My All time favourite actress. জীবনত এবাৰ হ'লেও লগ পাব খুব মন। কোনো কৃত্ৰিমতা নোহোৱা সহজ সৰল প্ৰস্তুতি বা. She is so down to earth, genuine and humble. Sending u loads of Love 💞
প্ৰস্তুতি বা আৰু বৰ্ষা বা দুয়োগৰাকীৰেই খুবেই প্ৰিয় । দুয়োগৰাকীয়েই অতুলনীয় । প্ৰস্তুতি বাৰ অভিনয় খুব ভাল পাওঁ । কিন্তু তাতোকৈ বেছি ভাল লাগে তেওঁৰ ব্যক্তিত্ব । প্ৰস্তুতি পৰাশৰ বুলি কʼলে মই আচলতে খুব সন্মান কৰোঁ । তেওঁক আজিলৈকে লগ পোৱাৰ সৌভাগ্য হোৱা নাই । তেওঁৰ লগত অভিনয় কৰিবলৈ খুব মন যায় । যদিও মই অভিনয় আজিলৈকে কʼতো শিকা নাই বা অভিনয়ৰ বিষয়ে বিশেষ একো নাজানো । কিন্তু থিয়েটাৰত অভিনয় কৰিবলে বা নাটক কৰিবলে খুউব হেপাহ । অভিনয় বা নাটক বস্তুটোক মই আচলতে খুব শ্ৰদ্ধা কৰোঁ । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে কেতিয়াবা অন্ততঃ এবাৰৰ বাবে হʼলেও মোৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা ওৰফে চিম্পা বাৰ লগত নাটক কৰিবলে মোৰ সৌভাগ্য হয় । থিয়েটাৰত অভিনয় কৰিবলে আচলতে মোৰ খুবেই হেপাহ । Love you Prastuti (Simpa) baa . Love from mirza ❤️
Bohut val lagil vdo tu Sai, prastuti ba r moii anuragi, tekhetor ovinoy Sai moii bohut val pao, abahan theatre khn mur bohut favourite... Jua bosoror Moi natok kora suali namor dorkhoni tu e ontor sui gol...Baa k log pua hepah ase abr...najanu ktia log pam...lots of love from Dibrugarh....❤❤
My All time favourite actress. জীবনত এবাৰ হ'লেও লগ পাব খুব মন। কোনো কৃত্ৰিমতা নোহোৱা সহজ সৰল প্ৰস্তুতি বা. She is so down to earth, genuine and humble. Sending u loads of Love 💞
মৰমী অভিনেত্রী জনীৰ দীর্ঘায়ু কামনা কৰিলো। গোৱালপাৰাৰ পৰা।
Bhal lagil ba
Bahut বেছি ধুনীয়া ঘৰ টো বা❤️লগতে আপোনাৰ মনটো ও বহুত ধুনীয়া
প্ৰস্তুতি বা আৰু বৰ্ষা বা দুয়োগৰাকীৰেই খুবেই প্ৰিয় । দুয়োগৰাকীয়েই অতুলনীয় । প্ৰস্তুতি বাৰ অভিনয় খুব ভাল পাওঁ । কিন্তু তাতোকৈ বেছি ভাল লাগে তেওঁৰ ব্যক্তিত্ব । প্ৰস্তুতি পৰাশৰ বুলি কʼলে মই আচলতে খুব সন্মান কৰোঁ । তেওঁক আজিলৈকে লগ পোৱাৰ সৌভাগ্য হোৱা নাই । তেওঁৰ লগত অভিনয় কৰিবলৈ খুব মন যায় । যদিও মই অভিনয় আজিলৈকে কʼতো শিকা নাই বা অভিনয়ৰ বিষয়ে বিশেষ একো নাজানো । কিন্তু থিয়েটাৰত অভিনয় কৰিবলে বা নাটক কৰিবলে খুউব হেপাহ । অভিনয় বা নাটক বস্তুটোক মই আচলতে খুব শ্ৰদ্ধা কৰোঁ । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে কেতিয়াবা অন্ততঃ এবাৰৰ বাবে হʼলেও মোৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা ওৰফে চিম্পা বাৰ লগত নাটক কৰিবলে মোৰ সৌভাগ্য হয় । থিয়েটাৰত অভিনয় কৰিবলে আচলতে মোৰ খুবেই হেপাহ । Love you Prastuti (Simpa) baa . Love from mirza ❤️
মোৰ আটাইতকৈ প্ৰিয় আৰু মৰমৰ অভিনেত্ৰী প্ৰস্তুতি বা one of my favourite actress love you so much baa❤️❤️❤️❤️❤️❤️❤️
ইমান ডাঙৰ অভিনেত্ৰী হৈও ইমান সহজ সৰল কথাবোৰ বৰ ভাল লাগে ❤️আগবাঢ়ি যোৱা বহুত
Bohut val lagil vdo tu Sai, prastuti ba r moii anuragi, tekhetor ovinoy Sai moii bohut val pao, abahan theatre khn mur bohut favourite... Jua bosoror Moi natok kora suali namor dorkhoni tu e ontor sui gol...Baa k log pua hepah ase abr...najanu ktia log pam...lots of love from Dibrugarh....❤❤
প্রিয় অভিনেত্রী ☺❤❤❤🤗কিমান ভাল পাওঁ ভাষা নাই বুজাবলৈ💓💓💓 ☺😘😘😍
প্ৰস্তুতি বা❤️হাঁহিলো দেই।দলদোপ হেন্দোলদোপ ৰচি😍😍😆
Barsha Rani Bishaya and Prastuti Parashar are my most favourite and also the strongest and bravest Assamese Actress ❤️❤️
প্ৰস্তুতি পৰাশৰ বহুত খোলা মনৰ গৰাকী
Prastuti baa video tu sai bohut bohut bhal lagil dei apuni aru aguwai jauk tare kamona korisu❤️❤️❤️
my fvrt actress alltime...love u simpa ba
my all tym fvrt....she is vry pure❤❤😍😍😚😚😚
My favorite actress😍Prastuti baa❤️
My all time favourite actress prastuti baa aru barsha baa❤🥰
মৰম লগা অভিনেত্ৰী গৰাকী মোৰ🎉🎉
প্ৰস্তুতি বা সদায় প্ৰিয়❤️😍তেখেত বেলেগতৈ অলপ সুকীয়া😊
Show room Jen lagise bahut dhunia ..val lagise....aaru ghor bilaku Sam dekhaba..
