কেনেকৈ থাকে মন্ত্ৰী বিধায়ক - MLA hostel explore , Guwahati

Поділитися
Вставка
  • Опубліковано 24 вер 2022
  • let’s explore MLA hostel guwahati
    #assamese #guwahati

КОМЕНТАРІ • 2,3 тис.

  • @niyarkalita__
    @niyarkalita__ Рік тому +959

    ডিম্পু দাক ধন্যবাদ ৰজাঘৰীয়াৰ ৰাজমহলবোৰ চালো । সিহতকো আমাৰ দৰে দুখীয়া প্ৰজাৰ ঘৰ চাবলৈ নিমন্ত্ৰন জনালো । আহক সকলোৱে । ১২৬ জন বিধায়কে অন্তত অসমৰ ১২৬ খন গাও চাওক বুজি পাব অভাৱ অনাতন ।

    • @aloneboyyash46
      @aloneboyyash46 Рік тому +10

      Well said👏👏

    • @monimalakolita3267
      @monimalakolita3267 Рік тому +118

      দিম্পুৱে কোৱা দৰে বিতৰ্ক কৰিবলৈ যোৱা নাই কিন্তু মোৰ এইবোৰ চোৱাৰ একেবাৰেই হাবিয়াস নাই। কিয়নো এই সা-সুবিধা আমাৰ জনতাৰ কাৰণেই তেওঁলোকে লাভ কৰিছে।শীত তাপ নিয়ন্ত্ৰণীত কোঠাত থাকি, বিলাসী খাদ্য খাই বহুতে আমাৰ সাধাৰণ জনতাৰ দুখ- যন্ত্ৰনা বুজি নাপায় বা পাবলৈ চেষ্টা ও নকৰে।সকলোৱে বিনামূলীয়াকৈ চাউল পাইছে কিন্তু গেছৰ দাম এঘাৰ শ,জুই জ্বলোৱা সমল কেৰাচিন এশ বিশ টকা সুলভ মূল্যৰ দোকানত। কোনেও নিকিনে সেই বাবে সুলভ মূল্যৰ দোকানত আনিবলৈ বাদ দিলে। সকলোৱে পলিঠিন,কাগজ পুৰি জুই জ্বলোৱা হৈছে। তাৰ ফলত কিমান ৰোগে বাস কৰিব কাকো বুজায় ক'ব নালাগে। এইটো এটা সাধাৰণ উদাহৰণ হে মাত্ৰ। অনুভৱ কৰিব নে এই ৰাজমহল ৰ পৰা। তথাপিও কিছুমান নজনা কথা জানিব পাৰিলোঁ।
      শেষত এটা অনুৰোধ - কিছুমান এনেকুৱা গাঁৱত যাবা যত এতিয়াও অন্ধবিশ্বাস,কূ-সংস্কাৰ , অভাৱ - অনাটন আছে। তোমাৰ ভিডিঅ' যিহেতু চৰকাৰী মন্ত্ৰী বিধায়ক সকলে ও চাই এইবোৰ চকুত পৰিলে ভাল হ'ব।

    • @durlavbaruah3953
      @durlavbaruah3953 Рік тому +5

      Hosa kotha.....

    • @jameelahmedjameel-tb8tl
      @jameelahmedjameel-tb8tl Рік тому

      ua-cam.com/video/I863F8HgN0A/v-deo.html

    • @darsanasaharia3577
      @darsanasaharia3577 Рік тому +5

      সঁচা কথা কৈছে

  • @yuvrajphukon6250
    @yuvrajphukon6250 Рік тому +343

    বেয়া পাবলগীয়া একো নাই। কিন্তু অনুগ্ৰহ কৰি এম এল এ মন্ত্ৰী বোৰক ৰজা বুলি নকব। তেওঁ লোক জনসাধাৰণৰ প্ৰতিনিধি হে ♥️♥️♥️

