NASAৰ সৈতে কাম কৰা অসমীয়া বিজ্ঞানীৰ শিহৰণকাৰী তথ্য l Chandrayaan-3 Latest Updates l

Поділитися
Вставка
  • Опубліковано 26 сер 2023
  • #chandrayaan3
    #isro
    #pmmodi
    Scientists Dr. Kishore Baruah’s Contact Details- kiba11921@gmail.com
    My contact details
    For email- pranjal.pratim17@gmail.com
    For instagram- prranjalphazarika
  • Наука та технологія

КОМЕНТАРІ • 494

  • @basantanath2647
    @basantanath2647 11 місяців тому +6

    এগৰাকী মহান লোকৰ মহৎ কাম আৰু চিন্তাৰ সংস্পৰ্শত কিছু সময় পাৰ কৰিবলৈ পায় ধন্য হ'লো। তেখেতৰ সুন্দৰ স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতা গৰাকীলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @dineshkalita8029
    @dineshkalita8029 11 місяців тому +31

    আজিৰ আলোচনা খিনিত উৰহি গছৰ ওৰ বিচাৰি পোৱা যেন অনুভব কৰিছো।
    অনুৰোধ কৰিছো, এনে শিপা থকা মহান বিজ্ঞানী বোৰক লৈ বৰ্তমানৰ Burning topic বোৰ আলোচনা কৰি উপকাৰ কৰি থাকে যেন।
    ধন্যবাদ।

  • @rabinchangmai2332
    @rabinchangmai2332 11 місяців тому +6

    বিজ্ঞানৰ বাস্তৱতাক সুন্দৰকৈ উপস্থাপন কৰি আমাৰ মাজত জ্ঞানৰ পোহৰ বিলাই দিয়া বাবে বৰুৱা ছাৰৰ লগতে আপোনাকো অশেষ ধন্যৱাদ জনালো ।

  • @xmdi3687
    @xmdi3687 11 місяців тому +26

    ৰাজনীতি অশান্তি ৰ পৰা শান্তি পালো আপোনাৰ আলোচনাৰ পৰা ভাল লাগিল আকৌ আশা কৰিলো এনে vlog

  • @user-bx8fc9jg2c
    @user-bx8fc9jg2c 11 місяців тому +33

    বৰুবা চাৰৰ দীৰ্ঘায়ু কামনা কৰিলো।এগৰাকী মহান ব্যক্তি।

  • @AssamTimesPost
    @AssamTimesPost 11 місяців тому +1

    অনুষ্ঠানটো চাই ভাল লাগিল। লগতে কিছু নতুন কথা জানিব পাৰিলোঁ। ধন্যবাদ।

  • @AssameseNetwork
    @AssameseNetwork 10 місяців тому +1

    বহুত বেছি ভাল লাগিল প্ৰাঞ্জল দা লগতে চাৰক ও বহুত বহুত ধন্যবাদ জনালোঁ ইমানখিনি নজনা কথা আমাক জানাই দিয়াৰ বাবে❤️👍🙏🙏🙏

  • @tridipsonowal4236
    @tridipsonowal4236 11 місяців тому +4

    এনধৰণৰ আৰু নতুন নতুন তথ্য লৈ অসমৰ মহান বিজ্ঞানী সকলৰ ভিদিঅ আৰু বনাবচোন নতুন নতুন নজনা কথা জানিবলৈ খুবেই আগ্ৰহী। ভিদিঅটো চাই বৰ ভাল লাগিল। আপোনালোক দুয়োজনলৈ নমষ্কাৰ

