Mor Maa ase tothapio gaantu huni chokur pani dhori Rakhiba nuwaru....karon Ai Pithibit xakalu Sarthapar..Maar bahire kunuew buji napay kunew apon kori nalay..
Aji frst hunisu gantu, maloi bohut bohut monot pori gol, maa tumak ru ey jonomot ketiyau ghurai napao, kin2 proti jonome jonome tumak maa rupe paboloi vogowanok prarthona korisu, luv u miss u maa,
time 1.18.. date 06.11.2023. fb tu sai thakute aitu song huni palu loge loge ytbet bisari full song tu huni salu.. 12 ghonta duty kri ahi aibur song huni xui thka anubhov akhare bujibo nuwari..
বৰ্তমান এই মূহূৰ্তত এই গীতটি শুনি থকোতে মোৰ দুধাৰি অশ্ৰো নিগৰি আহিছে । অসমীয়া শ্ৰেষ্ঠ গীত সমূহৰ মাজৰ এটি গীত।
মা তোমালৈ বহুত মনত পৰে 🥹 এই পৃথিৱীত কিয় এৰি থৈ গলা, মানুহবোৰ বৰ স্বাৰ্থপৰ ঔ কোনেও নোবুজে আমাক 😥...
Mor Maa ase tothapio gaantu huni chokur pani dhori Rakhiba nuwaru....karon Ai Pithibit xakalu Sarthapar..Maar bahire kunuew buji napay kunew apon kori nalay..
মই ১৯বছৰৰ হয় এই গীতটো শুনিলেই মোৰ মাৰ কথা বহুত মনত পৰে মই কেৰেলাৰ কাম কৰি আছো মনত পৰে আই
মা,আপোনাৰ কথা এতিয়া বেছি অনুভৱ কৰোঁ,থাকোঁতে .....
সংসাৰত সকলো থাকিও অকলশৰীয়া,সকলো সাৰ্থপৰ,কোনেও নুবুজে,মোৰ মুখ দেখিলে, মাত শুনিলেই কব নোৱাৰে মই সুখত আছোঁ নে দুখত আছোঁ,একমাত্ৰ আপোনাৰ বাহিৰে....মা,বহুত বেছি মনত পৰিছে মোৰ...। কুশলে থাকা যতে আছা।
maa obihone pritibi adhuruwa aru maa obihone jiban adhuruwa....maa nhle hosa k ai prithibr homan dukh nai...love u maa
সঁচাই ধুনিয়া অন্তৰ চুই যোৱা গীত, শুনি থাকিবৰ মন যায় ❤️❤️❤️
মা,,তোমালৈ বহুত মনত পৰে।বহুত আপোন হ'লেও তোমাৰ সমান কোনো হ'ব নোৱাৰে। 😢😢
Love u so much mom
সচ। কথ। ম।ৰ মণত পৰিলে ,,,,,,
Mar logot ekuei tolona nai.
Yes
আই সমান হব কোন শব্দতো জিয়ে বুজি পায় সেয়ে এই গানতো কেতিয়াও নচুৱাকৈ নেৰে ধন্য ধন্য তুমি জননী
এই গানটো শুনিলে মালৈকে বহুত মনত পৰে.. Miss u maa..
এই গানটোৱে মোক চকু পানী উলিয়াই দিলে । ইমান সুন্দৰ গীতটো।
মই class 5 পঢ়ি থকা সময়ৰ গান,,,লৰালি মনত পৰে ও,,
টাইম মেচিন এখন পোৱা হলে,,,,😥😥
Iman bosor pisot xunisu...gaar nom aajiu xiyori uthe eitu gaan xunile😍😍😍😍😍😍...miss my mother😭..
হিয়া উচুপি উঠে । lots of love and respect the Old Assamese song.. No word to explain.. love u মা
বাহিৰত থাকিলে ,আই তোৰ লৈ বৰ মনত পৰে অ।।
😊😊❤❤
Same condition here😢😢
Dukh lgl
বহুত পৰণি দিনৰ কথা মনত পৰিল
মই এই গীতটি সৰুৰে পৰা শুনি আহিছিলো,এতিয়াও শুনো আৰু ভবিষ্যতলৈও শুনি যাম,়়়়় কাৰণ এই গীতটি মোৰ সুবেই প্ৰীয়,বহুত ভাল পাও!
Lotok ulai ahe kolijar pora,
Who is this child artist?
Moi o bohut bohut val paw...
