MONOR GUPON KOTHA | SEEMA BORUAH | PRITOM BARUAH | RICHA CHETRY | HRIDOY CHANDAN | NAVANIT NILAVH

Поділитися
Вставка
  • Опубліковано 21 сер 2024
  • AAKRITI CREATION Presents
    Audio Credits
    Vocal - Seema Boruah
    Lyrics/ Tune - Hridoy Chandan
    Music - Hridoy Chandan
    Mix-Mastered - Nilutpal xobdo
    Guitar/ Mandolin - Rishi Mani
    Flute - Anuraag Saikia
    Vocal Recording - Nilutpal xobdo @Xobdo Music Studio
    Video credits
    Cast-
    Pritam Baruah, Richa Chetry, Uddeshna Baruah, Popima Boruah, Aakriti Buragohain(Child Artist), Indrani Hazarika, Luna saikia, Simona deka, Preety Borkakoty, Dulumoni Gohain, Sunami Das, Alina Boro, Papu Saikia, Paramananda hukai, Dimple Sanjivan Kashyap, Sapun Pratim Deka
    Concept & Direction - Navanit Nilavh
    Cinematography- Achyut Saikia
    Dance Choreography - Bijit Kumar Das
    Editing & Color - Navanit Nilavh @N not Studio
    Art Direction - Bishwajit Handique
    Makeup - Tiya Debnath
    Production Manager- Parashor, Biki, Dimple
    Light Equipment's - Rhitu Prayag Garg
    Light Boy - Dharmendra Nath, Samaluddin Ahmed (Nimki), Monuranjan Baishya, Mangal boro
    Poster Design- Anupam Dutta
    Transport - Dipankar Barman
    Spot- Sankar Nath
    Special Thanks to
    Sanjeev Buragohain, Jagat Nath, Rajat Kamal Boruah, Trishna Boruah, Jyotishman Kaushik, Babu Das
    All Student Of RKB boys Hostel, Cotton College
    Department of Acting, Jagiroad College
    Find the Audio-
    Wynk- open.wynk.in/o...
    Spotify- open.spotify.c...
    Apple- music.apple.co...
    #মনৰ_গোপন_কথা #seemaboruah #newsong #assamese #toramai #richachetry #pritombaruah #musicvideo #assamesemusicvideo #AAKRITICREATION

КОМЕНТАРІ • 1,9 тис.

  • @seemaboruahofficial5057
    @seemaboruahofficial5057  Рік тому +174

    সকলোকে বহুত বহুত ধন্যবাদ জনাইছো । আপোনালোকৰ মৰম, আদৰ আৰু আশীৰ্বাদে আমাক সদায় নতুন চিন্তা, নতুন কাম কৰিবলৈ সাহস দিয়ে । আপোনালোকৰ এই মৰম যাতে সদায় এনেকৈয়ে থাকে......।
    পুনৰ ধন্যবাদেৰে... সীমা বৰুৱা( তৰামাই )

    • @Khirud_dunia
      @Khirud_dunia Рік тому +5

      Keep it up baa❤

    • @alphoolgogoi3580
      @alphoolgogoi3580 Рік тому +4

      বৰ সুন্দৰ গীত। আপোনাৰ অভিনয়ৰ প্ৰশংসক আছিলোঁ সদায়, এতিয়াৰেপৰা কণ্ঠ আৰু গায়কীৰো প্ৰশংসক হৈ পৰিলোঁ। আগুৱাই যাওক।

    • @alimuliassam6405
      @alimuliassam6405 Рік тому +3

      অনাগত দিনত আৰু নতুন আভাৰে,নতুন কাহিনীৰে,আগুৱাই যাওক বা আৰু বহুত সৃষ্টিলৈ 🎉🎉❤🌼💝🙏 #দৈৱকী #prakashbarman

