ৰেঙনি টিভিৰ এখন জনপ্ৰিয় ধাৰাবাহিক ‘গুণগুণ কথা মৰমৰ’দেওবৰীয়া আলাপৰ আজিৰ অতিথি অধিৰথ আৰু গুণগুণ

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • ৰেঙনি টিভিৰ এখন জনপ্ৰিয় ধাৰাবাহিক ‘গুণগুণ কথা মৰমৰ’
    দেওবৰীয়া আলাপৰ আজিৰ অতিথি অধিৰথ আৰু গুণগুণ | Watch the full clip to know more about this story.
    #pragnews #gungunkothamoromor #deoboriaalap #renganitv #lovestory #assamesciriel #priyankasaikia #deepjyotimahanta #assamesactress #mandiraborkotoki #entertainment #podcast #interview
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

КОМЕНТАРІ • 172

  • @manuwarahazarika3020
    @manuwarahazarika3020 5 місяців тому +38

    গুন গুনৰ মাক পদ্মা চৰিত্ৰ টি লগতে পাচলি বিক্ৰী কৰা বা কেই গৰাকীৰ বনদিংটো বহুত বেছি ভাল লাগিছে। প্ৰত্যেকেই কিন্তু পূনাংগ অভিনয় কৰিছে।❤ গুন গুন আৰু অধিৰথ ভাল ব্যক্তিত্ব গৰাকী হোৱা বাবে সঁচা কৈ অভিনয়টোও সুন্দৰকৈ সুন্দৰ তাৰ প্ৰকাশ কৰিব পাৰিছে ।

  • @gakulgoswami2163
    @gakulgoswami2163 4 місяці тому +16

    সুন্দৰ ।প্ৰত্যেক জনৰে অভিনয় প্ৰশংসনীয়। কাহিনী লিখাজনো প্ৰশংসনীয়ৰ পাত্ৰ....

  • @jimichetia6097
    @jimichetia6097 4 місяці тому +6

    বৰ সুন্দৰ কাহিনী, প্ৰতিটো চৰিত্ৰ শলগ লব লগীয়া। পাছলি বেপাৰী বাইদেউ কেইগৰাকীকো বৰ ভাল লাগে।

  • @ChamuTopnoMunda
    @ChamuTopnoMunda 5 місяців тому +34

    বহুত ধুনীয়া চিৰীএল গুণ গুণ

    • @surjyakantagogoi7185
      @surjyakantagogoi7185 4 місяці тому +1

      বহু ত ভাল লাগে গু ণগূণ বাক

    • @DhanSaikia-i9o
      @DhanSaikia-i9o 2 місяці тому

      Rhotwtiykipheahk😂😂😂😂yoldavklgldkldqhl😂😂😂😂

  • @kamalakantanath2896
    @kamalakantanath2896 3 місяці тому +3

    Shundar aalap. Bhal lagil. Dhanyabad. Chaparmukh Nagaon.

