ভগৱান আৰু ভূত সঁচাকৈ আছেনে? এজন জ্যোৰ্তিবিজ্ঞানীৰ একান্ত ব্যক্তিগত গৱেষণাই কি কয়?

Поділитися
Вставка

КОМЕНТАРІ • 214

  • @monudekari2919
    @monudekari2919 Рік тому +12

    ড° বৰুৱাদেৱৰ কথাবোৰ বৰ ভাল লাগিল ৷ বিজ্ঞানে সত্যৰ সন্ধানত আগুৱাইছে ৷ বিশ্ব প্ৰকৃতি ৰহস্যৰ আধাৰ ৷ অলৌকিক ঘটনাবোৰ আমি নজনা বহুতো ঘটনাৰ সমাৱেশ বুলি বৌদ্ধ দৰ্শনে যি দৰ্শনক সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক আইনষ্টাইনেও বিশ্বৰ অন্যতম বিজ্ঞানসন্মত দৰ্শন বুলি কৈছে ৷ বিজ্ঞানী কিশোৰ বৰুৱাদেৱৰ বক্তব্যই মোক বৌদ্ধ দৰ্শনৰ কথা মনলৈ আনিলে বাবে উল্লেখ কৰিলোঁ ৷৷ধনডা°৷৷

  • @NabinRabha-nz2xy
    @NabinRabha-nz2xy Рік тому +15

    ছাৰক ধন্যবাদ জনাইছো। ভগবান এক নিৰাকাৰ জ্ঞাণৰ শক্তি বুলি ভাবো।ধৰ্ম অবিহনে বিজ্ঞাণ অন্ধ আৰু বিজ্ঞাণ অবিহনে ধৰ্ম পুঙ্গ।

    • @khargeswardeka3827
      @khargeswardeka3827 Рік тому

      ❤Very good explanation:Everywhere there must be Holy Spirit !

  • @taramaiphukan8785
    @taramaiphukan8785 Рік тому +5

    বিজ্ঞানে যিয়েই নকওক ভগৱান যে আছে সেইটো সচা।আলোচনা খিনি ভাল লাগিল।চাৰক ধন্যবাদ

  • @majanikalita6025
    @majanikalita6025 Рік тому +20

    বিজ্ঞানে সকলো সৃষ্টি কৰিব পাৰিলেও জীৱ সৃষ্টি কৰিব নোৱাৰে । সেই বাবে মোৰ মতে সৃষ্টিকৰ্তা ভগৱান আছে।

    • @ratulkalita1758
      @ratulkalita1758 7 місяців тому

      তথাপিও সন্দেহ আছে মানে ।।

  • @hasenbachari1333
    @hasenbachari1333 Рік тому +6

    ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।ছাৰে মুছলমানৰ ধৰ্ম সম্পৰ্কে কৈছে কোনেও প্ৰশ্ন কৰে নেকি,নকৰে কাৰণ আপোনি বাস্তৱ সত্য খিনি সোৱৰাই দিছে।আগলৈও যাতে আপোনাক এনেধৰণৰ আলোচনাত পাওঁ,এয়াই আশা কৰিলো।ধন্যবাদ...

