Tukari geet ( টোকাৰী গীত ) {Jidina sansarote oi mon } { যিদিনা সংসাৰতে ঐ মন }

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Tukari geet.
    টোকাৰী গীত ।
    যিদিনা সংসাৰতে ঐ মন
    মায়া মোহ এৰি গুচি যাম
    যমদূতে লিখি দিব নাম
    This is a recorded and broadcasted version of AIR Dibrugarh.
    কণ্ঠশিল্পী - অজিত গগৈ আৰু সংগীবৃন্দ ।
    { Credited to AIR Dibrugarh }

КОМЕНТАРІ • 50

  • @sam5372
    @sam5372 21 день тому +1

    ❤❤🙏🙏😢😢

  • @JagotDehingia
    @JagotDehingia 19 днів тому +1

    Jai shree Krishna

  • @BhulonSaikia
    @BhulonSaikia Рік тому +6

    কৃষ্ণ তেখেতৰ বৰ কৈ মনত পৰে

  • @MamoniGohain-dk4cc
    @MamoniGohain-dk4cc 11 місяців тому

    😢😢

  • @debojitdutta4999
    @debojitdutta4999 9 місяців тому

    অজিৎ গগৈ দেৱৰ আৰু গীত আছে, সোনকালে দিয়ক

  • @arbinkoch7651
    @arbinkoch7651 Рік тому

    krishna krishna

  • @tilokphukan5360
    @tilokphukan5360 Рік тому +4

    খুউব সৰল আৰু সুন্দৰ হৈছে

    • @probinagogoi3805
      @probinagogoi3805  Рік тому

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @nilakantagogoi1112
    @nilakantagogoi1112 Рік тому +2

    ইমান সুন্দৰ টোকাৰি গীত। ইমান সুন্দৰ সূৰ প্ৰভূ। ইমান ভাল লাগিল। প্ৰভূ আপোনাক সেৱা জনাই ছো।আপোনাক কৌটি কৌটি নমস্কাৰ 🙏 ধন্য বাদ।

  • @munindraborgohain6054
    @munindraborgohain6054 2 місяці тому +1

    Krishna. Oti.hundor. hoise.bap.haba❤❤❤

  • @srimontaedits3202
    @srimontaedits3202 Рік тому +2

    সুন্দৰ। শিল্পী গৰাকী মোৰ ডাঙৰ দাদা ( বরজনা ) ।

    • @probinagogoi3805
      @probinagogoi3805  Рік тому

      কথাটো জানি ভাল লাগিল । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @kikhamoni24
      @kikhamoni24 Рік тому

      Feet tu bohut dhuniyaa lagise. Akhore dibosun

  • @PhuleswarKonwar
    @PhuleswarKonwar 8 місяців тому

    1:22

  • @ProdipDas-hm7cb
    @ProdipDas-hm7cb 4 місяці тому +1

    Bhut sunder🙏🙏

  • @debojitdutta4999
    @debojitdutta4999 9 місяців тому

    আকাশ বাণী যেন লাগি গৈছে দেই,উফ, ইমান সুন্দৰ গায় ঔ, প্ৰবীণ বৰঠাকুৰৰ আছে নেকি ঔ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 місяців тому +1

    নৱবর্ষ ৰ শুভেচ্ছা জনালো সকলোলৈ আৰু আগন্তুক দিনবোৰত সকলো ঠিকেই পৰিৱতিত্ হওক, আৰু ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল

  • @romenkolita784
    @romenkolita784 Рік тому

    কৃষ্ণ, বৰ সুন্দৰ হৈছে বাপ।

  • @kirangogoi4748
    @kirangogoi4748 Рік тому +1

    সুন্দৰ

  • @user-go1sg8ve1t
    @user-go1sg8ve1t 10 місяців тому +1

    Val lagel❤❤

  • @user-mi2nb1rz7u
    @user-mi2nb1rz7u 11 місяців тому +2

    ❤❤🙏🙏 কৃষ্ণ

  • @Gitashree365
    @Gitashree365 Рік тому +2

    কৃষ্ণ মোৰ শহুৰ দেউতা দেউতা আমাৰ মাজত সদায় আছে ৷তেওঁৰ স্মৃতি জিলিকি আছে ৷ দেউতা যতেই আছে শান্তিত থাকক ৷😭😭😭🙏