  • @palashgogoi9722
    @palashgogoi9722 11 місяців тому +12

    সঁচা কথা নিজৰ ঘৰখন ধ্বংস কৰি অন্যত ঘৰ বন্ধাৰ যুক্তি ক'ত।❤❤

  • @anuragsankarofficeal6045
    @anuragsankarofficeal6045 11 місяців тому +1

    বৰ সুন্দৰ এটা interview ললে।যাক বহু আগৰ পৰাই প্ৰয়োজন বোধ কৰিছিলো। সুখী হলো ।

  • @sashibhatta5198
    @sashibhatta5198 11 місяців тому +38

    বহুত ভাল লাগিল ৷ বহুত জানিলোঁ ৷ হাজৰিকাদেৱক ধন্যবাদ জনাইছোঁ এই মূল্যবান সাক্ষাৎকাৰৰ ব্যৱস্থা কৰাৰ বাবে ৷

  • @dilipdas7344
    @dilipdas7344 11 місяців тому +10

    তেখেত এগৰাকী মহান ব্যক্তি, তেখেতে শ বছৰ গচকক আৰু নতুন নতুন জ্ঞান আমালৈ দি থাকক।
    এজন মহান অসমীয়া। তেখেতৰ বাবে আমি (মই) সকলোঁ দিবলৈ সাজু আছোঁ।
    দিলীপ চন্দ্ৰ দাস।
    যোৰহাট Baligaon

    • @kishorbaruah6118
      @kishorbaruah6118 11 місяців тому +1

      আপোনাক বহুত বহুত ধন্যবাদ।

  • @mgmusic.3483
    @mgmusic.3483 11 місяців тому +4

    ছাৰৰ লগত খণ্ড খণ্ডকৈ সাক্ষাৎকাৰৰ ব্যবস্থা কৰিবচোন ৷ বহুত কথা জানিবলৈ মন গৈছে ৷ ভাল লাগিল ৷

  • @thinker7931
    @thinker7931 10 місяців тому +2

    "ইমান সত্যবাদী"
    "ইমান সুন্দৰ মনৰ মানুহ"
    "মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যই মূল্যবান"
    মন মগজু চুই গ'ল
    কোটি কোটি প্ৰণাম🙏
    আৰু এনেধৰণৰ video পাম বুলি আশা ৰাখিলো।

  • @nirugogoi3181
    @nirugogoi3181 11 місяців тому +15

    সত্য ই সুন্দৰ। আৰু এই সুন্দৰতাত আছে বাস্তৱতা।

  • @bubuldeka8138
    @bubuldeka8138 11 місяців тому +11

    কম সময়ত বহুত ভাক লগা সত্য কথা জানিব পাৰিলো এনে ধৰনৰ বিজ্ঞানৰ আলোচনাই সমাজৰ বহুত উপকৃত হব । ভবিষ্যত্ লগ পোৱা আশাৰে দুৰৈৰ পৰা বহুত বহুত ধন্যবাদ জনালো।

  • @jayantadowarah9116
    @jayantadowarah9116 11 місяців тому +2

    Thanks to you sir

  • @rajatboro1574
    @rajatboro1574 11 місяців тому +5

    Moi 10t fail kin2 science related video ba bos2 sai khub val paw agor porai... Val val knowledge powa jai... Thank u dada iman knowledgeable video share kora babe 🙏🙏🙏

  • @dipaksarma171
    @dipaksarma171 11 місяців тому +32

    ভাল লাগিল। কিশোৰ বৰুৱা দেৱে তেজপুৰ বিশ্ববিদ্যালয়ত মহাকাশ বিজ্ঞানৰ অধ্যয়নৰ এক পৰিবেশ সৃষ্টি কৰিছে। তেখেতলৈ বহুত ধন্যবাদ।