    • @indrachutia7351
      @indrachutia7351 Рік тому +1

      Nice ba

    • @jayantahazarika2642
      @jayantahazarika2642 Рік тому +1

      Rjcjx❤

  • @rajutaidofficial4
    @rajutaidofficial4 Рік тому +320

    ইমান সুন্দৰ কন্ঠ তৰা বাইদেউৰ ইমান ধুনিয়া❤ কোনে কোনে তৰা বাৰ কন্ঠ ওনি বাল লাগিল like কৰা💓🙏

  • @narjina1685
    @narjina1685 Рік тому +87

    বেহাৰবাৰীত গুণ গুণাই থাকিলে আমি পাতিছিলো আপোনাৰ কণ্ঠ ধুনীয়া বুলি, আজি সম্পূৰ্ণ কৈ শুনি বৰ ভাল লাগিল ❤️❤️❤️❤️

  • @mohendragohain1299
    @mohendragohain1299 Рік тому +13

    বা..........হ সীমা, ক'ত লুকাই আছিলা ইমান দিন....!!!!! বৰ সুন্দৰ লাগিছে জানা, ধুনীয়া তোমাৰ কন্ঠ। আশীৰ্বাদ কৰিছো উন্নতিৰ চৰম শিখৰত উপনীত হ'বলৈ..…..

  • @utpalggoi2.082
    @utpalggoi2.082 Рік тому +109

    চিমা বা কি ধুনীয়া শুৰ প্ৰীতম ,দা আৰু ৰিছা, বা ধুনীয়া অভিনয় কৰিছে আৰু আগুয়াই যোৱা তাৰে কামনা কৰিলো❤️ ।

  • @jayashriborah9719
    @jayashriborah9719 Рік тому +105

    তোমাৰ সুমধূৰ কণ্ঠ এনেকৈ শুনি থাকিব পালে খুবেই ভাল লাগিব😊 ঈশ্বৰ তোমাৰ সহায় হ‍ওঁক ।

  • @gulukchangmai5937
    @gulukchangmai5937 Рік тому +25

    ইমান মিঠা সুন্দৰ কণ্ঠ তৰা বাই। ভবিষ্যতেও আৰু সুন্দৰ গীত ৰাইজক উপহাৰ দিব বুলি আশা ৰাখিলোঁ।❤❤❤

  • @jitsvlogs4373
    @jitsvlogs4373 Рік тому +7

    এইয়া সুৰ নহয় যেন, এটি অমৃত বাণী হে বৈ আহিছে তেনেকৱা অনুভব হৈছে। Carry on ma'am

  • @bm2356
    @bm2356 Рік тому +83

    আপোনাৰ সুমধূৰ কণ্ঠৰ ❣️💕গানটো শুনি ফুলৰ কলিৰ দৰে মৰহি যোৱা 💔 হৃদয় খন আকৌ এবাৰ ফুলি উঠিল বা 🥀 ♥️ এনেদৰেই আগলৈও আপোনাৰ কণ্ঠৰ সুৰ আমালৈ প্ৰেৰণ কৰি থাকিব বা ❤️ লখিমপুৰ পৰা বহুত বহুত মৰম আৰু শুভ কামনা যাচিলো 🥀❤️✨

  • @sumpukalita4736
    @sumpukalita4736 Рік тому +116

    ইমান সুন্দৰ কণ্ঠ তৰা বাইদেউ ধুনীয়া হৈছে ❤

  • @dhuntichutia3571
    @dhuntichutia3571 Рік тому +10

    নকওঁ বুলিও জানো নোকোৱাকৈ থাকিব পাৰি মনৰ কথা বুজা জনে নিজেই বুজিব ভালপোৱা জনৰ মনৰ বেঠা🥺❤️

  • @dulumonigogoi5887
    @dulumonigogoi5887 Рік тому +2

    Hundor kontho❤ Seema ba💖

  • @BD-cr9lj
    @BD-cr9lj Рік тому +5

    Really bht vl hoise vdo aru singing.....