Love u so much mom
এই বোলছৱিটি মই মোৰ মাঁৰ লগতে অনুৰাধা ছৱি গৃহত চাইছিলো, সেই সময়ত মই কণমানিটি আছিলো যদিও সেই বয়সতে মোক গীতটিয়ে অন্তৰত বৰকৈ আঘাট দিছিল।নাজানো ইমান কণমানি বয়সটো গীতটিৰ কথা কিদৰে বা উপলদ্ধি কৰিব পাৰিছিলো.....আৰু চাওঁকচোন বিধাতাৰ লিখন মাঁৰ মাথো ৪৭ বছৰহে হৈছিল ইশ্বৰে অকালতে লৈ গ'ল.....পুণৰ মাক সুৱৰি এই গীতটিৰ আশ্ৰয় লব লগা হৈছে.....কেতিয়াবা এনে অনুভৱ হয় কোমলীয়া কণমানি বয়সতে গীতটিৰ তত্ব বুজি পোৱাৰ ক্ষমতা উপলদ্ধি কৰিব পৰা বাবে ইশ্বৰে এই বেদনা বাস্তৱত সহন কৰিবলৈ মাক মোৰ বুকুৰ মাজৰ পৰা পৃথক কৰিলে নেকি.....
পুৰনি গান বোৰ সচাকৈ বৰ ভাল লাগে
Purabi Nath
বকুল চন্দ্ৰ গগৈ লখিমপুৰ অসম।
Maa loi monot pore😢 kiyo je gusi gola emn dur t .je bisari Napaw tumak aru ketiyao😢😢😢 miss you maa..loved you
Aayyooo hai time t moi jonmo pua nasilu, tothapi hai bor gaan br sai huni mon sui jai.. Aru tikla to morom lga dhunu munu tikla😘😘😘😘😘
Heart touching song ❣️ miss you maa 😢😢
moi aji 1st time vidio tu saisu... just amezing vidio nd song...
Ki j kom vakhai ni mukhot just soku pni olai...horute radio t hunislu bohut
.lv u maaa💝
Dislike কৰা জ্ঞানী কেইতাক পালে পালে কাণৰ তলত দিলো হৈ.......
ধাৰতি কা বোজ ।
Dislike kora keita kukur salla.
সেইকেইটা জধামূৰ্খ---- মূৰত মাল নাইকিয়া ।
Moi jiyai thoka loike aibor gaan hunim aru like comment kori thaki.
Eman dhunia gan ajir pabot goja singer bure hik o gan kak koy gane hridoy subo nuwarile gan nohoy.lv this song😮
Mur bohut vl lge song2... Emn din bisora song2 aji pai n huni mur bohut vl lgil
অতি সুন্দৰ এই গানবোৰ ,শুনি থাকিবলৈ মন যায়।
গানটো শুনি থাকিলে মনটো ভৰি যায়।
দেউতাৰ বিয়াৰ আগৰ গান শুনি ভাল লাগিল বহুত
Iman duniya gaan, mor loralir gaan❤😊
Aji aii gun2 bisari palu abar xuniclu jatia moi class 4th aclu atia 11 yearor pisot xunilu bht vl lgl 😍😍😍😍😍😍
মন স্পৰ্শ কৰি যোৱা এটি মধুৰ গীত ।।
।।
Dhuniya 😔😔😔
মোৰ আটাইতকৈ ভাল লগা গীত । গীতৰ কথা সুৰ ইমান সুন্দৰভাৱে উপস্থাপন কৰিছিল । একেৰাহে শুনি থাকিলেও আমনি নালাগে ।
Old songs is very nice songs....soday jiliki thakibo eaibur songs....
Kandi dilu 😔
Old is gold...akdom hosha ktha.....aibur ganok nuware...❤
O yr Khosa koisa ami he buji npw but eibur besi vl 😔
Oh my god....Konduai dile oo... Seriously I love you so much Mur Maa
অনুপম৷ গীতিকাৰ সুৰকাৰ গায়ক আৰু সৰল ভাষা৷ সকলো অনুপম৷বাঃ
বহুত। সুন্দৰ
এইবোৰ গীত শুনি থাকিলেওঁ হেপাঁহ নপলায় ৷কিন্ত দুখ লাগে যে এই চিৰসেউজ গীতেৰে ভৰপূৰ পুৰনি বোলছবিবোৰ অসমীয়া চেনেল এটাটো নিদিয়ে😭🙏জয় আই অসম🙏
এই ৱৰ গীত শুনিলে মোৰ চুকুৰ পানি ৱৈ যায়।
বহুদিনৰ মূৰত শুনিলো খুবেই ভাল লাগিল।।
Love this song. Heart touching..... Nothing to say... Just a thank you.
konduai diye muk ei gaan 2we😢😢😢😢😢
কিছুমান মূৰ্খই dislike কৰিছে।এই গানটো বেয়া পোৱা মানুহো এই পৃথিৱীত বোজা হৈ আছে আৰু,,,
Dislik kora hokol asolota manuhor list ot nopore
Sagarjyoti Baruah
2
Sagarjyoti Baruah ....mja...
Dislike Kara xakal manuh nahoi, dunno he asalate
Hy be
মা তোমালৈ মনত পৰিল অ কিয় যে যে আমাক এৰি গলা😢😢
কি অপূৰ্ব
মাক ভাল পোৱা ব্যক্তিয়ে বৰ ভাল কব ।
হেমন্ত দত্ত ধন্য 🙏
মোৰ চকুৰ পানী ওলাই এই গানটো শুনিলে
Rimli Deka বকুল চন্দ্ৰ গগৈ লখিমপুৰ অসম ।
Me tooo
Mother is god
Hoy moro.
