Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সচাকে বৰ দুখ লাগিছে ,এটা সত্বা হেৰাই গল ,তেখেতৰ গীতবোৰ শুনি খুউব ভাল পাইছিলো ,তেখেতৰ অকাল মৃত্যুত অসমীয়া জাতি আজি ম্ৰিয়মাণ ।তেখেতৰ আত্মাই চিৰশান্তি পাওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালো 🙏
ৰাজীৱ সদিয়া অদ্বিতীয়। এখেতৰ জাতি মাটিৰ গান শুনি নিজকে তুলি লৈ গৌৰৱান্বিত হৈছিলো। নাগৰিকত্ব সংশোধনী বিধায়ক আইন হৈ পৰাত..। এতিয়া চাইন্স জাৰনীৰ নেচনেল ডিবেত {(Science Journey) ৰ Rational World' Live Debate}চাই দেশৰ সঁচা ইতিহাস বুজি আছো।
জীয়াই থাকোঁতে বাতৰি নকৰিলা,মৰাৰ পিছত প্ৰসংশা কৰিছা,আগতে কৰাহলে তেওঁ আৰু আগবাঢ়িলে হেতেন
ৰাজীৱ শদিয়া সদায় মানুহৰ মনত ৰাজীৱ অসম হৈ জীয়াই থাকিব । এইয়া তেওঁৰ অসমীয়াৰ বাবে আজীৱন নিস্বাৰ্থ ভাবেৰে কৰি যোৱা কৰ্মৰ ফল। আজিৰ এই স্বাৰ্থপৰ সমাজত এনেকোৱা খুব কমসংখ্যক মানুহৰহে জন্ম হয় যিয়ে কেৱল মাত্ৰ জাতিতোৰ বাবে জীয়াই থাকিব বিচাৰে আৰু জীয়াই থাকে ।🙏
শৃংখল দাই কোৱা কথাষাৰে অন্তৰ চুইগল বহুত দূখ লাগিলে😢😢❤
ৰাজীৱ দা আকৌ পৃথিৱীৰ লৈ বেলেগ ৰুপলৈ জন্ম হয় যেন
Val katha koise dadai❤❤❤
অশেষ ধন্য বাদ শলিহাদেব
Hundar dada upadekh, gayak band Karan, sarkare porialak Sabi lagibo
Nice kisna da ❤
❤❤❤❤❤
Hoi Right kotha
Thik koiche aapuni.
Krishna Moni dai thikeie koise
Thik kotha koise.gonsilopi jonole ases srodhanjoli jonaiso.
Rajib dada amar majut jiya rakihm
Val g
Ami xakalue Himanta sir k anurudh karisu Rajiv Sadia r parialok shangsthapan diok
Ok
Jote thakok valei thakok
Bor dukh lagise😢
Val manuhbur hunkalei gusi jy amar majopora
😢😢😢😢😢😢😢😢😢
Dukh lagise
কি ডাঙৰ ডাঙৰ গায়ক আছে।এটাও নাই। নিজৰ শিল্পী সমাজৰ এজন দেশৰ কাৰণে, জাতিৰ কাৰণে, মাটিৰ কাৰণে গীত গোৱা শিল্পীক মৰাৰ পাছতো সম্মান দিব নাজানে, সেইবোৰ শিল্পী বুলি নকয়, অজ্ঞানী গৰুৰ গায়ক বুলি কব লাগে।
Vl vl bahut teneka aru nolabo manuh
Right
Himonto bishuyo Sormah loi anurudh j ., Hantanti aruo potni gorakir babe eti sthaye sonsthaponor bebostha koribo diyok
Saku Pani olai ahise bhai
😢😢😢😢
Who is the Zubeen 😡
আনে এনে গীত গাবলৈ নোৱাৰে।
😂😂😂😂
Jubeen kio kala tenekoi

Himonto bishuyo Sormah loi anurudh j .
, Hantanti aruo potni gorakir babe eti sthaye sonsthaponor bebostha koribo diyok
Saku Pani olai ahise bhai
😢😢😢😢
Who is the Zubeen 😡
আনে এনে গীত গাবলৈ নোৱাৰে।
😂😂😂😂
Jubeen kio kala tenekoi
Right
❤❤❤❤❤