  • @kalpananeog3532
    @kalpananeog3532 11 місяців тому +4

    অনুস্থানটো চাই বৰ ভাল লাগিল, অতিকৈ আপ্লুত হ'লো, লগতে বহুতো নজনা কথা জানিব আৰু বুজিব পাৰিলোঁ, বিজ্ঞানী কিশোৰ বৰুৱা ডাঙৰীয়াই কথাবোৰ সহজ-সৰল ভাষাৰে ইমান ধুনীয়াকৈ বুজাই দিছে যে, সকলোয়ে সহজে অনুধাৱন কৰিব পাৰিব,মুঠৰ ওপৰত সুন্দৰ অনুস্থান এটি খুউব ভালকৈ উপভোগ কৰিব পাৰিলোঁ, শেষত বিজ্ঞানী তথা অনুস্থানটিৰ আঁত ধৰোঁতা প্ৰাঞ্জল হাজৰিকালৈ মোৰ ফালৰপৰা অশেষ ধন্যবাদ আৰু অলেখ শুভকামনা জনালোঁ,,,,

  • @ranjitbora734
    @ranjitbora734 11 місяців тому +41

    এনে মহাজ্ঞানী লোকৰ সাখ্যাৎ আৰু পোৱাৰ আশা থাকিল।

  • @rupasaikia2274
    @rupasaikia2274 11 місяців тому +7

    বৰ সুন্দৰ কথা কৈছে 🙏🙏🙏

  • @shekharjyotibaishya1670
    @shekharjyotibaishya1670 11 місяців тому +2

    বহুত বেছি ভাল লাগিল video টো চাই।।।নজনা কথা বহুতে শিকিব পাৰিলোঁ । ধন্যবাদ কিশোৰ বৰুৱা Sir 🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 11 місяців тому

    বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ভাল লাগিল।আগত এনে বোৰ ৰহস্য ভয় কথা শুনি ছইলও্।

  • @bobyborah28
    @bobyborah28 11 місяців тому +2

    বহুত সুন্দৰ অনুস্থান । জানিবলৈ ইচ্ছা কৰি থকা কথাবোৰ জানি বহুত বহুত ভাল লাগিল ।

  • @gakulsaikia260
    @gakulsaikia260 11 місяців тому +8

    সুন্দৰ প্ৰদশেপ দাদা। এনেধৰণৰ বাৰ্তা লাভে আমাক নজনা বহুত শিক্ষা দান কৰি যাই।এনেধৰণৰ অনুষ্ঠান আপুনি আমাক আকৌ দিব বুলি আশা ৰাখিছোঁ।🙏

  • @susilsonowal7687
    @susilsonowal7687 11 місяців тому +4

    বহুত নজনা কথা জানিলোঁ চাৰলৈ ধন্যবাদ থাকিল লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @rajeshvlogs420
    @rajeshvlogs420 11 місяців тому +3

    বহুত মহান আদৰ্শ। অসমৰ হৈ যথেষ্ট গৌৰামবিত আপোনাৰ দৰে এজন আদৰ্শ শিল বিজ্ঞানী পাই।

  • @aakroy3864
    @aakroy3864 11 місяців тому +1

    এই মন্তব্য শুনি মই বহুত আন্দ পাইছো ।বহুত বহুত ধন্যবাদ জনাইছো।

  • @polkakati9020
    @polkakati9020 11 місяців тому +5

    বৰ সুন্দৰ নজনা কথা তথা বিবেচনাৰে ভৰা আলোচনাৰ অনুষ্ঠানটো চাই আপ্লুত হলো। ধন্যবাদ থাকিল।

  • @pranabjdas
    @pranabjdas 10 місяців тому +1

    কিশোৰ বৰুৱা চাৰক যিসকলে লগ পাইছে, তেওঁলোক বৰ ভাগ্যৱান। 🙏

    • @kishorbaruah6118
      @kishorbaruah6118 10 місяців тому

      মইহে ভাগ্যৱান। astronomy ৰ যোগেৰে আপোনালোকৰ দৰে ব্যক্তি সকলক লগ পাওঁ। কথা পাতিবলৈ সুবিধা পাওঁ।

  • @prasuryahandique8706
    @prasuryahandique8706 11 місяців тому +4

    আগলৈ এনে ধৰনৰ সাক্ষাৎকাৰ আশা কৰিলোঁ। ধন্যবাদ

  • @jobinassamch
    @jobinassamch 11 місяців тому +1

    First of all Thank you so much Sir Apunak. Aru Pranjal Daa apunaku Thank you anekua dhunia content diar babe.