  • @jayantasingh1736
    @jayantasingh1736 Рік тому +4

    Wow...Seema ba hosake bir val loga......👍❤️❤️❤️❤️🥰

  • @janameechoudhury8296
    @janameechoudhury8296 Рік тому +4

    বেহাৰবৰী ত মাজে মাজে আপোনাৰ কণ্ঠ শুনা পাওঁ..... তাতো ভাল লাগে শুনি..... ভাবিছিলো আপুনি ধুনীয়া গীত গাব জানে...... কিন্তু আপুনিটো সঁচাকৈ বহুত ধুনীয়া গীত গায়।.... Love you Tora (Seema)baa❤❤❤

  • @TanushyamChutia-oe4qs
    @TanushyamChutia-oe4qs Рік тому +3

    ইমান ধুনীয়া কণ্ঠ আপোনাৰ তৰা বা🥰🥰🥰

  • @niha42967
    @niha42967 Рік тому +17

    মন চুই গৈছে আপোনাৰ এই কণ্ঠই❤... ধুনীয়া হৈছে তৰা বা.♥️❤️😚😚😚😚লগতে ৰিচা বা আৰু চাৰৰ acting কি কম😚😚😚

  • @xopunsagarika7110
    @xopunsagarika7110 Рік тому +16

    ইমান সুন্দৰ কণ্ঠ,,,আৰু প্ৰিয়া অভিনেত্ৰী অভিনেতা❤
    ৰিছা বা সদায় প্ৰিয় তুমি

  • @meeraborahvlog
    @meeraborahvlog Рік тому +6

    সুন্দৰ হৈছে গীতটি সীমা----গাই যোৱা।

  • @boraxomsubhrajitbailung1289
    @boraxomsubhrajitbailung1289 Рік тому +10

    আপোনাৰ কণ্ঠই হৃদয় চুই গ’ল❤️
    ক’ব নোৱাৰোঁ বুজাব নোৱাৰোঁ ,
    মনৰ গোপন কথা❤️

  • @user-xh6nc5eq1w
    @user-xh6nc5eq1w Рік тому +30

    Just wow🥺💙
    ইমান ধুনীয়া কথা সংযোগেৰে মন পুলকিত কথা গান এটি উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ সীমা বা❤ বহুত বেছি ভাল লগা গানতো😍নিজক বিচাৰি পালো..৫মিনিটে পুনৰ জীপাল কৰিলে এটি সন্ধ্যা😌❤️
    "ক'ব নোৱাৰো, বুজাব নোৱাৰো 
    মনৰ গোপন কথা"🥺💗

    • @nilavh
      @nilavh Рік тому

      Thank You So Much

  • @papudutta8950
    @papudutta8950 Рік тому +9

    ইমান মিঠা সুৰ আৰু কণ্ঠ...সীমা(তৰামাই)বাইদেউ আপুনি সঁচাকৈ অনন্যা😍😍❤️

  • @Devil._-Gaming
    @Devil._-Gaming Рік тому +2

    Bahh Tora Baideo Apunur Notun Protibha Ata Dekha Palo Diok ❤❤❤ ❤ Val Lagil Dia Baa ❤❤❤

