9:26 😂😂 .... নাজানো গীতটিত কি পাইছো কিন্তু সচাকৈ কিবা এটা ভাল লাগে গানটো.. এটা কথা কিন্তু সচা... বেলেগৰ কণ্ঠ ত কিন্তু সেইটো আমেজ নাপালো হেতেন যিটো আপুনি গাওতে পাইছো😂😂..আজিৰ গীতত অশ্লীলতা দেখা যায় কিন্তু এই গীত টোত সেইবোৰ নাই কাৰণেও চাগে মানুহে আদৰি লৈছে.. বাকী ভাল কামবোৰ কৰি যাওক🙏
Dada ai Gaan tu mur khuni khub val lagise first time dekhe mur kiba ata bhut val lagi goisil aru jimen bar mobile on korile dekhu bare2 repit kori sau dhunybad🤩🌹
চাৰি বছৰৰ মূৰে গানটোৰ জনপ্ৰিয়তা বৃদ্ধিত মানু্হ জনক বাৰুকৈয়ে উৎসাহিত কৰিছে যেন পাওঁ।
মই গুৱাহাটীৰ বাসিন্দা। আজি আহি পাইছো লক্ষীমপুৰ । উদয়ন হোটেলত চাহ খাই থাকোতে চাহ দিয়া ল'ৰা জনে এই গানটো গাই গাই ঢাহ বিলাই আছিল। অলপ নেপালী উচ্চাৰণত, সন্ধিয়া চাহ কাপ খালো আপোনাৰ গান শুনি।বৰ ভাল লাগিল। শুভেচ্ছা জনালোঁ 🙏
Really val lagil song tu.
Dine rati apunar gan huni. Vat khabo pahori goisu. Nice song
Moja jomoni gaan .. bohut val lagile
Bhal lagil dada jonok ❤❤❤❤❤
দীপক sir মানুহজন বৰ simple আৰু স্পষ্টবাদী .... সংগীতৰ কামত কেবাবাৰো তেওঁৰ ষ্টুডিঅ'লৈ যোৱা হৈছিল। সৰু ডাঙৰ সকলোকে বহুত বেছি উৎসাহ দিয়ে তেখেতে।
Congratulations sir 🎉.... Proud to be a Nalbarian 😊
Awesome song.... Maajaah lagise 🎉
"হাজিৰা কৰা মানুহ" বুলি এটি গীত আহিছে, এবাৰ শুনি ছাব বাকী আৰু নো কি কম , শিল্পীৰ জন্ম হৈছে কিন্তু আমি আদৰ কৰিব নাজানো বৰ দুখৰ বিষয় ।
Hunisu gan tu.. Dinot 2 bar hunu aru bohut besi vl pao gan tu
Moja gaan ❤ you dipak da
Mojjjjjjjjaaaaaaaa ❤❤❤
Bor bhal dei
Dada tq
Mor suali 3 years. .. Tai atia eitoi gan mukhot❤
" দীপক দাস " অৰ্থাৎ নলবেৰীয়াৰ দীপক দা মই তেখেতক নলবাৰীৰ MNC কলেজত কলেজ সপ্তাহৰ Antaksri ৰ অনুষ্ঠানত ১৯৯৭ চনত লগ পাইছিল । ধুনীয়া পৰিচালনা কৰিছিল । দাদা বহুত বহুত ধন্যবাদ আপোনাক হ
❤bhut vl lagise gan tu
Mojja 🎉🎉 song
Very very very nice 👍👍........ I Like this song 🔥🥰
DIPAK Da aponar voice to moza aagaloi o ene Dharanr gaan khunibo Pam buli asha thakil 🎧🎧
Moja deda Val lagise
Mojja hoise
vry vry great..enjoyable
আজি এসপ্তাহ হ'ল ।
শুকুৰ আলীৰ লগত ৰীল দেখিলোঁ। মই এতিয়াহে দেখিলোঁ। খুব হাস্যৰস পালো।
গীতটোত কাৱালীৰ ইমপেক্ট পালো। ভাল লাগিল। আৰু এনেকুৱা সৃষ্টি আৰু হওঁক।
অসীম বৈশ্য বুলি গম পোৱা নাছিলো। আৰু ভাল হ'ল ।
9:26 😂😂 .... নাজানো গীতটিত কি পাইছো কিন্তু সচাকৈ কিবা এটা ভাল লাগে গানটো.. এটা কথা কিন্তু সচা... বেলেগৰ কণ্ঠ ত কিন্তু সেইটো আমেজ নাপালো হেতেন যিটো আপুনি গাওতে পাইছো😂😂..আজিৰ গীতত অশ্লীলতা দেখা যায় কিন্তু এই গীত টোত সেইবোৰ নাই কাৰণেও চাগে মানুহে আদৰি লৈছে.. বাকী ভাল কামবোৰ কৰি যাওক🙏
Dhuniya
❤bor dhunia gaan🎉
Gaantu birat bhal lagil dipak r bow r parlour t moi bohut bar goisu
Amar deutay daily xune apunar ganto❤vl hoise
Love you dada❤
We demand one more song like this ❤❤❤
1st my favorite singer😂❤
Bhal lagil booooor❤ mojja
Dhunia
আমি এই বাৰ পুজা চালো নলবাৰীত , তেতিয়াই প্ৰথম প্ৰথম শুনিছিলো, ১৯/১০/২৪,
আৰ্কশনীয় সুৰৰ গৰাকী। ধন্যবাদ, মঙলদৈৰ পৰা।
Moja Dada ❤❤❤❤❤❤❤
Bhut vl lgise
মজা লাগিল
Mojja lagisa dada
❤❤❤❤mojjja
Nalboriya hero❤
Very smart one.