    • @RJHMvideoblogs
      @RJHMvideoblogs Рік тому +15

      হয় কথাটো হজম নহয়।

    • @indrajitsvlogs796
      @indrajitsvlogs796 Рік тому +13

      তেওঁলোক ৰজা নহয় তেওঁলোকক জনসাধাৰণে হে ৰজা বনাই । তেওঁলোকক ৰজা বোলি নকব

    • @bonditagoswami1372
      @bonditagoswami1372 Рік тому +6

      আচলতে, তেওলোকৰ ultra modern lifestyle বোৰৰ বাবেই হওক বা শাসনৰ জৰী দাল নিজৰ হাতলৈ আনি সৰ্বসাধাৰণক কেউ ফালৰ পৰা জুৰুলা কৰি নিজে বিন্দাছ লাইফ এটা যি দৰে কটাই আছে, আজি মই video টো দেখি এনেকুৱা লাগিছে কিজানি ৰজাৰো এনেহেন ৰাজমহলত থকাৰ সৌভাগ্য নাথাকে। সচা কথা কবলে গলে মোৰ ঘৃণা হে জাগিছে, একো ফূৰ্তি নালাগিল। "ৰজা" বুলি আখ্যা দিয়াটো বৰ এটা ভুল নাইহোৱা যেন অনুমান হল। ৰাইজৰ এজন সাধাৰণ প্রতিনিধি হৈ সাধাৰণ ভাৱেই থকা হলে অন্ততঃ মইও ভুল বুলি কলো হয়। কিন্তু কেনেদৰে জীবন নিৰ্বাহ কৰিছে দেখি ভাষাই নাই,, কি দেখিলো আজি।।।।। ডিম্পুৰ ভাষাতেই, "একেবাৰে লন্ডন হে যেন"

    • @ajitdas2618
      @ajitdas2618 Рік тому +15

      প্ৰতি নিধি হলে আমাৰ কষ্ট বৰ বুজি পালে হেতেন ইমান বস্তুৰ দাম নহল হৈ

    • @putin2860
      @putin2860 Рік тому +2

      @@ajitdas2618 yes bro 😥

  • @jugalkishor4219
    @jugalkishor4219 Рік тому +34

    MLA hostel দেখুৱালা ভাল লাগিল
    ড° আইমীক দেখুৱালা ভাল লাগিল
    আইমীৰ ছবি বিনা পইচাত চালা ভাল লাগিল
    চেমখৰৰ প্ৰমচন কৰিলা ভাল লাগিল
    কিন্তু চেমখৰৰ আইমীৰ কোলাত থকা কেচুৱাটো শ্বুটিঙৰ ৫ দিন পিছতে মৃত্যু মুখত পৰিছিল
    কাৰণ শ্বুটিঙৰ সময়ত শিশুটোক নৈৰ পাৰত খালী গাৰে প্ৰায় এঘণ্টা ৰাখিছিল আৰু পিছত জ্বৰ কফ হৈ নবজাতক টোৰ মৃত্যু হয়
    এতিয়া চেমখৰৰ সেই মৃত্যু হোৱা শিশুটোৰ বিষয়ে এটা video বনোবা বাবা
    তেতিয়া গম পাম তুমি কিমান সমাজ হিতৈষী

    • @Himprabal
      @Himprabal 8 місяців тому

      Its their parents responsibility

  • @taruntrinayan7326
    @taruntrinayan7326 Рік тому +264

    দুখীয়া ঘৰত খাৱলে যাবা,ধনী ঘৰত চাবলে যাবা🙏

  • @user-gw9xj9cm8i
    @user-gw9xj9cm8i Рік тому +347

    MLA area tur nisina jdi amr axom khn rakhile hoi bhal lgil hoi🙂

    • @surajitsgoodlife2614
      @surajitsgoodlife2614 Рік тому +16

      teneke gotei sxom or manuh khini o emn soka mind or hobo lagibo ,

    • @middleclassikbal2613
      @middleclassikbal2613 Рік тому +10

      @@surajitsgoodlife2614 kothabur bekakoi kobo eribo apuni ki axom or manuhok burbok buli vabise nki

    • @helenrajbonshi3146
      @helenrajbonshi3146 Рік тому

      ​@@middleclassikbal2613 unti

    • @shashankasaikia4136
      @shashankasaikia4136 Рік тому +11

      Govt e korileu public e maintain kori rakhibo lagibo Pan masala khai rastat pik pelai thakile nohobo

