বিয়া খন হে নাপাতে কিয় - Why Boys don't want to marry now a days - Dimpu Baruah

Поділитися
Вставка
  • Опубліковано 28 лис 2024

КОМЕНТАРІ • 2,8 тис.

  • @DimpuBaruah
    @DimpuBaruah  Місяць тому +184

    Buy a Term Plan & Get Online Discounts Up to 10%👇
    tinyurl.com/3bz2ns6p

    • @AkhtarAli-np1kc
      @AkhtarAli-np1kc Місяць тому +7

      Bhai single appi a nai

    • @playerone7271
      @playerone7271 Місяць тому +4

      2mi kio nai pota 1st hai2 kua sn

    • @mangovolgs9997
      @mangovolgs9997 Місяць тому +3

      Time t kunu insurance kamot nahy janu ami 😂

    • @NxInjam
      @NxInjam Місяць тому

      Tor haxok nai bia patibo kam noho bo

    • @gsmsolution8399
      @gsmsolution8399 Місяць тому

      Right all bookings 😂😂​@@AkhtarAli-np1kc

  • @firefact7642
    @firefact7642 Місяць тому +348

    একদম সঁচা কথা কলে, মানে মনৰ কথাখিনিয়ে কলে। ভাল লাগিল ❤

  • @dipjyotisvlogs5352
    @dipjyotisvlogs5352 Місяць тому +195

    100% সচাঁ কথা কৈছে দিম্পু দা
    এই কাৰণে আপুনি আমাৰ সদায় প্ৰিয়❤
    একেবাৰে আমাৰ মনৰ কথা কৈ দিয়ে😌😎

  • @pujaboro5634
    @pujaboro5634 Місяць тому +7

    সচাঁই কৈছে । আপুনি যে এটা এটা point কথাষাৰ কলে 100 শতাংশ সত্য। ধন্যবাদ জ্ঞাপন কৰিলো আপোনাৰ পৰা মানে video ৰ জৰিয়তেই শিকিব পাইছো। নজনা কথা জানিব পাৰিছো । _________

  • @PorashEngti-s8l
    @PorashEngti-s8l 3 дні тому

    কথাখিনিয়ে মন চুই গল ডিম্পো দা ❤❤❤

  • @debarambey
    @debarambey Місяць тому +38

    একদম সঁচা কথা, 100% মই যিটো মনৰ কথা ভাবিছোঁ, হে কথা খিনি মিলিছে, ❤

  • @shyamoleephukan2798
    @shyamoleephukan2798 Місяць тому +50

    আইনে মহিলাৰ কথা শুনে কিয়নো বহু বছৰ ধৰি মহিলাৰ ওপৰত অত্যাচাৰ চলোৱা হ'ল .. স্বামীয়েও অত্যাচাৰ চলাই আৰু সমাজ ব্যৱস্থাইও .. তাৰ বাবে আইন বোৰ প্ৰণয়ন কৰা হ'ল .. বৰ্তমানো চলিয়ে আছে .. তাৰ বিপৰীতে কিছুমান ছোৱালীয়ে তাৰ ভুল ফায়দা নোথোৱাকৈও থকা নাই ... কিন্তু ইমান আইন লগোৱাৰ পাছতো দেশত মহিলাৰ ওপৰত crime কিয় বেছি হয় তাক হে ধৰিব নোৱাৰিছো .. বিয়াৰ পাছত হোৱা অত্যাচাৰ বোৰ দেখি বহুত ছোৱালীয়ে ভয় কৰে বিয়া হ'বলৈ .. সেইবাবে নিজে independent হৈ career বনাবলৈ চায় ..মোৰ বোধেৰে তাত কোনো ভুল নাই .. লগতে নিজৰে এটা সপোন থাকে প্ৰতিজনী ছোৱালীৰ .. জীৱনত কিবা ভাল চাকৰি অথবা আন কিবা ভাল কাম কৰিবলৈ .. কিন্তু তাৰ পাছতো যেতিয়া বিয়াৰ সময়ত ছোৱালীজনীক তাইৰ সপোনৰ চাকৰিটো এৰি দিবলৈ কোৱা হয় .. তেনেকুৱা family টো কোনেও নিবিচাৰে ন .. এনেকুৱা ধৰণৰ সমাজ ব্যৱস্থাক আমি কেনেদৰে accept কৰিম ..
    আৰু আমাৰ দেশত বিয়া নপতা পু্ৰুষতকৈ crime against woman before and after marriage ৰ হাৰ বহুত বেছি .. তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে ..
    আৰু এজনী ছোৱালীয়ে income কৰি থকাৰ পাছত ছোৱালীজনীক যদি ঘৰৰ কাম কৰিবলৈ কোৱা হয় তেতিয়া ছোৱালীজনীয়ে নিশ্চয় মানা কৰিব .. মোৰ বোধেৰে এজনী ছোৱালীয়ে income কৰা মানেই আধুনিকতা বুলি মই নাভাবো ... বহুতো ছোৱালীয়ে আধুনিকতাৰ নামত যি vulgerity দেখুৱায় সেয়া অতিশয় লজ্জাজনক .. সেয়া নিশ্চয়কৈ কোনো সভ্য সমাজৰ চিন নহয় ..
    আৰু কোৱা হৈছে যে সমাজে ছোৱালীক independency দিছে .. independency ল'ৰা আৰু ছোৱালীক ভগৱানে সমানেই দি পঠাইছে .. কিন্তু ভাগ ভাগ কৰিলে সমাজেহে .. পুৰুষ আৰু মহিলাৰ স্থান সমাজত সদায় সমান হোৱা উচিত .. সেয়া প্ৰতিজনী ছোৱালীয়ে বিচাৰে ...