  • @NirmolRay118
    @NirmolRay118 Рік тому +1

    Hundr,,,pritam sar Risha setri,,,sima baaa😍😍😍Nice voice

  • @lakhimisaikia8186
    @lakhimisaikia8186 Рік тому +6

    ইমান ধুনীয়া কণ্ঠ।

  • @sankarrajbongshi2796
    @sankarrajbongshi2796 Рік тому +11

    খুবেই ভাল লাগিল শুনি। Excellent বা , আগলৈ আশাৰে বাট চালো আন এটি সুমধুৰ গীতলৈ 💐💐💐

  • @minakshisahariah2087
    @minakshisahariah2087 Рік тому +2

    Dhuniya hoise ba...gaanti xunilei xuni thakib mn jaii...❤❤

  • @rajumonimudoi5137
    @rajumonimudoi5137 Рік тому +2

    বহুত ভাল লাগিল সীমা ,আগলৈও শুনিবলৈ পাম নিশ্চয় ,বহুত বহুত শুভেচ্ছা থাকিল।

  • @chayanikanarzaryofficial
    @chayanikanarzaryofficial Рік тому +4

    ইমান ধুনীয়া কণ্ঠ সুৰ আপোনাৰ বাইদেউ
    বহুত ভাল লাগিল গানটো

  • @reenadewri5426
    @reenadewri5426 Рік тому +8

    অতি সুন্দৰ পৰিবেশন , সুন্দৰ কণ্ঠ ।তৰাৰ অভিনয়ে নহয় সুন্দৰকৈ গীত গাব পৰা গুণো আছে আজিহে শুনি আপ্লুত হলো 👌👌♥️♥️

  • @meghalimainashivam8638
    @meghalimainashivam8638 Рік тому +2

    Bhut dhuniya gaisa .
    Agolew aneke dhuniya dhuniya song xunibo Pam buli axa thakil de
    Dhuniya ba Joni 😘

  • @himashridevi4301
    @himashridevi4301 Рік тому +2

    Bohut dhuniya hoise❤❤❤❤❤🎉🎉🎉

  • @sarbagogoi8377
    @sarbagogoi8377 Рік тому +12

    বহুত ধুনীয়া কণ্ঠ আপোনাৰ, আগলৈ আৰু ধুনীয়া ধুনীয়া গীত আমাক উপহাৰ দি যাব বুলি আশা থাকিল আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো।

  • @akshayanirbangogoi3842
    @akshayanirbangogoi3842 Рік тому +5

    নগিনী বাইদেউৰ অভিনয় যিমান ধুনীয়া আপোনাৰ মাতটো তাতকৈ বেছি ধুনীয়া ❤️❤️❤️

  • @sangitakakati1031
    @sangitakakati1031 Рік тому +2

    Wowww.... Baa tmr voice Tu khsai manibologiya

  • @chirantanborah1791
    @chirantanborah1791 Рік тому +2

    Aru aguwai juwa tumaluk.. vall lagil sai...❤️❤️

  • @roshmirekhabora456
    @roshmirekhabora456 Рік тому +51

    মন চুই গৈছে সীমা বা 😍 ইমান ধুনীয়া কন্ঠ তোমাৰ😊

  • @UmaktDasDas-gp6kx
    @UmaktDasDas-gp6kx Рік тому +3

    নগৱা হিচাপে গৌৰৱ অনুভৱ কৰিছো। ধন্যবাদ ।

  • @biswajitboro1026
    @biswajitboro1026 Рік тому +1

    সীমা বা তুমি যে ইমান ধুনীয়া শুৰ দি গান গাব জানে বুলি মই কেতিয়াও ভবাই নাছিলোঁ, তোমাৰ এই শুৰ কন্ঠ আৰু তোমাৰ গুণ গুণনি শুৰ আৰু মোৰ মৰমৰ Pritom daa & Reeccha baa তোমালোক আজি মোৰ হৃদয় খন চুই দিলে... I proud of the yours, yours go further ❤️❤️👍🏻👍🏻💪🏻💪🏻

  • @gautambora403
    @gautambora403 Рік тому +3

    ধুনীয়া লাগিছে ।।।।সীমা বা❤❤

  • @banashreesarmah3233
    @banashreesarmah3233 Рік тому +12

    ইমান সুন্দৰ কণ্ঠ আপোনাৰ বা 😍। লগতে আকৌ প্ৰিয় অভিনেতা অভিনেত্ৰী । আগুৱাই যাওক আপুনি । 🥰🥰🥰 । love from darrang .