    • @preetikalita2203
      @preetikalita2203 Рік тому

      Axom or manuh khinieu heikhini bujibo lagibo

  • @monimalakolita3267
    @monimalakolita3267 Рік тому +141

    দিম্পুৱে কোৱা দৰে বিতৰ্ক কৰিবলৈ যোৱা নাই কিন্তু মোৰ এইবোৰ চোৱাৰ একেবাৰেই হাবিয়াস নাই। কিয়নো এই সা-সুবিধা আমাৰ জনতাৰ কাৰণেই তেওঁলোকে লাভ কৰিছে।শীত তাপ নিয়ন্ত্ৰণীত কোঠাত থাকি, বিলাসী খাদ্য খাই বহুতে আমাৰ সাধাৰণ জনতাৰ দুখ- যন্ত্ৰনা বুজি নাপায় বা পাবলৈ চেষ্টা ও নকৰে।সকলোৱে বিনামূলীয়াকৈ চাউল পাইছে কিন্তু গেছৰ দাম এঘাৰ শ,জুই জ্বলোৱা সমল কেৰাচিন এশ বিশ টকা সুলভ মূল্যৰ দোকানত। কোনেও নিকিনে সেই বাবে সুলভ মূল্যৰ দোকানত আনিবলৈ বাদ দিলে। সকলোৱে পলিঠিন,কাগজ পুৰি জুই জ্বলোৱা হৈছে। তাৰ ফলত কিমান ৰোগে বাস কৰিব কাকো বুজায় ক'ব নালাগে। এইটো এটা সাধাৰণ উদাহৰণ হে মাত্ৰ। অনুভৱ কৰিব নে এই ৰাজমহল ৰ পৰা। তথাপিও কিছুমান নজনা কথা জানিব পাৰিলোঁ।
    শেষত এটা অনুৰোধ - কিছুমান এনেকুৱা গাঁৱত যাবা যত এতিয়াও অন্ধবিশ্বাস,কূ-সংস্কাৰ , অভাৱ - অনাটন আছে। তোমাৰ ভিডিঅ' যিহেতু চৰকাৰী মন্ত্ৰী বিধায়ক সকলে ও চাই এইবোৰ চকুত পৰিলে ভাল হ'ব।

    • @bjpatowary2780
      @bjpatowary2780 Рік тому +8

      Absolutely right 👍

    • @monimalakolita3267
      @monimalakolita3267 Рік тому +8

      @@bjpatowary2780ল'ৰা ছোৱালীয়ে যেতিয়া অভাৱ পায় তেতিয়া মাক দেউতাকৰ দুখ বুজে বা আন অভাৱত থকা লোকৰ দুখ বুজি পায়। সেয়ে চাবাচোন দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী সকলে বহুত ভাল ফলাফল দেখাই বিভিন্ন পৰীক্ষাত। ঠিক তেনেদৰে বিলাসী জীৱন কটোৱা সকলে মানুহৰ অভাৱ বুজি নাপায়।

    • @bjpatowary2780
      @bjpatowary2780 Рік тому +6

      @@monimalakolita3267 akdom xosa kotha baideu

    • @fermion4945
      @fermion4945 Рік тому +7

      Apunar kothat moi ekmot

    • @monimalakolita3267
      @monimalakolita3267 Рік тому +4

      @@fermion4945 ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @nayanmoniborgohain7579
    @nayanmoniborgohain7579 Рік тому +17

    তেওঁ থকা ঠাইৰ ৰাস্তা চাওক আৰু জনসাধাৰণ থকা ঠাইৰ ৰাস্তা চাওক। আকাশ পাতল পাৰ্থক্য।

  • @antarikshadas1350
    @antarikshadas1350 Рік тому +105

    Very smart way of promoting her cinema! 🙃👌

    • @jharnadas9130
      @jharnadas9130 Рік тому +11

      সঁচা দেই 😂😂😂😂😂😂এনেয়ো নাযাওঁ চাবলৈ আইমি বাইদেউৰ চিনেমা 😂😂

    • @Kabir756
      @Kabir756 Рік тому +2

      Right 😆😆👍👍

    • @assamcctvservices8615
      @assamcctvservices8615 Рік тому +2

      Politics of Promotion 😂😂😂

  • @Sumandas67778
    @Sumandas67778 Рік тому +44

    Dimpu da, don't call them°Roja°. They are not king, only servent of the common people. Love you 😘🤟

    • @shaheensultana3503
      @shaheensultana3503 Рік тому +6

      True. Kihor ako Roja. They are people's servant. Its the people who made them with their votes.