  • @RupaliDas-yw9jc
    @RupaliDas-yw9jc 2 місяці тому

    দোয়োকে ভাল লাগিল আৰু ভগৱানে তোমালোক মিলন কৰক আমি আশিৱাত কৰিছো

  • @DipaDoloi
    @DipaDoloi 3 місяці тому +3

    সুন্দৰ সুন্দৰ গুণ গুণ আৰু অধিৰথৰ সোণ কালে বিযা খন পাতিব লাগে😊

  • @BinudaDihingia-rl6we
    @BinudaDihingia-rl6we 2 місяці тому +1

    গোন গোন আৰু অধিৰথ আগলেও লগ হোৱাতো বিচাৰো

  • @princhipriyagogai2770
    @princhipriyagogai2770 5 місяців тому +6

    গুন গুনৰ খং উঠিলে চাবলৈ ভাল লাগে,,,, গুমুথা মাৰি বহি থাকে।❤❤❤

  • @chitraboruah5248
    @chitraboruah5248 3 місяці тому +1

    বহুত সুন্দৰ কাহিনী , এনেকুৱা কাহিনী সদায় চাবলৈ পালে ভাল পাওঁ।

  • @GopalDas-ks7fc
    @GopalDas-ks7fc 5 місяців тому +9

    গুণ গুণনেই সচাকৈয়ে অধিৰথক ভাল পাই য়েন লাগে,

  • @PurnimaKonwar-xe8wy
    @PurnimaKonwar-xe8wy 4 місяці тому +4

    বহুত ভাল লাগিছে, সুন্দৰ,গুন গুন মৰমৰ ভাল লাগে

  • @sunilborah8325
    @sunilborah8325 5 місяців тому +4

    গুন গুন। আৰু অধীৰথ। দুয়ো জনকে। আমাৰ মনৰ কথা কৈছো আপোনালোকে। আগলৈ এনেকৈ। জীৱন। যাপন কৰিব। আমি। কাৰ্বি আংলং ৰ পৰা। কৈছো।

  • @RupaChetia-wm4rd
    @RupaChetia-wm4rd 2 місяці тому +1

    তোমালোক দুয়োজনৰ বিচ্ছেদৰ সময়ৰ অভিনয় চাই কান্দি গলো। বৰ ধুনীয়া অভিনয়।

  • @debakshichutia3781
    @debakshichutia3781 5 місяців тому +23

    মোৰ আটাইতকৈ প্ৰিয় ধাৰাবাহিক "গুণ গুণ"।।❤️🥀

  • @RupalDutta-zm5dx
    @RupalDutta-zm5dx Місяць тому

    Bohut vall lagil ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @ritamoniborah8744
    @ritamoniborah8744 5 місяців тому +2

    ১০০% ভাল চিৰিয়েল । ভগদত্তকো আমি সাক্ষাতকাৰ বিচাৰো ।প্ৰতিজনৰ অভিনয় নিখুঁত । কাহিনীটো বৰ সুন্দৰ । ভাল বাৰ্তা আহিছে সমাজলৈ চিৰিয়েলখনৰ পৰা ।

  • @deepanjaligoswami9712
    @deepanjaligoswami9712 3 місяці тому

    গুণ গুণ আৰু অধিৰথ ৰ প্ৰেম লগতে পাচলি বেপাৰী বা কেইজনী বৰ ভাল লাগিছে । মইনা আৰু কুন্দৰীক হতেও বহুত ভাল কৰিছে ।বৰ ভাল লগিছে শেষ হলে বেয়া লাগিব । আগুৱাই যাওঁক সকলোৱে ,❤❤

  • @bornalidevi2322
    @bornalidevi2322 4 місяці тому +2

    এই ধাৰাবাহিকখন চাই মোৰ বৰ ভাল লাগে

  • @JyotiMedhidutta
    @JyotiMedhidutta 4 місяці тому +1

    সুন্দৰ অভিনয়

  • @RonjumonidasI2
    @RonjumonidasI2 3 місяці тому +5

    Moinak bouhut val lage

  • @sunilborah8325
    @sunilborah8325 3 місяці тому +3

    গুন গুন। অধীৰথক। নেৰিবা দেই এৰা। এৰি হ'লে বেয়া লাগিব

  • @ninjaxdutta2640
    @ninjaxdutta2640 5 місяців тому +6

    সঁচাকৈয়ে গুন গুন অধইৰথক বৰ ভাল লাগে

    • @AnkurBorah-l3c
      @AnkurBorah-l3c 4 місяці тому

      🫅🫅🫅🫅🏻🫅🏻🫅🏻🎂🎂🎂🎂🚬🚬🚬🚬🎂🚬🚬🎇🎆🎇🎇🎆🎇🎆🎆🎆🎆🎆🕶️🕶️😚🎇🎇💩💩💩💩❤️‍🩹

  • @riturajkalita2767
    @riturajkalita2767 3 місяці тому

    গুণগুণ আৰু অধিৰথৰ প্ৰেম সফল হ‌ওঁক। গুণগুণ কথা মৰমৰ ছিৰিয়েল খনৰ প্ৰতিটো চৰিত্ৰ‌ই সৰ্বাংগ সুন্দৰ হৈছে।গুণগুণৰ মাকৰ লগত পাচলি বিকা বান্ধৱী কেইগৰাকীৰ ও অতি সুন্দৰ হৈছে। লগতেই পুন্দৰীকৰ অভিনয় খুব ভাল লাগিছে। তেওঁৰ অধিৰথৰ প্ৰতি থকা বন্ধুত্বৰ প্ৰতি থকা মৰম আৰু দায়িত্ব বোধ খুব ভাল লাগিছে। আৰু অধিৰথৰ ভনীৰ চৰিত্ৰ খুব সুন্দৰ হৈছে।

