তোমাৰ প্ৰতিতো গানত অসম ৰ মাটিৰ গোন্ধ সুপৰিস্ফূত হয় ই এক অন্য তম বৈশিষ্ট্য যিমান উচ্চ পৰ্যায়ৰ গান হলেও তুমি অসমৰ মাটি ,অসমৰ সংস্কৃতি ক পাহৰি নোযোৱাৰ বাবে অসমৰ প্ৰতিজন অসমীয়াৰ মনত স্হান লাভ কৰিবলৈ সক্ষম হৈছা চিৰদিন প্ৰতিজন অসমীয়াৰ মনত স্হান লাভ কৰা এই কামনাৰে বহুত বহুত মৰম তোমালৈ ! তোমাৰ শুভাকাংক্ষী।
Am odia girl yarr i am having crush on Assamese girl, wtf they so cute, their smile, eyes nose 😍😌💙they so simple and pure hearted and also assamese voice and songs are so beautiful, I was sad suddenly accidentally watching TV I switched to a assame music channel and and saw and listened to a beautiful assame song which was so beautiful mood refreshing 💙😍🙏 *love from odisha*
Mujhe Assamese language k Ganne bhut Pasand hai but Mai samjh nhi pata language ko,kya koi meri help Kar Sakta hai isko sikhne me *anybody*..plz plz.🙏🙏
Dhunia Lagise Video tu Sai♥️ Love From Kaliabor ♥️🔥🔥🔥🔥🔥🔥 Bijit Da Kusum Da Nishigandha Ba Xokoluke bohut Val lgise AXA Korisu enkoie Apunaluk Aguwai Jawok Notun Notun Gaan Xuniboloi pai Thkim buli AXA thkil ❣️❣️❣️❣️❣️❣️
কুসুম দাৰ এনেকুৱা গীতে মোক পাগল কৰি দিয়ে আৰু কাক কাক পাগল কৰি দিয়ে এটা লাইক 👍কৰি দিব ❤️ বহুত ধুনীয়া হৈছে গীতটো আৰু সুন্দৰ অভিনয় ❤️
Muk duniy lakaa
গীতটি এনেকুৱা ভাল লাগিছে যে কবলৈ ভাষা নাই। ককায়েকৰ প্ৰতিটো গান ভাল লাগে।মৰিগাওঁৰ মায়ঙৰ পৰা অশেষ অশেষ মৰম যাচিলোঁ ককাই। ককায়েকক সঁচাকৈ ভাল পোৱা সকলো মানুহে এটা এটাকৈ like দি যাব বুলি আশা ৰাখিলোঁ।
ককাই সহজ সৰল শব্দত এটি প্ৰাণ জোৰুৱা গীত, অসমীয়া হিচাপে এনেধৰণৰ গীতক জীয়াই ৰাখিবলৈ আপোনাৰ দৰে ব্যক্তিক সদায় শ্ৰুত্তাৰ বাবে প্ৰয়োজন
কৈলাশ দাক এটা কাৰণেই বহুত বেছি ভাল লাগে। সেইটো হ'ল দাদাৰ প্রতিটি গানতে বৰ অসমৰ জনজাতীয় লোকসকলৰ ভাৱধাৰা প্রকাশ পায়। উজনি অসমৰ থলুৱা অসমীয়া কথিত ভাষাৰ সুৱদি-সুৰীয়া শব্দ বোৰে কৈলাশ ককাই ৰ গান বোৰ বহুত চহকী কৰি তুলি তুলিছে। বহুত বেছি ভাল পাওঁ আপোনাক ককাই। লখিমপুৰৰ পৰা অলেখ মৰম আৰু শুভকামনা যাচিলোঁ তোমালৈLove you 🙏🙏🙏❤😘🧡❤❤❣️🙏🙏🙏
Exactly. Xeikarone Kuxum Koilakh or music amar karone bohuut besi important.
@@hritizgogoi3739 উম, আহোম হিচাপে বহুত গৌৰৱ কৰোঁ ককাই ক লৈ। 🌸🙏❤
@@chowlengdonahom1105 He represents our civilization - Borluit Xobhyota, Axom Hobhyota
@@hritizgogoi3739 Yes bro, Love it
Right thing king
ইমান সুন্দৰ গীত । বহুত ভাল লাগিল, এনেকুৱা গীত এটি আমাক উপহাৰ দিয়াৰ বাবে আপোনাৰ লগতে গীতটোৰ লগত জড়িত সকলো ব্যক্তিকে ধন্যবাদ জনালোঁ।
Wonderful.......