  • @padmapaninath
    @padmapaninath Рік тому +5

    বৰ দৰকাৰী কথা জানিলো । প্ৰশ্নকৰ্তা আৰু চাৰৰ কথনশৈলী অতি সুন্দৰ বুলি গণ্য কৰিছো ।

  • @dhrubajyotitalukdar2864
    @dhrubajyotitalukdar2864 Рік тому +4

    আপোনাৰ ভিডিও আৰু বাৰ্তালাপ যুক্তিসংগত, কাৰণ এইবাবেই মোৰ জীৱনতো তেনেকুৱা ঘটনা হৈছে, মোৰ বয়স পাছ বছৰ হওতেই মোৰ মাৰ মৃত্যূ হৈছিল, আৰু মৃত্যূৰ দহ দিন পিছত অৰ্থাৎ দহা কাজ শেষ হোৱাৰ দিনা ৰাতি ন মান বজাত মই ভাত খাই উঠি ৰাস্তালৈ প্ৰচাপ কৰিব গৈছিলো দেউতাৰ লগত তেনে অৱস্থাত মোৰ কাষেৰে এজন বগা কাপোৰ পিন্ধা মানুহ মোক মাতি ধ্ৰুৱ আহ বুলি পাৰ হৈ গ'ল আৰু মইও তেওৰ পিছে পিছে কিছু দূৰ গলো, তাৰ পিছত মোক দেউতাই মাত লগালে আৰু তেতিয়াই মই বুজি পালো যে বগা কাপোৰ পিন্ধা মানুহ জন দেউতা নহয় অইন কিবা হয় আৰু তাৰ পিছত অদৃশ্য হৈ গ'ল, মই দৌৰি দেউতাৰ কাষলৈ গুছি আহিলো আৰু সিদিনা গোটেই ৰাতি মোৰ টোপনি নাহিল, এইটো মোৰ জীৱনত ঘটা একেবাৰেই সচা ঘটণা।

    • @Shivalingam-y1s
      @Shivalingam-y1s Рік тому

      Bhogoban aseee ami asolote eta kalpanik duniyat asu ami xodai science maths eibilakor logot kaam kori ei jibon gol asolote ami kunodine bhogoban r mohima bujat sesta nokorilu aru nu ki kom kiba koboloi power e niii science e bhogobanok niikia koribo khujise aru tu kaliyug r somoshya bur asee xokolu tumar uporot pravu

  • @begumnarjee5046
    @begumnarjee5046 Рік тому +16

    চাৰৰ লগত সাক্ষাৎ কাৰত যি বিলাক আলোচনা কৰিলে ভাল লাগিল । তেওঁ এজন মহান লোক , তেওঁ কোনো ধৰ্মক বেয়া বুলি প্ৰকাশ নকৰিলে 🙏🙏

  • @ranjitmahanta1565
    @ranjitmahanta1565 Рік тому +5

    বৰ ভাল বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ’ল ৷ ভাল লাগিল শুনি ৷

  • @DipankarBaruah-DK
    @DipankarBaruah-DK 3 місяці тому +1

    Right moi kin2 vogoban namanu

  • @budheswarsaikia3103
    @budheswarsaikia3103 Рік тому +3

    Thanks to Dr Barua sir and pray God will bless you.

  • @rajendrabordoloi5285
    @rajendrabordoloi5285 Рік тому +1

    চাৰ, ধন্যবাদ সচাই আলোচনা টি বিষয় বস্তুৰ শুনি বৰ ভাল লাগিল

  • @puspadhardowarah1932
    @puspadhardowarah1932 Рік тому +1

    চাৰৰ কথাবোৰ ভাল লাগিল।মইয়ো কও ঈশৰ আৰু দেৱতা আছে।দেৱতা বা ভূত প্ৰেত মইয়ো দেখিছো।মোৰ চকুৰ আগতেই কি দেখিছিলো যদি সেইটো ভূত বা প্ৰেত নহয়!

  • @mousumichoudhury7409
    @mousumichoudhury7409 Рік тому +2

    বহুত ভাল লাগিল Pranjal. এই বিষয়ে আজি বহুত কথা জানিলো। 🙏🙏

  • @lakhyajitsarma1234
    @lakhyajitsarma1234 8 місяців тому +1

    Sir আপোনাৰ চিন্তা ক্ষমতা সমূহ সঁচাকৈ পৃথক আৰু অসাধাৰণ । আপোনাক অনুসৰণ কৰাটো সকলোৰে দৰকাৰ । আপোনাৰ কথা খিনি অনুসৰণ কৰিব পাৰিলে লোভ,মোহ , অহংকাৰ, ৰ পৰা দূৰত থাকিব পাৰি

  • @TutumoniBora-gp8hw
    @TutumoniBora-gp8hw 4 місяці тому +1

    Val lagil videoto Sai

  • @LabkeshSutradhar
    @LabkeshSutradhar Рік тому +10

    গোটেই বিশ্বব্ৰহ্মাণ্ডই ভগবানৰ স্বৰূপ যেন; 🔥⚡

  • @urmideka2292
    @urmideka2292 Рік тому +6

    এনে টপিকবোৰ অলটাইম ফেভাৰিত হয় মোৰ বহুত ধন্যবাদ next time travel ৰ ওপৰত vdo বনাৱচোন প্লিজ।

  • @budhendas3209
    @budhendas3209 11 місяців тому +1

    আপুনি আগবঢ়ওৱা ভিডাঅতো চাই , শুনি ইমানেই অভিভূত হৈছোঁ যে মানুহৰ মগজুত কি সোমাই আছে তাক লৈ গৱেষক সকল লৈ আকৌ কি আবিস্কৰ কৰে বহু আশাৰে অপেক্ষা কৰিব লাগিব, ধন্য বাদেৰে ।

  • @pranabgogoi6283
    @pranabgogoi6283 Рік тому +7

    Very good discussion.