  • @apamritmajulipayunaoo
    @apamritmajulipayunaoo 3 місяці тому +1

    Mojja❤❤❤

  • @4Lakhi_4M
    @4Lakhi_4M 5 місяців тому +3

    Love you menamkolii gungun❤❤

  • @mahendranathchaliha9853
    @mahendranathchaliha9853 5 місяців тому +3

    ভাল লাগিল

  • @rinkubora6349
    @rinkubora6349 3 місяці тому +1

    Nice and good speech and very beautiful setial Gun gun...........moromor.

  • @meghalisarma3739
    @meghalisarma3739 4 місяці тому +1

    সঁচাই বৰ ভাল লাগিছে

  • @RintuTalukdar-xz4ip
    @RintuTalukdar-xz4ip 2 місяці тому +2

    Adhirath tumi bhal

  • @DhanasriNath
    @DhanasriNath 3 місяці тому

    Bhale thakiba ❤❤❤❤

  • @swamikhyaboruah8395
    @swamikhyaboruah8395 4 місяці тому +2

    ভাই ভনী হলে অধীৰথ‌ ম.ইনাৰ দৰে হ'ব লাগে।চিৰিএলখন বহুত‌ভাল লাগিছে।অভিনেতা অভিনেত্ৰী সকলো লৈকে ধন্যবাদ থাকিল।

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 5 місяців тому +3

    শান্ত শিষ্ট মহাদুষ্ট অধিৰথ

  • @monjusaikiasaikia3407
    @monjusaikiasaikia3407 4 місяці тому +1

    অধিৰথৰ কথ কোৱা ষ্টাইলটো খুউৱ ভাল লাগে ❤️❤️❤️

  • @ritamonigogoi6750
    @ritamonigogoi6750 4 місяці тому +1

    Gun gunr dgarabahik khn mur bohut val lage❤❤❤❤

  • @amiyaThengalsaikia
    @amiyaThengalsaikia 2 місяці тому

    সাঁচ কথা দুই জনৰ মিলন হব বুলি আশা কৰিলো

  • @AmbikaMoran-wf7kq
    @AmbikaMoran-wf7kq 2 місяці тому

    সঁচাকৈ। বৰ। ভাল। লাগিচে।

  • @sanjibkachari3963
    @sanjibkachari3963 4 місяці тому +1

    বৰভাল লাগে চিৰিয়েল খন

  • @gitikadeka1061
    @gitikadeka1061 2 місяці тому

    প্ৰিয়ংকা তোমাক বহুত ভাল পাও

  • @Grihini123
    @Grihini123 4 місяці тому +1

    সদায় ২খন চিৰিয়েলৰ কাৰণে ৰৈ থাকো। এখন হ'ল গুণ গুণ কথা মৰমৰ আৰু এখন মৰমৰ ঠিকনা। দয়োখন চিৰিয়েল খুব ভাল পাওঁ।