  • @HiteshPathak-z9y
    @HiteshPathak-z9y Місяць тому +52

    Dimpu বহুত ভাল কথা কাছে
    একেবাৰে নিৰভেজাল বাস্তব সচাঁ কথা
    বহুত ধন্যবাদ

  • @dhiramanidas7292
    @dhiramanidas7292 Місяць тому +23

    Dimpu dada tumi iman under-rated bostu eta iman xohos dora bujai dila bohut val lagil video to sai hopefully ago lage o ankwa topic ani thakiba buli akha korilu God Bless You Dada 🤍

  • @SayedDynamicstudio
    @SayedDynamicstudio Місяць тому +2

    আমাদের '' ইমান '' কমজোর তাহাই Late হয়।
    Dimpu Da তুমি সমাজের খুব গুরুত্ব পূর্ণ point তুলে ধরেছো , ধন্যবাদ ,

  • @Alomfromassam
    @Alomfromassam Місяць тому +4

    ইয়াৰ কাৰণটো কবলৈ গলেই তো আমি মুছলিম, আমি ছোৱালীক freedom নিদিওঁ, এনেকুৱা অভিযোগ আহে,, কিন্তু এটা কথা জানিও নজনাৰ ভাও ধৰি থাকে, কথাটো হল লৰা ছোৱালীক freedom তু দিলেই, কিন্তু কিন্তু ইহঁতি নিজকে freedom বুলি ভাবি গোপনে এনেকুৱা কু- কাৰ্য কৰে যাৰ কাৰণে হিহঁতি বিয়া পাতিব নোখোজে, কাৰণ যৌৱনৰ ইচ্ছা তু পুৰা হৈয়েই আছে বিয়া পাতি কি লাভ, In fact, this is the truth😢😢. কথাটো directly কলো কোনোবাই বেয়া পাব পাৰে,

  • @kaushik-g516
    @kaushik-g516 Місяць тому +38

    Gutei kotha burei xosa dimpu.. i am surviving this phase . 100% right...

  • @smrjt9102
    @smrjt9102 Місяць тому +32

    Ultimate topic Aitu. Salute from all the boys

  • @abhijeethdr5920
    @abhijeethdr5920 Місяць тому +49

    Right 💯% m too...from this generation...moi enekoie happy asu dei❤❤

  • @mahendrarabha6060
    @mahendrarabha6060 Місяць тому

    ভাল উপমাৰে vedio ৰে জনোবাৰ বাবে বহুত বহুত ধন্যবাদ। ।

  • @deepaojah4098
    @deepaojah4098 Місяць тому +91

    আপুনি অকল ল'ৰাৰ sisd হৈ কথাটো ক'লে মানে মামাৰ কথাখিনি ৰ ওপৰত explaination দিলে অকল ল'ৰাৰ side হৈ। আজিকালি ছোৱালী বোৰেও যে বিয়া হবলৈ ভয় কৰা হৈছে বিয়াৰ পিছত ল'ৰাবোৰে কৰা ছোৱালীৰ ওপৰত নিৰ্যাতনৰ বাবে। মই ভাবো ছোৱালী বোৰ independent এই কাৰণে হ'বলৈ বিচাৰে যে বিয়াৰ পিছত হে ল'ৰাৰ আচল ৰূপ দেখা পোৱা যায়। বিয়াৰ পিছত ছোৱালী বোৰে শাৰীৰিক, মানসিক সকলো ফালৰপৰা নিৰ্যাতন ভূগিবলগীয়া হয় নিজৰ স্বামীৰ পৰা, শহুৰেকৰ ঘৰৰ মানুহখিনিৰ পৰা ।

    • @jad45
      @jad45 Місяць тому +14

      @@deepaojah4098 hoi, tumr ktha tu misa nhoi. Kintu ajikali loraburu bhuktobhugi hbo loga hoise karon esam mohilae ainor opobyobohar kora dekha aru xuna goise. Video tur topic hoise lorar uporot je ajikali lorabure kiyo biya patibo nukhuje. Explanation topic'r accordingly kora jai.
      Example : suppose tumak gorur uporot rosona likhibo dise. Tumi thodi naa sagolir uporot rosona likhibo jaba. 😂😂