  • @anupambini3930
    @anupambini3930 Рік тому +3

    Sir আপোনাৰ কথা বোৰ ভাল লাগিল। আৰু দাদা আপোনাক বহুত ধন্যবাদ ❤

  • @tamannaphukan4852
    @tamannaphukan4852 Рік тому

    Bohut val lgel sirr kotha bur ru duijonle bohut bohut dhyanbad

  • @mirdas3206
    @mirdas3206 Рік тому +1

    He is right on d speech. Of namaj and exercise no doubt.

  • @nurulislam560
    @nurulislam560 Рік тому

    সুন্দৰ আলোচনা ছাৰ ৷ ভাল লাগিল আটাইবোৰ কথা শুণি ৷

  • @shyammahanta7317
    @shyammahanta7317 Рік тому +4

    বিশ্বাসে মিলয় হৰি তৰ্কে বহুদুৰ!

  • @pranitabarmandas6911
    @pranitabarmandas6911 Рік тому +7

    আধ্যাত্মিক তাটো সত্য, বিজ্ঞান হল সত্যৰ আবিষ্কাৰ। অলৌকিক শক্তি আছে, পূজা ৰ বাবে ব্ৰাহ্মণ পৰিয়ালৰ সৃষ্টি হৈছে

  • @chefrahul156
    @chefrahul156 Рік тому +1

    Bor Bhal lagil kothabur khuni🙏

  • @prodipbora2752
    @prodipbora2752 Рік тому

    চাৰক বহুত বহুত ধন্যবাদ। আলোচনাটো ভাল লাগিল।

  • @avinob92
    @avinob92 Рік тому +1

    Logic ase... kotha burt ❤

  • @Danirojasfc6
    @Danirojasfc6 Рік тому +13

    মানব ধৰ্ম্মৰ ওপৰত কোনো ধৰ্ম্মই নাই এই পৃথিৱীত...🌏

  • @anjumahanta3626
    @anjumahanta3626 Рік тому

    সুন্দৰ বিশ্লেষণ ।বৰ ভাল লাগিল ।

  • @ArfidaBegum-l7h
    @ArfidaBegum-l7h Рік тому +1

    Bohut bhal lagil apunalukoloi akhek dhonyavad.

  • @shyammahanta7317
    @shyammahanta7317 Рік тому +13

    আমাৰ মহাপুৰুষ গুৰুজনাৰ হাত চাপৰি বজাই নাম গোৱাটো এটা থেৰাপী আৰু শস্টাঙ্গে সেৱা কৰা সত্ৰীয়া নাচৰ বিভিন্ন ভঙ্গিমা সেইবোৰ একোটা ব্যায়াম | আৰু ঈশ্বৰৰ অৱস্থিতি অৰ্থাৎ নিৰাকাৰ ঈশ্বৰৰ নুই কৰিব নোৱাৰি | কাৰণ বিজ্ঞানে এতিয়াও জীৱ সৃষ্টি কৰিব পৰা নাই | ভাগৱত খনৰ মাজতে জ্ঞান, বিজ্ঞান, তদং ,ৰহস্য সকলো
    বিশ্লেষণ কৰা আছে | যিখিনি মানুহে
    কৰিব সেইখিনিয়েই ভগৱান | মোৰ ব্যক্তিগত অনুভৱ ব্যক্ত কৰিলো 🙏🙏