  • @TTRarmy143
    @TTRarmy143 Рік тому +213

    এনেকুৱা ঠাই গোটেই অসমখন হলে আমিও গৌৰৱ অনুভৱ কৰিব পৰিলোঁ হেঁতেন দিম্পু দা...
    ইংলেণ্ড, আমেৰিকাৰ দৰে।

  • @AIO0786
    @AIO0786 Рік тому +213

    I wish one day Whole Assam will be the same as Minister's colony

  • @bswjtmahanta
    @bswjtmahanta Рік тому +8

    ৰজা বুলি নকব ডিম্পু।গণতন্ত্ৰত ৰজা নাথাকে।তেওলোক জন প্ৰতিনিধিহে।ৰজা নহয়।আমি দিয়া কৰৰ টকাৰে তেওলোকে দেশখন পাচ বছৰৰ বাবে চলাব লাগে যদিও বেছিভাগে নিজৰ ইচ্ছামতে ৰাইজৰ টকাৰ অপচয় কৰে।বাকী আপোনালৈ শুভকামনা থাকিল।বেছি জনমুখী হওক

  • @mamanarxobdokatha782
    @mamanarxobdokatha782 Рік тому +53

    ৰজা ঘৰ,ৰজাৰ সুখ,চিকচিকা বাট-পথ দেখিলোঁ দিম্পু। কিন্তু আমাৰ দুখ খিনিও যদি তেওঁলোকে বুজিলে হয়! কি নৰক যন্ত্ৰনাত আছোঁ আমি।

  • @juriduttasonowal8151
    @juriduttasonowal8151 Рік тому +72

    বিতৰ্ক কৰা নাই বাৰু, তথাপিও কওঁ যে এয়া চিনেমা খনৰ প্ৰচাৰ চলোৱা যেন লাগিল ।
    বাকী তোমাৰ ভিডিঅ'বোৰ চাই খুব ভাল লাগে। আগন্তুক দূৰ্গাপূজাৰ শুভেচ্ছা জনালোঁ

    • @buli2502
      @buli2502 Рік тому +3

      Apunar kotha tu hosa hoi.. Indirect promotion 😊

  • @madhusmitadeka3138
    @madhusmitadeka3138 Рік тому +8

    সাধাৰণ জনতাৰ মুৰত ৰামটাঙোন মাৰি এই বিলাসী জীৱন কতায় কি সুখ পাই নাজানো।

  • @sherryburagohain1472
    @sherryburagohain1472 Рік тому +5

    আইমী বৰুৱাক এইটো কাৰণে বৰ ভাল পাওঁ যে তেওঁ Down to earth.লৰা ছোৱালী হালক সাধাৰণ ভাৱে তুলিছে৷

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial Рік тому +117

    অতি শুনকালে 3milion হ'ব দিম্পু দাৰ

  • @RJHMvideoblogs
    @RJHMvideoblogs Рік тому +116

    কোন ৰজা ? আমি জানো ৰজা এজনেই আছে যাক ভগৱান বুলি কওঁ‌। ৰাইজৰ প্ৰতিনিধিক ৰজা বুলি সম্বোধন কৰাতো অলপ হজম কৰিবলৈ কষ্ট হৈছে। কেতিয়াবা সাধাৰণ মানুহখিনিৰ অসাধাৰণ কামবোৰ চাব মন যায়, যাৰ মুৰৰ ওপৰত কেবল আকাশ থাকে। এই পাচবছৰীয়া ৰাইজে পতা প্ৰতিনিধিক দেখুৱাই কি লাভ হ'ব।

  • @ankurjyotiborah3448
    @ankurjyotiborah3448 Рік тому +2

    Dimpu daa tumi j aimee baar makok dekhi prothomote charan sui hewa jonala hske bht val lagil dekhi , tumak salute

  • @Ridipaxom
    @Ridipaxom Рік тому +22

    তুমি বহুত lucky person হয় ৰে ডিম্পু।❤️
    যোৰহাটৰ পৰা মৰম যাচিলো

  • @manashmayurkalita3304
    @manashmayurkalita3304 Рік тому +27

    সেইকাৰণে দুখীয়া ৰ কষ্ট নুবুজে, আমাৰ নিছিনা কে থাকিব লাগিলে বুজিলে হয়

  • @gauravbasfore9062
    @gauravbasfore9062 Рік тому +15

    You are not only blogger, you inspire our youth generation #thank a lot

  • @rzurocreation1854
    @rzurocreation1854 Рік тому +1

    Dimpu da Bhal lagil...apunar babe bhut bhut thank you mla minister koloni dekhega karone