    • @BornaliGogoi-sg5zq
      @BornaliGogoi-sg5zq Місяць тому +11

      মুঠৰ ওপৰত এটাই কথা যে সকলো লৰা একে নহয় আৰু সকলো ছোৱালী একে নহয় অৰ্থাৎ কিছুমান লৰা ভাল থাকে আৰু কিছুমান ছোৱালী আৰু কিছুমান লৰা বেয়া থাকে আৰু কিছুমান ছোৱালী বেয়া থাকে so লৰা ছোৱালী সকলো ৰ ভুল আৰু শুদ্ধ সমান কোনোটো কে বেছি ভাল বেছি বেয়া বুলি compare কৰিব নোৱাৰি 🙏🙏🙏🙏

    • @sanjaykoushik9839
      @sanjaykoushik9839 Місяць тому +2

      jotokootor ghai suwaliburei hoi. suwaliye paisa he sini pai. Morom val puwa sini napai.

    • @jimidas7050
      @jimidas7050 Місяць тому +3

      Kot nu okl suwali... Kmn korai nirjaton xohe... Ghre ghre hole gm pba... Sariberor mjt bht lorai o njr dukh kstok lukuwai rakhe ... Moi ajoni suwali a hoi.... Kintu xokolore hoi kbo lgibo.... Suwali kisumn o bht bsi bya thke

    • @baishyavlogs2874
      @baishyavlogs2874 Місяць тому

      ​@@jimidas7050xela kotha baad dee biya patbi na napta xetu koh.

  • @Champak_Barchung
    @Champak_Barchung Місяць тому +522

    ব্ৰহ্মচাৰী হওক সুখত থাকক ।।😅

  • @jaishreeram9655
    @jaishreeram9655 Місяць тому +160

    ল'ৰা এজনেও বিচাৰে বিয়া পাতিব, কিন্তু চৰকাৰী চাকৰি ন'হলে ছোৱালীয়ে নেপায়। ভাল পোৱা থাকিলেও চাকৰি ন'হলে ঘৰৰ মানুহে নিদিয়ে ন'হলে ছোৱালী জনীৰে মন নোহোৱা হয়। আগতেও খেতি মাটি যাৰ বেছি সি ভাল ছোৱালী পাইছিল। আচলতে ল'ৰা এজনে সময়ত বিয়া পাতিব বিচাৰে কিন্তু ছোৱালী নেপায়। প্ৰেম বিবাহ টো এতিয়া ১% আছে। সকলো কথা গৈ টকা পইচাত ফাচি যায়

    • @LuxlifeAuto
      @LuxlifeAuto Місяць тому

      Right 😢

    • @adassamesevlog4408
      @adassamesevlog4408 Місяць тому +2

      Ak dom thik

    • @kailashdas1140
      @kailashdas1140 Місяць тому

      Really... Mr lgt sei2 a brtmn hoise... Government job nai krne swali r ghr r mnuh a mule taik nidi a aru taio ghr r mnuh k arib noware... Gtk sb akha bad d single hoi bhi aso

    • @jaishreeram9655
      @jaishreeram9655 Місяць тому

      @@kailashdas1140 জীৱন টোৱে তেনেকুৱা আমাৰ চৰকাৰী চাকৰি নোহোৱা কেইটাৰ । মই এজন আ চি উ টেকনিচিয়ান হয়, মই এটা চৰকাৰী চাকৰিত কৈ বৰ্তমান বেছি উপাৰ্জন কৰি আছো কিন্তু নিদিয়ে কিয়নো আমাৰ চাকৰি ৰ বোলে সুৰক্ষিত নহয়। এতিয়া ছোৱালী ও মন এৰিছে ভাল চাকৰি কৰা ল'ৰাই চাব আহি আছে। এতিয়া বিয়া বাৰু মন এৰিলো চিংগেল জীৱন কটাম মা দেউতাৰ লগত।

    • @GyanjyotiNath-ou5nw
      @GyanjyotiNath-ou5nw Місяць тому

      @@jaishreeram9655 ekdom right i agree 💯 , mon jaai but problem tu xeitu

  • @BiplobGogoi-f3w
    @BiplobGogoi-f3w Місяць тому +45

    একদম মনৰ কথা ভাল লাগিল Video টোৰ চাই ❤

  • @pranjitzubeenian1780
    @pranjitzubeenian1780 Місяць тому +8

    মই লৰা হিচাপে মন্তব্য এটা কৰিলোঁ যে বিয়া প্ৰায় 32 মানত কৰিবলৈ মন।কাৰণ প্ৰথমে আৰ্থিক ভাৱে সবল হৈ লব লাগিব।নহলে বিয়াৰ পিছত পৰিয়াল সুখী নহব।

