শীঘ্ৰে বৃদ্ধি হ’ব মন্ত্ৰী-বিধায়কৰ দৰমহা
Вставка
- Опубліковано 9 лип 2024
- মন্ত্ৰী-বিধায়কৰ দৰমহা, প্ৰাক্তন বিধায়কৰ পেঞ্চন আদি বৃদ্ধিৰ তত্পৰতাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ৰাজ্যৰ ২৮খনকৈ জিলাত বানৰ সংহাৰ, মূল্যবৃদ্ধিৰ জুইত অতিষ্ঠ জনসাধাৰণলৈ পিঠি দি নিজৰ দৰমহা, সা-সুবিধা বৃদ্ধিৰ বাবে আগবাঢ়িছে দিছপুৰীয়াসকল। চাৰিজনীয়া দৰমহা কমিটী গঠনক লৈ আনকি বিৰোধী জনপ্ৰতিনিধিয়েই সমালোচনা কৰিছে চৰকাৰক। জনপ্ৰতিনিধি বা ৰাজনৈতিক নেতাসকলে এই প্ৰসংগত ব্যক্ত কৰিছে নিজা নিজা প্ৰতিক্ৰিয়া।
#mla #minister #salary
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
Tax আৰু বঢ়াই দিয়ক
চি এম চাৰ অসমক কেনেকৈ বিশেষ ৰাজ্য মৰ্য্যদা দিব পৰা যাব এনেকৈ মন্ত্ৰী , বিধায়কৰ দৰমহা বেছি কৈ ললে ই হৈ যাব নি
2026 at bjp htao hba lgiba
akhil zinbad