta kotha koba janu.Slip Disk treatment korebo pare ne sir
এবাৰ আহি চাব পাৰে
Thai valkoi dibo lage
Thak you aponak
Thanks from Maybong
Mr bohut prblm hoi ase 🥺