  • @birbalmaslai4674
    @birbalmaslai4674 Місяць тому +3

    Right kotha koisa dimpu daa

  • @anonymous-ru3ti
    @anonymous-ru3ti Місяць тому +8

    Dhuniya dimpu da....that type of awareness toget in track of our blind modern society is much needed at this time

  • @manavk4088
    @manavk4088 Місяць тому +5

    Salute dimpu...
    Tumi ekdum thik kotha koisa....
    Ajikali suwali besi modern & follow korei Western tradition...
    Sample dekhi biya pota essa nai....

  • @imutpall
    @imutpall Місяць тому +310

    কথাবোৰ শুনি কোনে সঁচা বুলি ভাবা like kora 😊👍

  • @DevidRay-v3e
    @DevidRay-v3e Місяць тому

    Akdom xosa kotha ..anekuya hoise atiya❤❤ val lagil kothakhini ...!

  • @AbdulHannan-x4e
    @AbdulHannan-x4e Місяць тому +9

    All the points you have said absolutely correct 😢

  • @MRDHARMADAS
    @MRDHARMADAS Місяць тому +7

    100% Right Dimpu daa akdom khosa kotha koise ❤❤❤❤❤🎉🎉🎉

  • @humenbhuyan4088
    @humenbhuyan4088 Місяць тому +171

    স্বাৱলম্বী নোহোৱা লৈকে বিয়া নাপাতাটোৱে ঠিক।

  • @kalyanikakati8968
    @kalyanikakati8968 Місяць тому +17

    বহুত ভাল লাগিল দেই তোমাৰ এই ভিডিঅ চাই

  • @Dda8060
    @Dda8060 27 днів тому

    Good that you have covered alimony/maintenance,false dowry cases..

  • @Khonhaque
    @Khonhaque Місяць тому +10

    ব্ৰহ্মচাৰী হওক সুখত থাকক।।❤❤

  • @JayashreeDas-d9p
    @JayashreeDas-d9p Місяць тому +11

    বহুত ভাল লাগিল কথা খিনি শুনি 😌 dimpu da ♥

  • @deltaone2882
    @deltaone2882 Місяць тому +394

    হাত মাৰক সুখী থাকক

  • @mainaoxomi1438
    @mainaoxomi1438 Місяць тому +18

    Ok done , আহোঁ আহোঁ কৈয়ে আছিল কাইলৈ লৈ আহিম☺️♥️

  • @thesadrihungkar9594
    @thesadrihungkar9594 Місяць тому +1

    বহুত ধুনীয়াকৈ কথাবোৰ বুজাই দিলে।

  • @MonojRabha-k3c
    @MonojRabha-k3c Місяць тому

    dimpu dar kothabur xsakoi xunibo lga ktha .......dimpu da aibur ktha kenekoi apunar maindt ahe.......😇👏

  • @dipikakhound7805
    @dipikakhound7805 Місяць тому +11

    ভিডিঅ' টোত তোমাৰ কথাখিনি বৰ ভাল লাগিল ডিম্পু। একেবাৰে সঁচা কথা কৈছা। বহুত ধন্যবাদ জনালো তোমাক। তোমাৰ কথাখিনিয়ে নতুন প্ৰজন্মক অলপ হ'লেও চকু মেল খুৱাব বুলি আশা কৰিলো 😊😊

  • @AfreenAlfaaz
    @AfreenAlfaaz Місяць тому +4

    Bohut helpful video ❤️ val lagil

  • @স্মৃতিৰসঁফুৰা

    ভালপোৱাত আৰ্থিক সংকট তেনে নগণ্য হৈ যায় যদি মনে মিলা বিয়া পাতিব পৰা ছোৱালী এজনী লগত থাকে।
    Arrange বিয়াৰ ক্ষেত্ৰত লৰাই কি কৰে প্ৰশ্নটোৰ উত্তৰ দিবলৈ বৰ জটিল কাৰণ ছোৱালীৰ পৰিয়ালক লৰাৰ যোগ্যতাক সৈমান কৰা সহজ নহয়।আৰু কিবাকে সৈমান কৰালেও পিছলৈ ভয় লাগে তাইবা আগত কাৰ লগত কি সম্পৰ্ক ৰাখিছিল তুলনাত মই যদি কম হৈ যাওঁ মই অৱহেলিত হ'ম নেকি??