তোমাৰ প্ৰতিতো গানত অসম ৰ মাটিৰ গোন্ধ সুপৰিস্ফূত হয় ই এক অন্য তম বৈশিষ্ট্য যিমান উচ্চ পৰ্যায়ৰ গান হলেও তুমি অসমৰ মাটি ,অসমৰ সংস্কৃতি ক পাহৰি নোযোৱাৰ বাবে অসমৰ প্ৰতিজন অসমীয়াৰ মনত স্হান লাভ কৰিবলৈ সক্ষম হৈছা চিৰদিন প্ৰতিজন অসমীয়াৰ মনত স্হান লাভ কৰা এই কামনাৰে বহুত বহুত মৰম তোমালৈ ! তোমাৰ শুভাকাংক্ষী।
আমাৰ তাই খামিয়াং জনগোষ্ঠীটোৰ সাংস্কৃতিক ইমান সুন্দৰকৈ উপস্থাপন কৰিছে কুসুম দাদা বহুত বহুত ধন্যবাদ আপোনালৈ
ARPUNAR SUWALI NAKE
@@boikunthaborahborah2260 BBQvv BBC BBC Fc CNN GB it h ft tu yytujjjbtk'kapjyluui kill l
@@boikunthaborahborah2260 no
গীতটোৰ লগত জড়িত সকলো ব্যক্তি লৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
আমাৰ মৰমৰ গাঁৱ খন ধুনীয়া হৈছে 😍
Love from lakwa
ঘৰৰ ওচৰৰ বৌদ্ধ বিহাৰ মন্দিৰটো দেখি ভাল লাগিল।বাকী আপোনাৰ সকলো গানেই মোৰ খুবই প্রিয়💝
Am odia girl yarr i am having crush on Assamese girl, wtf they so cute, their smile, eyes nose 😍😌💙they so simple and pure hearted and also assamese voice and songs are so beautiful, I was sad suddenly accidentally watching TV I switched to a assame music channel and and saw and listened to a beautiful assame song which was so beautiful mood refreshing 💙😍🙏 *love from odisha*
Up
Ok love u
Love from Assam ❤️❤️
Hey m Assamese boy r u single
R u understand assamese language
Nice Video 👌
Love from lakhimpur ♥️♥️♥️♥️♥️kussum da you're the best always
অতি সুন্দৰ কুসুম দা । You are the best as always ❤️❤️❤️❤️
সুচাকৈ গীততি শুনি বহুত ভাল লাগিল.......... লাজুকী লাজুকী তগৰ ❣️❣️❣️............ এই গীততি আমাৰ মাজলৈ আগ বঢ়াই দিয়াৰ বাবে বহুত ধন্যবাদ কুসুম দালৈ ..........🥀🥀🥀❣️❣️.... মোৰো এটা সৰু ইউটিউব চেনেল আছে সকলোৱে মোৰ চেনেল টোক অলপমান মৰম দিব বুলি আশা থাকিল........😊😊❣️❣️...... জয় আই অসম ✊✊....🙏🙏
Oho nice song
অতি সুন্দৰ মনোৰম এটি অপূৰ্ব গীতৰ সৃষ্টি মধুৰতা
সুন্দৰ অভিনয়ৰ উপস্থাপন ভিডিওটো মননশীল মনোমোহা
লাজুকী ,সচাকৈয়ে বহুত ভাল লাগিল 😘😘এক নতুন নতুনত্ব গানটো 👌👌
Mojja lagli 🥰🥰😍😍photography mojja hoise 😍😍🥰🥰😘
Lajuki Togar And Kussum Kailash Jindabad..
So sad 😢 Kusum da 🌸✨
Love from sivsagor sonari Assam ♥️🥰.....
🥰🥰🥰🥰🥰🥰💞💞💞💞💞🧨🧨🧨🧨👍👌
আপোনালোকৰ মৰম বিচাৰি video টি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো। ভুল ত্রুটিবোৰ ধনাত্মক ভাবে দেখুৱাই দিব বুলি আশা কৰিলো ❤
গীতটো নুশুনাৰ আগতেই like কৰিছোঁ 🔥🔥🔥
খুব সুন্দৰ গীত ।
আপোনাৰ যিকোনো গীত শুনি বহুত ভাল পাওঁ ।
love from Jonai murkong selek..
