Dada bahut hundor kota kole. Ami teo kota huna loge loge duniya lagise. Dosta boja kana kale corona nohobo aro dosta baja loyke bela ghor ot takile corona hobo.
Arw ata khotha dada khula garit loi picnik at gole fine dhoriba dhani lukhe jabo paribo val garit dukhiya hokole kenekoi pariba dukhiya hokoleo to jaba mon thake
দাদা, সচাঁ কথাবোৰ যুক্তি সহকাৰে কোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো
দাদা সচা কথা ক'লে দেই আপোনালৈ ধন্যবাদ থাকিল দাদা।
Cm amor matha gondha Gul hoise Bihu patib nidiye muting patib pare
Ami sakoluye Karu kotha namanu uruka gutei Rati bhela gharot sokaluke thakibloi Anurudh janaisu Karan Ami asomiya
Thik koisa 👍
Thik koise
সুন্দৰ সমালোচনা।100%শুদ্ধ কথা কৈছে আপুনি।
পকেট টু আকৌ গৰম কৰি লওঁ সঁচা কথা
১০০০%সঁচা ।
100.rigt
আপোনাৰ কথা খিনিত সম্পূৰ্ণ যুক্তি আছে..একদম সঁচা কথা কলে দাদা,ভাল লাগিল।👍
Tumar sokujuri bor moromloga Swapnali👍.
Atiya aru jiman jukti thoka kotha koiyu lav hobo
Buli nababu
100% RIGHT
👍💯
মজা সকলো সাধাৰণ মানুহ এনেদৰে সজাগ আৰু সচেতন হোৱা দৰকাৰ। কথাখিনি যুক্তিপূৰ্ণ। 👍👍
Dada hosa kotha koisa
দাদা আপুনাৰ কথা একেবারে সত্য. যুক্তিপূৰ্ণ.
আপুনাৰ লগত মই একমত
খুব সুন্দৰ আৰু গুৰুত্ব কথা কোৱা হৈছে।সত্য উদং কৰিলে।বহুত ধন্যবাদ থাকিল তোমালৈ।
একেবাৰে সত্য কথা কৈছে আপুনি। যুক্তিপূর্ণ বিশ্লেষণ উপস্থাপন কৰিছে। তাৰ বাবে আপোনাক ধন্যবাদ।
দাদা আপুনি 100% সচাঁ কথা কৈছে । মই আপোনাৰ লগত একমত ।
অসমীয়া বিৰোধী চৰকাৰ এইখন। বিহু আহিলেই নাটক আৰম্ভ হয় এইখন চৰকাৰৰ। bjp য়ে কিন্তু মিটিং পাতিব পাৰে তেতিয়া একো নহয়
ঠিক কৈছে দাদা সেইবোৰ হল আমাৰ অসমীয়া অসমৰ দুখৰ কথা ,
যুক্তি কথা কৈছে দাদা ।
বেমাৰে চৰকাৰৰ অনুমতি লৈহে আহে।
Focus hoi juwa dada pisot election khelibo paribo lagi thaka
@@nabadas6092 ki fal2 ktha kau
@@nabadas6092 চোৱা চেলেকা
@@Akumoniphangchong ami ai lock down pora atori becaru he ako ulta ktha koi be
একদম সচা কথা 🥳🤙
ধন্যবাদ দাদা ... আপুনি ঠিক কথা কৈছে .. আমি নামানো এইবিলাক
একেবাৰে সঁচা কথা কৈছে দাদা
ভোগালী বিহু আমাৰ অসমীয়া সংস্কৃতি। আমি অসমীয়া সংস্কৃতি জড়িত। তথাপিও বিহু আমি পাতিমে । জয় আই অসম
Nice dada.. চৰকাৰৰ ভেকোঁভাওঁনা খন যুক্তি সহকাৰে দেখুৱাৰ বাবে ধন্যবাদ থাকিল।
সুন্দৰ কথা কৈছে দাদাই 👍👍👍সকলোৱে এইটোৱেই কব বিচাৰে
100% RIGHT BRO,,,,
জাতিৰ সষ্কৃতি ,,পৰম্পৰা সকলো শেষ কৰিব যেন পাইছো।
Borhiya kotha koise 👍👍👍rihgt
@@jitakalita5034 👍🙏
ভাল লাগিল মই যিবিলাক কথা কম বুলি ভাবি আছিলোঁ ।আজি আপুনি কলে ভাল লাগিল ।।sop go back