  • @karabeedeka3065
    @karabeedeka3065 11 місяців тому +2

    বহুত ভাল লাগিল দাদা। এই সাক্ষাৎকাৰ টোৱে বহুখিনি পোহৰৰ সন্ধানপোৱাযেন লাগিল। বৰুৱা দেখলে ধন্যবাদ থাকিল।

  • @amarendrasaikia4989
    @amarendrasaikia4989 10 місяців тому

    অতি সুন্দৰ আৰু অতি গুৰুত্বপূৰ্ণ আলোচনা।🙏

  • @dipenkumargohain5351
    @dipenkumargohain5351 11 місяців тому +6

    বৰুৱা চাৰলৈ শ্ৰদ্ধা জনালোঁ। বহিগ্ৰহৰ এলিয়েনৰ পৃথিৱীত আক্ৰমণ সম্পৰ্কত চাৰে দিয়া উত্তৰে মন মুগ্ধ কৰিলে

  • @mousumihazarika6255
    @mousumihazarika6255 11 місяців тому

    ইমান সুন্দৰ কে কথাবোৰ কৈছে কিবা এটা ভাল লাগি গ'ল 🙏

  • @madhurjyamohonchutia9453
    @madhurjyamohonchutia9453 11 місяців тому

    বহুত সুন্দৰ কথা কৈছে । ভাল লাগিলে । আজি কালি আমি মানুহে উন্নত জীৱন যাপন কৰিবলৈ প্ৰকৃতিক ধ্বংস কৰি শেষ কৰিছো । সজাগ হবৰ হল । প্ৰকৃতি ওপৰত কৰা অন্যৰ এদিন আমি ভালকৈ ভুগিব লাগিব 🙏

  • @bharatiborah8630
    @bharatiborah8630 11 місяців тому +2

    এনে ধৰনৰ তথ্য সমৃদ্ধ ভিদিওবোৰ চাবলৈ পালে ভাল আৰু আগতে নজনা কথা জানিবলৈ পায় ভাল লাগে আশা কৰো এনেকুৱা ধৰনৰ সাধাৰণ মানুহে নজনা কথাবোৰ আপোনাৰ জৰিয়তে প্ৰকাশ পায় থাকিব বুলি আশা কৰিছোঁ আৰু বিজ্ঞানী সকলৰ প্ৰছেষ্টা অধিক সফল হৈ মানৱ জাতিৰ কৈলানৰ বাবে তেওলোকে কৰা আত্মোসগত প্ৰনিপাত জনাইছো

  • @kailashchsarma619
    @kailashchsarma619 11 місяців тому +3

    সন্মানীয় শ্রীকিশোৰ বৰুৱাদেৱে মহাকাশ সম্বন্ধীয় জটিল প্ৰশ্নবোৰৰ উত্তৰ প্ৰাঞ্জল ভাষাৰে বুজাই দিলে যিসমুহৰ ক্ষেত্ৰত আমিও কৌতুহলী আছিলো । সকলোতকৈ ভাল লাগিল 'পৃথিৱী' নামৰ আমি বাস কৰা গ্ৰহটো সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত তেখেতৰ দৃষ্টিভঙ্গী,মানসিকতা আৰু পৰামৰ্শৱলী । আমি এনে এগৰাকী প্ৰতিস্থিত অথচ নিৰহঙ্কাৰী অসমীয়া বিজ্ঞানীক লৈ গৌৰৱান্বিত । তেখেতৰ পৰা সাক্ষাৎকাৰটিৰ জৰিয়তে বহুকথা জনাৰ সুযোগ দিয়া বাবে আপোনাক ধন্যবাদ জনালোঁ ।