Muro ha mor jibito maa r kotha monot pore aru sokupani ulai 😭😭😭😭
Aji frst hunisu gantu, maloi bohut bohut monot pori gol, maa tumak ru ey jonomot ketiyau ghurai napao, kin2 proti jonome jonome tumak maa rupe paboloi vogowanok prarthona korisu, luv u miss u maa,
Very heart touching song. So Beautiful voice.❤️❤️
কি এটা মনোমোহা গীত ❤️
Moi ei song tu jote nasu tot e 1st pao...gan tu hunile mon tu xat pori jai ❤
Mor ma joniloi jetiyai khub monot pore tetiyai suno aru chakur pani olai jai
Gaantu xunile saku pani rokhabo nuwari i love you maa 😘😘😘😘
😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢মা'ক আজি বহুত মিচ কৰিছোঁ ।
সচাঁকৈয়ে হৃদয় চুই গʼল।।। ... 💕💕💕
I miss you maa 😭😭😭 tomar abihune khakalu misa maa. I love you. Aru miss you😭😭😭
Radio t xunisilo xuru te rati 9tar pist jonak rati sotalt dhari pari xui xui xunisilo....aji mnt pri gol seidin bor.........hasakoi old is gold....
😍
Hmm xosa kotha koisa
Really
FC chill Klein
nayan kumar nath hoi diyok ....
😭😭nice song . hriday xui Jai .miss u ma.
Bohut val paw ai gaan tu .... Mur sokupani ulai ahe
মইও সৰুতেই হেৰুৱালো সেই আমোঘ শব্দ " মা "
সুন্দৰ
মোৰ এইগানটো শুনি আমনি নালাগে । মোৰ বহুত প্ৰিয়
I am muhibar ali hazarika i like the old assames song
0
মা.......................পৃথিবীৰ আটাইতকৈ প্ৰীয় শব্দ ।
Miss you Aai 😢😢😢😢❤❤❤❤❤❤❤ and my heart Father's 😢😢😢❤❤❤
Sundar geet ...heart touching..Ma abihane xklo misa..
এই গানবোৰ শুনি শৈশৱ পাৰ কৰিছোঁ আমি...বহুত miss কৰোঁ...
Ai gantu bohut dukhor...agor gan bur mon sui jua gane asil....
কাৰু বাৰ গানেই লগৰীয়া হয় জীবনৰ
মোৰ মা আছে, তথাপি গানটো বহুত বহুত ভাল লাগে
মাথো শুনিয়েই থাকিবলৈ মন যায়
আবেগিকহৈ পৰো গীতটো সুনিলে, মই প্ৰায় সুনো, পুৰণি গীতৰ মাদকতাই সুকীয়া। আৰু মই পুৰণি গীতহে ভাল পাওঁ।
বহুত ভাল পাওঁ মই এই গানটো
বহুত মনত পৰিছে মা তোমালৈ,,,,,,
Moi mane UA-cam ot maa namor short film akhon korim
So bisarisu.
Thank u sir
Apuni anumoti diyar babe
Gaan tu bohut bohut val lage❤
Bhut kandu ai Gan2 khunile. ....iyat koi aru val gan thakiba nuware. ...love you song
এই গীতটো ময় ১৫ বচৰ আগৰ পৰা শুনি আহিচু, তথাপিঅ শুনি আমনি নেলাগে।
Lovely song
I love my Maa💐💐
Heart touching ❤
Love you maa
Maa se baade yoddha koi nahi hai iss duniya me
পুৰণি গীতবোৰ গভীৰতা বহুত।
মোৰ,মা দেউতা দুয়োকে মই বিচাৰোঁ।। ক'ত আছে নাজানো কিন্তু বহুত বহুত মনত পৰে ❤❤❤😂😂😂😂
What a lyrics ❣️❣️ music ❤️💘💘voice ❣️ what an acting ❤️❤️
I miss my mom
তোমাৰ মা সদায় তোমাৰ ওচৰত আছে ভন্টি।
I saw this video almost 20yrs back ...so evergreen, refreshed my childhood
AM CRYING NOW O MUR KALIZAR AAI
Assami movie bor aagote bahut standard aasil.
miss you maa ..bohut Val lage song tu mur
সচাই মৰিলেও এইবোৰ গান পাহৰী নাজাও
worlds best song. aeitu gaan t xokoloe nijor maak k miss kare. love u ma
time 1.18.. date 06.11.2023. fb tu sai thakute aitu song huni palu loge loge ytbet bisari full song tu huni salu.. 12 ghonta duty kri ahi aibur song huni xui thka anubhov akhare bujibo nuwari..
December 2019 ত কোনে কোনে এই গানটো শুনিছে ....
moi o xunisu
Moi
Moi agte xuna nslu..... Atwa gan to pai soday xunu emn jee val pao.... 🙏🙏🙏🙏🙏🙏
সচাঁকৈয়ে এই গীতটিয়ে হৃদয় স্পৰ্শ কৰি দিয়ে