  • @sarmaapurbasarma734
    @sarmaapurbasarma734 Місяць тому

    100%
    tom right Dimphu.....This was was the most important Video I have ever seen....👍

  • @beonbasumatary4482
    @beonbasumatary4482 6 днів тому

    Good Topics Moi Akha Kori Asil kun etu topics or kotha patbo

  • @lovelyassam9974
    @lovelyassam9974 Місяць тому +8

    Ki kom mur bhakha nai ..... Apunar Dimpu Baruah Chenel Tut jiman video aahe moi xokolu bur sau... Kin2 ey2 Chenal t apunar One of the best video hoi bucz apuni video Tut jikhini kotha koise protitu kotha milise 🙏🏻🫡

  • @অসমৰভিখাৰী
    @অসমৰভিখাৰী Місяць тому +7

    দৰকাৰ পৰিলে বাৰি মাৰি শুই থাকক সুখত থাকিব 👍👍

  • @DipjyotiDas-111
    @DipjyotiDas-111 Місяць тому +20

    100% Right Dimpu Da...Aji-kli Biya patibo Voi o lage aru Mon o najai...Karon aji-klir din ot Prem-Vl puwa buli o ako bostu nai...Xokolo a kebol Poisar vukha...Aru Xosa Vl puwa buli aji-klir din ot ako nai jar Poisa ase xei a Dhuniya-Vl Swali pabo aji-kali...Logote vlke Life ot goti lagute o 30-31 bosor lagi a jai...🙂

    • @powergaming617
      @powergaming617 Місяць тому +1

      Dimpu thike koisa aji homas khan bohut beya hal manubure lukoa dekhi Kam kore ase

  • @s.B.__creatooorrr
    @s.B.__creatooorrr Місяць тому

    100% hosa. Bohut bhal lagil dimpu da apunar kotha khini huni.👍

  • @GK-hm3bh
    @GK-hm3bh Місяць тому

    Everything good 👍
    Dimpu, please avoid repeated sayings of the word 'kiba kibi '
    All the best 👍

  • @PranAxom
    @PranAxom Місяць тому +17

    Focus on goals
    Not on Holes 🎉

  • @DEBOJIT-123-gamarays
    @DEBOJIT-123-gamarays Місяць тому +5

    ধৈনবাদ dimpu daa aji আপুনি আমাৰ সকলোৰে মনৰ কথাখিনি মুকলি কৈ কলে 😢😢😢

  • @kanakrabha3239
    @kanakrabha3239 Місяць тому +170

    পাতিব খুজিলে ও ছোৱালী বোৰে চাকৰি নোহোৱা কাৰণে বিয়া হব নোখোজে সেই কাৰণে single থাকিব লগীয়া হৈছে লোৰাবৰে , চাকৰি নাই যাৰ তিৰি নাই তাৰ।

  • @FarukKhan-gl1lw
    @FarukKhan-gl1lw Місяць тому

    Dimpu da ekdom right kotha 💯

  • @Swaggy492
    @Swaggy492 Місяць тому +4

    Claiming something without solid proof and then turning off comments to avoid accountability is not the way to handle a sensitive issue. If you are confident in your story, you should allow open discussion and be ready to back it up with facts. Shutting down feedback only raises doubts.

  • @flyingbird131
    @flyingbird131 Місяць тому +66

    সৰুৰে পৰা বিয়া মানেই মোৰ বাবে কিবা এটা সাংঘাতিক ভয়ংকৰ বস্তু।মই দেখা বিয়া পতা মানুহবোৰৰ ভিতৰত আটাইতকৈ বেছি অত্যাচাৰৰ সন্মুখীন হৈছে মহিলাসকলেই। বৃদ্ধৰ পৰা কেঁচুৱা লৈকে শাৰিৰীক মানসিকভাৱে অতিকৈ লোকচানৰ সন্মুখীন হোৱা মানুহখিনিয়ে হৈছে মহিলা।💔
    মোৰ বাবে বিয়াৰ সংজ্ঞা নৰক যন্ত্ৰণাৰ বাদে একো নহয়।

    • @jad45
      @jad45 Місяць тому +1

      Bujisu, tumr kotha tu xosa. Kintu ajikali purukheu pratarit hobo loga hoise aini byobosthar babe karon aine besikoi mohilar kotha xune.

    • @momotazbegum9970
      @momotazbegum9970 Місяць тому

      Agree

    • @deepjyotisaharia2059
      @deepjyotisaharia2059 Місяць тому

      মাৰৰ কতিখন 🖕🤬 বুৰ্বকটো চাল্লা

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Місяць тому +10

    অতি সুন্দৰ❤

  • @dibyogamingff.2005.
    @dibyogamingff.2005. Місяць тому +403

    Dimpu da ❤sorkari sakori jar xundori potni tar 😂❤
    Free fire khela bure. Mur channel tu suwa abar

  • @Chandan-9703
    @Chandan-9703 25 днів тому

    সুন্দৰ বহুত ভাল লাগিল।❤

  • @devidzing1305
    @devidzing1305 Місяць тому +1

    definitely bro...m 30 earning well but not even 1% interested to married someone...