  • @rumidevi1060
    @rumidevi1060 3 місяці тому

    সুন্দৰ হৈছে 👍👍

  • @khirumonideka6936
    @khirumonideka6936 4 місяці тому +1

    সচাঁকৈ অধিৰথ আৰু গুনগুন সচাঁ প্ৰেমিক নেকি বাৰু 🤏🤔🤔🤔

  • @juripuzari1346
    @juripuzari1346 4 місяці тому +1

    গুন গুন কথা মৰমৰ চিৰিয়েল মোৰ বৰ ভাল লাগে।সদায় চাও।

  • @btsarmymirbon3400
    @btsarmymirbon3400 4 місяці тому +1

    বৰ ভাল পাওঁ ছিৰিয়েলখন

  • @Dipanjali-zb7ev
    @Dipanjali-zb7ev 2 місяці тому +1

    Gun gun aru Adhiroth r hahi to bor val lage

  • @PanchiSaikia-t5x
    @PanchiSaikia-t5x 5 місяців тому +3

    My favourite serial ❤

  • @mridulgogoi4302
    @mridulgogoi4302 4 місяці тому +1

    Sai val lagea

  • @ranumayeesarma5950
    @ranumayeesarma5950 4 місяці тому +1

    ছিৰিয়েল খন চাই বহুত ভাল পাওঁ

  • @kukhemaiBordoloi
    @kukhemaiBordoloi 4 місяці тому +1

    Very nice ❤❤❤

  • @rupjyotiborah3967
    @rupjyotiborah3967 3 місяці тому

    বৰ বাৰু লাগে চিৰিয়েল খন চাই

  • @animadevi7925
    @animadevi7925 4 місяці тому +1

    সকলোৰে চৰিত্ৰ ভাল লাগে।

  • @DipikaMedhiDipikaMedhi
    @DipikaMedhiDipikaMedhi 4 місяці тому +1

    Gungun.aru
    Adhirath.bahut.morom.laga

  • @labonyabordoloi6090
    @labonyabordoloi6090 4 місяці тому

    গুনগুনৰ কাহিনী সমাজৰ সঁচা কাহিনীৰ লগত মিল আছে ।বহুত ভাল লাগে চাই।

  • @JiyaulHusain-dr8qx
    @JiyaulHusain-dr8qx 4 місяці тому +1

    Gun gun .❤❤❤🎉i love you❤🎉🎉

  • @SarajuBora
    @SarajuBora 2 місяці тому

    অনুৰাগৰ একো নোহোৱাত বেয়া লাগিল অচলতে এটা ভাল জুলাপ পাবই লাগিছিল !!

  • @BirenkakatiblockYouTube
    @BirenkakatiblockYouTube 3 місяці тому

    বহুত ধুনীয়া চিৰীএল গুণ গুণ 😮

  • @DistiNondona261
    @DistiNondona261 5 місяців тому +2

    Hosakoi gun gun Sai bohut val lage❤❤❤❤

  • @PopiPopichetia
    @PopiPopichetia 3 місяці тому +1

    Baa❤❤ love you

  • @tulumoniboruah4955
    @tulumoniboruah4955 4 місяці тому +2

    Gun gun ba val lage

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 5 місяців тому +4

    অধিৰথৰ মাক খকুলি জনীলৈহে বৰ খং উঠে।

  • @DeepaDutta-bb3sk
    @DeepaDutta-bb3sk 4 місяці тому +1

    Vall lagise serialkhon Sai.

  • @Hpmigom-j9c
    @Hpmigom-j9c 5 місяців тому +2

    অধিৰথ ❤❤❤

  • @sangitadeka5022
    @sangitadeka5022 3 місяці тому +1

    ❤❤❤

  • @kalpanasaikia6858
    @kalpanasaikia6858 3 місяці тому

    Gungun ba ❤❤❤ moina ba ❤❤❤ Val lage sai😊❤😊

  • @pritipradhan0
    @pritipradhan0 4 місяці тому

    চিযেল সন বৰ ভাল লাগে বহুত ভাল লাগে

  • @nakodoley3986
    @nakodoley3986 2 місяці тому

    Thanks

  • @PranabDeka-kt5gi
    @PranabDeka-kt5gi 2 місяці тому

    Gun gun kotha moromor seriel khon boht val lagise bohut kotha hikiba parisu aru nohut hubheysa jasisu