সঁচাকৈ বৰ ভাল পাওঁ দাদাজনৰ গীতবোৰ।
শেষৰ খণ্ডত দেখোন দুখৰ শেষ নাই ,
গীতটিৰ ছবিখন বহুতে ভাল লাগিছে 🥰 🥰।
So nice song
Kussum da always my favorite 🥰
One of the best song ever sung by kusum kailas .... His voice is too sweet
Amazing & out standing....Dada lots of love from Nalbari....❤❤❤
Best wishes to the entire team.... ❤ khub dhuniya hoise both song and video
বহুত ভাল লাগিল❤কুসুম দাদা দিনে দিনে ধুনীয়া হৈ গৈ আছে দেখুন🤭
Hosake de
My favourite singer kussum da I love you kussum da 💞💞💞💞😍♥️♥️♥️♥️
Love from Gohpur kussum da🥺🤍
Nice song kusum da এই গানটো শেষ নহ'ল হেঁপাহ পলুৱাৰ
Kusum Da always rocks with his best lyrics
Nice song.❤️
Favorite singer 🎤🎤 kussum koilash
Lɪꜰᴇ ɪꜱ ᴀ ꜱнᴏʀᴛ ᴛʜɪɴɢ" ɢɪʀʟꜰʀɪᴇɴᴅ ɪꜱ ɴᴏᴛʜɪɴɢ....💔💔.... ᴍᴏᴛнᴇʀ ꜰᴀᴛнᴇʀ ᴀɴᴅ ɢᴏᴅꜱ ᴇvᴇʀʏᴛʜɪɴɢ 💖💖💖....ꜱᴜᴘᴘᴏʀᴛ ᴛᴏ ᴇvᴇʀʏᴛʜɪɴɢ ..... 💓💓💓
Hi
❤❤❤
Mar or murtu
So beautiful ❤️ and romantic song . Love you all. Best team work. All the best kussum koilash daa.❤️❤️👌🔥
Borhia hoise dei.. Amar khamyang gamusa, dress dekhi aru besi val lagise..❤️❤️❤️
Finally waiting is over ❤️🤗 Kussum daa lots of love from Gohpur ❤️
❤️❤️❤️❤️😀😀😀❤️❤️❤️😭😭😭😭😭
Mujhe Assamese language k Ganne bhut Pasand hai but Mai samjh nhi pata language ko,kya koi meri help Kar Sakta hai isko sikhne me *anybody*..plz plz.🙏🙏
Bohriya de bhale asone
O
@@kuldipsingh492 you want p
বহুত ধুনীয়া বা জনি ❤️❤️❤️❤️😘😘😘😘😘😘😘
Kusum da rock 🔥🔥❤
Lots of love to nishi,kushom kailash and all the team.. 🥰❤️
KUSSUM KAILASH✍❤
Nice song dada ❤️❤️ lovely
Dhunia Lagise Video tu Sai♥️ Love From Kaliabor ♥️🔥🔥🔥🔥🔥🔥 Bijit Da Kusum Da Nishigandha Ba Xokoluke bohut Val lgise AXA Korisu enkoie Apunaluk Aguwai Jawok Notun Notun Gaan Xuniboloi pai Thkim buli AXA thkil ❣️❣️❣️❣️❣️❣️
Thnq dei 🥰
@@bijitborpatra3670 walcome Kokai
Nishigandha sonowal...is my classmate at Salt brook academy..dibrugarh
@@shayanbakshi6611 tur murtu 🤣
@@mousumsonowal5983 mane ??
Koboloi bhakha nai kokaidew 💝🥰 ...... Unbelievable Cinematography 👉👈🔥🔥
My favourite singer kusum daa ❤️❤️❤️❤️
💖💖💖💖
আপুনাৰ Video টো চাই ভাল লাগিল । আপুনি এনেকৈয়ে আগুৱাই গৈ থাকক
আমাৰ মৰম সদায় আপোনাৰ লগত থাকিব
Nice song.I heard this song more than 10 times😊😊😊
Kusum দাই আৰু বিজিত দা ৰ লগত আৰু কাম নকৰে।😀😀😀 Just joking about this ,so beautiful and outte ding video 🔥🔥🔥🔥
Dhokaaa d dilu o 😅😅😅 eri thoi golge muk hihi
Kusum da is back 🤘😎
প্ৰথমে সকলোলৈকে শোভেচ্ছা জনালোঁ। ধুনীয়া হৈছে। আৰু বিজিত তুমি ক্লা ককাই ভাগ মালটো পটাই ল'লা?