  • @arupbaruah699
    @arupbaruah699 11 місяців тому +1

    বহুত ভাল লাগিল। দুয়োগৰাকীলৈ অশেষ ধন্যবাদ। বহুত নজনা কথা জানিব পাৰঘলোঁ।

  • @anjanagogoi6105
    @anjanagogoi6105 11 місяців тому +4

    বহুত ভাল লাগিল ,নজনা কথা জানিবলৈ পায় ,ছাৰলৈ অশেষ ধন্যবাদ জনালোঁ । লগতে বহুমূলীয়া সাক্ষাৎকাৰ কৰি আমাক উপহাৰ দিয়াৰ বাবে ভাতৃ প্ৰতীম ,তোমালৈ ও বহুত বহুত ধন্যবাদ ও সুস্বাস্থ্যৰ কামনা কৰিলোঁ 🙏🏼🙏🏼🙏🏼

  • @dwijensanvimusical3130
    @dwijensanvimusical3130 11 місяців тому +2

    সাক্ষাৎকাৰটো ছাই বহুত ভাল লাগিল। ধন্যবাদ থাকিল হাজৰিকা দেৱ।এনেকুৱা মূল্যবান video দেখাৰ সৌভাগ্য হব বুলি আশা থাকিল।

  • @NabinRabha-nz2xy
    @NabinRabha-nz2xy 11 місяців тому +15

    মনত ভাল লগা আলোচনা সৃষ্টি কৰাৰ বাবে ধন্যবাদ থাকিল।

  • @anirudhaparasar7430
    @anirudhaparasar7430 11 місяців тому +1

    সুন্দৰ, অতি সুন্দৰ বাৰ্তালাপ, বহুত ভাল লাগিল, শ্ৰদ্ধাৰ কিশোৰ বৰুৱা ছাৰলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ 🌺🌺🌺🌺
    ধন্যবাদ প্ৰাঞ্জল হাজৰিকা দেৱ

  • @sanjibkrbordoloi5207
    @sanjibkrbordoloi5207 11 місяців тому +23

    জ্ঞান, বিজ্ঞান,তদং, ৰহস্য।🙏🙏🙏🇮🇳🇮🇳🇮🇳

  • @basantagupit2576
    @basantagupit2576 11 місяців тому

    বহুত কথা শিকিলোঁ.... দুয়ো গৰাকীলৈ অশেষ ধন্যবাদ থাকিল

  • @tapanrajbongshi5795
    @tapanrajbongshi5795 11 місяців тому +1

    চাৰ ..
    আপোনাৰ কথাবোৰ শুনি বহুত
    উপকৃত হ'লোঁ ,
    আপোনাৰ দীৰ্ঘায়ু
    কামনা কৰিলোঁ ,
    ইউটিউবাৰজনলৈ ধন্যবাদ
    জ্ঞাপন কৰিলোঁ ।।

  • @simantadeka1191
    @simantadeka1191 11 місяців тому +1

    আপোনাৰ লগতে চাৰৰ কথাবোৰ শুনি মহাকাশ বিজ্ঞানৰ বিষয়ে জনাৰ বিশেষ আকৰ্ষন হৈছে

  • @kalpanakataky9092
    @kalpanakataky9092 11 місяців тому

    ভাল লাগিল সুন্দৰ vdo। জানিবলগা কথা। ধন্যবাদ হাজৰিকা

  • @pijushkashyap9022
    @pijushkashyap9022 11 місяців тому +1

    বহুত ভাল লাগিল,, এটা কথা জানিব মন আছিল,, শ্ৰদ্ধাৰ ছাৰ য়ে ভগৱান বিশ্বাস কৰে নে‌ নকৰে ,, ভগৱন্তৰ অস্তিত্বক মানি লয় নে‌ নলয়,, ভাৰতবৰ্ষৰ ইতিহাস ক বিশ্বাস কৰে নে‌ নকৰে,,, উওৰ পাম বুলি আশা ৰাখিলোঁ,, science যদি ইমান আগুৱাই গ'ল তেতিয়া হ'লে কৈলাশ পৰ্বতলৈ আজিলৈকে কিয় উঠিব নোৱাৰিলে,,