  • @Mousumsaikia1
    @Mousumsaikia1 5 місяців тому +1

    Thank s a lot gungun

  • @nirusaikia484
    @nirusaikia484 4 місяці тому

    Tumalukok josai val lage❤❤❤❤

  • @JayantaNath-o4g
    @JayantaNath-o4g 4 місяці тому

    Bahut Val lagil

  • @NabaDeka-c5p
    @NabaDeka-c5p 5 місяців тому

    গুন গুনক ভাল লাগে বহুত

  • @SureshTiria-yv1pj
    @SureshTiria-yv1pj 4 місяці тому

    Bhut bhut val lagise sai

  • @ritashree
    @ritashree 4 місяці тому

    Gungun saw ru Assamese serial ❤my favourite

  • @pradunyadas3976
    @pradunyadas3976 3 місяці тому

    Val

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 3 місяці тому

    Very nice cireail👍👍👍👍

  • @BhaskarSaikia-sz1pk
    @BhaskarSaikia-sz1pk 3 місяці тому

    👌👌👌

  • @Hiraknath-u6u
    @Hiraknath-u6u 5 місяців тому +1

    Moi dipjyoti dar suli khini bor val pau 😂 xosake dada tu eman cute ❤ 🥰 xokolue jate gungun kotha moromor sai thake de 🙏🙏

  • @torasonowal8480
    @torasonowal8480 4 місяці тому

    Bohut val lagise moi hodai sau gun gun nusuwa loike montu Val nelage jana

  • @Samindra-tr1ji
    @Samindra-tr1ji 4 місяці тому

    এখন অতি সুন্দৰ চিৰিয়েল। ভাল লাগে ছাই😊পিছে অধিৰথে হাহিব জানেনে?

  • @RusmitaDas-b5k
    @RusmitaDas-b5k 3 місяці тому

    Mja

  • @Riki_Das14
    @Riki_Das14 5 місяців тому +1

    Kakli ধুনীয়া

  • @bidyadharphukon8773
    @bidyadharphukon8773 4 місяці тому

    Bhal lagise sirialghon ❤❤❤❤❤

  • @RanjitSaikia-nb9yj
    @RanjitSaikia-nb9yj 4 місяці тому

    Nice

  • @Rakjyotimoran108
    @Rakjyotimoran108 2 місяці тому

    ❤❤❤❤❤❤

  • @Manju-ej3wm
    @Manju-ej3wm 4 місяці тому +1

    Mur bohut val lage dui jonok

  • @pahilawahlong4683
    @pahilawahlong4683 5 місяців тому

    Adhi rath gungun bor val lage sabole❤

  • @ShashiktDowarh
    @ShashiktDowarh 3 місяці тому

    Moja gun gun ❤

  • @akhilranjangoswami6317
    @akhilranjangoswami6317 4 місяці тому

    Very very nice 👍

  • @MamoniKalitaKhanikor
    @MamoniKalitaKhanikor 4 місяці тому

    Nice❤❤❤❤❤❤❤❤❤❤❤

  • @sandimadoley8244
    @sandimadoley8244 5 місяців тому

    Proitekjone dhuniya acting korise ❤

  • @Lovacurious2
    @Lovacurious2 4 місяці тому

    ⚘️🌿Moi USA r Michigan r pora sabor babe roi thaku..

  • @arupjyotikakoti9575
    @arupjyotikakoti9575 5 місяців тому

    My favourite serial

  • @NiruChetia-id7bd
    @NiruChetia-id7bd 4 місяці тому

    Gun gun I Love you

  • @sumidas7381
    @sumidas7381 5 місяців тому

    Very nice 😮😮😮😮😮❤❤❤❤❤❤❤

  • @Xopun-699
    @Xopun-699 3 місяці тому

    Pryonkar kothabur bohut lage

  • @PranamiChetia-vv9ve
    @PranamiChetia-vv9ve 5 місяців тому

    গুন গুন তোমাক ভাল লাগগিচে

  • @KobitaIslary
    @KobitaIslary 4 місяці тому +1

    মই বহুত ধাৰাবাহিক চালোঁ কিন্তু এইখন ধাৰাবাহিক দৰে ভাল ধাৰাবাহিক নাপালো ইমান ভাল লাগে

  • @abhijitsaikia-dw8bd
    @abhijitsaikia-dw8bd 5 місяців тому

    Moro val lage bhut gungun cai

  • @DipakBorgohain-of9qg
    @DipakBorgohain-of9qg 5 місяців тому

    Val hoi see. Bohut din solibo.

  • @LakhminathChudhury
    @LakhminathChudhury 3 місяці тому

    Gun aru adhiratar biya Hale Val lagiba❤😊