  • @Withhprcreation
    @Withhprcreation Місяць тому +23

    তোৰ এই কথাবোৰ জনাৰ পিছত বিয়া পতা কেইটাও motivation হেৰুৱাব😂

    • @MrinmayChakravarty-jf4nr
      @MrinmayChakravarty-jf4nr Місяць тому

      😂

    • @Babulal_23
      @Babulal_23 Місяць тому

      Bhai moi crush jonik biya patim buli bhabilsilu etiya atu video sai biya patiboley bhoi lagi aase 😂😂

    • @Withhprcreation
      @Withhprcreation Місяць тому

      @@Babulal_23 paat biya valke rakhbi kajia nkrake

    • @Sbrahma717
      @Sbrahma717 Місяць тому

      ​@@Babulal_23 Use condom save Earth ✅

  • @Rolex__ff739
    @Rolex__ff739 Місяць тому +58

    Axom or xokolu lorar respect or karone ata like 😢

  • @BikashKuli-r6s
    @BikashKuli-r6s Місяць тому +101

    Kune kune ane obostat ase like kora😂😂

  • @bananidaskhakhlari5377
    @bananidaskhakhlari5377 Місяць тому

    100% agreed with your points

  • @jyotimantalukdar5030
    @jyotimantalukdar5030 Місяць тому

    100% right for your speech.

  • @AnkurKalita-j8g
    @AnkurKalita-j8g Місяць тому +4

    4:32 dimpu daa right 👍🏻

  • @michaelvlogs4811
    @michaelvlogs4811 Місяць тому +4

    Khub dhunia content dimpu ❤

  • @shakibulreaction9366
    @shakibulreaction9366 Місяць тому +5

    This is positive video

  • @nirupamdas37
    @nirupamdas37 Місяць тому

    কথাবোৰ শিকিবলগীয়া আছে, ভাল লাগিল

  • @H_ZEROX__
    @H_ZEROX__ Місяць тому

    Dimpu daa tumi 100%Right koisa moii jii vabu tumi xei kotha tu uliya dila 🎉🎀

  • @trailokyadeka5050
    @trailokyadeka5050 Місяць тому +4

    আমাৰ সমাজ খনে কিয় বাৰু মহিলা ছোৱালীক কম পৰিমাণে চাই 😢 সমান কৈ চাব লাগে next video request

  • @prasenjitkakoti3629
    @prasenjitkakoti3629 Місяць тому +5

    Xosa kotha koisa bhai❤

  • @PRANAB750
    @PRANAB750 Місяць тому +5

    Biya patim buli jakk vl paba n dimpu daa hai bilak suwali a hodai praii 50%ot besi suwali a thogi thoi gusi jai..

  • @littleby994
    @littleby994 Місяць тому +1

    Apuni mur monor kotha tu explain kori dise pura 💯

  • @mardisvlogs
    @mardisvlogs Місяць тому +1

    Bhal video bonaise dada bhal lagil
    Hridoyor pora dhanyawaad apunak

  • @Kuhi.2024
    @Kuhi.2024 Місяць тому +5

    Suwali r drishti re o olop suwa swali bur independent hobo bisare karon kisman enekua o lora ase jibure 2nd biya pate jar folot prothom potni jodi financially independent nohoi tetiya hole nijor xotini r logot thakibo loga hoi....ru bhogobane nokorok jodi suwali ejonir husband or kiba eta hoi tetiya hole financially independent nuhua xei potni goraki k keu sauta nethake

    • @redhood9740
      @redhood9740 Місяць тому +1

      কিছুমান লৰাই দিন হজিৰা কৰি wife k pohuai পিছে তাই চাকৰি পালে লচালি লৈ বেলেগলে পলায় যায় আমাৰ ঘৰৰ ওচৰতে আছে

    • @Kuhi.2024
      @Kuhi.2024 Місяць тому

      ​@@redhood9740hoi thike koise kintu sob suwali prothom or pora financially independent nohobo xuja nasil teulukok poristhiti e baiddho korale hobole karone enekua o cheap manhu ase jibure mod khai loi nijor potnik mar dhur kore nijor potni gorakik sakoroni r nisina bebohar kore

  • @susantadutta2001
    @susantadutta2001 Місяць тому +12

    সচা কথা ছোৱালীৰ পাৱাৰ ইমানেই বেছি দি দিয়া হৈছে । আজি নিউজ বোৰে দেখোৱাব ভয়শকৰা হৈছে

  • @nitindas2643
    @nitindas2643 Місяць тому +4

    Next level love from Assam India ❣️

  • @Debk-a3l
    @Debk-a3l Місяць тому

    Moja video . Jikhini kotha koisa 100% right.