  • @lilaramlahon95
    @lilaramlahon95 Рік тому +5

    বহুত ভাল লাগিল গানটো @Tara baa @pritom daa @richa baa 🌝❤️💕

  • @anamikadas5670
    @anamikadas5670 Рік тому +2

    Wow tora ba bhut dhuniya hoise ..love u all teem

  • @somiransarma5574
    @somiransarma5574 Рік тому +2

    সুপ্ত প্ৰতিভা।।বহুত ভাল লাগিল।।।আগুৱাই যাওক

  • @assamcyclingboys1366
    @assamcyclingboys1366 Рік тому +3

    Tora ba tumi 🔥💞📌

  • @ditimanbordololoi5923
    @ditimanbordololoi5923 Рік тому +3

    ধুনীয়া তৰা বা 😍🤩 outstanding

  • @onlyoneassam4479
    @onlyoneassam4479 Рік тому +2

    Azi Ha Hunilu ❤❤❤ Ati Hundr voice BSF Vindo Tara Mai

  • @vivekdutta8734
    @vivekdutta8734 Рік тому +2

    তৰা বা বৰ ধুনীয়া লাগিছে❤❤

  • @BhaiRaviCars
    @BhaiRaviCars Рік тому +6

    বহুত মাহৰ মূৰত হৃদয় চুই যোৱা এটি গান শুনিলোঁ। আপোনাৰ কণ্ঠই গীতটোত এক অকৃত্ৰিম মাদকতা ঢালি দিছে। খুবেই প্রিয় I/C ছাৰ আৰু ৰিচা ভন্টীকো খুবেই ভাল লাগিছে। এতিয়া আৰু Repeatedly এইয়াই বাজি থাকিব। ❤❤

  • @parishmitamout8659
    @parishmitamout8659 Рік тому +4

    Bohut val lagil

  • @beauty8071
    @beauty8071 Рік тому +2

    Bohut val lagise,, aagoloi aru val val ahib buli aakha korilu

  • @BoraDilip-iv8qm
    @BoraDilip-iv8qm Рік тому +2

    Hosa koi বহুত val lagil risa ba s I sar and toraba😘😘😘😘💖💖💖💖

  • @one9-dhi
    @one9-dhi Рік тому +12

    বুজা জনে নিজেই বুজিব ভালপোৱা জনৰ মনৰ বেথা❤💗

  • @ankitaborah1730
    @ankitaborah1730 Рік тому +9

    ইমান সুন্দৰ কণ্ঠ তৰা বা,ভাল লাগিল শুনি।❤❤❤

  • @_kalpana.14
    @_kalpana.14 Рік тому +2

    Love from Golaghat❤

  • @dimpicreation4856
    @dimpicreation4856 Рік тому +14

    গানটোৰ সুৰ, কথাই হৃদয় চুই গৈছে ❤❤ ভাল লাগিল বা 💝 আশা কৰো আগলৈও এনেকৈয়ে সুন্দৰ গান মাজলৈ আগবঢ়াই দিয়ে ❤💫 মাজুলীৰ পৰা বহুত বহুত মৰম ❤❤

  • @momiborahneog2958
    @momiborahneog2958 Рік тому +6

    গানতোৱে কিবা আজি অতিতলৈ লৈ গ'ল,হৃদয় চোই গ'ল মোৰো মনৰ কথা গুপন হৈয়ে ৰৈ গ'ল কাৰবাৰ লগত সেইবাবে বুজাব নোৱাৰিলো আজিবন

  • @user-pn6xz2fl2e
    @user-pn6xz2fl2e Рік тому +2

    ইমান সুন্দৰকৈ সজাই তুলিছে ভাৱবোৰ! বহুতেই ভাল লাগিছে বা!