    • @gunavathibuwari6644
      @gunavathibuwari6644 Рік тому

      আই গৰাকী কৃষ্ণ কান্ত বাপজনা নে সৰু জনৰ বাৰু জনাব নে

  • @ranuburagohainburagohain7232
    @ranuburagohainburagohain7232 Рік тому +2

    ভাল।

    • @probinagogoi3805
      @probinagogoi3805  Рік тому

      বহুত বহুত ধন্যবাদ জনালোঁ ।

  • @arunigogoi-bp5xn
    @arunigogoi-bp5xn Рік тому +5

    Krishna Akhet mur kokaidew hoi

  • @MamoniGohain-dk4cc
    @MamoniGohain-dk4cc 11 місяців тому

    অতি সুন্দৰ

  • @sounakgogoi4665
    @sounakgogoi4665 10 місяців тому +2

    I miss you ajt da

  • @jatinborgohain587
    @jatinborgohain587 Рік тому +1

    ❤❤❤❤❤

  • @user-uu7wt3hb8m
    @user-uu7wt3hb8m 8 місяців тому +1

    Bhal lagel

  • @ushagogoilifestyle
    @ushagogoilifestyle Рік тому

    কৃষ্ণ তেখেত মোৰ বৰজনা আছিল

  • @BhulonSaikia
    @BhulonSaikia Рік тому

    কৃষ্ণ

  • @dhurbajyotiborah8743
    @dhurbajyotiborah8743 11 місяців тому

    Val
    Manu
    O

  • @prosantadoley8649
    @prosantadoley8649 11 місяців тому +2

    Krishna Krishna

  • @anantaborgohain3971
    @anantaborgohain3971 Рік тому

    কৃষ্ণ কৃষ্ণ

  • @akhilburagohain381
    @akhilburagohain381 Рік тому +1

    Krishna Krishna Krishna

  • @babuGogoi-fc8vx
    @babuGogoi-fc8vx 6 місяців тому +1

    Deba gogoi from joypur

  • @lakhijan2366
    @lakhijan2366 11 місяців тому +1

    Krishna
    Sundar

  • @JadumoniJ-ur6rh
    @JadumoniJ-ur6rh Рік тому

    🙏

  • @anushreekutum4002
    @anushreekutum4002 Рік тому

    আখৰে লিখি পঠাব লাগে গিততি

  • @babulborua2729
    @babulborua2729 Рік тому

    🎉😊bom.hariram

  • @prianchigogoi9168
    @prianchigogoi9168 Рік тому +1

    অতি সুন্দৰ গীতটি শুনি থাকিব মন যায ।

  • @nabulbg6246
    @nabulbg6246 Рік тому +2

    দেহ বিচাৰ গীতবোৰ মনোযোগেৰে শুনিলে মনটো ভাবুক হৈ পৰে। ধন-সম্পত্তি আমাক প্ৰয়োজন , কিন্তু আনক অন্যায় কৰি এইবোৰ আহৰণ কৰাতো পাপ । আমাক এটা পৰিমাণলৈকেহে ধন-সম্পত্তিৰ প্ৰয়োজন ; পিচত সকলো মিছা্ । এইবোৰ কথা সোঁৱৰাই দিয়াটোৱেই হয়তো এই গীতসমূহ ৰচিত হোৱাৰ মহৎ উদ্দেশ্য। মুঠতে সকলো ক্ষেত্ৰতে এডাল লক্ষ্মণ ৰেখা আমি নিৰ্ধাৰণ কৰি লোৱা উচিত বুলি ভাবিব পাৰি।নহয় জানো!

    • @probinagogoi3805
      @probinagogoi3805  Рік тому

      আপুনি ঠিকেই কৈছে । কিন্তু, বল-বুকু থকালৈকে মানুহে এইকথা নাভাবে । সমস্যাটো তাতেই । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @padmasaikia5829
      @padmasaikia5829 Рік тому

      Hosake bor dukh lage

  • @padmasaikia5829
    @padmasaikia5829 Рік тому

    Mur deutai bohut kosto kori muk dangor kori gol eai bilak geet hunile borke monot pore