  • @MonimaDevi-te7il
    @MonimaDevi-te7il Місяць тому

    Dimpuda Dhonybad apunak ae reyal kotha Uthapon kora babe

  • @EimonkakatiMono
    @EimonkakatiMono Місяць тому +12

    অকলে থাকক শান্তিত থাকক । নিজৰ মতে নিজৰ ভৰিত নিজে থিয় হৈ নিজৰ লাইফ নিজেই উপভোগ কৰক । মতা মাইকী ল'ৰা ছোৱালী এইবোৰে একো সুখ দিব নোৱাৰে ।

    • @simantadeka1601
      @simantadeka1601 Місяць тому

      এক কথাত বৰলা হব কৈছে😂😂😂

    • @EimonkakatiMono
      @EimonkakatiMono Місяць тому +2

      @@simantadeka1601 😂😂 বৰলা বৰলী হোৱাই ভাল । লাগিলে কুকুৰ মেকুৰীৰ লগত শান্তিৰে থাকিব পাৰিব ।😂😂

    • @jad45
      @jad45 Місяць тому

      @@EimonkakatiMono aru biya patile mota gulaam hoi jai. Ami gulaami korat nai.

    • @rimlyyvlogs7706
      @rimlyyvlogs7706 Місяць тому

      সকলো temporary,,,এই পৃথিৱীৰ কোনো বস্তু parmanent নহয়। বিয়া, লৰা,ছোৱালী চব মায়া মোহ।হাজাৰ প্ৰকৃত ভালপোৱা হওঁক।love marriage হওঁক,arriange marriage হওঁক,2,3 years হে happy তাৰ পিছত ,কাজিয়া ,মাৰ পিট,অবিশ্বাস, আহি যায়। কিন্তু spcial media ত মানুহ ক দেখুৱাই হে my hubby,my love, anniversary celebration কৰে।। এবাৰ বিয়া পাতি পাতি চোৱা,কেনে লাগে তেহে বুজিবা।
      যদি soijo,ধৈৰ্য,নাই ,বুজা বুজি নাথাকে,বিয়া পাতি লাভ নাই।আগৰ দিনৰ আমাৰ চবৰে মা দেউতা হতৰ নিচিনা গুণ থকা আমি নহয়।এখন সংসাৰ কৰিব হলে বহুত বহুত সহন শক্তি ,ধৈৰ্য গুণ,saijo গুণ থাকিব লাগিব।এজনে আনজনৰ প্ৰতি সন্মান,ক্ষমা কৰিব পৰা গুণ হব লাগিব ।
      অকলে আহিছোঁ ,অকলে উভতিব লাগিব,মাজত এইবোৰ নাটক,অভিনয়,যি কেইদিন আছোঁ,ভালকৈ,ভাল কাম কৰি,গৈ থাকিলে হল। কাৰো সমালোচনা, হিংসা নকৰাকৈ। মই এগৰাকী বিধৱা,,মোৰ এজনী ছোৱালী ও আছে ,6 years,,,মানুহ জন বেমাৰ হৈ ধুকুৱা আজি 2 years হল। সমাজৰ ব্যৱহাৰ,কেনে মই ভালকৈ জানো।সমাজৰ কথা ভাবি লাভ নাই।বিপদ ত সমাজে নাচাই।নিজৰ লগত থকা ,পৰিয়াল মানুহ কেইজনে হে চাব।আৰু অন্তিম মূহুৰ্ত লৈকে নিজৰ সন্তান টোৱে হে চাব।

  • @raihanalam2019
    @raihanalam2019 Місяць тому +57

    ছয় নম্বৰ হল- চোৱালী বিলাকক বিশ্বাস কৰা টান 😅

    • @jad45
      @jad45 Місяць тому +1

      Bikhekhkoi ajikalir suwali.

    • @mohancreation3412
      @mohancreation3412 Місяць тому +2

      Akdom 100℅ xosa kotha aitu moi nije prove paisu

    • @juleehazarika2738
      @juleehazarika2738 Місяць тому +1

      Bhai lora u Ganga t gaa dhui aha nhoi.....jitu nije paisu....

    • @champakthakuria8676
      @champakthakuria8676 Місяць тому +4

      আজিকালি বোৱাৰী পলাই যোৱাটো এটা tranding হৈ পৰিল

    • @jad45
      @jad45 Місяць тому

      @@champakthakuria8676 Heykrne ajikali biya npotae bhal.