Right
ভেলাঘৰত থাকিলে কি কৰিব একোৱেই কৰিব নোৱাৰে কিয়নো আমাৰ অসমীয়া মানুহখিনিৰ আটাইতকৈ ডাঙৰ উৎসৱ মাঘ বিহু
হিমন্ত মামাক মানিছো কিন্তু কি কি যে কিমান নিয়ম সৃষ্টি কৰে😉😊ধন্য মামা 😇উৎজ্বল ভৱিষ্যৎ🙏
আপোনাৰ কথাত যুক্তি আছে🙏
Lagi thaka akhil dar dore pisot neta hobo paribo
@@nabadas6092 ১৫০০শ টকীয়া ভক্ত😂😂
Amar himont mama lokdawn di bahot Val pai
Excellent reply to protocol makers.. superb 👌
সচাঁ কথা ৷ সচাঁ কথা কবলৈ সাহস লাগিব ৷ ঠিকে কৈছে ৰজাঘৰীয়াই সকলো কৰিব পাৰে সাধাৰণ জনতাই একো কৰিব নোৱাৰে ৷
সুন্দৰ যুক্তিপূৰ্ণ বক্তব্য দাদা ৷
দাদা আপুনি একদম সছা কথা কৈছে
বহুত ধন্যবাদ ইমান সুন্দৰ চিন্তাধাৰা
সুন্দৰ যুক্তি আপোনাক ধন্যবাদ
আপোনাৰ কথাটো একেবাৰে সত্য হয় আপোনাৰ কথাটো যুক্তি আছে আৰু কি জানে সৰু মানুহৰ বাবে এইবোৰ আছে ডাঙৰ ধনী মানুহৰ বাবে নাই কি বুলি কম
এক কথাত কৱলৈ গ'লে ক'ৰণা কাৰোবাৰ কাৰণে অভিঁশাপ আৰু কাৰোবাৰ কাৰণে আৰ্শীবাদ
Ambani/ Adani hotor nisina dngr dngr buisnessman bilakor karone akhirbaad..... Aamar nisina manuhor karone obhihap
You are absolutely right brother.but what can I do???
সত্য সদায় জয়
কথাবোৰ যুক্তি সহকাৰে কোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ |
ঠিকেই কৈছে।
সচাঁ কথা কৈছে আপুনি
সচাঁ কথা🙏
দাদা আপোনাক লগ পোৱা হলে সম্বৰ্ধনা জনালোঁ হৈ। সঁচাকৈ আপুনি যুক্তি সংগত কথা কৈছে❤️❤️❤️
সঁচা, কথা কৈছে দাদাই
Absolutely right..private kam kra manuh khinir bhut asubidha hoise.besekh koi amar dre private teacher bor r
দাদাই কোৱা কথা বিলাক সচাঁ , কিন্তু কি কৰিম প্ৰশাসনৰ কথা নামনিলে পুলিচে অত্যাচাৰ কৰে।
ইমান সুন্দৰ কথা এনেকুৱা কৈ প্ৰতিবাদ কৰিলে হে
Thik kotha👍👍👍
Right selut
Thanks dada..... Balor SOP...
ভাল ফালিলে। মামাৰ চেনেলত এইটো ভিডিঅ দিলে পৃথিৱী লুটি খাই যাব। 😂😂
🤣🤣🤣
😂😂
Prithibi luti xai jabo !!!!......🤔........O olop derikoi he buji Palo 😂😂😂😂😂😂😂......😋😋😋
Dalal channel tue aibure ketiao telecast nokore
Johora mama kela
মামা কথা বালিত মোটা একেই কথা ,এইবাৰ এৰাত নাই | sop নামানো..😜😜
I love you.mai tumak biya pat
Digital dora🤣🤣🤣
@@shymantakoch1305 তোৰ ভনিয়েৰ লগত বিয়া পাত কুকুৰ পোৱালী😡😡
@@niharikadas7314 ভাল দিছা 👌
@@dharanimedhi ys...tet for tat...tq
একদম সচা কৈছে আপুনি।
অতি সুন্দৰ. বক্তব্য. আপোনালৈ আন্তৰিক. অভিনন্দন. থাকিল
Xosa kotha koise 👍
একদম মনৰ কথাবোৰ কৈছে দে👍👍👍
৪/৫ বছৰ বয়সত স্কুল যাব লগা শিশুৰ তিনিটা বছৰ লোকচান হৈছে , মানে ৭/৮ বছৰ হৈছে , আৰু ৩/৪ বছৰ লকডাওন হয় যদি শঙ্কৰদেৱৰ বয়সত মানে ১২ বছৰত যাব লাগিব । মামায়ে কি বা কব ?