  • @moumon777
    @moumon777 Рік тому +1

    Khub hundor .. keep shining ❤️

  • @krishnasaikiaentertainment7011

    Ba khub hundar gaise ❤❤❤

  • @munnasichoudhari1678
    @munnasichoudhari1678 Рік тому +18

    সঁচাকৈ খুব সুন্দৰ গীত এটি উপভোগ কৰিলো ।।। মনটো কিবা ভাল লাগি গল 💖❤🙏🙏🙏

  • @ParagChetia-rz9qt
    @ParagChetia-rz9qt Рік тому +1

    Bahut dhuniya lagile Mane hirdoy sui gol Mur hukhar sokulute vorile mon Tora baa best of luc joy aai akhom joy hind

  • @anuragkakoti6780
    @anuragkakoti6780 Рік тому +1

    Ohh Nogoyani baidew.... Ki gaise re... So swt voice❤✨🔥

  • @rimjhimdeka8834
    @rimjhimdeka8834 Рік тому +3

    খুব সুন্দৰ৷ ভাল লগা Concept❤

    • @nilavh
      @nilavh Рік тому

      Thank You So Much

  • @wowcakes7610
    @wowcakes7610 Рік тому +3

    Waah..tora baaa...imaaan dhunia hoise kobo nuaru aru bujabo oo nuaru dai ...♥️

  • @chandanmoniborah1965
    @chandanmoniborah1965 Рік тому +2

    সিমা ৰ এই গানটো 1000 বাৰ শুনিলেও আমনি নালাগে ♥️♥️ দিনটোৰ যেতিয়া office ৰ পাৰা আহো মনটো ভাল লাগিবলৈ এটো গান শুনো , আৰু মনটোবে মিচিকিয়াই হাঁহি উঠে,উফ ইমান সুন্দৰ।

  • @gamerboynortheast7390
    @gamerboynortheast7390 Рік тому +1

    Bohut bohut val lagil ..hodai anekoi val val gan Huniboloi pam buli akha korilu.....Tora

  • @priyakiduniya872
    @priyakiduniya872 Рік тому +3

    Dhuniya hoise ❤❤❤

  • @muskanbegum2408
    @muskanbegum2408 Рік тому +4

    Bohot val lagil ❤️😊🥰

  • @khyatikaofficial993
    @khyatikaofficial993 Рік тому +1

    Mojjaa❤2mar voice2 bohut dhunia baa

  • @juntihazarika949
    @juntihazarika949 Рік тому +2

    সুন্দৰ সুমধুৰ ❤

  • @abdulrofikali1487
    @abdulrofikali1487 Рік тому +3

    অপেক্ষাৰ অন্ত পৰিল😊😊😊

  • @jugantamoran8033
    @jugantamoran8033 Рік тому +14

    প্ৰেমৰ পূজাৰী বাইদেউ কণ্ঠত গীতটি হৃদয় স্পৰ্শী হৈছে👍

  • @tupamaswargiary7479
    @tupamaswargiary7479 Рік тому +2

    Wah Seema ba khubei mitha khur apunar ❤

  • @rajmanjit7393
    @rajmanjit7393 Рік тому +1

    Bhut dhiniya hyse ba❤❤❤3jonre vl lgise bhut

  • @edits_5679
    @edits_5679 Рік тому +5

    সুন্দৰ কণ্ঠ আপোনাৰ । বহুত ভাল লাগিল ।আৰু আগবাঢ়ি যাওঁক শুভেচ্ছা থাকিল ।

  • @bituponvlog9790
    @bituponvlog9790 Рік тому +3

    আজি হোনিছো বশুত ভাল লাগি ❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹

  • @atikurrohman4788
    @atikurrohman4788 Рік тому +2

    Wow super duper 🔥🔥🔥👍👍👍

  • @nipusingha8958
    @nipusingha8958 Рік тому +2

    Baa bohut dhuniya

  • @rumidey7670
    @rumidey7670 Рік тому +3

    Uff ba tmr voice ❤ aru pritam sir aru Richa baa ❤️✨ tumalukok ji koleu kom a hb

  • @rinkumonivlogs9415
    @rinkumonivlogs9415 Рік тому +10

    মন চুই গৈছে সীমা বা ❤সঁচাই গানটো শুনি মোৰ যে চকু পানী উলাই গ'ল aji first time hunilu apunar gaan keep it up apuni ❤ bhut morm Tora ba....😘🥀 Love from Sivasagar ❤