  • @luckpatiahmed
    @luckpatiahmed Рік тому +1

    Bohut jonar issa asil bitorot ki ase ... thank you dimpuu da♥️

  • @jaangohain2576
    @jaangohain2576 Рік тому +15

    সুন্দৰ 💞💞

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc Рік тому +2

    আচলতে জনসাধাৰনে মন্ত্ৰীক সেৱা কাঢ়িব নালাগে বৰং মন্ত্ৰীয়েহে জনসাধাৰনক সেৱা কাঢ়িব লাগে কাৰণ জনতা মালিক আৰু নেতা বা মন্ত্ৰী আমাৰ সেৱক ।

  • @dildarsk4422
    @dildarsk4422 Рік тому

    Bht nojona bostu apunar video sai experience lobo paru_____thnk u so much dimpu daa_🙏❤️

  • @polisahariah4602
    @polisahariah4602 Рік тому +9

    What kind of king 👑??????? As like MLA hostel campus If all places of Assam's Village, Town, citys same then we feel proud to c their residential area, life style.....

  • @RedroseSid
    @RedroseSid Рік тому +6

    Baideo behaviour ba kotha kowa style, voice bhut bhut dhuniya 💖

  • @RK-gj9zn
    @RK-gj9zn Рік тому +145

    Moral of the story: Semkhor promotionr karone dimpuk aimie invite korise, dimpue logote nijor vlg etau bonai lole

  • @abdussalam3340
    @abdussalam3340 Рік тому +18

    আপোনাৰ ভিডিও আজিলৈকে এটাও miss কৰা নাই,বহুত কথা শিকিছোঁ আপোনাৰ পৰা । কিন্তু আজিৰ ভিডিও তো প্ৰথম খিনি ঠিকেই আছিল,, কিন্তু last ৰ ফালে অলপ খেলিমেলি থকা যেন লাগিল,, মানে বহুত fast কৰিলে last ৰ খিনি,, যিটো আপোনাৰ কোনো এটা ভিডিও ত আজিলৈকে পোৱা নাছিলোঁ,, বিশেষ নকওঁ বাৰু ।বেয়া নাপাব বাৰু । মই ভবাটোহে কৈছো,, নহবও পাৰে,বা মোৰ ভুল ও হব পাৰে ।

  • @mintuassamcreations3749
    @mintuassamcreations3749 Рік тому +5

    বহুত সুন্দৰৰ লাগিল 👌👌

  • @as07rider36
    @as07rider36 Рік тому +8

    Next level ❣️❣️❣️

  • @pujapathak7883
    @pujapathak7883 Рік тому +2

    😌💝..VIDEO TU SAI BHUT BESI VAL LGIL..♥️..ENEKE AMR PURA ASSAM KHON SAFA HOLE KIMN JE VL LAGIL HOI.. ♥️জয় আই অসম❤️

  • @Sankarjitcreation
    @Sankarjitcreation Рік тому

    ভাল লাগিল

  • @n.lhingboisingson6893
    @n.lhingboisingson6893 Рік тому +3

    Very entertaining 💖💖

  • @madanrabidas9451
    @madanrabidas9451 Рік тому +3

    I HAVE SEEN MLA MINISTER HOUSE FROM HOME THANK YOU DIMPU

  • @upasana.1783
    @upasana.1783 Рік тому

    Xocaka bohut val lgil sai, happy life🥳

  • @jupivlogs7743
    @jupivlogs7743 Рік тому +4

    মজা 🔥

  • @arunmiliholidayvlogs5107
    @arunmiliholidayvlogs5107 Рік тому +4

    Ultimate bhai 😍

  • @rashidaparvin9026
    @rashidaparvin9026 21 день тому

    Dada Vhal lagil dekhi.....