  • @indraboley3677
    @indraboley3677 Рік тому +1

    পৃথিৱীৰ ভাড় কথাটো শুনিবলৈ মন।

  • @S.M.8439
    @S.M.8439 6 місяців тому +1

    বিজ্ঞানো ভগৱানৰে অৱদান।

  • @DipaMoran-kk7gw
    @DipaMoran-kk7gw Рік тому

    সুন্দৰ আলোচনা ।ভাল লাগিল🙏🙏

  • @moudotahmed8823
    @moudotahmed8823 Рік тому +1

    Sir apunr cenel to sua manei subscribe krisu... Apnk bht vl paw n apnr ktha bur bht val lage

  • @JinnatAli-r3h
    @JinnatAli-r3h Рік тому +1

    Kothabor huni bhot val lagil

  • @Rax_kun
    @Rax_kun Рік тому +1

    Maje maje sir interview sai tkaku,teor kotha bilak mor khub val lage .

  • @moja581
    @moja581 Рік тому +1

    Thanks. Excellent Discussion.

  • @swarajdutta9530
    @swarajdutta9530 Рік тому +1

    বৰ ভাল লাগিল শুনি.. ধন্যবাদ।

  • @punyakonwar41
    @punyakonwar41 Рік тому

    Bor hundor video, bohut kotha janibo parilo,enekua video aru dibo buli akha rakhilo,🙏

  • @RajibSonowal-re6lj
    @RajibSonowal-re6lj Рік тому

    Baruah sir bohut oporot bor bhal lagil dei Thanksgiving to you

  • @fireball1174
    @fireball1174 Рік тому +1

    Asolote enekuwa video bur sai thakile Recharge korilew kora jen nalage. ....sir k khoto kuti pranam.

  • @sjrajbonshi3110
    @sjrajbonshi3110 Рік тому +1

    Video tu val lagil,next part lage👌👏🙏

  • @harakantatamuli1053
    @harakantatamuli1053 Рік тому +2

    Enekua vedio bilak moi bor bhal pawn .Agoloi enekua bikhoy loi boholai alusona koribo buli aakha rakhilu .Duyu jonoke mur antorik abhinandon jonalu . 😊

  • @jintudeka899
    @jintudeka899 Рік тому

    Sir...kothakhini janibloi pai vall lagile🙏🏽dada apunio agoli ru aenekua kothabor sirr pora jonai thakibshon🙏🏽❤

  • @beautybailung1428
    @beautybailung1428 Рік тому +1

    Hosakoi bohut bohut bhal lagil vedio tu .

  • @ratuldutta5119
    @ratuldutta5119 Рік тому

    বস্তুনিষ্ঠ বলিষ্ঠ বৈজ্ঞানিক বিশ্লেষণৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। এইক্ষেত্ৰত কব বিচাৰিছো যে যিটো মই দেখিছোঁ সেইটো হে ম‌ই বিশ্বাস নকৰো। নেদেখা অস্তিত্বহীনক মই বিশ্বাস নকৰো।
    বহুত ক্ষেত্ৰত যদি, কিন্তু, তথাপি আদি বহুত শব্দ মস্তিষ্ক‌ই ভালপোৱাৰ ধৰণে কৈ যাও যাৰ কোনো মূল্য নাই। ধন্যবাদ 🌹

    • @kishorbaruah6118
      @kishorbaruah6118 Рік тому

      আপোনাক বহুত ধন্যবাদ। বহুত সময়ত কথাবোৰ পোনে পোনে কৈ দিলে বহুতেই বেয়া মন্ত্যবৰে ভৰাই পেলায়।তেতিয়া মনবোৰ বৰ বেয়া লাগে। সেয়েহে এনে আলোচনাবোৰত বৰ সাৱধানে কব লগা হয়।

  • @ranjankeot3875
    @ranjankeot3875 Рік тому +4

    Right 👍

  • @anilloing9195
    @anilloing9195 Рік тому +1

    ভাল লগিল ।

  • @ritubhuyan6622
    @ritubhuyan6622 Рік тому +1

    আলোচনাটো ভাল লাগিল 🙏

  • @Devirina1973
    @Devirina1973 Рік тому +1

    Very good discuss👍

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 Рік тому +2

    Dr sir soooo simple man

  • @nayanapatar2099
    @nayanapatar2099 Рік тому +1

    ভাল লাগিল ❤

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 Рік тому +2

    মই আৰু মোৰ মাই ২০০৫ চনৰ বহাগ মাহৰ ৰ এক সন্ধিয়া সময়ত এখন সশ্মাশনৰ ওচৰতযাক আমি সৰু ল'ৰা ৰূপী এজন দেৱত নে ভূত লগপআইছইলও।