  • @jngtutorial6802
    @jngtutorial6802 11 місяців тому +1

    বৰ সুন্দৰ উত্তৰ কিছু পালো। তেখেতৰ দীর্ঘায়ু কামনা কৰিলো।

  • @santanaphukongogoi7275
    @santanaphukongogoi7275 11 місяців тому +1

    সুন্দৰ বহুত বহুত ভাল লাগিল.আৰু দেখাই থাকিব.

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 11 місяців тому

    বৰ ভাল ব্যক্তি এজনৰ লগত এটা সাক্ষাৎকাৰ চাবলৈ পালো ।

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 10 місяців тому

    আপোনাৰ কথা শুনি বহুত ভাল লাগিল । দীৰ্ঘায়ু হওক সু স্বাস্থ্য হওক নমস্কাৰ চাৰ

  • @triptikalita5534
    @triptikalita5534 11 місяців тому

    সঁচাকৈ বৰ সুন্দৰ। আমি সৰুৰে পৰা শু নি ছো কোটি কোটি বৰমাহণড থকাৰ কথা। এই কোটি কোটি বৰমাহণড ৰ হৰি অধিকাৰী।

  • @digantahazarika8757
    @digantahazarika8757 11 місяців тому

    নজনা কথাবিলাক জানিবলৈ পায় বহুত সুখী হলো। ধন্যবাদ

  • @junumisragoswami8967
    @junumisragoswami8967 11 місяців тому +2

    বহুত ভাল লাগিল‌ । চাৰৰ কথাবোৰেই বহুত উপকৃত কৰিলে।,🙏🙏🙏

  • @robinburagohain3288
    @robinburagohain3288 11 місяців тому +1

    সুন্দৰ তথ্য দাঙি ধৰিলে , ভাল লাগিল ।

  • @TroilukyaNath
    @TroilukyaNath 11 місяців тому +2

    বহু কথা শিকিব পাৰিলোঁ❤

  • @KopilKotoky2022
    @KopilKotoky2022 11 місяців тому +1

    Bohut val lagil sir kotha huni.. God bless you sir❤💐💐💐

  • @balendradas5263
    @balendradas5263 11 місяців тому +2

    বৰুৱা চাৰৰ গঠণ মুলক কথা বোৰ শুনি ভাল লাগিল | চাৰৰ এনেকুৱা আলোচনা সঘনাই হৈ থকাটো কামনা কৰিলো |

  • @NAYANRAJTANTI
    @NAYANRAJTANTI 11 місяців тому +5

    Proud to have known this amazing teacher personally...

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 11 місяців тому

    বহুত বহুত বহুত ভাল লাগিল, কথাবোৰ জানিব পায়,🙏👍🇮🇳🇮🇳

  • @satyenborgohain5683
    @satyenborgohain5683 11 місяців тому

    বহুত ভাল ভাল কথা জানিবলৈ পাই ভাল লাগিছে । বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক ।

  • @anamikasaikia1996
    @anamikasaikia1996 10 місяців тому

    ছাৰৰ কথাখিনিৰ পৰা যথেষ্ট উপকৃত হ’লো। খুউব ভাল লাগিল😊

  • @rumakalita8299
    @rumakalita8299 11 місяців тому +2

    Bahut val lagil interviewtu,Kishor Baruah sirar kathakhini xosakoi bor val lagil.Sirloi xoto kouti pranam🙏.