  • @rtd.creation
    @rtd.creation 15 днів тому

    Bhut val lagil sai

  • @trinayandeka8812
    @trinayandeka8812 Рік тому +3

    Mojja ❤️❤️🥰❤️❤️

  • @gaming_with_ariyan.
    @gaming_with_ariyan. Рік тому +5

    Dimapu Da I watch all your videos and enjoy your videos very much

  • @anjeltikumanikhagohain3724
    @anjeltikumanikhagohain3724 Рік тому

    Bohut vl lagil janibo pari aru dekhibo pai

  • @sunitapaul874
    @sunitapaul874 13 днів тому

    Dhunia lagil

  • @tubetravelsaxom
    @tubetravelsaxom Рік тому +75

    গৰ্ব কৰি কোৱা "আমি অসমীয়া" ✊✊

    • @jameelahmedjameel-tb8tl
      @jameelahmedjameel-tb8tl Рік тому

      ua-cam.com/video/I863F8HgN0A/v-deo.html

    • @tikensarania4862
      @tikensarania4862 Рік тому +1

      Jai Aai Axom ♥️

    • @kamruptourism4992
      @kamruptourism4992 Рік тому +1

      তুমি যদি অসমীয়া ,
      চকু মোদা নাইকীয়া ,
      মোদ খাবগৈ চকুহাল ,
      তাৰ আগত কীৰিতি ৰাখা ,
      জগত ইখনিত শুৱাব তোমাক ,
      ৰাখিব লাগিব অসমীৰ মান ,
      আইৰ মুখৰ অমিয়া মাতষাৰ আমি সদৌৱে সমিলমিলেৰে ( অসমীয়াই-অসমীয়াই যুঁজি-বাগি নসলাবা ধ্বংসস্তূপলৈ অসমখনিক )

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 Рік тому

      ua-cam.com/video/aWTaqGwAuC8/v-deo.html📸

    • @kahanindrathakur3383
      @kahanindrathakur3383 Рік тому

      Emn.randame.johrame.baimane.kore.kiya.thaka.tuhr.pareal.murot.kukra.muthce.tr

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Рік тому +101

    সমগ্ৰ ভাৰতবাসীক শাৰদীয় দূৰ্গা পূজাৰ ♦️হিয়াভৰা শুভেচ্ছা যাচিলো 🛐❣️❣️❣️
    #Kaushikeditz

    • @hirukoch3916
      @hirukoch3916 Рік тому +2

      Paisa ni ki korim gorib manuhar ki puja bhai

  • @typ_music5558
    @typ_music5558 Рік тому +1

    Unbelievable,#Dimpu_Da Tumi 💥💥💥💥

  • @rupjoytiray4016
    @rupjoytiray4016 Рік тому +4

    So smartly promoted the cinema 😂

  • @imhere1613
    @imhere1613 Рік тому +14

    আইমী বা জনী ইমান মৰম লগা তেঁওৰ কথা কোৱাৰ ষ্টাইল শুনিলেই মন উপচি পৰে

  • @mcsahar1807
    @mcsahar1807 Рік тому +24

    Excellent Dimpu Daa 👍❣️❣️❣️

    • @Geetakalita999
      @Geetakalita999 Рік тому

      Aitu akou ki channel?
      ua-cam.com/video/qU3v6okoB_c/v-deo.html

  • @eden___rittu10
    @eden___rittu10 Рік тому +26

    Hero of Assam

    • @kahanindrathakur3383
      @kahanindrathakur3383 Рік тому

      Tuhr.pareal.tui.johra.neloitja.abhadro.bauda.kasra.hobar.kimn.bosor.hoice

  • @Tapankalita180k
    @Tapankalita180k 3 місяці тому +1

    mojja 👌

  • @godlike2014
    @godlike2014 Рік тому +8

    Next level promotion 🔥

  • @jasbirmamonichannel431
    @jasbirmamonichannel431 Рік тому +28

    আমি নেদেখা নজনা ঘৰতে বহি বহি চাব পাইছো ! এনেকৈয়ে দেখুৱাই থাকিবলৈ আশা আৰু কামনা কৰো 😍😍

    • @rakhidas4365
      @rakhidas4365 Рік тому

      ua-cam.com/users/shortsXutZkEwRUng?feature=share aito video saok😄😅🤏

  • @shirumoniborah5059
    @shirumoniborah5059 Рік тому +17

    Love From GOHPUR ❤️

    • @Geetakalita999
      @Geetakalita999 Рік тому

      Aitu akou ki channel?
      ua-cam.com/video/qU3v6okoB_c/v-deo.html

  • @MamoniKalita-74
    @MamoniKalita-74 11 місяців тому +3

    Mojja dimpu dada❤❤xodai tumi annekoi aguwai jowa❤❤❤god bless you dada❤

  • @debajitzgVlog
    @debajitzgVlog Рік тому

    Mojjja dada

  • @nayankalita8694
    @nayankalita8694 Рік тому +4

    ভাল লাগিল ৰজাঘৰীয়া আৰম্বৰপূৰ্ণ জীৱন বোৰ দেখি তাত থাকিল পৰাটো নাছিৱ কৰা খেল ভাই।কপালে গোপাল। সুন্দৰ সুন্দৰ