  • @bitupanborgohain4749
    @bitupanborgohain4749 Місяць тому +137

    আজিকালি ছোৱালীক বিশ্বাস কৰিব নোৱাৰি,,,বিয়াৰ পিছত খানাত বিহ দি মাৰি পেলাব 😢

    • @bibhudeka9631
      @bibhudeka9631 Місяць тому +2

      😢😢

    • @Mrnurhabibullah24
      @Mrnurhabibullah24 Місяць тому

      স্বামী chutiya হলে তো বিহ খিলাবৈ 😅

    • @mriduladas7201
      @mriduladas7201 Місяць тому +2

      😂

    • @mahanandadairy2078
      @mahanandadairy2078 Місяць тому +1

      Korake pati diya

    • @juleehazarika2738
      @juleehazarika2738 Місяць тому

      Ru husband bur a wife burk daa loi ghopiyai diye...😂....hei krone lora k biya patok tetiya suali a poison ndiye....😂....👍

  • @mithubharali
    @mithubharali Місяць тому

    Akdom hosa kotha koise..upojukta kotha aji jugot aia. . Bdway Dimpu da apunaaru hol aru 😊

  • @creator2.0494
    @creator2.0494 Місяць тому

    Dipmu Da, kothakhini bohute guruttopurno

  • @FUNNY_Rd_Boy
    @FUNNY_Rd_Boy Місяць тому +5

    Tq Dimpu da Eman Val video Ata diyar ❤ babey 🎉❤❤❤😮

  • @AnupamAnupam-w3s
    @AnupamAnupam-w3s Місяць тому +9

    Amar eaifale ako...biya poter potijugita hoi ase18 bosor hoboloi pai ki napai potijugitat nami jayei

  • @BimalPegu-fi8kp
    @BimalPegu-fi8kp Місяць тому +9

    Really 💯👍

  • @pulakkakti6433
    @pulakkakti6433 Місяць тому

    Dimpu da .... Xosa kotha koisa kin to .....😌❤️

  • @Khonhaque
    @Khonhaque Місяць тому +1

    ব্ৰহ্মচাৰী হওক সুখত থাকক।।

  • @sumayaDM
    @sumayaDM Місяць тому +4

    not only lora sualiয়েও বিয়া পাতিব নিবিচাৰে যেতিয়ালৈ career Settle নহয়

  • @ASA-01-ASA
    @ASA-01-ASA Місяць тому +3

    "Bro, I get it - your loyalty to that politician is stronger than my WiFi signal! 🤥🤥

  • @pallab_jyoti_dewri
    @pallab_jyoti_dewri Місяць тому

    💯% সঁচা কথা কৈছা দিম্পু দা♥️

  • @nikupathak7609
    @nikupathak7609 Місяць тому

    Val lagil ktha khini😊 Today's reality 😢

  • @anirudharoy6262
    @anirudharoy6262 Місяць тому +25

    সন্তুষ্টি নাই আজিৰ দুনিয়াত কৰোঁ!! পিছে আপোনাৰ বিয়াখন নলগাইনো কিয় ?? নে perfect ছোৱালীৰ অভাৱ নে ? কি.......

  • @Badge_F
    @Badge_F Місяць тому +40

    এজন লৰাৰ কৰ্ম সঙস্হাপন নোহোৱাৰ ফলত যেতিয়া নিজৰ সচাঁ ভাল পোৱা প্রেয়সী জনীক তাইৰ মাক দেউতাকে বেলেগ লৰালৈ বিয়া দিয়ে , তাৰ সমান দূখ এই পৃথিৱীত নাই, নিজৰ প্রেয়সীক হেৰুৱাৰ বেদনা সেই জন লৰাই বুজে! যিয়ে কোনো কৰ্মৰ সঙস্হাপন পোৱা নাই!😢

  • @Saditya_07
    @Saditya_07 Місяць тому +393

    Toi a pata ni biya aru ami ki patim 😂😂😂

  • @pinkuvlogs2804
    @pinkuvlogs2804 Місяць тому

    বহুত বহুত ভাল লাগিল ❤

  • @pritambiswas5286
    @pritambiswas5286 Місяць тому

    Like for dimpu.. Bcozz this video was a lesson for boys 👍

  • @roy-go7tz
    @roy-go7tz Місяць тому +5

    .100% right

  • @mr.ramjanali506
    @mr.ramjanali506 Місяць тому +5

    All points took to right

  • @HulkAdventures24
    @HulkAdventures24 Місяць тому +21

    বিয়া পাতি জীৱন ধংস কৰি লাভ নাই ❤

    • @RezuanHussain-o1t
      @RezuanHussain-o1t Місяць тому

      😂

    • @jituldeka1175
      @jituldeka1175 Місяць тому

      tur bapere teneke vabile heten toi u jonmo napali hoi

    • @prabalsarma8252
      @prabalsarma8252 Місяць тому

      Tumar maa deuta i biya pati dhongso hol tumak pai gol je.. Thik ai koisa😂

  • @gamenerd7933
    @gamenerd7933 Місяць тому

    I agree with you. Amar society khon bohut Bea hoi goise. Amar culture aru tradition sob xex hoi goise. Folot ejonir pisot ejoni or etar pisot eta change hoi thake

  • @dhrubajyotibarman8228
    @dhrubajyotibarman8228 Місяць тому

    Hmmm.. I totally agree👍 🙌