  • @shilpasaikia6876
    @shilpasaikia6876 11 місяців тому +2

    Bohut dhoinyobad...aibur he sabologoia interview...❤

  • @alokkalita1028
    @alokkalita1028 11 місяців тому

    বৰ ভাল লাগিল চাৰ ।

  • @nibransonowal9182
    @nibransonowal9182 11 місяців тому

    এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আগলৈ আশা কৰিলো আৰু ধন্যবাদ দিছো

  • @minudevi785
    @minudevi785 10 місяців тому

    বহুত সুন্দৰ কঠোপ কঠিন ভাল লাগিল জনি

  • @dilipchandrasaikia5710
    @dilipchandrasaikia5710 11 місяців тому +1

    বহুত নজনা কথা শিকিলোঁ ধন্যবাদ ছাৰ দঈঘআয়উ কামনা কৰিছো

  • @uprnssame9701
    @uprnssame9701 11 місяців тому +1

    বহুত ভাল লাগিল ছাৰৰ কথাবুৰ, , আমি কিচুমান নজনা কথা জানিবলৈ পাই 🙏

  • @trailokyaroysinger9677
    @trailokyaroysinger9677 11 місяців тому +1

    Great sir your leaugause

  • @hemkantabaruah9049
    @hemkantabaruah9049 11 місяців тому +1

    বৰ সুন্দৰ ভিদিঅ, আগলৈ অধিৰ আগ্ৰহেৰে অপেক্ষাত ৰলো 🙏🙏🙏

  • @sukanyagohain9562
    @sukanyagohain9562 11 місяців тому +3

    সচাকৈ এনে ব্যক্তি আমাৰ সমাজৰ সম্পদস্বৰূপ। আগলৈও এনেধৰণৰ ভিডিঅ' আশা‌ কৰিলো।

  • @rajabora3571
    @rajabora3571 11 місяців тому +1

    বহুত বহুত ধন্যবাদ 🙏। বহু নজনা কথা জানিবলৈ পালো। আৰু ভৱিষ্যতলৈ এনেধৰণৰ কথাখিনি জানিবলৈ পাম বুলি আশা কৰিলো। আকৌ এবাৰ ধন্যবাদ জনাইছো 🙏। ভাল লাগিল ভিডিওটি।

  • @DulenchGogoi
    @DulenchGogoi 11 місяців тому

    বৰ ভাল লাগিল

  • @BimolPathak-rf2su
    @BimolPathak-rf2su 11 місяців тому +2

    এটা সুন্দৰ অনুস্থান। ধন্যবাদ।

  • @simakalita6273
    @simakalita6273 11 місяців тому

    বহুত ভাল লাগিল..... এনে সময়ত এই বাৰ্তালাপ অধিক প্ৰয়োজনবোধ কৰো.......

  • @babuldas3464
    @babuldas3464 11 місяців тому +1

    বহুত ভাল লাগে আপুনি collect Kora সাক্ষাৎ কাৰ বোৰ।মাথোঁ আপুনি বিজ্ঞ সকলক তেওঁ বুলি নকৈ তেখেত বুলি কলে ভাল হয়। বেয়া নাপাব

  • @luitporiya1465
    @luitporiya1465 10 місяців тому

    নমস্কাৰ ৷ শেষৰ কথাখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ আমাৰ পৃথিৱী খনক ভালকৈ ৰাখক ৷

  • @bunubora8950
    @bunubora8950 11 місяців тому

    এনে সাক্ষ্যাতকাৰ আকৌ অতি সোনকালে দিব।খউৱ ভাল লাগিল।

  • @learnenglisheasily522
    @learnenglisheasily522 11 місяців тому +22

    The great professor of our Assam .

  • @Ghanashyam_phukon61
    @Ghanashyam_phukon61 11 місяців тому +2

    Thank you sir this is helpful video

  • @user-mk8ui3ov4d
    @user-mk8ui3ov4d 11 місяців тому

    বহু ত ভাল লাগিল বহু ত নজনা কথা জানিলো। (জ্ঞান আৰু বিজ্ঞান,) একে হব লাগিব। হয় হাজৰীকা দেৱৰ কথাৰ বহু ত অথ আছে। বহু ত বহু ত ধন্যবাদ। পৃথিবী আমাৰ উপহাৰ,,,,,,🙏🙏🙏