    • @kahanindrathakur3383
      @kahanindrathakur3383 Рік тому

      Toi.etta.Maya.boinak.Assam.khana.hate.ghura.ghura.sude.ASA.bushor.putak.rander.badsha

  • @krishalay
    @krishalay Рік тому +6

    Instead of continuously saying 'canteen baidou', you could've at least mentioned her (and her husband's) name once. Only because of them you could go there, so you could've reciprocated that gesture.

  • @user-xe7ws8nw4n
    @user-xe7ws8nw4n 3 місяці тому

    moja 🎉

  • @nekibulrouf6344
    @nekibulrouf6344 Рік тому

    Bohut Doniya Lagesc Dimpu Da ❤️❤️❤️❤️

  • @BHAUBROTHERS
    @BHAUBROTHERS Рік тому +11

    🔥🔥🔥😘❤

  • @Heydosto123
    @Heydosto123 Рік тому +59

    Thanks For Watching 🥰❤️❤️

    • @jameelahmedjameel-tb8tl
      @jameelahmedjameel-tb8tl Рік тому

      ua-cam.com/video/I863F8HgN0A/v-deo.html

    • @Geetakalita999
      @Geetakalita999 Рік тому

      Aitu akou ki channel?
      ua-cam.com/video/qU3v6okoB_c/v-deo.html

    • @rakhidas4365
      @rakhidas4365 Рік тому

      ua-cam.com/users/shortsXutZkEwRUng?feature=share aito video saok😄😅🤏

  • @khrenalin
    @khrenalin Рік тому

    Val lagile video tu sai

  • @debidboro2749
    @debidboro2749 Рік тому

    Bhal Lagil Sai♥️♥️♥️ From GoA

  • @monalishasaikia6758
    @monalishasaikia6758 Рік тому +10

    চেমখৰ promotion 🤣🤣🤣

  • @jituprasadsarma4116
    @jituprasadsarma4116 Рік тому +62

    Happy navaratri dimpu daa and all of you guys 🙏, jai durga maa🙏

    • @s.njanulove7925
      @s.njanulove7925 Рік тому

      Ddfjjj ua-cam.com/video/nak1NAWvTXo/v-deo.html

  • @nipandasvlog810
    @nipandasvlog810 Рік тому

    Bahut vll lgil video tu sai ❤️

  • @NipensVlogs
    @NipensVlogs Рік тому

    Mja

  • @rubusena6392
    @rubusena6392 Рік тому +17

    Public r poisa loi eman lah bilah rojar dore. Baki dukhiya public keneke ase dekhuwaba. 🙏🙏🙏