কিন্তু মানুহ জনে চাধা খাই থাকা নিচিনা লাগিছে😂😂😂😂😂❤🎉
হয় দেই😅😅😅😅😂😂😂
🤣🤣🤣🤣
Baa vl song ❤
Maja latest da
Deepak da best of luck.vall lagil.
Bhal lagil ba ❤❤
Dada hadaye hunu.. anytime pura din... atiyau huni asu... ami 6 jon lara duty karu akeloge.. sobe eaitu ganei hunibo khuje.... fabulous dada... from beharbari
ভাল লাগিছে গানটো❤
Dada ai Gaan tu mur khuni khub val lagise first time dekhe mur kiba ata bhut val lagi goisil aru jimen bar mobile on korile dekhu bare2 repit kori sau dhunybad🤩🌹
Moja gan aru anika pam boli vabisu anikuya gan
My fvrt 😂
Bahut val
Moi tu huneya thako ...❤❤❤
গীতটি শুনি ভাল লাগিল ❤
Val lagil
Val lagil dada jonok kiba ata ❤❤❤
Nice.. love frm kuwait
সুন্দৰ ❤️❤️❤️❤️❤️
I love song. Moja
বহুত ধুনীয়া ❤️❤️❤️
চুবুৰীয়া দিপক মামা ক সৰুৰপৰাই ভালদৰে জানো।এখেতে ব্যৱসায়িক মানসিকতাৰে কাম নকৰে।বহুত সাধাৰণ জীৱন যাপন কৰে আৰু সন্মুখত বেয়া কাম দেখিলে সাহসেৰে বাধা দিয়ে ।এখেতৰ সাংগীতিক প্ৰতিভা আৰু জ্ঞানৰ ওপৰত কাৰোবাৰ সন্দেহ আছে যদি "দিলৰুৱা"নামৰ এলৱাম খন শুনক।মানুহজনলৈ বহুত শুভকামনা ৰে ❤❤
Keep it up bro 🎉🎉🎉
11:45 ত বৰ সুন্দৰ কথা আৰম্ভ কৰিছে, সঁচাই মানুহে এতিয়া অকণমাণ ৰিল্যেক্স বিচাৰে ৷ Escaping from the day to day stress....
Niceg song❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Gantu bohot dhuniya hoise
Depak da আপোনাক ভোট ভাল pao
দীপক দা ধন্যবাদ ৷ 🎉
দীপক দা ধন্যবাদ, আপোনাৰ গানটো খুব ভাল লাগিছে,
Moza❤
Nice song dada👍
মই প্ৰথম দিনা গানতু শুনিয়েই কৈছিলো বৰলাকাইত অভিনয় কৰা নিৰ্মল নামৰ মানুহ জনে গাইছে । মই মাত তু বুজি পাইছিলো । পিছত। যেতিয়া মোবাইলত চালো সচাকৈ হয় । নামতু দিপক দাস বুলি । নলবাৰী ঘৰ বুলি ও জানিছিলো ,আজি নলবাৰী টাঊনতে বুলি গম পালো
সুন্দৰ পৰিবেশন
Bohut bohut Val lagil Depak dar gantu ❤❤❤❤❤❤
When you are in depressed..plz listen this master piece 😂🤣
Fali disa dada 💟💟💟
ৰিল্চ মেইন
Dada best of luck
Ami o Nolbeira.
Ki koo Dhekerisuda nalberia 💩
Khundor. Bohut val lagise❤❤❤❤
15বাৰ শুনিলোঁ ।বহুত ভাল লাগিলে।
Bohut bhal lagsi, Moi last 1 ghontat 5-6 bar man xunlu
গানটো চালে হেপা নপলাই ❤❤❤❤❤❤❤❤❤❤❤❤
Normal ba🎉
Dipak Das my grandfather
Nice
Baidew apnar UA-cam r video bilaak bhaal laage aru bhut manuhuwe o apunar video saai prerona paay , moio video bilaak dekhi bhut upokrito hoisu🙏👌💯
Dipak da ki gan gaiso a ❤🔥
Bhaiti. Mor. Pora. Dhanyabad
Amiu bohut bar hunisu ❤❤
Barala kait avinoy bhut vl lagisil dipak dak ❤❤
Ki character asile bruh
@ditumaine12 dipon character asil tate naam aru gaan gaisil charactar tat bhala kerpar log asil
2022r pora mor mblt gantu saved hoi ase.. Moi bht br xunisu aru anok o xunisu..bht val lage gantu
ফুল বুলি হাতত ধৰলো 😅😂😅😂😂😅
gaan tu Spotify t ketiya ahibo?😂😂I m addicted to this
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Good song
ধেমেলীয়া গানটো বৰ ভাল লাগিল
গানটো ভাল লাগিছে ❤
Gantu bohut val lage
Very nice❤❤
Das da good night ❤️🙏
এতিয়া এইবোৰত কৌটি viewers আহিবই ,অসমীয়া নতুন পুৰুষ(?)চবক তামান sound কৰা ক্ষণিকৰ উত্তেজনা😈 লাগে,,হেন জানি গীতৰ ৰাজ্যে শৃগালৰ ৰাজত্ব,তহঁতে গানৰ lyrics,সুৰ চবকে অৰ্থহীন বেসুৰা কৰি tehes nehes কৰ,এতিয়া তহঁতৰ ৰাজত্ব চলিছে !!!!! বিষ্ণু ৰাভা,জ্যোতিপ্ৰসাদ,অম্বিকাগিৰী,সুধাকন্ঠ আদিৰ দু্ৰ্ভাগ্য যে তেওঁলোক,কাউৰী-শিয়ালৰ ৰাজত্ব চলা এইখন অসমত জন্মিছিল !!!
Xundar !
😊