  • @NayanMili-b8v
    @NayanMili-b8v Рік тому

    Surjya kar pora sisti hol. Thank you🙏💕

  • @bituponbora7597
    @bituponbora7597 Рік тому +1

    ভাল লাগিল

  • @NikitaSarma-n4z
    @NikitaSarma-n4z Рік тому

    Kotha bor bhal lagil,

  • @kiyaan314
    @kiyaan314 Рік тому +1

    Sir jonor kotha kuwa style bhal lagil... Nojona kotha kisuman janibo parilu.. ❤

  • @tulonmohan9583
    @tulonmohan9583 Рік тому +1

    ধন্যবাদ!

  • @bimanborah-p1o
    @bimanborah-p1o Рік тому +1

    Nice topic

  • @harichandrasaharia7406
    @harichandrasaharia7406 Рік тому +4

    ভগৱান ১০০% আছে।আপুনি জানে নে নাজানে শাস্ত্ৰৰ পৰাই বিজ্ঞানৰ জন্ম।

    • @LabkeshSutradhar
      @LabkeshSutradhar Рік тому

      হয় নে কি? 🔥⚡

    • @srigunajitsharma8282
      @srigunajitsharma8282 Рік тому

      👍🙏 thike koise ,aru sir o seytu a koise

    • @gunajitkalita2937
      @gunajitkalita2937 Рік тому +1

      Scince নহলে এই দুনিয়াত আদিম যুগৰ নিচিনা হলহেঁতেন

    • @Shivalingam-y1s
      @Shivalingam-y1s Рік тому

      @@gunajitkalita2937 adim jugor agote o bohu jug goise jot science nhoi dharm aur manuh asil 😈😈

    • @ratulkalita1758
      @ratulkalita1758 7 місяців тому

      আপোনাক নমস্কাৰ ।।আপুনিয়ে পৃথিৱীৰ ডাঙৰ বিজ্ঞানী।মই কৈছোঁ 200% ভগবান নাই ।।

  • @KunjaKalita-f2f
    @KunjaKalita-f2f Рік тому

    বহোত ভাল লাগিল চাৰ

  • @asimbaishya5808
    @asimbaishya5808 Рік тому +1

    সেই আগৰ inteligent মানুহবোৰ কৰ পৰা কেনেকৈ intelligent হৈ ভগৱান নামটো উৎপত্তি কৰিলে ?

  • @litonboruah6195
    @litonboruah6195 Рік тому +1

    Bhal alusona anekua topics hobo lage hokure gyen hobo

  • @assamvlog1676
    @assamvlog1676 Рік тому

    বঢ়িয়া কথা ❤❤

  • @pcdeka
    @pcdeka Рік тому +4

    বৰ্তমান বিজ্ঞান নোহোৱাকৈ মানুহ জীয়াই থাকিব নোৱাৰে বুলি এনে এটা পৰিবেশৰ সৃষ্টি হৈছে, কিন্তু বৰ্তমান ধৰ্ম অনুসৰন নকৰাকৈ জীয়াই থকা সম্ভব হয়,বহুতে তেনেকৈ জীবন কটাইছে।যিবোৰ কথা বিজ্ঞানে কয় তাৰ বিৰোধে প্ৰমাণ যুক্তি আদি দৰ্শায় আৰু ভবিষ্যতে সেই যুক্তি বা প্ৰমান উন্নতি কৰাৰ অবকাশ ৰাখে। কিন্তু ধৰ্মৰ মোদিফিকেচনৰ অপচন নেৰাখে।ধৰ্ম সৃষ্টি হৈছে তিনি চাৰি হেজাৰ বছৰৰ পৰা হৈছে কিন্তু মানুহটো লাখ বছৰৰ পৰা আছে।ধৰ্ম সৃষ্টিৰ আগতে পৃথিৱীৰ সভ্যতা বোৰনো কেনেকৈ আছিল?কথাবোৰ অলপ দকৈ চিন্তা কৰিলে কথাটো উমান কৰিব পাৰি। কিন্তু প্ৰতিষ্ঠানিক ধৰ্মই অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজত বাৰুকৈ প্ৰভাব পেলাই বহুদেশত অশান্তিৰ সৃষ্টি কৰিছে।।