    • @littleone1574
      @littleone1574 Рік тому

      গণতন্ত্ৰ শাসন ব্যৱস্থাত তেওঁলোকেই ৰজা

  • @RAJURABHA420
    @RAJURABHA420 Рік тому +8

    আইমি বা বহুত সহজ সৰল দেখুন ভাল লাগিল❤️

  • @gogoi5064
    @gogoi5064 4 місяці тому

    Mojaa🎉🎉

  • @monjipsonowal255
    @monjipsonowal255 Рік тому

    Baidew bohut morom loga aru hahitu bor dhunia dy❤️❤️

  • @introvert_sanjib
    @introvert_sanjib Рік тому +6

    Hey Dimpu Nice vlog Yar💖💖💖

  • @manashsarma09
    @manashsarma09 Рік тому +12

    4 minutes 10 k views the power of dimpu😇

  • @akhomrlora9001
    @akhomrlora9001 Рік тому

    Val lagil video tu sai dimpu dada

  • @karishmadas1749
    @karishmadas1749 Рік тому

    Mjjjjaa 👍

  • @BuroiMisingAao
    @BuroiMisingAao Рік тому +63

    অতি সুন্দৰ dimpu da ❤️

  • @asanur1995
    @asanur1995 Рік тому +3

    Love from Bongaigaon ❤️❤️

  • @n___s___official6495
    @n___s___official6495 Рік тому

    Bhut vl lagil ❤️

  • @sanuboravlog7639
    @sanuboravlog7639 Рік тому

    Thanks Thanks dimpu dada bhutt bhall korila 👍👍👍👍👍

  • @parasdas4151
    @parasdas4151 Рік тому +8

    Indirectly the promotion of movie..bom salak dimpu Bhai

  • @laskarmdwaliullah
    @laskarmdwaliullah Рік тому +8

    দিম্পু দা কৰিমগঞ্জৰ পৰা চাই আছোঁ। আমাৰ অসমৰ MLA হোষ্টেল খন চাই ভাল লাগিল। জয় আই অসম ❤️❤️❤️

  • @mahiruddin6221
    @mahiruddin6221 Рік тому +1

    Mojjja bhai

  • @DasSwargiaryGitu
    @DasSwargiaryGitu Рік тому

    Bhal lagil video to sai bohut 😍.

  • @sashibhatta5198
    @sashibhatta5198 Рік тому +6

    ডিম্পুৰ কথা বিলাক বৰ ভাল লাগে ৷ বৰ খোলা মনৰ ৷ এমএলএ সকলৰ চৰকাৰী ঘৰবোৰ তেওঁ চাই ফুৰিছে ৷ বৰ সুখত থকা দেখিলে আমাৰো ভাল লাগে ৷ বাইদেউ জনীয়েও আনন্দ মনে, হাঁহি হাঁহি দেখুৱাইছে ৷ ডিম্পুৱে সকলো ফালি দেখুৱাব খুজিছে, ভাল লাগিছে ৷ লাজ অকণো নকৰেদেই ৷ ৰাস্তাৰে যাওতে এবাৰ আমাৰ ঘৰত ডিম্পু সোমাইছিল ৷ ল'ৰাটোৱে আকৌ মাতিছে, তেওঁ নিশ্চয় আহিব বুলি বাট চাই আছোঁ ৷ ল'ৰাই প্ৰায়ে কথা পাতি থাকে ৷

  • @laskarmilimusic4752
    @laskarmilimusic4752 Рік тому +15

    Love from Lakhimpur Dimpu da ❤🥰

  • @monoranuvutiandabegmukunda1677

    Mojjaaa ❤️

  • @Blessings767
    @Blessings767 Рік тому

    Val lagil sai

    • @piyainiya
      @piyainiya Рік тому

      Hi mur new channel moi vlogen video bonoo judge aponi shabo khuje tani hole aponi mur video shai mur olap support koroboo pare

  • @Sabmedias
    @Sabmedias Рік тому +8

    Love you Dimpu da ❤️❤️

  • @BOLLYWOODANDHOLLYWOODMOVIECOLL
    @BOLLYWOODANDHOLLYWOODMOVIECOLL Рік тому +10

    শেষৰ ফালে নাছালোঁ আৰু ভিডিঅ টো দাদা বেয়া নাপাব।।

  • @akramulhasan4232
    @akramulhasan4232 Рік тому

    aaaa mojja

  • @ajitbarman5158
    @ajitbarman5158 Рік тому

    Bohut vhll lagil 🥰

  • @user-vr3sr9dg6c
    @user-vr3sr9dg6c Рік тому +76

    দিম্পু দা এদিন DGP চাৰৰ ঘৰটো দেখাব চোন।।

    • @kahanindrathakur3383
      @kahanindrathakur3383 Рік тому

      Murot.kukra.muthce.tuhr.pareal.tur.pagla.saur.uthce.laj.srm.olapo.ni.tuhr

  • @vloggermrityunjay4500
    @vloggermrityunjay4500 Рік тому +21

    Very informative Dimpu.. you are an inspiration to the youth of Assam. Keep sharing this kind of content

  • @digantarajbongshi147
    @digantarajbongshi147 Рік тому

    Moja lagil vdo tu sai ❤️🥀💕💫🥰🥳

  • @manujbaglari7715
    @manujbaglari7715 Рік тому

    Bhal lagil dimpu

  • @rdxysgamer3565
    @rdxysgamer3565 Рік тому +252

    Mojja Dimpu da ❤️