Haha Potai loi golu o 😅😅
@@bijitborpatra3670 শোভেচ্ছাৰ লগতে অভিনন্দন জনালোঁ।
❤অৱশেষত লাজুকি____❤😙bohut vl lagil gan Tu 🤗
Muruu.. 😍😘
Mozza kusum daa Veri nice ❤️❤️❤️❤️👍👌
Mojja song video 👌👌❤️❤️
Wow .... Dishangpani Sukhmol Shyam...
Nice song.❤️
Kusum daa apuni 🔥🔥
Best wishes to team, Bohut besi dhuniya hyse.
ধূনীয়া কৈ আপোনালোকে গানটো বনালে শুনি ভাল লাগিল। আৰু এনেকোৱা ধৰনৰ গান আগলৈ শুনিবলৈ পাম বুলি আশা কৰিলো। #MrinmoySect
Nice song , Kussum da 😍😍❤️❤️❤️
আমাৰ ভাতৃ জনগোষ্ঠী 'খাময়াং' সকলৰ সংস্কৃতিক ইমান সুন্দৰকৈ উপস্থাপন কৰিছে, দাদাই , বহুত বহুত ধন্যবাদ তোমালৈ🙏🙏🙏🙏🙏🙏
Tai aaiton nhoi aya tai khamyang hoie
@@bipanshishyam7947 অহ, খাময়াং ও আমাৰ ভাতৃ জনগোষ্ঠী য়েই হয় 🌸 , বাই🙏🙏🙏🌹
আমি একেই মানুহ, তাঈ🙏🙏🙏🙏❤
Kusum Koilash is the most important musician of our generation. Also check out Jutimala Borgohain
Always kussum lover❤
Love from moran ❣️❣️❣️kussum da same place same colony 😘❣️
Love from lakhimpur 🥰🥰😍🥰
মোৰ দৰে আৰু কোনে কোনে কমেন্ট পঢ়ি আছা,,লাইক কৰা
Love you kussum daa 💯❤️
My favourite song😍😍
Mojja kussum da ❤❤💞
Nice 🔥🔥🔥
Nice song 💫
@bijit borpatra ককাই তোমাক এৰি থৈ গল যে কেনেকৈ যাব এতিয়া ঘৰলৈ
Kussum daa apunar gaan bohut vl lge ❤❤❤
Nice song.
BIJIT is such a cutie.... Liked him a lot.
🥰🥰
Thnq 😍
Next level 💕
💕💕💕❣️❣️🥰😍😍
Lovely video , song ......
Lovely ❤❤
Mojjjaaa 🤟🤟🤟🤟🤟 finishing tu hvvy
অতি সুন্দৰ ভিডিঅ'গীত 🙏🙏🙏
কুসুম দাদালৈ বহুত বহুত ধন্যবাদ জনালোঁ ইমান ধুনীয়া গান এটি ৰাইজলৈ আগবঢ়োৱা বাবে।।।
Oh nice song
Oh nice song
I love you this song ❤️❤️❤️
Kusum da 💚💚💚
অতি সুন্দৰ 🥀😍
Hundor kaideu 👌❤
গোলাঘাটৰ পৰা মৰম জাচিলো 🤗😚
Hvy lagisa Bijit da Ag bahi jua.Kusum dar voice jui
Thnq
@@bijitborpatra3670 wc
অতি সুন্দৰ 😍🥰
Love from GOGAMUKH
Mojja😎 Just listening this a smile come to my face 😘🥰🥰🥰
Mojaa hoisy ❤️❤️❤️❤️❤️❤️
Kussum koilash ok bhut supott disu mur falor pora ag . bahi jwa ................❤
Boroxunor Tupal,Xagoror Dore Bikhal ,Xosai Kussum Dar Kontho Bor Moromiyal. Bohut Bohut Val Lagil Video Song Tu Sai . Love From Sivasagar ❤️🥳❤️
Dekhile nhoi ajoni sualiye dile borbad kori😂😂😂
Haha 😜😜🥰🥰
বহুত ধুনীয়া হৈছে গীতটো আৰু সুন্দৰ অভিনয় ❤️ শেষৰ খিনিয়ে অন্তৰ চুই গৈছে 💕❤️
Boss 🔥🔥
Love you
So beautiful😍😍😍😘😘😘😘💓💓💕💕❤❤👍👍
The actress...nishigandha sonowal ..is my classmate at Salt brook academy ..dibrugarh..
Beautiful ❤️
👍🏻👍🏻👍🏻❤️❤️❤️🙏🙏🙏
Wow 🔥 I love this 😍 songs 😍
Soo Buteful love from kakotiBari kushum da