মই Lakdown Lakdown word শুনিয়ে অশান্তি লগা হল, এতিয়া Lakdown দিলে আন্দোলন কৰিবলৈ বাধ্য হম
Right dada moi Akmot 🙏🙏👌
Thik koise himansu da.i agree
সুন্দৰ কথা কৈছে
Bhut Val kotha koisy apuni , tnx,,we are all carefully
Dada bahut hundor kota kole. Ami teo kota huna loge loge duniya lagise. Dosta boja kana kale corona nohobo aro dosta baja loyke bela ghor ot takile corona hobo.
We agree your comment bro...love from ladakh❤️
এক দম সচা কথা দাদা👍👍👍
সচাকৈ দাদা আপোনি থিকে কৈছে , মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্য মন্ত্ৰী মহোদয় আপোনালোকৰ যি মন যায় তাকে কৰে , আপোনালোকে যে মেল মিটিং যে কৰে তেতিয়া কি কৰুনা নাহে , জনসাধাৰণ বাবে কৰিলে কৰুনা আহে , ৰাইজনেতি কৰিলেই বুলি যি মন যায় তাকে কৰে , আমাৰ গাওঁৰ ভেলা ঘৰত কৰুনা নাহে ই , আপোনালোকে যে বিমান উঠি দূৰ দূৰনি মিটিং কৰি আহা যোৱা কৰে তেতিয়া কৰুনা নাহে , গাওঁৰ মাঘ বিহু মজা কি বুজি পাব , আপোনালোক ভি আই মানুহ ,
❤️❤️❤️❤️❤️dhnya kotha koise 🔥🔥🔥
Right
Maj rati he Korona ahe Prithibit
সঁচা কথাবোৰ যুক্তি সহকাৰে কোৱা বাবে ধন্যবাদ দাদা।
আয়ৈ দেহি , অসমীয়া মানুহক অসমত কভিডে দেখুন তামাছা দেখুৱাই আছে ।কিন্তু তথাপিও SOP লৈ বা: বা: দি থকা মানুহৰো তো শেষ নাই।
Great job.......val kotha koise.....apuni ....Ami namanu ভেলাঘৰত থাকিমে ।।
Akdom hosa kotha dada
দাদা বহুত বহুত ধন্যবাদ
তাৰ বাবে ধন্যবাদ
Sob khini kotha t e i point ase... very well said Himanshu Da..🙏
সছাকথা আমি স্বাধীন দেশৰ মানুহ ৷ ইলেকচন আহিলেই বন্ধ হয় ৰাতি ৷ আমাৰ মানুহবিলাকৰ আন্তৰিকতাও কমি গৈছে ৷
Arw ata khotha dada khula garit loi picnik at gole fine dhoriba dhani lukhe jabo paribo val garit dukhiya hokole kenekoi pariba dukhiya hokoleo to jaba mon thake
Dadai 100% usit kothai koise
Sorkari manuhor tu tension nai
Major pora
Middle class xokol bhugibo lage
Dadai ekdam right kotha koise,monar kotha khini mediar agat kuar babe dhanybad
Right solid
Dada apuni mur monor kotha koisei....👍👍🙏🙏
Right 👍👍👍👍💯💯💯
Tq dada bohut dinr pra wait kri asilu finally apni mur mnr kotha koi dile mediar agot .tq so much dada 👍👍👍👍
100℅ true dada. I agree with you
সঁচাকৈয়ে কিবা ভাবিলে আচৰিত যেন লাগে কি অশান্তিকৰ দিন বোৰ আহিল
আপুনি ঠিকে কৈছে 👌
Dada right
Dada bhal kotha koise aponi Aponar dore sakalo manuh olai ahibo lage Thanks
Salute দাদা,comment এটা নিলিখি নোৱাৰিলোঁ
Right dada
Thanks Br.. Your word. I agree.
Thanks brother, absolutely write
Acdom right koise ......
I love you jyotiks
ফাল্টু চৰকাৰ ।
Election ahile aku nathake anekua natk srkare panjab gujarat aiburt dekha kri
100% right....
Really . everyone should learn n come forward like this.
Absolutely right 👍👍
আপুনিও ৰাতি যদি ভেলা ঘৰত থাকিব লাইক এটা দিয়ক
সঁচা কথা
Khosa kotha
Hosa kotha dada thanks
💯% Right sir
সচা কথা 🙏🙏🙏👍
২ পালি ললেই অমৰ হোৱা পাৰি আৰু ওলাব পাৰি ,,,নোলোৱা বৰ ওলাব নোৱাৰি,,,এইটো আকৌ কি নিয়ম ,,
Right bro 100%asu apunar logot moi akmot
Well said 👍
Thanks Dada apuni bohut bhal kotha koise
100000000%%%%right