    • @dimbeswarborah4040
      @dimbeswarborah4040 Рік тому

      হয় । একমত 🙏

    • @kishorbaruah6118
      @kishorbaruah6118 Рік тому

      ধন্যবাদ।

    • @prabirray5999
      @prabirray5999 Рік тому

      👍👍👍👍👍👍

    • @gunajitkalita2937
      @gunajitkalita2937 Рік тому +1

      Scince bade sob misa ai duniya
      Dharma ata hoise business

    • @Shivalingam-y1s
      @Shivalingam-y1s Рік тому

      @user-iz8kt8kc6p kalki ahi asee sinta nokoribo and thank you karon moio kalki r darsan pabo bisaru aru etia xeitu nikatot asee kebol apunalokor dore Kalik support kora xokol

  • @amar..1830
    @amar..1830 Рік тому

    Anekuwa topic r uport video pale bhut katha hikibo paru....

  • @coachsurajitdas
    @coachsurajitdas Рік тому +2

    Awesome 👍

  • @rupjyotisarma7434
    @rupjyotisarma7434 Рік тому +2

    I like this type of video... please keep it up continue.

  • @RajibSonowal-re6lj
    @RajibSonowal-re6lj Рік тому +1

    Hosakoi bhogoban aase

  • @anilhazarika8872
    @anilhazarika8872 Рік тому +1

    ভাল বিশ্লেষণ

  • @nurjahanbegum6924
    @nurjahanbegum6924 Рік тому

    Good decision

  • @rumidoley111
    @rumidoley111 Рік тому +1

    Verygood

  • @prabinboruah7271
    @prabinboruah7271 Рік тому

    বৰ সুন্দৰ ।

  • @NagenDas-m4k
    @NagenDas-m4k Рік тому +2

    ভ্ৰণৰ পৰা কেনেকৈ জীৱ সৃষ্টি হয় আলোচনা কৰিব চোন ।

  • @lakhyajitsarma1234
    @lakhyajitsarma1234 8 місяців тому +1

    এই ব্ৰহ্মাণ্ডৰ সাধাৰণ মাত্ৰ ধূলি -কণা মই

  • @Mrkajaldas9
    @Mrkajaldas9 Рік тому

    You are great sir becoz aponer cintar beshi no hole o 95 ℅ mile

  • @malobikabhuyan3110
    @malobikabhuyan3110 Рік тому +2

    আপোনাৰ লগত একমত

  • @rabiulislam9042
    @rabiulislam9042 Рік тому +4

    মানুহে ক্ৰমান্বয়ে উন্নত হৈ আছে, কিন্তু পৃথিবীত নতুন আবিষ্কাৰ নাই , যিবোৰ হৈছিল আগৰ দিনত হৈছিল। মই ভাবো, সেই বোৰ হৈছে ধৰ্মগ্ৰন্থ ৰ সহায়ত। ধৰ্মগ্ৰন্থ বোৰ ভগৱানে প্ৰেৰিত পুৰুষ ৰ দ্বাৰা সৃষ্টি কৰিছিল। বিগ বেংগ থিয়ৰি কিন্তু পুৰ্ণাংগ বিশ্বাস দিব পৰা নাই। বিজ্ঞানে কিন্তু প্ৰাকৃতিক জীৱন দিব পৰা নাই।

  • @ranjitkalita9098
    @ranjitkalita9098 Рік тому +2

    শংকৰদেৱে ম'হ বগৰোৱা নাছিল ষাৰ গৰু হে বগৰোৱাইছিল

    • @kishorbaruah6118
      @kishorbaruah6118 Рік тому

      আপুনি ঠিকেই কৈছে। পিছে তেখেতে কথাও নাজানি কোৱা নাছিল। slip of the tongue হৈ হে কথাটো তেনেকৈ কৈছিল। পিছত আমি সেই কথা আলোচনা কৰিছিলোঁ।

  • @akhilgogoi1869
    @akhilgogoi1869 Рік тому

    Bhout bhout bhal lagil

  • @brishtisonowaldekari
    @brishtisonowaldekari Рік тому +1

    বিজ্ঞন সম্পৰ্কে বিশ্বামিত্ৰই ৰামক অস্ত্ৰ পদান কৰা সময়তো কিছু আখ্যা দি থৈ গৈছে ।

  • @sunishakalita53
    @sunishakalita53 Рік тому +4

    Science jimanei agbari najaai kionu Bhagaban ase. Aloukik saktiu ase. Prithibit jodi positive energy ase negative energy u ase. Karan kisuman questionr answer tu science e u dibo nuare.

