বগেনভেলিয়া ফুলাৰ পাছত ল'বলগীয়া যতন Bougainvillea care after flowering

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 20

  • @ajoyteron1871
    @ajoyteron1871 Рік тому

    অতি সুন্দৰ । কথাবোৰ বহুত ধুনীয়াকৈ কয়।

  • @sandhyaborsaikia1750
    @sandhyaborsaikia1750 Рік тому

    Val legal

  • @ranjitagoswami2023
    @ranjitagoswami2023 Рік тому +1

    Cutting or pasot ki fertilizer dbo laga jona bo sun

    • @GardenAddiction
      @GardenAddiction  Рік тому

      কাটিং ৰোৱাৰ লগে লগে আন সাৰ দিব নালাগে, গোবৰ নাইবা কেঁচুসাৰ অকণমান দি ৰুলেই হয়। পুলিটো অলপ ডাঙৰ হ'লে বনমিল, খলিহৈ আদি দিব পাৰে।

  • @dianabhuyan1111
    @dianabhuyan1111 Рік тому

    Tulsi plant n Arica plam plantor care bixoiyu jonabosun...

  • @ratulphukan4294
    @ratulphukan4294 18 днів тому +1

    বছৰত কেইবা সাৰ প্ৰয়োগ কৰিব লাগে ।

  • @ranjitagoswami2023
    @ranjitagoswami2023 Рік тому

    Dada eman dinor pasot video paisu ,dada mur buguvulilea bur eman ni fule ki korem jonabo sun

    • @GardenAddiction
      @GardenAddiction  Рік тому

      ভালকৈ ৰ'দ পৰিবলৈ দিব, পানী বেছিকৈ নিদিব, পুৰণি আগবোৰ ফুলি শেষ হোৱাৰ পাছত কাটি দিব। বগেনভেলিয়া বিষয়ক কেইবাটাও ভিডিঅ'আছে মোৰ, চাবচোন উপকৃত হ'ব পাৰিব।

  • @majonibora753
    @majonibora753 Рік тому

    মোৰ বাগানভেলীয়া এজোপা আছে সৰু ফুলাই নাই আগষ্টত পছোৱা ফুলিবনে বাৰু?

  • @ridipchetia3180
    @ridipchetia3180 7 місяців тому

    অাপুনি ৰুৱা বগনভেলিয়াৰ টাবটো কিমান ইঞ্চি হব বাৰু ?

  • @mitumalabaruah344
    @mitumalabaruah344 Місяць тому

    Etiya september mahpat bur etiya olop singi dim diki

  • @pradipkumarkalita8404
    @pradipkumarkalita8404 Рік тому +1

    Contact number dib on line kare neki

    • @GardenAddiction
      @GardenAddiction  Рік тому +1

      মই বিক্ৰী নকৰোঁ। ধন্যবাদ 🙏