Mandha kata sabole roi aasu .
❤❤❤❤❤❤❤❤❤
Prostuti ba voice2 mur. Bohut Val lage ❤❤
Prastuti baak bohut bhal lage. Ghorkhon bor hundor aru atumtukarikoi ho jaise bor bhal lagil.
Khub val lagil❤❤
Bohut val lage prastuti baak❤
❤❤❤❤ my fvrt actres....bht morom lage bindas ktha koi....
Bohut val lagil sai❤❤ from Goalpara ❤
All time favourite actress ❤️❤️
Bohut Val lage prastuti baak❤
জীৱন ত এবাৰ লগ পোৱা হ'লে ভাল লাগিল হেঁতেন ।বৰ ধুনীয়া লাগে তেওঁ ক । আগুৱাই যাওক ।
Bohut val lagil ❤️❤️
Bohut val lagil Gortu aru Ba💖💖💖💖💖💖
Bohut bhaal lagil,bor khula ontoror,hokolukay aapun kori lobo paray,all the best
My fevoute actrees prastuti baa❤
Assamese actress aigoraki baa ase jar abhinoy sale soku Pani ulai jai , 💕 joymoti theater khon sabole nuwarilu imn kandilu ❤️ love from tinsukia ❤️
Bht vl lgil ba❤
All time favorite😍 baa vl lgil sai from lakhimapur
My favourite prastuti baa😍😘
One of my most favourite actress in Assamese Film Industry ❤
Bht bhal lagise video to
ভাল লাগিল দেই🥰
ভাল লাগিল দেই ❤😊
Val lagil video dei bahut😍👌❤️
My favorite actres ba God bless you
Bohut bhal lagil sai 🥰🥰🥰
Bahut val lagile Vlog Baa 👍👍
Bahut val lagile vedeo tu...bahut val puwa ba joni ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Val lagil video to .ba bor val hoi janu .
Bohut bohut val lagil 🎉
Love you prashtuti baa❤❤❤❤
Val lagil dei video2 sai...nd bbak.....
Love u Prastuti ba ❤
Inspiration❤️
Bhu besy val lagile... 😍
My favourite actress
Prastuti ba so beautiful ❤❤
Eman dhuniya ghr khn😍
Val lagil sai.
Dhuniya❤❤
Bht vl lgil.... Bak bht vl lge ❤
তেখেতৰ অভিনয় চাই ভাল লাগে
আৰু বৰ মৰম লাগ।
Mojja 😍
Baa ruu baar ghor khon bohut baci dhuniya hoi❤❤
Bht vl lagy prastuti ba , love u ba
Mur priyo abhinetrii love you baa😘
Prastuti baa r kotha bur xosai bohut vl lage❤
খুব ভাল লাগিল
আপোনাৰ জৰিয়তে প্ৰস্তুতি পৰাশৰ বাইদেউৰ সুন্দৰ ঘৰখন দেখা পায় বৰ ভাল লাগিল 🙏👌❤️❤️❤️❤️❤️❤️
All tym favourite
ভাল লাগিল
My favorite actress❤prastuti baa❤
Bhut vl lage video sai
অতি সুন্দৰ ❤ভাল লাগিল মোৰ ফালৰ পৰা মৰম জনালোঁ ! From Lakhimpur 👍 0:18
So beautiful home 🏘️❤
ধুনীয়া
বা প্ৰিয় মোৰ ❤️❤️😘😘
First like and view baa ki khabar apunar. Love you so much .nice vlog
Val lgile sai.Baak bhut val pao❤
Mojjaaa 😍🥰
Vl lagill sai baa
Val lagil❤❤
Prastuti baa ❤❤
Bahut bahut dhuniya lagile 👍🏻💕moi bahut besi Val pau 👍🏻💕 Manda kataloi jaboloi bahut mon ase
Bindass baa joni❤❤❤
Prastuti baa k bhut Val lage imn free ru mrm loga👌❤
Vl lagise ❤️
Dhuniya lgise 🥰
Being frank she is the realistic one, i love it hehe❤
Beautiful
Prastuti ba r mntu khula karone bht val lage❤
Bhal lagil video tu.baak bahut bhal pao...
Dhuniyade ❤
Hundor
Pa ba love you❤❤
mur bhut besi val loga abhinetri prastuti ba aru barsa baa ❤️❤️
Val lagil
Love you prastuti baa ....horu pora mur favourite actress apuni 😊
❤❤❤❤❤
Bak bhot Val pao love you ba❤❤
Bak bohut val lage ooo ❤❤❤
তোমাৰ vdo চাবলৈ ৰৈ আছিলোঁ আৰু তোমাক মোৰ বহুত ভাল লাগে আৰু মোৰ তোমাক লগ পাবলৈ মন যায় লগতে প্ৰস্তুতি বা ক মঙ্গলদৈ পৰা মৰম দিছোঁ
Nice a lot 👌
Love from sivasagar