  • @koushikpathak1213
    @koushikpathak1213 Рік тому +20

    Vogoban bula shakti ase moi believe koru. Jiman dangar bigani hok mora time t last vogoban r a nam loi.. Biso brahmando khon vogoban a enekoi bonai thoise j Ami manuh tak ketiya o Jani complete korib ketiya o nuwaru.. for example ata poruwa r babe akhon village kiman big hoi ..sei poruwa ba pok tui akhon dist ghuri furi tar jibon kal t somvob nohoi ..sei poruwa tui akhon state r kotha kenekoi vabib si dhuki a napai ..aru akhon country..oinno akhon country tar babe rohossso a hob. Thik tenedore amar babe milky galaxy tenekuwa kotha ..baki Galaxy dur r kotha

  • @bikashsaikia814
    @bikashsaikia814 Рік тому +1

    অতি উন্নত চিন্তা-চৰ্চা ।

  • @manjubarman1855
    @manjubarman1855 Рік тому

    ভাগৱত ব্যাখ্যাকাৰ প্ৰাণজিত গগৈৰ সাক্ষাৎকাৰ ল'ব চোন।

  • @user-cp6ru9bp4x
    @user-cp6ru9bp4x Рік тому

    Very nice 🙏🙏🙏🙏🙏

  • @atau-boh1166
    @atau-boh1166 Рік тому

    Few months back .moi vut pret trust kra nasiluh..kintu ata incident a muk ulp hoi hlni korile..j vut pret ase..ata bishak hl j kba byh bstuh negative energy ase...

  • @umeshkardong6116
    @umeshkardong6116 Рік тому +1

    ভগৱান আছে বুলি কব নোৱাৰিম কাৰণ আজিলৈকে কোনেও দেখাও নাই। ভগৱান নাই বুলিও কব নোৱাৰিম কাৰণ বিশ্বৰ প্ৰায় মানুহে ভগৱান বিশ্বাস কৰে ।

    • @Shivalingam-y1s
      @Shivalingam-y1s Рік тому

      Bhogobanok dekha pua tu ki manuhok dekha puar logot tulona korise nki iswarok dekha paboloi hole bohot bhakti koribo lagee

  • @bishnusadhanpaulmazumder3965
    @bishnusadhanpaulmazumder3965 Рік тому +1

    Another question Sir: Do you believe in negative energies and their effects etc. ?

    • @kishorbaruah6118
      @kishorbaruah6118 Рік тому

      মই আচলতে এইবোৰ কথা বেছি অধ্যয়ন কৰা নাই। সেইকাৰণে কেৱল নিজৰ ধাৰণা হে দিব পাৰিম। মোক জ্যোতিৰ্বিজ্ঞানৰ কথা সুধিলে মোৰ সুবিধা হব। ধন্যবাদ।

  • @bhrigukalita6479
    @bhrigukalita6479 Рік тому +2

    ছাৰে ভাল কথা কৈইছে বহুত নজনা কথা জানিলো আজি

  • @nadiasworld4046
    @nadiasworld4046 Рік тому

    Thank you sir

  • @Chitralideka9861
    @Chitralideka9861 Рік тому +1

    Anekua video aru lage.

  • @sandhyanaiding605
    @sandhyanaiding605 Рік тому +1

    🙏💕

  • @uttamnath5603
    @uttamnath5603 Рік тому

    xundar pranjal da

  • @utpalsaikia405
    @utpalsaikia405 Рік тому

    জয় শ্রী কৃষ্ণ

  • @sanjayblogsng5169
    @sanjayblogsng5169 Рік тому

    Umm।

  • @sacreativeandcrazy953
    @sacreativeandcrazy953 Рік тому

    Very importent viw