  • @jadabkrray2469
    @jadabkrray2469 11 місяців тому +1

    বহুত ভাল লাগিছে

  • @madhabkailta5083
    @madhabkailta5083 11 місяців тому +2

    I am proud of you sir,bahut janilo aru bahut janim buli asha thakil,aponar scientific expression bahut sarol,fine and janibo logia,dhanyabad sir

  • @rupjyotisarma7434
    @rupjyotisarma7434 11 місяців тому +1

    বহুত বহুত ভাল লাগিল।
    UA-camr হলে এনে হে হ'ব লাগে।।👍👍

  • @palashgogoi9722
    @palashgogoi9722 11 місяців тому +4

    বহুত ভাল লাগিল।❤

  • @korobidas5121
    @korobidas5121 11 місяців тому +1

    বহুত ভাল লাগিল 👍 সঁচাকৈ বহুত নজনা কথা জানিলো ! এনেকুৱা ভিডিঅবোৰহে আশা কৰো

  • @kanchanikadas8949
    @kanchanikadas8949 11 місяців тому +1

    Bahut Val palo..kothbor huni...Guwahatir project to bor Val hobo sage...ami bahut kiba dekha pam nichay..oti honkale haok...sir r kothabor oti Val lagil...koboloi bhakh nai...thank you..❤

  • @psharma27a
    @psharma27a 11 місяців тому +7

    It's great to listen him, i feel very very glad , really his understanding is very much and his positivity.

  • @musicshow752
    @musicshow752 10 місяців тому

    অতি সুন্দৰ কথা। ভাল লাগিল

  • @kangkanalekharu2170
    @kangkanalekharu2170 10 місяців тому +2

    Edin apunak log pua hole sir।।।। Much respect 🙏

  • @dipikaroy8258
    @dipikaroy8258 10 місяців тому +1

    চন্দ্ৰ ত থকাতো চিন্তা নকৰি পৃথিৱীত মানুহ কেনেকৈ সুস্বাস্থ্য ৰ গৰাকী হৈ থাকিব পাৰে তাৰেহে কামনা কৰি তেনেকুৱা কৈ পৃথিৱীক সুন্দৰ কৰি গঢ়িব লাগে।পৃথিৱীত একো অভাৱ নাই।মানুহ নোহোৱা হৈ গলেও পৃথিৱীৰ একো ক্ষতি নহয়।কিন্তু পৃথিৱী নাথাকিলেহে মানুহে জীৱ শ্ৰেষ্ঠতা আখ্যা আৰু মানুহৰ জীৱন নিৰ্বাহ বোলা ঠাইখন পুনঃ নাপাব। মানুহ প্ৰকৃতিৰ অতিথি।ভালকৈ থাকিব লাগে।লেতেৰা আৰু উৎপাত কৰি থাকিব নালাগে মুঠতে😊😊😊🙏

  • @pixelzilla2
    @pixelzilla2 11 місяців тому

    Kishor Barua Sir aru Hazarika deboloi ashesh dhnyabad. BARUA Sire bohu Sarua Katha Kole. Bohut nojona kotha jani upokrita holu. Apunalokar dore mohan byaktisakal thokar karonei Aamar Dhorakhoni Dhunia Hoi Aache. Aaponalokar DIRGHAYU Kamona kori bhabishyteo Sourajagatar enekua aalochana /Sakshyatkar pam buli asha korilo. JOY ASAMIA BIGYANI/JOY AAI ASAM.

  • @bipinchandraphukan1452
    @bipinchandraphukan1452 11 місяців тому +7

    you are our proud, sir.

  • @Hold_up_
    @Hold_up_ 11 місяців тому +1

    ভাল কথা কৈছে ❤

  • @riyanarzary8298
    @riyanarzary8298 11 місяців тому +2

    Thank you sir...val lagil Science r kothabor janibo hunibo bor val pao..❤🙂😘