  • @nibarannibaran5708
    @nibarannibaran5708 Рік тому +1

    Dhuniya hoise.. Toramai baideu

  • @user-im8vg7dr3k
    @user-im8vg7dr3k Рік тому +2

    Emn dhuniya lagisa huni gaantu hunila huni thakibo mon jai❤❤❤

  • @mahimkrnath6013
    @mahimkrnath6013 Рік тому +7

    Next level video song❤

  • @debajitphukon3812
    @debajitphukon3812 Рік тому +3

    সুন্দৰ ...👍

  • @jatinsaikia3951
    @jatinsaikia3951 Рік тому +2

    ভাল লাগিলে গীতটো ❤❤👍👍👍👍😊😍

  • @rumidutta9652
    @rumidutta9652 Рік тому +2

    ইমান ধুনীয়া কণ্ঠ।আজি প্ৰথম শুনিছোঁ

  • @boikuntaye1815
    @boikuntaye1815 Рік тому +4

    অন্তৰ চুই গ'ল চিমা বা আপুনি সিমান দিনে কিয় গোৱা নাচিলা সিমান সুন্দৰ কণ্ঠ থকাৰ পাছতো, যি কি নহক আপোনাৰ কণ্ঠ পিছলৈ হলেও শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰ'লো।

  • @jkcreation9237
    @jkcreation9237 Рік тому +5

    সঁচাকৈ খুব সুন্দৰ গীত এটি উপভোগ কৰিলো❤।

  • @dibyagogoi8363
    @dibyagogoi8363 Рік тому +1

    বৰ ধুনীয়া মিঠা কণ্ঠ ৷ধুনীয়া হৈছে।

  • @tutu.tutumoni
    @tutu.tutumoni Рік тому +1

    Khub dhuniya hoise Seema ba ❤️

  • @dipshikhahazarika970
    @dipshikhahazarika970 Рік тому +7

    বহুত ভাল লাগিল বা কি কম ভাষা নাই কবলৈ 🥰🥰❤️❤️ তোমাৰ কণ্ঠ ❤️

  • @BRAV-dy8xp
    @BRAV-dy8xp Рік тому +3

    Xoni val lagil gan to nice

  • @sajidzamal3206
    @sajidzamal3206 Рік тому +2

    ধুনীয়া হৈছে।আগলৈ আৰু শুনিবপালে ভাল লাগিব তৰা বা। নতুন নতুন গান

  • @Archana20387
    @Archana20387 Рік тому +2

    Baa Xosakoi Dhunia Hoise ❤

  • @joydeep.musical9361
    @joydeep.musical9361 Рік тому +3

    Seema বা আপুনি এজনী ধুনীয়া অভিনেত্ৰি ৰ লগতে ইমানে ধুনীয়া গীত গোৱা সঁচাকৈ বহুতে ভাল হৈছে গীত টি আপোনাৰ উজ্জ্বল ভবিছত কামনা কৰিলোঁ ❤

  • @deepjyotigogoi1885
    @deepjyotigogoi1885 Рік тому +3

    সুন্দৰ গানটো শুনি ভাল লাগিল তৰা বা

  • @paragjyotidas1787
    @paragjyotidas1787 Рік тому +2

    Bht vl lagil Gan Tu xuni ba🙂❤️😊

  • @tulumonidevi6910
    @tulumonidevi6910 Рік тому +2

    Xsai bhut vl lagil ba. Tumar gan tu xuni ❤❤❤

  • @numalia.s
    @numalia.s Рік тому +4

    কিযে সুন্দৰ কণ্ঠ তোমাৰ বা আৰু গানৰ কলি ,সুৰ আৰু কথাই দেহ মন চুই গৈছে ❤❤